written by | October 11, 2021

ড্ৰিলিংৰ ব্যৱসায়

×

Table of Content

ড্ৰিলিং ব্যৱসায় কেনেকৈ কৰিব 

যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে আপুনি গভীৰ আৰু সঠিক চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব। যিহেতু এই ব্যৱসায় ৰ পৰিধি বিশাল। এই ব্যৱসায় ত সফল হ’বৰ বাবে এটা বুলেট প্ৰুফ ব্যৱসায় ৰ পৰিকল্পনা লাগিব। 

*ফেচবুক

*টুইটাৰ

*গুগল

 *লিংকডিন

*পিনাৰেষ্ট 

*ইমেইল 

এই সেৱা ৰ উপৰিও মাটিৰ ড্ৰিলিং কৰা, ড্ৰিলিং কৰা বাহন, ভাড়াত লোৱা সামগ্ৰী আৰু প্ৰকল্প  পৰিচালনা সেৱা আগবঢ়াব পাৰে। 

আপোনাৰ নিজা ড্ৰিলিং ব্যৱসায় 

এই ব্যৱসায় ৰ পৰিধি বিশাল, সেয়ে মূলধনৰ প্ৰয়োজন। ব্যৱসায় ৰ পৰিকল্পনা নকৰিলে আপুনি ইয়াত অসফল হ’ব।  এই ব্যৱসায় ৰ পৰিকল্পনা কেনেকৈ কৰিব।  আপুনি নিজাকৈ বা দক্ষ আৰু অভিজ্ঞ পেছাদাৰীৰ সৈতে কৰিব পাৰে। ইয়াৰ বাবে গহীন অধ্যয়ন কৰাতো আৰু আপোনাৰ পৰিধি জনা উচিত। তদুপৰি এটা ব্যৱসায়িক ৱেবছাইট জৰুৰী। এই পৰিকল্পনাত  আপোনাৰ ব্যৱসায়ৰ বাবে মাৰ্কেটিং, ফাইনেন্সিয়েল, মেনেজমেন্ট, কাৰ্য ক্ৰমণিকা আৰু বহুতো সাঙোৰ খাই থাকে। এই ব্যৱসায় ৰ বাবে মূলধন ৰ উপৰিও এটা পৰিকল্পিত আৰু সঠিক প্লেন লাগিব। মাটি ড্ৰিলিং, ড্ৰিলিং কৰা বাহন, ভাড়া দিয়া সৰঞ্জাম ৰ উপৰিও উন্নত প্ৰগাম, লজিষ্টিকছ,টেকনিকেল ট্ৰেইনী, মানৱ সম্পদ, পৰিবেশ প্ৰগাম, স্বাস্থ্য সজাগতা প্ৰগাম, প্ৰতিষেধক ৰক্ষণাবেক্ষণ প্ৰগাম ও দিব পাৰে।

কি কি সেৱা আগবঢ়াব পাৰে 

 আপুনি  সৰঞ্জাম ভাড়াত দিব পাৰে তাৰ ভিতৰত ড্ৰিল কলাৰ, চিমেন্ট মিল, ড্ৰিল পাই ,জাংক, কেচিং ভঙা ছিঙা ,ব্লৌ আউট প্ৰিভেনটাৰছ, পাইপ আৰু অন্যান্য। এবাৰ আপোনাৰ সেৱা সমূহৰ বিষয়ে ঠিক কৰাৰ পাছত ব্যৱসায় ৰ বাবে ঠাই বাচনি কৰিব লাগিব। সকলো চৰকাৰী এজেন্সীত আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে সঠিক  ঠাই বিচাৰিব পাৰে। এনেকুৱা ঠাই বাচনি কৰিব যাতে ঠাইডোখৰ গ্ৰাহকৰ বাবে সহজলভ্য হয়। লাইসেন্সৰ বাবে আবেদন জনাওক । লাগতিয়াল সামগ্ৰী ক্ৰয় কৰক। কৰ্মচাৰী নিয়োগ কৰক। এটা নিজৰ ৱেবছাইট বনাওক যাতে আপোনাক সহজতে বিচাৰি ব পাৰি। ব্যৱসায় টো আগবঢ়াবৰ বাবে ফ্লায়াৰছ, বিজ্ঞাপন আৰু ব্যৱসায়িক কাৰ্ড ছপাওক। 

মুখে মুখে প্ৰচাৰ কৰাৰ চেষ্টা ও চলাওক। আপোনাৰ সেৱা বোৰ নিৰ্ধাৰণ কৰা মাচুল বোৰ লিপিবদ্ধ কৰিবলৈও নাপাহৰিব।  যেতিয়া সকলো সাজু হৈ উঠিব তেতিয়া আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। 

কুঁৱা  ড্ৰিলিং ব্যৱসায়

এই ব্যৱসায়ত অভিজ্ঞতাৰ বাহিৰে আন একো বেলেগ পন্হা নাই। এই ব্যৱসায় ত মালিকবোৰে কেতিয়াও নিজৰ গ্ৰাহকৰ সেৱা, প্ৰশিক্ষণ আৰু শিক্ষা ৰ ওপৰত বিবেচনা নকৰে। 

সাতটা সূত্ৰ কুঁৱা  ড্ৰিলিং ব্যৱসায়ৰ বাবে 

১)সম্পূৰ্ণ কাগজ পত্ৰ প্ৰমাণ

 কুৱা ড্ৰিলিং ৰ বাবে ৰাজ্য, স্হানীয় অনুমতি পত্ৰ আৰু লাইসেন্স আৱশ্যক। ৰাজ্য চৰকাৰৰ দ্বাৰা কুৱা খান্দোতে কিছু মান নীতি নিৰ্দেশনা দিয়া হৈছে। ইয়াত কুৱা খন্দা, মেৰামতি কৰা আৰু আধাতে কাম এৰি থৈ অহা সকলোখিনি দিশ উল্লেখ কৰা আছে। স্হানীয় অনুমতি পত্ৰত ঠাইডোখৰ,  নিদিষ্ট ভৌগোলিক এলেকাৰ বিষয়ে উল্লেখ থাকে। এই নীতি নিয়ম পালন নকৰিলে আপুনি আপোনাৰ ব্যৱসায়ৰ লাইসেন্স হেৰুৱাব পাৰে। 

২) বজাৰৰ প্ৰতি  নজৰ ৰাখিব 

স্মাৰ্ট ব্যৱসায়ীয়ে সদায়েই আশে পাশে  লক্ষ্য ৰাখে যাতে নিজৰ কাম সিদ্ধি কৰিব পাৰি। ইয়াত  বছেৰেকীয়া মেৰামতিৰ খবৰ ৰখা, নতুন সেৱা আগবঢ়োৱা বা অন্যান্য দিব পাৰে। 

৩) সঠিক গ্ৰাহক সেৱা 

পানী ড্ৰিলিং ব্যৱসায় মাত্ৰ এটা প্ৰজন্মৰ বাবে নহয় বৰঞ্চ প্ৰজন্মৰ পাছত প্ৰজন্মৰ বাবে। সেয়ে এনে দীৰ্ঘ ব্যৱসায় ৰ বাবে গ্ৰাহক সেৱা উৎকৃষ্ট মানৰ হব লাগিব। সময়ে সময়ে গ্ৰাহক ক আপাদকালীন পৰিস্থিতিত পৰামৰ্শ আগবঢ়াব লাগে। 

৪) প্ৰভাৱশীল কথোপকথন 

এজন সফল ব্যৱসায়ী এজন ভাল বক্তাও হোৱা উচিত। তেওঁ এজন ভাল শ্ৰোতা ও হব লাগিব। তদুপৰি গ্ৰাহকৰ লগত কথা পাতোতে ইতিবাচক বা নেতিবাচক দিশ সমূহ বিচাৰ কৰিব পৰা হব লাগিব। 

তেওঁ এজন ইতিবাচক, বিশ্বাসী, সহায় কৰিব পৰা বিধৰ, ভাল ব্যক্তিত্ব ৰ হব লাগিব ।

৫) বিশ্বাসযোগ্য 

আপোনাৰ ব্যৱসায়ৰ ৱেবছাইটটোত আপুনি আপোনাৰ ব্যৱসায়ৰ যিকোনো ইতিবাচক কথাবোৰ সঠিক ভাৱে  উল্লেখ কৰিব। তাত আপুনি আপোনাৰ সেৱা সমূহৰ বিষয়ে, টেকনিকেল বিশেষজ্ঞৰ পৰামৰ্শ ৰাখিব।  যিয়ে আপোনাৰ গ্ৰাহক ৰ ওপৰত এটা ভাল প্ৰভাৱ পেলাব। নতুন গ্ৰাহক লাভ কৰিবৰ বাবে  ছচিয়েল মিডিয়া প্ৰচাৰৰ বাবে  এটা কম  খৰচৰ মাধ্যমৰ । তদুপৰি আপোনাৰ উৎপাদিত সামগ্ৰী আৰু সেৱা বোৰো এটা ভাল মাৰ্কেটিং সাধন। 

৬) প্ৰশিক্ষণ আৰু শিক্ষা 

গল্ড’ছ ৱাটাৰ টেকনলজি (Gould’s water technology) ফেক্টৰী স্কুল এ মাজে মাজে প্ৰশিক্ষণ আৰু শেহতীয়া টেকনলজি ৰ বিষয়ে ছেমিনাৰ অনুষ্ঠিত কৰে। য’ত সিহঁতে জৰুৰী আৰু আৱশ্যক তথ্য প্ৰকাশ কৰে। 

৭) পেছাদাৰ জড়িত থকাৰ সুযোগ সন্ধান কৰক 

গল্ড প্ৰফেচনেল ডিলাৰছ এচ’চিয়েছনৰ ( GOULD’S PROFESSIONAL DEALER’S ASSOCIATION )এনে এক সংস্হা যি পেছাদাৰী পাম্প ইনষ্টল ৰ বোৰক ব্যৱসায় আগবঢ়াব ৰ বাবে প্ৰশিক্ষণ, সহায় আৰু ইতিবাচক শিক্ষা দিয়ে। এনে এটা সংস্থাত অন্তভূক্ত হ’লে আপুনি আপোনাৰ পানী যোগান ধৰা ব্যৱসায় ত আগবাঢ়িব পাৰে।

ড্ৰিলিং ব্যৱসায়ীৰ ব্যয়ক তিনিটা ভাগত ভাগ কৰিব পাৰি:::

১/শ্ৰম বিসয়ক খৰচ (cost of labour)

2/ব্যৱসায়ৰ লগত জড়িত অনান্য খৰছ (other production expenses)

আন এক পদ্ধতিমতে উৎপাদন খৰচক দুই ভাগত ভগাব পাৰি,যথা:–

ক।প্ৰত্যক্ষ খৰছ।

খ।পৰোক্ষ খৰছ।

উৎপাদনৰ লগত প্ৰত্যক্ষ ভাবে জড়িত খৰছ, যেনছ -প্ৰত

যক্ষ কেঁচা সামগ্ৰীৰ খৰছ,প্ৰত্যক্ষ শ্ৰম খৎছ ইত্যাদি। পৰোক্ষ খৰচ সমূহ সাধাৰণতে স্থিৰ প্ৰকৃতিৰ।এনে খৰচ নিৰ্দ্দিষ্ট জব বা প্ৰক্ৰিয়াৎ লগত নিশ্চিত ভাবে চিনাক্ত কৰিব নোৱাৰি।যেনে — কাৰখানা প্ৰকল্পৰ খৰচ ,কাৰ্যালয় আৰু প্ৰশাসনিক খৰচ,বিক্ৰী আৰু বন্টন সংক্ৰান্ত খৰচ ইত্যাদি।

ব্যয়ক আমি তলত উল্লছখ কৰা ধৰণে শ্ৰেণীবিন্যাস (classification) কৰি পাৰো।

 ক।প্ৰধান ব্যয় (prime cost)

খ।প্ৰকল্প ব্যয়(Factory cost)

গ।উৎপাদনৰ ব্যয়(Cost of production)

ঘ।বিক্ৰী ব্যয়(Cost of Sales)

ঙ।বিক্ৰী দৰ (Selling price)

**নতুন উদ্যোগীৰ স্ব নিয়োজনৰ বাবে বিভিন্ন চৰকাৰী আঁচনি সমূহ**   

ক।শিক্ষিত নিবনুৱা আত্মনিয়োগ আচনি।

খ।প্ৰধানমন্ত্ৰী ৰোজগাৰ যোজনা।

গ।স্বৰ্ণজয়ন্তী চহৰী ৰোজগাৰ যোজনা।

ঘ।জৱাহৰ গ্ৰাম সামগ্ৰী যোজনা।

ঙ।মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনি।

চ।কল্পতৰু আচঁনি।

ছ।গ্ৰাম্য নিয়োগ সৃষ্টি আচঁনি।

জ।জীৱন জ্যোতি আচঁনি।

এই আচঁনি সমূহৰ পৰা লোৱা সুবিধা সমূহে ব্যৱসায় কৃতকাৰ্য্যতাত সহায় কৰে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।