written by | October 11, 2021

মূৰ্গীৰ ফাৰ্মৰ ব্যৱসায়

×

Table of Content

মুৰ্গী ফাৰ্মৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

মুৰ্গী ফাৰ্মৰ ব্যৱসায় আৰম্ভ কৰিবলৈ হলে আপুনি প্ৰথমে ইয়াৰ প্ৰতি তো দিশৰ ওপৰত গুৰুত্ব দিব লাগিব।উদাহৰণস্বৰূপে মুৰ্গী ফাৰ্মৰ বাবে প্ৰয়জনীয়া সামগ্ৰী বোৰ  যেনে দৰকাৰী খা সাৰঞ্জাম আদি যোগাৰ কৰা আৰু লগতে মুৰ্গী কেনেদৰে শুকালমে  ডাঙৰ দীঘল কৰিব পাৰি তাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিয়া আদি। যিহেতু মুৰ্গী ফাৰ্মৰ ক্ষেত্ৰ খনত আপোনাৰ প্ৰতিযোগিতা অধিক আছে সেই বাবে আপুনি আৰম্ভণিতে প্ৰতিটো খোজ ভালদাৰে দিব লাগিব তেনে কৰিলে হে আপুনি আপোনাৰ প্ৰতিযোগী সকল ৰ লগত সমাপক্ষ হব পাৰিব আৰু নিজৰ ব্যৱসায় ভালদৰে আগুৱাই নিব পাৰিব । যিহেতু বৰ্তমান সময়ত মুৰ্গী ৰ চাহিদাৰ পৰিমাণ অতি বেছি হয় গৈছে গতিকে এইটো ক্ষেত্ৰত লাভাম্বিত হোৱাৰ পৰিমাণ ও অধিক পৰিমানে দেখিবলৈ পোৱা যায়। যদিহে আপুনি ভালদৰে গুৰুত্ব দি আপোনাৰ মুৰ্গী ফাৰ্মৰ ব্যৱসায় আৰম্ভ কৰে তেনেহোলি টান প্ৰতিযোগিতা থাকিলেও ইয়াৰ পৰা আপোনাৰ লাভৰ পৰিমাণ হোৱাটো নিশ্চিত ,কাৰণ বৰ্তমান সময়ত দিনে দিনে ইয়াৰ চাহিদা ৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ জৰীয়তে আপুনি কম সময়ৰ ভিতৰতে আপুনি খৰচ কৰা মূলধন কম সময়ৰ ভিতৰতে পাবলৈ সক্ষম হব । 

মুৰ্গীৰ ফাৰ্ম খুলিব লৈ হলে অপূনি প্ৰথমে কোনটো ক্ষেত্ৰত আপোনাৰ ব্যৱসায় কৰিব বিচাৰে তাৰ কথা নিশ্চিত কৰিব লাগিব , যিহেতু মুৰ্গী ফাৰ্মৰ ক্ষেত্ৰ খন ডাঙৰ । উদাহৰণ স্বৰূপে আপুনি মাংস বেচিব পাৰে অথবা মুৰ্গীৰ কণী ও বিক্ৰী কৰিব পাৰে। গতিকে আপুনি এই মুৰ্গী ফাৰ্ম ব্যৱসায় আৰম্ভ কৰাৰ আগতে কোনটো ক্ষেত্ৰৰ দিশত আপোনাৰ ব্যৱসায় কৰিব বিচাৰে তাক আৰম্ভ কৰাৰ আগতে নিশ্চিত কৰিব লাগে । আপুনি যদি কণী ব্যৱসায় কৰিব বিচাৰে তেনেহলে সেই অনুযায়ী আপোনাৰ ফাৰ্ম গঢ় দিব লাগিব আৰু মাংস বেকৰী কৰিব বিচাৰিলে তনেনেধৰণে আপোনাৰ ফাৰ্ম গঢ় দিব পাৰে ইয়াৰ লগতে অন্য ক্ষেত্ৰ সমূহত ও আপুনি আপোনাৰ ব্যৱসায় কৰিব পাৰে। আপুনি বিচাৰিলে একলগে দুখন নাইবা তিনিখন খণ্ডত ও আপোনাৰ মুৰ্গী ব্যৱসায় আৰম্ভ কৰিব পাৰে । সেই বাবে আপনি ব্যৱসায় আৰম্ভ কৰাৰ আগিতে কোনটো মুৰ্গী ফাৰ্মৰ ক্ষেত্ৰত আপুনি আপোনাৰ ব্যৱসায় আগুৱাই নিব বিচাৰে তাক নিশ্চিত কৰাটো অতি প্ৰয়োইজন ।

দ্বিতীয়তে আপুনি আপোনাৰ মুৰ্গী ফাৰ্ম শুলিবলৈ হলে কেনেধৰণৰ চৰাই ৰাখিব বিচাৰে তাৰ সিদ্ধান্ত ও নিশ্চিত কৰিব লাগে । ইয়াৰ লগত্য কিমান পৰিমানে ৰে আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰে সেইটো এটা লাগতীয়া ল কথা । সাধাৰণতে ফাৰ্ম বোৰত অধিক পৰিমানে দেখিবলৈ পোৱা যায় কাৰণ তেতিয়া লাভৰ হাৰ ও আধিক পৰিমানে হয়। কিন্তু আপুনি আপোনাৰ মূলধন অনুযায়ী এই ব্যৱসায় অতি কম ৰে আৰম্ভ কৰিব পাৰে।  আৰু আপোনাৰ ব্যৱসায় অগ্ৰসৰ হোৱাৰ লগে লগে আপুনি চৰাইৰ পৰিমাণ বঢ়াই গৈ থাকিব পাৰে । এই ফাৰ্ম মূলতঃ মাংস তথা কণী বেকৰী কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হয়। 

ইয়াৰ লগতে আন এক গুৰুত্বপূৰ্ণ কথা হল যে আপুনি ফাৰ্ম আৰম্ভ কৰাৰ আগততে এক উপয্যক্ট চিহ্ন আপোনাৰ ফাৰ্মৰ বাবে চিনাক্ত কৰিব কৰিব লাগে ।আপুনি ব্ভিন্ন ধৰণৰ চিহ্ন বোৰ ব্ভিন্ন ফাৰ্ম বোৰত দেখিবলৈ পায় । এনেদৰে আপুনি ও আপোনাৰ ফাৰ্মৰ বাবে এক উপয্যক্টে চিহ্ন চিনাক্ত কৰিব লাগে যাতে অধিক বেক্রেতা আপোনাৰ ফাৰ্ম ৰ প্ৰতি আকৰ্ষিত হয় । চিহ্ন চিনাক্ত কৰাৰ  লগে লগে এটা উপযযোক্ত বস্তু হল ৱেবছাইট । আপুনি বৰ্তমান সময়ত আপোনাৰ ব্যৱসায় আগুৱাই নিব হলে এক আকৰ্ষিত ৱেবছাইদ অতি প্ৰয়োইজন । এনে ধৰণে আপুনি আপোনাৰ ফাৰ্মখন অধিক মানুহৰ কাসত পঠিয়াব পাৰিব আৰু আপোনাৰ ব্যৱসায়ত অধিক লাভ হোৱাৰ সমস্বভাৱনা থাকিব। 

আপোনাৰ ফাৰ্ম ব্যৱসায় ভালদৰে লাভাম্বিত হবলৈ হলে আপুনি ইয়াৰ সঠিক স্থান নিৰ্ধাৰণ কৰাটো অতি দৰকাৰী । আপুনি পাৰিলে আপোনাৰ ফাৰ্ম চাহৰ অঞ্চলৰ পৰা কিছু দূৰত ৰাখিব লাগে যাতে আপুনি অধিক মাটিত এই ফাৰ্ম কৰিব পাৰে আৰু লগতে কামকৰা মানুহৰ খৰচ ৰ পৰিমাণ ও।কম হয় । কাৰণ চহৰ অঞ্চলত কয় ইয়াৰ কাষৰ অঞ্চলত কৰ্মচাৰীৰ পইচা কম । কিন্তু আপুনি যদি অধিক দূৰত আপোনাৰ ফাৰ্ম ব্যৱসায় আৰম্ভ কৰে তেনেহলেও আপোনাৰ ভুল হব কাৰণ আপুনি সঘনে চাহৰ অঞ্চলত আপোনাৰ ব্যাসায় ৰ কামত আহি থাকিব লাগিব । গতিকে আপোনাৰ ফাৰ্ম ৰ অৱস্থান অতি গুৰুত্বপূৰ্ণ ।

ইয়াৰ উপৰিও আন এক গুৰুত্ব পূৰ্ণ কথা হল মূলধন সংগ্ৰহ কৰা । যিহেতু ফাৰ্ম আৰম্ভ কৰিবলৈ হলে অধিক পৰিমানে মূলধনৰ পৰিমাণ হয় কাৰণ আপুনি ইয়াৰ বাবে দৰকাৰী বহুতো সামগ্ৰী কিনিব লগা হয় যেনে লাইট, হিতাৰে, সদ্য সামগ্ৰী, ব্যভিন্ন ধৰণৰ মেডিচিন আদি কেনিবা লগা হয়। গতিকে যদি আপোনাৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ মূলধন নাই তেনেহলে আপুনি বেংকৰ পৰা ঋণ লৈ নাইবা অন্য মাধ্যমৰ মাজেৰে মূলধন সংগ্ৰহ কৰি এই ব্যৱসায় আৰম্ভ কৰিব পাৰে । 

ইয়াৰ লগতে আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ আগত্য আপোনাৰ ব্যৱসায়ক লৈ যি ভবিশ্বত পৰিকল্পনা তাই কথা আপোনাৰ বন্ধু তথা কাষৰীয়া মানুহৰ লগত আলোচনা কৰিব লাগে তেনে কৰিলে আপুনি নিজৰ ব্যৱসায়ৰ প্ৰসাৰ সাহযে কৰিবলৈ সক্ষম হব ।কাৰণ আপুনি কেতিয়াবা এনে ধৰণৰ মানুহ লগ পাব পাৰে যি হয়তো আপোনাৰ গ্ৰাহক ও হৈ যাব পাৰে। ইয়াৰ লগত তে আপুনি বিভিন্ন ধৰণৰ ফাৰ্মে বোৰ পৰিদৰ্শন কৰিব লাগে আৰু ভাল সম্পৰ্ক সৃষ্টি কৰাৰ শ্ৰেষ্ঠা কৰিব লাগে। তেনে ভাল সম্পৰ্ক বনাই ৰাখিলে আপোনাৰ ব্যৱসায়ত নিশ্চয় সহায় হব । 

ইয়াৰ উপৰিও আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে দৰকাৰী বাণীজ্যিক কাৰ্ড বনাই লোৱা পাৰে , তেনে কৰি অপূনি নিজৰ ব্যৱসায়ত  অগ্ৰগতি কৰিব পাৰে। ব্যৱসায় ৰ কাৰ্ড প্ৰস্তুত কৰি আপুনি এনে দৰকাৰী মানুহ লগ পালে আপোনাৰ কাৰ্ড দিব পাৰে যাৰ দ্বাৰা আপোনাক সংযোগ কৰিবলৈ সহজ হৈ পৰিব আৰু ই আপোনাৰ ব্যৱসায়ত বাৰুকৈ এ  লাভাম্বিত কৰিব। 

আপুনি আপোনাৰ মুৰ্গী ফাৰ্মৰ বাবে বেশেষজ্ঞ ও নিয়োজিত কৰি অধিক লাবাম্ভি ত হব পাৰিব ।যিহেতু এইটো এটা এনেকুৱা ব্যৱসায় যত কেৱল মাত্ৰ সাধাৰণ কৰ্মচাৰীয়ে সকলো কাৰ্য কৰিব নোৱাৰে। যিহেতু। এনে ধৰণৰ ব্যৱসায়ত ব্যভিন্ন ধৰণৰ প্ৰজ্যোক্তি ব্যৱহাৰ কৰা হয় গতিকে সময় সাপেক্ষে এনে ব্যক্তিৰ দ্বাৰা নিৰীক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ যাৰ এইটো খণ্ডত অধিক জ্ঞান আছে । 

ইয়াৰ লগতে অতি দৰকাৰী কথা তো হল আপোনাৰ ব্যৱসায়ক লৈ উপয্যক্ত পৰিকপ্ল না , এনে পৰিকল্পনাঃ কৰি সেই পৰিকল্পনাঃ অনুযায়ী আগুৱাই যোৱাটো অতি প্ৰয়োইজন । 

এনেবোৰ কাঠৰ ওপৰত গুৰুত্ব দিলে আপোনাৰ ব্যৱসায় নিশ্চয় ভাল হব আৰু লাভাম্বিত হব

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।