written by | October 11, 2021

ৱালপেপাৰ ব্যৱসায়

×

Table of Content

 ৱালপেপৰৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব  

আপুনি যদি আপোনাৰ ব্যবসায়ত সফল হব বিচাৰিছে তেনেহলে আপোনাৰ গ্রাহকে কেনে ধৰণৰ সামগ্ৰী বিচাৰিছে তাক জনাটো প্ৰয়োজন । মানুহৰ ৰুচি সদায় ভিন্ন হব পাৰে, আজিকালীৰ দিনত অধিক বিক্ৰী হোৱা ৱালপেপা ৰ বোৰত বেশেষ কিছুমান গুণ  দেশিবলৈ পোৱা যায় । যেনে

অত্যাধিক ভাল ছবিৰ মানদণ্ড 

বৰ্তমান সময়ত বাস্তৱ ছবিৰ ৱালপেপাৰৰ চাহিদা কোনেও কমাব পৰা নাই । এনেকুৱা ৱালপেপাৰ যিবোৰ সম্পূৰ্ণ কাঠৰ নিচিনা তথা শিল আদিৰ নিচিনা আৰু লগতে নিজা ববিয়া ভাবে ফোট চপা কৰা আদি ৱালপেপে অধিক জনপ্ৰিয়। 

ই ন ১৫১০২- কপ্লিন্ট

 ৱালপেপ ৰ বোৰ ৰাজহুৱা ঠাইট লগালে এক উপয্যক্ট মানদণ্ড থকা তো বাঞ্চনীয় , যিটো নিশ্চিত কৰে যে ই ই ন ১৫১০২- কপ্লিন্ট( EN 15102 compliant ) ত চপা হব লাগিব। গ্ৰাহক সকলে এন ৱালপেপ ৰ যিবোৰ পৰা ৰাসায়নিক গোন্ধ নোলায় তেনেকুৱা বেছি ভাল পোৱা দেখা যায় । 

অলাগতিয়াল ঝাঞ্জলৰ পৰা মুক্তি

বৰ্তমান সময়ত গ্ৰাহক সকলে এনে সামগ্ৰী অধিক ভাল পায় যিবোৰ সহজে লগাব পাৰে আৰু তাক উলিয়াই একো নতুন ৱালপেপেৰ লগাব পাৰে কম পাইছত । গতিকে আপুনি নিশ্চিত কৰিব লাগে যাতে আপোনাৰ ৱালপেপ ৰ সাহযে ব্যৱহাৰ কৰিব পাৰি। 

ডিজিটেল ৱালপেপ জনপ্ৰিয়তা বৃদ্ধি 

অধিক সফলতা পাবৰ বাবে ৱালপেপাৰ ৰ নিৰ্মান কৰা কোম্পানী বোৰে ডিজিটেল দিশত আগবাঢ়িছে ,তাৰ বিভিন্ন কাৰণ হল 

দাগবিহীন চপা ছবি 

ডিজিটেল ছপা কৰিলে এক উপয্যক্ট মানদণ্ডৰ ৱালপেপ ৰ পোৱা যায়। যিহতো ইয়াত মেচিন সমান্তৰাল ভাৱে তৰা চিয়াঁহীৰে ৱালপেপৰ ছবি বনাই আৰু অলাগতিয়াল ভাবে চিয়াঁহী স্প্ৰেদ হোৱাটো বাধা দিয়ে ।এনেকুৱা ভাবে ৱালপেপ ৰ চপালে কম সময়ত ৱালপেপেৰ নিৰ্মাণ কৰিব পাৰি ।

পোষণীয়া ৱালপেপ ৰ চপাকৰণ 

ডিজিটেল ভাবে ৱালপেপাৰ নিৰ্মান কৰা অন্যতম কাৰণ হল ইয়াত শুকান তো নাৰ ব্যৱহাৰ কৰা হয় , যিটো প্ৰকৃতিগত কাৰণ ই ভি ও চি(Voc) সংযোগ নকৰে । লগতে ১০০% প্ৰাকৃতিক ভাবে নিৰ্মিত কৰা উদ্যগত নিৰ্মাণ কৰা হয় ।

নন ওভেনৰ সৈতে সম্পূৰ্ণ ভাবে অনুকূল 

যিহেতু ডিজিটেল ৱালপেপ ৰ কেৱল  যিহতো ডিজিতেল ৱালপেপেৰ কেৱল মাত্ৰ নন ওভেন ভাবে হে তৈয়াৰ কৰিব পাৰি গতিকে আপুনি নিশ্চিত হব পাৰে যে গ্রহকে এনে সামগ্ৰী লব যিটো প্ৰয়োইজন সাপেক্ষে নোহোৱা কৰিব পাৰে ।

নিজা বাবিয়া কৈ ডিজিটেল ৱালপেপে ৰ প্ৰিন্ট কৰা 

ডিজিটেল ভাবে ৱালপেপৰ নিৰ্মাণ কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহি থাকিব লগা নহব। আপুনি বিদেশৰ ক্ষেত্ৰত নিজৰ ঠাইত থাকি ব্যৱসায় কৰিব পাৰে । গ্ৰাহকৰ চাহিদা অনুযায়ী ৱালপেপেৰ নিৰ্মাণ কৰি গ্ৰাহকৰ ওচৰলৈ পঠিয়াব পাৰে ।

ৱালপেপ ৰ ব্যৱশয় হৈছে এনে এক ব্যৱসায় যিটো যিটো ঘৰৰ খা শয্যাৰ লগত জড়িত। বহুত ঘৰৰ মুৰব্বী এ ৱালপেপেৰ ব্যৱহাৰ কৰে কিয়নো ই কম মূল্যত পোৱা যায়। 

 নিজৰ প্ৰতিভাৰ প্ৰয়োগ 

ৱালপেপাৰ ব্যৱসায় এটা উপযুক্ত  ব্যৱসায় । কিয়নো ইয়াত আপুনি ডিজাইনাৰ হোৱাৰ দৰকাৰ নহয় কাৰণ তাৰ বাবে আপুনি এই কামত পাকৈত মানুহ ৰাখিব পাৰে।আপুনি মাত্ৰ গ্ৰাহক ক আকৰ্ষণ কৰিব লাগে। ঘৰত থাকি কাম কৰিব বিচৰা অভিভাবকৰ বাবে ই এক উপয্যক্ট কাম । আপুনি যদি নিজৰ ছবি আৰু চপা কৰা প্ৰতিভা অধিক বিস্তাৰ কৰিব বিচাৰে ই আপোনাৰ বাবে উপযুক্ত ব্যৱসায়। 

 কম খৰচীয়া মূলধন 

আপুনি এই ব্যৱসায় আৰম্ভ কৰিব হলে অধিক মূলধনৰ দৰকাৰ নাই।ইয়াত আপুনি আপোনাৰ কোম্পিটাৰ প্ৰতিভা তথা অতি কম সামগ্ৰী ৰ দ্বাৰা আপোনাৰ ৱালপেপেৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে । ইয়াৰ লগতে ব্যাসায়িক কাৰ্ড প্ৰত্যুষ্ট কৰি আপুনি যিমান পাৰে গ্ৰহাকক সেই কাৰ্ড প্ৰদান কৰিব পাৰে । এনেদৰে কৰিলে আপোনাৰ ব্যবসায়ত সহায় হব ।

আপোনাৰ ব্যৱসায় প্ৰচাৰ কৰা 

যদিহে আপোনাৰ টেলিভিচন মাধ্যমেৰে প্ৰচাৰ কৰাৰ বাবে পৰ্য্যাপ্ত ধন নাই এপ বা ৱেৱচাইটৰ দ্বাৰা ব্যৱসায় চলোৱাৰ উপৰিও আপুনি ফেচবুক, ইন্চটাগ্ৰাম আদিত বিভিন্ন ধৰনৰ বিজ্ঞাপন দি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ কৰাৰ লগতে বিভিন্ন ধৰনৰ  অফাৰ দি গ্ৰাহকক আকৰ্ষন কৰিব পাৰে। তাৰোপৰি গ্ৰাহকৰ পৰা প্ৰতিক্ৰিয়া বিচাৰি সেইবোৰত শুধৰনি আনি আপোনাৰ ব্যৱসায়ত অধিক মুনাফা পাব পাৰিব। ৰাস্তাঘাটে বেনাৰ আদি লগাই গ্ৰাহকক ব্যৱসায়ৰ বিষয়ে অৱগত কৰোৱাতোও প্ৰয়োজন যাতে গ্ৰাহকে ইচ্ছা অনুযায়ী আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে।

তেনেহলে আপুনি আপোনাৰ বন্ধুবৰ্গ তথা পৰিয়ালৰ জৰিয়তে ব্যৱসায়িক কাৰ্ড বিতৰণ কৰিবা পাৰে। আপুনি বিদ্যালয় , মহাবিদ্যালয় আদিত পোষ্টাৰ লগাই প্ৰচাৰ কৰিব পাৰে। লগতে এনেকুৱা বন্ধু যোনে ঘৰ নিৰ্মাণ কৰা কামত জড়িত তাৰ জৰিয়তেও প্ৰচাৰ কৰিব পাৰে।

ব্যৱসায়ৰ বৃদ্ধি কৰা 

কেৱল মাত্ৰ আপোন ৰ ব্যৱসায় আৰম্ভ কৰিলে নহব আপুনি যিমান পাৰে ইয়াক বৃদ্ধি কৰিব লাগিব । নিশ্চয় আপুনি অকলে আপোনাৰ ব্যৱসায় আগুৱাই নিব নোৱাৰে গতিকে আপুনি কৰ্মচাৰী লব লাগিব যিয়ে ব্যৱসায়ৰ অৰ্থনৈতিক বিকাশ সাধন কৰে । ইয়াৰ লগতে ঘৰ সা শায্য কৰা মানুহৰ লগত সম্পৰ্ক ৰাখি ব্যৱসায় কৰিব পাৰি। ৱালপেপেৰ ব্যৱসায় ঘৰৰ পৰা তথা দোকানৰ নিৰ্মাণ কৰি দুই ধৰণে কৰিব পাৰি। 

আপুনি এজন এই কায্যৰ লগত জড়িত বিশেষজ্ঞ ৰ লগত নিয়োজিত হয় ইয়াৰ লগত জড়িত বিভিন্ন কাৰ্য কলাপ যেনে ৰং মিহলি কৰা তথা ৰং মিলোৱা আদি কাম শিকিব লাগে । 

ভাৰতত যিকোনো ব্যৱসায় আৰম্ভ কৰিবলৈ চৰকাৰৰ অনুমতি আৰু অনুজ্ঞাপত্ৰৰ প্ৰয়োজন। সেইবাবে আপুনি এজন ব্যৱসায়ী হিচাবে চৰকাৰৰ অনুমতিৰ লগতে সকলো ধৰণৰ অনুজ্ঞাপত্ৰ আৰু জিএছটি পজ্ঞীয়ন কৰাটো বাধ্যতামূলক। লগতে ব্যৱসায় আৰম্ভ কৰাৰ আগতে কি কি দৰকাৰী কাগজ লাগে তাক নিশ্চিত কৰা । 

আপুনি উচ্চ মানৰ লেজাৰ , স্প্ৰে , লগতে মূল্যবান ৱালপেপেৰ সামগ্ৰী আদি সংযোগ কৰিব পাৰে। 

আপোনাৰ ব্যৱসায়ৰ নাম নিশ্চিত কৰাৰ লগে লগে ব্যৱসায়িক কাৰ্ড বনাই লব। নিজৰ অঞ্চলৰ ঘৰ নিৰ্মাণ কৰা মানুহৰ লগত যোগাযোগ কৰা। লগতে আপোনাৰ অঞ্চলৰ বাতৰি কাকত, ৰেডিও , টিভি আদিৰ জৰিয়তে ব্যৱসায়ৰ প্ৰচাৰ কৰা। ইয়াৰ লগতে চুম্বকীয় চিহ্ন আপোনাৰ গাড়ীত সংযোগ কৰা তেনে কৰিলে সম্ভাৱনীয়া গ্ৰাহক আপোনাৰ সংযোগ কৰিব পাৰিব । 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।