written by | October 11, 2021

ইলেকট্ৰিকেল ব্যৱসায়

×

Table of Content

ইলেক্ট্রিকেল ব্যৱসায় 

বৰ্তমান সময় হৈছে এনে এক সময় যত ইলেকত্ৰিচিযান ৰ চাহিদা অতি বেছি । যদি  আপোনাৰ বেলেগৰ  তলত কাম কৰি কৰি বিৰক্তি লাগিছে আৰু আপুনি নিজৰ ব্যৱসায় কৰিব বিচাৰে তেনেহলে এইটো উপয্যক্ট সময় । আপুনি এলেক্ট্রিকেল ব্যৱসায় আৰম্ভ কৰি নিজে নিজৰ বশ হব পাৰিব । সাধাৰণ কৰ্মচাৰী আহে আৰু গৈ  থাকে কিন্তু  ইলেকত্ৰিচিযান এজন অধিক সময় লৈ প্ৰয়োইজন ত থকা দেখা যায় ।  ইউ কে ত ইলেকত্ৰিচিযানৰ চাহিদা অতি বেছি । তাত পর্যায়প্ত পৰিমানৰ ইলেকত্ৰিচিযান নোহোৱা বাবে যথেষ্ট পৰিমাণৰ পোষ্ট থাকি আছে । ঠিক তেনেদৰে অষ্ট্ৰেলিয়াত ও চাকৰিৰ বৃদ্ধিৰ লগতে  ইলেকত্ৰিচিযানৰ চাহিদা ও যথেস্ত পৰিমানে বৃদ্ধি পাইছে । যিহেত গোলকীয় ক্ষেত্ৰত ইলেকত্ৰিচিযানৰ প্ৰয়োইজন হৈছে গতিকে এননে সময়ত আপুনি যদি  ইলেক্ট্রিকেল ব্যয়সায় আৰম্ভ কৰাৰ উনায্যক্ট সময় । 

ইলেক্ট্রিকেল ব্যৱসায়  আৰম্ভ কৰিবলৈ হলে আপুনাৰ প্ৰথম পৰ্যায় হল উপয্যক্ট শিক্ষা গ্ৰহণ কৰা । আপুনি এজন  ইলেকত্ৰিচিযান হিছপে যিমান অ ভাল নহওক কিয় যদিহে আপোনাৰ পৰিজনীয়া কাগজ পত্ৰ নাই তেনেহিলে আপোনাৰ ব্যৱসায়ত বাহুতো সমস্যা আহিব পাৰে। এইটো হৈছে এনেকুৱা এটা ব্যৱসায়ৰ ক্ষেত্ৰ যত আপুনি বহুতো সবাহধান মূলক কামৰ লগত জড়িত হব লাগা হয় ।গতিকে এনেকুৱা ক্ষেত্ৰত  আপুনি কেৱল মাত্ৰ বেলেগৰে নহয় আপোনাৰ নিজৰ ও জীৱন সংকটত পথাব পাৰে । গতিকে উনায্যক্ট শিক্ষা তথা প্ৰশিক্ষণ লোৱা তো অতি গুৰুত্বপূৰ্ণ । আনুষ্ঠানিক ভাৱে শিক্ষা গ্ৰহণ কৰিলে ই আপোনাৰ ইলেক্ট্রিকেল ব্যৱসায় আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব । আপোনাৰ তাত আনুষ্ঠানিক নথি পত্ৰ নহলে বহুত মানুহে আপোনাক শংকা বোধ কৰিব যিটো আপোনাৰ ইলেক্ট্রিকেল ব্যৱসায়ৰ বাবে হানিকাৰ ক হব ।  গতিকে দৰকাৰী শিক্ষা গ্ৰহণ কৰক । 

ইয়াৰ পিছত লব লগা অন্যতম পদক্ষেপ হল পৰিজনীয়া মূলধন যোগাৰ কৰা । আপুনি এজন স্বনিৰ্ভৰশীল ইলেকত্ৰিচিযান হিচাপে বিভিন্ন ঠাইলৈ যাবলৈ আপোনাক বাহন লগতে পয্যাপ্ত যন্ত্ৰ পাতি আদিৰ দৰকাৰ হব । গতিকে আপুনি মূলধনৰ ব্যৱস্থা কৰিব লাগিব। এনে ব্যৱসায়ত অধিক বেছি পৰিমানে পইচাৰ দৰকাৰ নহয়। আপুনি কম পইচাৰ পৰা এই ব্যৱসায় আৰম্ভ কৰিব পাৰে । লাগতীয়া পইচা আপুনি নিজৰ জমা পুঁজি তথা বেংকৰ পৰা ঋণ লৈ ও  আপোনাৰ ইলেক্ট্রিকেল ব্যৱসায়ত প্ৰয়োগ কৰিব পাৰে । 

আপুনি এটা সঠিক পৰিকাপ্লনা নকৰাকৈ নিজৰ ব্যৱসায় আৰম্ভ কৰা কথা তো ভবা উচিত নহয় । এটা উপয্যক্ট পৰিকল্পনা কৰি  লে আপুনি সঠিক দিশে নিজৰ ব্যৱসায় আগুৱাই নিব পাৰিব। সৰু ডাঙৰ লক্ষ্য কিছুমান ৰাখি সেইবোৰ লক্ষ্যত উপস্থাপন হবলৈ চেষ্টা কৰিব লাগে । আৰু এনেডৰে পৰিকাপ্লনা কৰি আগুৱাই গলে সফল হোৱাৰ পৰিমাণ অতি বেছি । 

ইলেক্ট্রিকেল ব্যৱসায়ৰ আৰম্ভ কৰিবলৈ হলে বিশেষ কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগে । তাৰ ভিতৰত অন্য তম কিছুমান হল যেনে , ঋণ গ্ৰহণ কৰা । যদি হে আপুনি সভাগ্যবান নহয় যে আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ মূলধন নাই তেনেহলে আপুনি বেংকৰ পৰা ঋণ লোৱাটো অতি প্ৰয়োইজন । বেংকত এনেকুৱা বহুতো আঁচনি আছে যত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ বহুতো ধৰনৰ ঋণ দিয়া হয় । আৰু লগতে ব্যৱসায়িক বিশেষজ্ঞ সকলৰ পৰা পৰামৰ্শ লব পাৰে ।  আপুনি বেংকত গৈ ঋণ লোৱাৰ আগতে নিজৰ ইলেক্ট্রিকেল ব্যৱসায়ক লৈ পর্যায়প্ত পৰিকপ্লনা কৰি  দেখুৱা তো অতি গুৰুত্বপূৰ্ণ। ভাল পৰিকাপ্লনা নহলে আপোনাক ঋণ দিবলৈ বেংকে কুণ্ঠাবোধ কৰিব পাৰে । 

ইয়াৰ পিছত আপুনি উপয্যক্ট স্থানত আপোণৰ পইচা প্ৰয়াগ কৰাটো অতি গুৰুত্বপূৰ্ণ । উধাৰণস্বৰূপে দৰকাৰী যন্ত্ৰ পাতি সংগ্ৰহ কৰা। যদিহে আপোনাৰ আগৰ পৰা যন্ত্ৰ পাতি নাই তেনেহলে আপুনি উপয্যক্ট যন্ত্ৰ কিনা দৰকাৰ ।যন্ত্ৰপাতি কিনাৰ ক্ষেত্ৰত আপুনি বিশেষ কথা যেনে যন্ত্ৰৰ মানদণ্ড উন্নত হব লাগে যাতে অধিক দিনলৈ আপুনি ইয়াক ব্যৱহাৰ  কৰিব পাৰে । কম দামত পালে যন্ত্ৰ কিনা ত গুৰুত্ব নিদি তাৰ দক্ষতাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া উচিত । কাৰণ কম দামী যন্ত্ৰপাতি সহজে বেয়া হব পাৰে । 

আন এক গুৰুত্বপূৰ্ণ কথা হল যে আপুনি  দৰাকী আনুষ্ঠানিক যিবোৰ দিশ থাকে ব্যৱসায়ৰ সাইবোৰ সম্পূৰ্ণ ভাবে পূৰণ কৰিব লাগে । যেনে চৰকাৰক পর্যায়প্ত শুল্ক প্ৰদান কৰা । আপুনি কিছু পইচা বচাবলৈ চৰকাৰৰ ৰোষত নপৰা অ ভাল ।  আপুনি নিশ্চয় ইলেক্ট্রিকেল ব্যৱসায়ৰ আৰম্ভনিতে আৰক্ষীৰ লাগত অপৰাধত লিপ্ত হব নিবিচাৰে , গতিকে আৰম্ভণিৰ পৰাই আপুনি এক সঠিক পথেৰে আপোনাৰ ব্যৱসায় আগুৱাই নিব লাগে যাতে পিচলে কোনো ধৰণৰ সমস্যা সন্মুখীন হব লগা নহয় । 

আপোনাৰ ব্যৱসায়ত প্ৰতিযোগিতা থকাটো এক অতি সাধাৰণ কথা । গতিকে আপোনি অন্য ব্যৱসায়ী সকলৰ কোনটো দুৰ্বলতা আৰু কোনটো সাবলতা তাক বিচাৰ কৰি নিজৰ ইলেক্ট্রিকেল ব্যৱসায়ৰ আৰম্ভণি কৰাটো উচিত । আপুনি ভাল  পোৱা কামটো আগুৱাই নিবলৈ হলে এইবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়া তো অতি দৰকাৰ ।

আপুনি আপোনাৰ ইলেক্ট্রিকেল ব্যৱসায় ত আপোনাৰ শুল্ক কিমান হব তাক শুনিশিত কৰিব লাগে । আপুনি আপোনাৰ ব্যৱসায়ৰ দাম এনে দৰে ঠিক কৰিব লাগে যাতে আপোনাৰ ও লোকচান নহয় আৰু লগতে অন্য মানুহে আপোনাক নিযৌক্তি কৰিব কুণ্ঠাবোধ নকৰে ।

ইয়াৰ লগতে আপুনি এটা স্থান নিৰ্ধাৰণ কৰিব লাগে যাতে তাৰ পৰা আপুনি আপোনাৰ ইলেক্ট্রিকেল ব্যৱসায়ৰ বাবে সহজে মানুহ তথা অন্য কোম্পানীৰ লগত সাহযে সংযোগ কৰিব পাৰে । 

ইয়াৰ উপৰিও এক উপহজক্ট ৱেবছাইদে বনাই তাক প্ৰচাৰ কৰাটো অতি দৰকাৰী । এনেডৰে কৰিলে অন্য প্ৰতিষ্ঠানে সহজে আপোনাৰ লগত সংযোগ কৰিব পাৰিব। বৰ্তমান সময়ত সকলোৱে ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহে যদিও পৰ্যাপ্ত পৰিমাণৰ জ্ঞান নোহোৱাৰ বাবে সমস্যাৰ সন্মুখীন হব লাগিয়া হৈ। ব্যৱসায় কৰাৰ আগতে আপুনি এই বিষয়ে ভালদৰে জ্ঞান আহৰণ কৰি ব্যৱসায় কৰাৰ দিশে আগবাঢ়িলে অধিক সুফল পাব । আপোনাৰ ব্যৱসায় অধিক সফল ভাবে আগুৱাই নিবলৈ এক সক্ষম ব্যৱসায়িক পৰিকাপ্লনাৰ অতি দৰকাৰ।  ব্যৱসায়িক পৰিকল্পনা কৰি ব্যৱসায়ী এক স্পষ্ট দিশত আগবাঢ়িব পাৰে । আৰু আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ পাছত এনেদৰে কৰা পৰিকাপ্লনাৰ ফলত ব্যৱসায়ী নিজৰ লক্ষ ৰ পৰা বিৰত নহওঁ আৰু সঠিক ভাবে নিজৰ লক্ষ্যৰ দিশত আগবাঢ়িব পাৰে। বএক উপয্যক্ট ব্যৱসায়িক পৰিকাপ্লনা কৰিলে হব লাগিয়া ভুলৰ পৰিমাণ ও কম থাকে যিহতো আপোনাৰ ওচৰত এক সফল পৰিকল্পনা থাকে ।

গতিকে এইবোৰ দিশৰ ওপাৰত গুৰুত্ব দিলে নিশ্চয় আপুনি ইলেক্ট্রিকেল ব্যৱসায়ত লাভাম্বিত হব ।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।