written by | October 11, 2021

মটৰ চাইকেলৰ পাৰ্টচৰ

আপুনি মটৰ চাইকেলৰ লগত জড়িত ব্যৱসায় কৰিবলৈ হলে আপুনি উৎকৃষ্ট মানদণ্ডৰ কাম , সেৱা আৰু মূল্যৰ জৰিয়তে নিজৰ গ্ৰাহক ক সন্তুষ্ট কৰিব পাৰিব লাগিব ।  এই ব্যৱসায় আৰম্ভ কৰিব লৈ যেতিয়া আপুনি সিদ্ধান্ত লয় তাৰ আগতে আপোনাৰ  হব লাগিয়া প্ৰতিযোগিতাৰ বিষয়ে অৱগত হোৱাটো অতি গুৰুত্বপূৰ্ণ ।  আপুনি বিভিন্ন সৰু সিধান্ত যেনে আপুনি পুৰণা সামগ্ৰী ব্যৱহাৰ কৰিব বিচাৰে  নে আপোনি নতুন সামগ্ৰী ব্যবসায়ত ব্যৱহাৰ কৰিব তাক নিশ্চিত কৰাৰ লগতে ভিন্ন ডাঙৰ সিদ্ধান্ত যেনে আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৰ চলাচল কৰিবলৈ মুলধনৰ নিয়ন্ত্ৰণ আদি বহুতো সৰু বৰ সিধান্ত লবৰ বাবে সম্পূৰ্ণ ভাবে  তৈয়াৰ হব লাগিব । 

আপুনি ইয়াৰ প্ৰয়োজনীয়তা বিচাৰ কৰিব লাগিব  । আপোনাৰ অঞ্চলত মটৰ চাইকেল ৰ ব্যৱসায়ৰ প্ৰয়োজনীয়তা কিমান আছে তাক চলি জাৰি চাই যদি ইয়াৰ  চাহিদা কম তেনে হলে আপুনি এনে অঞ্চল আপোনাৰ ব্যৱসায়ৰ বাবে চিনাক্ত কৰা উচিত যত ইয়াৰ চাহিদা বেছি । আপোনাৰ সম্ভৱতঃ প্ৰতিযোগী সকলৰ  পৰ্যাপ্ত কথা যেনে বস্তুৰ দাম , স্থান আদি ভালদৰে বিচাৰ কৰি লব লাগে । 

ইয়াৰ লগতে আপুনি আপোনাৰ লাগতিয়াল সামগ্ৰী যোগান দিব পৰাকৈ বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান ৰ লগত সংযোগ কৰা । পাৰিলে আপোনি প্ৰত্যক্ষ ভাবে সামগ্ৰী বনুৱা উদ্যোগ বোৰৰ পৰা ব্যৱসায়িক সামগ্ৰী গ্ৰহণ কৰিলে আপোনাৰ পইচাৰ ও ৰেহাই হব । আপুনি নতুন পুৰণি যি সামগ্ৰী ব্যবসায়ত ব্যৱহাৰ নকৰক কিয়, অপূনি এনে প্ৰতিষ্ঠান বোৰৰ লগত ভাল সম্পৰ্ক বজায় ৰখা তো দদৰকাৰ যাতে প্ৰয়োজন অনুযায়ী সামগ্ৰী পাবলৈ অসুবিধা নহয় । 

আগতীয়াকৈ পৰিকল্পনাঃ কৰি আপুনি কিবা এটা কাৰ্য কৰাৰ আগতে ভাবলদৰে বিচাৰ কৰি লব পাৰে। এনেদৰে কৰিলে আপোনাৰ অৰ্থনৈতিক লোকচানৰ পৰিমাণ ও কম হব। যদিহে আপুনি অন্য কাম কৰি আছে তেনেহোলে নিশ্চয় কিছু সময় লোৱা উচিত। এক সফল ব্যৱসায় কৰিবলৈ হলে মূলধনৰ উপৰিও আন লাগতিয়াল বস্তু হল উপয্যক্ট স্থান আৰু ইয়াৰ নিৰ্মাণ । 

আপোনাৰ মটৰ চাইকেল ৰ সামগ্ৰীৰ ব্যৱসায় আৰম্ভ কৰিবলৈ হলে বহুতো নথি পত্ৰ ৰ আৱশ্যক । লাগীতিয়লা ভাবে চৰকাৰী কৰ্মচাৰী ৰ লাগত সংযোগ কৰি নামকৰণ কৰাৰ লগতে অন্য লাগতিয়াল কাগজ পাতি তৈয়াৰ কৰি লব লাগে। 

আপুনি গাড়ীৰ কোনটো সামগ্ৰীৰ প্ৰয়োজন অধিক বেছি তাক নিশ্চিত কৰিব লাগে । যিটো বস্তুৰ চাহিদা তথা প্ৰয়োজন বেছি হোৱা দেখা যায় তেনে সামগ্ৰী অধিক পৰিমানে ৰাখিব লাগে ।ইয়াৰ লগতে কোনটো সাময়্ত কোনটো সামগ্ৰীৰ প্ৰয়োজন বেছি হয় তাক জানা তো উচিত। ইয়াৰ লগতে দৰকাৰ হোৱা সামগ্ৰী গ্ৰহকৰ প্ৰয়োজন অনুযায়ী কাৰ লগত সংযোগ কৰি সেই সামগ্ৰী আপুনি যোগাৰ কৰিব পাৰে তাক জনা উচিত ।তেনে কৰি আপুনি দৰকাৰ হোৱা সামগ্ৰী কম সময়্ত এ যোগাৰ কৰিব পাৰিব । ইয়াৰ লগতে যিমান কম টকা খৰচ কৰি অপূজি ক্ৰয় কৰিব সিমানে আপোনাৰ ভাল।হব , কাৰণ তেতিয়া আপুনি গ্ৰাহকৰ পৰা ও এক উপয্যক্ট মূল্য গ্ৰহণ কৰিব পাৰিব। যিয়ে আপোনাৰ ব্যবসায়ত বাৰুকৈ সহায় কৰিব । 

কেৱল মাত্ৰ আপোন ৰ ব্যৱসায় আৰম্ভ কৰিলে নহব আপুনি যিমান পাৰে ইয়াক বৃদ্ধি কৰিব লাগিব । নিশ্চয় আপুনি অকলে আপোনাৰ ব্যৱসায় আগুৱাই নিব নোৱাৰে গতিকে আপুনি কৰ্মচাৰী লব লাগিব যিয়ে ব্যৱসায়ৰ অৰ্থনৈতিক বিকাশ সাধন কৰে

আপোনাৰ ৰাজ্যিক নিয়ম অনুসৰি ব্যৱসায়িক নথি পত্ৰ সংগ্ৰহ কৰা । ইয়াৰ উপৰি ব্যৱসায় আৰম্ভ কৰাৰ আগতে কি কি দৰকাৰী কাগজ লাগে তাক নিশ্চিত কৰা ।

আপোনাৰ ব্যৱসায়ৰ নাম নিশ্চিত কৰাৰ লগে লগে ব্যৱসায়িক কাৰ্ড বনাই লব। এক উপয্যক্ট ভাবে কৰা প্ৰচাৰ আৰু বিজজ্ঞাপনৰ কাযই আপোনাৰ ব্যৱসায়ৰ মানদণ্ড নিৰ্ণয় কৰে ।এটা উপয্যক্ট ব্যৱসায়িক নাম আৰু চিহ্ন হোৱাটো স্বাভাৱিক যাতে গ্রহকে ইয়াৰ লগত জড়িত হব পাৰে ।আপোনাৰ ব্যৱসায়িক শ্ৰেণীৰ মানুহৰ প্ৰতি লক্ষ্য ৰাখি সেই অনুযায়ী ব্যৱসায়িক চিহ্ন চিনাক্ত কৰিব লাগে। যদিহে আপোনাৰ অনলাইন মাধ্যমেৰে প্ৰচাৰ কৰাৰ বাবে পৰ্য্যাপত্ৰ ধন নাই তেনেহলে আপুনি আপোনাৰ বন্ধুবৰ্গ তথা পৰিয়ালৰ জৰিয়তে ব্যৱসায়িক কাৰ্ড বিতৰণ কৰিবা পাৰে। আপুনি বিদ্যালয় , মহাবিদ্যালয় আদিত পোষ্টাৰ লগাই প্ৰচাৰ কৰিব পাৰে। কেৱল মাত্ৰ আপোন ৰ ব্যৱসায় আৰম্ভ কৰিলে নহব আপুনি যিমান পাৰে ইয়াক বৃদ্ধি কৰিব লাগিব । নিশ্চয় আপুনি অকলে আপোনাৰ ব্যৱসায় আগুৱাই নিব নোৱাৰে গতিকে আপুনি কৰ্মচাৰী লব লাগিব যিয়ে ব্যৱসায়ৰ অৰ্থনৈতিক বিকাশ সাধন কৰে ।

ইয়াৰ লগতে আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ আগত্য আপোনাৰ ব্যৱসায়ক লৈ যি ভবিশ্বত পৰিকল্পনা তাই কথা আপোনাৰ বন্ধু তথা কাষৰীয়া মানুহৰ লগত আলোচনা কৰিব লাগে তেনে কৰিলে আপুনি নিজৰ ব্যৱসায়ৰ প্ৰসাৰ সাহযে কৰিবলৈ সক্ষম হব ।কাৰণ আপুনি কেতিয়াবা এনে ধৰণৰ মানুহ লগ পাব পাৰে যি হয়তো আপোনাৰ গ্ৰাহক ও হৈ যাব পাৰে।

ইয়াৰ উপৰিও আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে দৰকাৰী বাণীজ্যিক কাৰ্ড বনাই লোৱা পাৰে , তেনে কৰি অপূনি নিজৰ ব্যৱসায়ত  অগ্ৰগতি কৰিব পাৰে। ব্যৱসায় ৰ কাৰ্ড প্ৰস্তুত কৰি আপুনি এনে দৰকাৰী মানুহ লগ পালে আপোনাৰ কাৰ্ড দিব পাৰে যাৰ দ্বাৰা আপোনাক সংযোগ কৰিবলৈ সহজ হৈ পৰিব আৰু ই আপোনাৰ ব্যৱসায়ত বাৰুকৈ  লাভাম্বিত কৰিব। 

ব্যৱসায়ৰ আৰম্ভ কৰিবলৈ হলে বিশেষ কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগে । তাৰ ভিতৰত অন্য তম কিছুমান হল যেনে , ঋণ গ্ৰহণ কৰা । যদি হে আপুনি সভাগ্যবান নহয় যে আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ মূলধন নাই তেনেহলে আপুনি বেংকৰ পৰা ঋণ লোৱাটো অতি প্ৰয়োইজন । বেংকত এনেকুৱা বহুতো আঁচনি আছে যত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ বহুতো ধৰনৰ ঋণ দিয়া হয় । আৰু লগতে ব্যৱসায়িক বিশেষজ্ঞ সকলৰ পৰা পৰামৰ্শ লব পাৰে ।  আপুনি বেংকত গৈ ঋণ লোৱাৰ আগতে নিজৰ  ব্যৱসায়ক লৈ পর্যায়প্ত পৰিকপ্লনা কৰি  দেখুৱা তো অতি গুৰুত্বপূৰ্ণ। ভাল পৰিকাপ্লনা নহলে আপোনাক ঋণ দিবলৈ বেংকে কুণ্ঠাবোধ কৰিব পাৰে । 

ইয়াৰ পিছত আপুনি উপয্যক্ট স্থানত আপোণৰ পইচা প্ৰয়াগ কৰাটো অতি গুৰুত্বপূৰ্ণ । উধাৰণস্বৰূপে দৰকাৰী যন্ত্ৰ পাতি সংগ্ৰহ কৰা। যদিহে আপোনাৰ আগৰ পৰা যন্ত্ৰ পাতি নাই তেনেহলে আপুনি উপয্যক্ট যন্ত্ৰ কিনা দৰকাৰ ।যন্ত্ৰপাতি কিনাৰ ক্ষেত্ৰত আপুনি বিশেষ কথা যেনে যন্ত্ৰৰ মানদণ্ড উন্নত হব লাগে যাতে অধিক দিনলৈ আপুনি ইয়াক ব্যৱহাৰ  কৰিব পাৰে । কম দামত পালে যন্ত্ৰ কিনা ত গুৰুত্ব নিদি তাৰ দক্ষতাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া উচিত । কাৰণ কম দামী যন্ত্ৰপাতি সহজে বেয়া হব পাৰে । 

আন এক গুৰুত্বপূৰ্ণ কথা হল যে আপুনি  দৰাকী আনুষ্ঠানিক যিবোৰ দিশ থাকে ব্যৱসায়ৰ সাইবোৰ সম্পূৰ্ণ ভাবে পূৰণ কৰিব লাগে । যেনে চৰকাৰক পর্যায়প্ত শুল্ক প্ৰদান কৰা । আপুনি কিছু পইচা বচাবলৈ চৰকাৰৰ ৰোষত নপৰা অ ভাল ।  আপুনি যিমান পাৰে আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে। বিজ্ঞাপন আদিৰ প্ৰয়োগ কৰিব লাগে । আপুনি ব্যৱসায় আৰম্ভ কৰাৰ আগতে প্ৰয়োজন হোৱা মূলধন যোগাৰ কৰিব লাগে । 

ইয়াৰ লগতে দৰকাৰী লাইচেঞ্চ আৰু ইঞ্চুৰেঞ্চ আদিৰ ব্যৱস্থা কৰা । ইন্সুৰ কৰি আপুনি ব্যৱসায়ত হব লাগিয়া সম্ভাৱনীয়া দুৰ্যোগৰ পৰা নিজৰ ব্যৱসায় ৰক্ষা কৰিব পাৰিব । 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।