written by | October 11, 2021

সুৰক্ষা ব্যৱস্থাৰ ব্যৱসায়

×

Table of Content

ব্যৱসায়ত বৈদ্যুত্যি সুৰক্ষা পদ্ধতিৰ  প্ৰয়োজনীয়তা

বৈদ্যুতিক সুৰক্ষা পদ্বতিৰ পিছত ব্যৱসায় ক্ষেত্ৰত বহুতো লাভবান হোৱা পৰিলক্ষিত হৈছে । ব্যৱসায় ক্ষেত্ৰত লাখ লাখ তকা লাভবান হোৱা পৰিলক্ষিত হৈছে। বৈদ্বুতিক সুৰক্ষা ব্যৱহাৰ কৰি ব্যৱসায়ত কম খৰছতে নিজৰ লাগতিয়াল সামগ্ৰী যেনে ধন, সোন আৰু লাগতিয়াল আচবাব আদিৰ সুৰক্ষা প্ৰদান কৰিব পৰা যায় । কৰ্মক্ষেত্ৰত চি চি কেমেৰা সংযোগ কৰি অধিক সুৰক্ষিত পৰিবেশ সৃষ্টি কৰিব পাৰি । কেমেৰা সংযোগ কৰি চোৰৰ সম্ভাবনা কমাই লগতে অনিচ্ছিত ঘটনাৰ প্ৰমাণ পোৱা যায় । ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত বৈদ্বুতিক সুৰক্ষা পদ্ধতিৰ দ্বাৰা এলাৰ্ম ব্যৱষ্ঠা কৰি অন্নিচ্ছিত ঘটনাৰ পৰা আগতিয়াকৈ কৰ্মচাৰিৰ সুৰক্ষা নিচ্ছিত কৰিব পৰা যায় । যাৰ ফল স্বৰূপে কৰ্মচাৰি সংকোচ নোহোৱাকৈ কৰ্ম কৰিব পাৰে ।

ইয়াৰ লগতে চি চি কেমেৰা সংযোগ কৰি এজন ব্যৱসায়ী দূৰলৈ ভ্ৰমন কৰিব পাৰে যিহেতু বৰ্তমান সময়ত মোবাইল তথা লেপতপৰ লগত সংযোগ কৰি নিজৰ ব্যৱসায়ৰ সুৰক্ষা নিচ্ছিত কৰিব পৰা যায়। পইচাৰ সঠিক মূল্য পোৱা যায় বৈদ্যুতিক সুৰক্ষা পদ্ধতিৰ দ্বাৰা যিহেতু এবাৰ এই ব্যৱষ্ঠা সংযোগ কৰি অধিক দিনলৈ ই ব্যৱসায়ৰ সুৰক্ষা দিয়ে। বৈদ্যুতিক সুৰক্ষাৰ দ্বাৰা ব্যৱসায়ৰ পৰিমান বৃদ্ধি কৰি অধিক সফলতা পাব পৰা যায়। বৰ্তমান সময়ত বৈদ্যুতিক সুৰক্ষা এনে এক ব্যৱষ্ঠা যাৰ দ্বাৰা ব্যৱসায়ত সুৰক্ষাৰ লগতে বানিজ্যিক বিকাশ সাধন কৰিব পৰা যায় । সেয়ে বৈদদ্যুতিক সুৰক্ষা ব্যৱসায়ত অতি প্ৰয়োজন ।

বৈদ্যুতিক সুৰক্ষা ব্যৱস্থাই ব্যৱসায়ৰ মূল্যবান সামগ্ৰীৰ সুৰক্ষা প্ৰদান কৰাৰ লগতে , এক সুৰক্ষিত পৰিবেশ ৰ সৃষ্টি কৰে । এই সুৰক্ষা পদ্ধতি সৃষ্টি হোৱাৰ পিছৰ পৰাই ই লাখ লাখ টকা ৰ ৰেহাই কৰিছে।বৰ্তমান সময়ত চি চি টিভি কেমেৰা মণিতৰ এক অন্যতম তথা স্বাভাৱিক সুৰক্ষা ব্যৱস্থা যেতো সকলো ক্ষেত্ৰতে দেখিবলৈ পোৱা যায়। মূলতঃ বৰ্তমান সময়ত২৫ মিলীয়নৰ ও বেছি চি চি টিভি সমগ্ৰ বিশ্বতে বিয়পি পৰা দেখা গৈছে। বেশেষজ্ঞৰ মতে সাধাৰণতে চি চি টিভি সংযোগ কৰি ৬৭% পৰ্যন্ত হব লগীয়া বিপদৰ পৰা নিজৰ ব্যৱসায় ৰক্ষা কৰাতো নিশ্চিত কৰিব পৰা যায় ।

বৈদ্যুতিক সুৰক্ষা ব্যৱস্থাই আপোনাক বাহ্যিক তথা আভ্যন্তৰীণ দুটা ফালৰ পৰাই সুৰক্ষা প্ৰদান কৰে। এনে ধৰণৰ সুৰক্ষা প্ৰদান কৰিলে বিভিন্ন ধৰণৰ চোৰ, ডকাইতি কৰা মানুহ আপোনাৰ ব্যৱসায়ৰ পৰা দূৰত থাকিব আৰু তেনেকুৱা ধৰণৰ কাৰ্য কৰিবলৈ চেষ্টা নকৰিব। এইটো কাৰণত এ আজিকালি বহুতো ব্যৱসায় প্ৰতীস্থান আদিত বহুতো কেমেৰা সংযোগ কৰা দেখিবলৈ পোৱা যায়।

বৈদ্যুতিক সুৰক্ষা ব্যৱস্থাই আপোনাৰ সুৰক্ষা জনীত খৰছৰ পৰিমাণ ও কমাই দিয়ে , যিহেতু এনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলে এজন ব্যক্তিএ ব্যৱসায় প্ৰতিষ্ঠান তো বাৰে বাৰে পদক্ষিণ কৰাকৈ সুৰক্ষা প্ৰদান কৰা মানুহ ৰখাতৰ কোনো প্ৰয়োইজন নহয় সেইটো কাৰণত ই সময়ৰ লগত পইচাৰ পৰিমাণ ও ৰেহাই কৰে। ইয়াৰ উপৰিও বৰ্তমান সময়ত অতি কম দামত আপুনি বজাৰত চি চি কেমেৰা কিনিবলৈ পাব। যেহেতু আধুনিক কেমেৰাই অতি স্পষ্ট আৰু উন্যত মানৰ ছবি প্ৰদান কৰে আৰু লগতে এনে ধৰণৰ কেমেৰা ৰাতিৰ আন্ধাৰ পৰিবেশত ও আপোনাক মনিতৰত সুন্দৰ দৃশ্য পৰেলক্ষণ  কৰায়। গতিকে অতি কম খৰচতে আপুনি এনে সুৰক্ষা নিশ্চিত কৰিব পাৰে।

ইয়াৰ লগতে আপুনি দুৰ্ঘটনা প্ৰৱন অঞ্চল ত সুৰক্ষিত কেমেৰা সংযোগ কৰি সেই স্থান ৰ ঘটনা প্ৰৱণতা ৰ পৰিমাণ কমাব পাৰে। উদাহৰণ স্বৰূপে এনে স্থান যত অগ্নি কাণ্ড সংঘটিত হব পাৰে তেনে ক্ষেত্ৰত এই সুৰক্ষিত কেমেৰা সংযোগ কৰি আগতীয়াকৈ এনে দুৰ্ঘটনাৰ সমাধান কৰিব পৰা যায়।

ইয়াৰ উপৰিও এনে ধৰণৰ কেমেৰা সংযোগ কৰি আপুনি প্ৰসানিক ক্ষেত্ৰত ও সহায় কৰিব পাৰে । উদাহৰণ স্বৰূপে দুৰ্ঘটনাট লিপ্ত থকা মানুহৰ ভিদিও আৰক্ষী বিষয়া ক প্ৰদান কৰি তেনে মানুহক উচিত শাস্তি প্ৰদান কৰাব পৰা যায়। 

বৈদ্যুতিক সুৰক্ষা ৰ জৰিয়তে আপুনি আপোনাৰ ঘৰৰ লগতে ব্যৱসায়িক পৰিবেশ ৰ  সুৰক্ষা নিশ্চিত কৰিব পাৰে কিয়নো এনে ধৰণৰ সুৰক্ষা ব্যৱস্থা মূলতঃ অপৰাধ মূলক কাম বোৰ ৰোধ কৰিবৰ বাবেই সৃষ্টি কৰা হৈছে, আমি জানো যে বর্তমান সময়ত অপৰাধ জনীত কাম আৰু লগতে অপৰাধীৰ পৰিমাণ অধিক পৰিমানে বৃদ্ধি পাইছে আৰু তেনে সময়ত এনে ধৰণৰ বৈদ্যুতিক সুৰক্ষা ব্যৱস্থাই বিশেষ ভূমিকা গ্ৰহণ কৰে। 

ব্যভিন্ন ধৰণৰ বৈদ্যুতিক সুৰাক্ষা ব্যৱস্থা বৰ্তমান সময়ত দেখিবলৈ পোৱা যায়, যাৰ ভিতৰত চি চি টিভি কেমেৰা ব্যাপক হাৰত ব্যৱহাৰ কৰা হয়, ইয়াৰ জৰিয়তে আপুনি ঘৰত থাকিয়ে নিজৰ ফোন ৰ লগত কেমেৰা সংযোগ কৰি কৰ্মচাৰীৰ ওপৰত চকু ৰাখিব পাৰে , আৰু অন্যতম এক বৈদ্যুতিক সুৰক্ষা ব্যৱস্থা হল এলৰ্ম ব্যৱস্থাৰ প্ৰয়োগ , যাৰ জৰিয়তে হঠাৎ হোৱা কোনো অঘটনৰ পৰা এলাৰ্ম ৰ স্বীট্চ  অন কৰি সকলো কৰ্মচাৰী ক বিপদৰ পৰা সজাগ কৰিব পৰা যায়। আৰু ইয়াৰ উপৰিও অন্য এক ব্যৱস্থা হল বিশেষ ধৰণৰ ধোঁৱাৰ প্ৰয়োগ কৰা যাৰ জৰিয়তে চোৰ, ডাকাইট আদিৰ আহিলেই এনে ধোঁৱাৰ দ্বাৰা নিজৰ আপুৰুগীয়া বস্তুৰ সংৰক্ষণ কৰিব পৰা যায়। এনে ধুৱাই অপৰাধীক মুর্শিতা কৰিব পাৰে যাৰ ফলত এনে  ধৰণৰ কাৰ্যৰ পৰা নিজৰ লগতে কৰ্মচাৰী ৰ জীৱন ৰক্ষা কৰিব পৰা যায় । গতিকে বৰ্তমান সময়ত এনে ধৰণৰ বহুতো বৈদ্যুতিক সুৰক্ষা ব্যৱস্থা প্ৰয়োগ কৰি নিজৰ ব্যৱসায়ৰ সুৰক্ষা প্ৰদান কৰিব পাৰি । যিহেতু বর্তমান সময়ত অপৰাধৰ পৰিমাণ অতি বেছি সেই বাবে এনে ধৰণৰ সুৰক্ষা ব্যৱস্থা আপোনাৰ ব্যৱসায়ত প্ৰয়োগ কৰাটো অতি প্ৰয়োজন। নিজৰ লগতে নিজৰ ঘৰৰ মানুহৰ আৰু পৰিয়ালৰ সুৰক্ষা নিশ্চত কৰিবলৈ আৰু লগতে নিজৰ কৰ্মচাৰী ৰ সুৰক্ষাপ্ৰদান কৰিব বাবে এনেধৰণৰ বৈদ্যুতিক সুৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰা অতি গুৰুত্বপূৰ্ণ। কাৰণ আধুনিকতাৰ লগে লগে অপৰাধী বোৰ ও আধুনিক ধৰণে চোৰ ডকাইত আদি কাম কৰিবলৈ আৰম্ভ কৰিছে । গতিকে এনে সময় ত  নিজৰ সুৰক্ষা নেচিত্ কৰিব হলে আধুনিক বৈদ্যুতিক সুৰক্ষা ব্যৱস্থা অৱলম্বন কৰাটো অতি প্ৰয়োইজন। তেনে কৰিলেহে আপুনি নিজৰ ব্যৱখায় ক অপৰাধ জনীত কামৰ পৰা বচাই ৰাখিব পাৰিব আৰু আপোনাৰ ব্যৱসায় বাণিজ্যত ও তাৰ পৰা লাভবান হব পাৰিব। এনেদৰে আধুনিক বৈদ্যুতিক সুৰক্ষা ব্যৱস্থা কৰি অলাগতিয়াল চিন্তা ৰ পৰা নিজকে দূৰত ৰাখিব পাৰিব আৰু সম্পূৰ্ণ ভাবে নিজৰ ব্যৱসায়ৰ ওপৰত মনোযোগ দিব পাৰিব

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।