written by | October 11, 2021

চাহৰ দোকানৰ ব্যৱসায়

×

Table of Content

চাহ দোকানৰ ব্যৱসায়

ভাৰতবৰ্ষৰ সকলো থাইতে চাহ ব্যাপক হাৰত গ্ৰহণ কৰা হয়। গতিকে চাহৰ ব্যৱসায় এনে এক ব্যৱসায় য’ত লোকচানৰ পৰিমাণ অতি ক’ম । চাহৰ দোকান খুলিবলৈ হ’লে প্ৰথমতে প্ৰয়োজন হ’ব মূলধনৰ । অন্য ব্যৱসায়ৰ তুলনাত অতি ক’ম মূলধনেৰে চাহৰ ব্যৱসায় আৰম্ভ কৰিব পাৰি। চাহৰ  দোকান খুলিবৰ বাবে প্ৰথমতে এক উপযুক্ত থাই চিনাক্ত কৰিব লাগে । আৰু ইয়াৰ লগতে নিজৰ অঞ্চলৰ জনপ্ৰিয় চাহৰ দোকানৰ পৰা চাহ সেবন কৰি তাৰ পৰা লাগতিয়াল শিক্ষা গ্ৰহণ কৰি নিজৰ কামত প্ৰয়োগ কৰিব লাগে। 

চাহ দোকানৰ  থাইতো এনেকুৱা হ’ব লাগে যাতে অঞ্চল তোত  জনসাধাৰণৰ পৰিমাণ বেছি থাকে । উদাহৰণ স্বৰূপে মহাবিদ্যালয় , চিকিৎসাকেন্দ্ৰ , আৰক্ষিথানা আদি । উপযুক্ত থাই চিনাক্তকৰণৰ পিছত চাহ বনোৱাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যেনে লাগতিয়াল বাচন আৰু কেছা সামগ্ৰী যেনে চাহ পাত , গাখীৰ আদি পাৰিলে প্ৰত্যক্ষ ভাবে বিক্ৰেতাৰ পৰা গ্ৰহন কৰিব লাগে যাতে মূলধনৰ ৰেহাই হয় । চাহৰ দোকান জনপ্ৰিয় কৰিবলৈ হ’লে উন্নত মানৰ সোৱাদৰ লগতে ভাল মাত কথা আৰু চাফ চিকুনতাৰ প্ৰয়োজন । বিভিন্ন আকৰ্ষণীয় সামগ্ৰী প্ৰয়োগ কৰি চাহ দোকানৰ  গঠন আৰ্কষনীয় কৰি অধিক গ্ৰাহক আকৰ্ষন কৰিবলৈ সক্ষম হ’ব পৰা যায় । চাহ দোকান আৰম্ভণি কৰিবলৈ হ’লে নূন্যতম ২০০০০–২৫০০০ টকাৰ প্ৰয়োজন হ’ব । এই ধনৰাশি থাই সাপেক্ষে ভিন্ন হ’ব পাৰে । এই ধন মূলত চাহ দোকানৰ ভাড়া , বিজুলিৰ শুল্ক আৰু প্ৰয়োজনীয় সামগ্ৰী যেনে বহিবলৈ আচবাব আৰু কেচা সামগ্ৰী কিনিবলৈ ব্যৱহাৰ কৰা হয়। চাহ দোকান হ’ল এনে এক ব্যৱসায় য’ত অতি ক’ম মূলধন প্ৰয়োগ কৰি অতি ক’ম দিনৰ ভিতৰতে লাভাম্বিত হ’ব পৰা যায়।  জিসকলে ব্যৱসায়ীয়ে কম মূলধন প্ৰয়োগ কৰি নিজৰ বেপাৰ আৰম্ভনি কৰিব বিচিৰে তেওঁলোকৰ বাবে চাহৰ দোকান এক উপযুক্ত ব্যৱসায়। 

চাহৰ দোকান হল এনে এক ব্যৱসায় যত আপুনি নিজৰ ইচ্ছা অনুযায়ী আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। আপোনাৰ মূলধন অনুযায়ী আপোনাৰ চাহৰ দোকান খন গঢ় দিব পাৰে । ইয়াৰ লগতে আপুনি আপোনাৰ চাহৰ দোকান খন আপোনাৰ প্ৰয়োইজন অনুযায়ী তাৰ আকৃতি আৰু পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰে। 

ভাৰতবৰ্ষ হল এনে এখন দেশ যত প্ৰতি তো সময় চাহ ৰ সময় , ভাৰতত ৰাতিপুৱআ চাহ নোখোৱা কৈ মানুহে নিজৰ দিনটো আৰম্ভ কৰিব সংকোচ বোধ কৰে। আমাৰ দেখ ত কফি ৰ তুলনাত অধিক পৰিমানে চাহ সেৱন কৰা হয়। একাপ কফিৰ পৰিবৰ্তে কমে ৩০ কাপ চাহ সেৱন কৰা হয় । ইয়াৰ পৰা গম পোৱা যায় যে ভাৰতত চাহৰ মূল্য কিমান ।

আমাৰ ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত চাহ সেৱন কৰাত প্ৰথম স্থান আৰু চাহ তৈয়াৰ কৰাৰ ক্ষেত্ৰত চিন ৰ পিছত অৰ্থাত দ্বিতীয় স্থানত আছে । ভাৰতৰ এজন প্ৰাপ্ত বয়স্ক মানুহে এদিনত ক্ৰমে ২–৩ কাপ চাহ আৰু কেতিয়াবা ৫–৬ কাপ চাহ সেৱন কৰা দেখিবলৈ পোৱা যায় । চাহৰ দোকান কেৱল মাত্ৰ মহানগৰী এ নহয় সৰু সৰু নগৰ অঞ্চলত ও গঢ় দি অধিক পৰিমানে লাভাম্বিত হব পৰা যায় । যিসকল মহিলাই নিজে আত্মনিৰ্ভৰশীল হব বিচাৰে তেনে লোকে চাহৰ দোকান দি অতি সহজে স্বাৱলম্বী হব পাৰে । কিন্তু চাহৰ দোকান দিবলৈ প্ৰয়োইজন হয় আধিক সময় লৈ কাৰ্য নির্ভাহ কৰিব পৰা ক্ষমতা আৰু লগততে গ্ৰাহকৰ লগত এক শুসুম্পর্ক গঢ় দিব পৰা ক্ষমতা । 

চাহৰ দোকান দি তাৰ পৰা লাভ হোৱাৰ পৰিমাণ অধিক অ বেছি কিয়নো চাহৰ কেঁচা সামগ্ৰী আধুক কম দামত সংগ্ৰহ কৰিব পৰা যায় আৰু অধিক পৰিমানে লাভ আহৰণ কৰিব পৰা যায়। চাহৰ দোকান দি লাভ হোৱাৰ আশা ১০০%   কৰিব পাৰি কিয়নো অতি কম মূলধনৰ পৰা এই ব্যৱসায় আৰম্ভ কৰিবা  পৰা যায়। চাহৰ দোকানত চাহৰ লগততে অন্য খোৱা সামগ্ৰী বিক্ৰী কৰি ও ধন লাভ কৰিব পৰা যায় ।  ইয়াৰ লগতে সাধাৰণ চাহৰ লগতে ,ব্ভিন্ন ধৰণৰ ফ্লেভাৰ থকা চাহ যেনে আদাৰ চাহ , মছলা চাহ আদিৰ জৰীযাতে অধিক পৰিমানে লাভাম্বিত হব পৰা যায় । 

বৰ্তমান সময়ত যিহেতু অনলাইন ব্যৱস্থা অত্যাধিক পৰিমানে প্ৰচলিত সেই বাবে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে যাতে মানুহে অনলাইন যোগে চাহ কেনিব পাৰে যাৰ জৰীয়তে ব্যৱসায়ত অধিক পৰিমানে লাভাম্বিত হব পৰা যায় ।  অনলাইন যোগগে আকৰ্ষণীয় ৱেবছাইদ সৃষ্টি কৰি অধিক গ্ৰাহক আকৰ্ষণ কৰিব পৰা যায় , ইয়াৰ লগততে ব্ভিন্ন ধৰণৰ ছোচিয়েল মেডিয়াত আপোনাৰ চাহৰ দোকানৰ প্ৰচাৰ কৰি অধিক মানুহ লগততে যুৱক যুৱতী সামূহক আকৰ্ষণ কৰিব পৰা যায়। ইয়াৰ উপৰিও আপোনাৰ চাহৰ দোকান খন এনে  ধৰণে গঢ় দিব পাৰে জাতে যুৱক যুৱতী সকল আপোনাৰ দোকানৰ প্ৰতি আকৰ্ষিত হয় , উআধাৰংস্বৰূপে বিভিন্ন ধৰণৰ কিতাপ তথা খেলা সামগ্ৰী ব্যৱস্থা কৰি লাগতে বহিব পৰা বেশেষ ব্যৱস্থা কৰিব পৰা যায় যাৰ জড়িয়ে অধিক লাভাম্বিত হব পৰা যায় ।

গতিকে চাহ দোকান শুলাৰ আগিতেএনে এক অৱস্থান চেনাক্ত কৰিব লাগে যত অধিক পৰিমাণে মানুহ আকৰ্ষণ কৰিব পাৰে। কোনোবা এটা ব্যবসায় আৰম্ভ কৰাৰ আগততে তাৰ অৱস্থান নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োইজন । সেইবাবে এনে স্থান চিনাক্ত কৰিব লাগিব যাতে অধিক পৰিমানে মানুহ আকৰ্ষণ কৰিব পাৰে । যিহেতু চাহৰ দোকান অতি কম খৰচতে দিব পাৰি সেইবাবে এনে ব্যৱসায়ত লাভৰ পৰিমাণ অধিক বেছি কাৰণ অন্য কোনো স্থানত বেশশ ভাবে পইছা খৰচ কৰিব লগা নাহয়।

দোকান খোলাৰ লগতে কিমান পইচা লাভাম্বিত হব পৰা যাব তাৰ ওপৰত ভালকৈ বিচাৰ বিবেচনা কৰি চাহৰ মূল্য নিৰ্ধাৰণ কৰিব লাগে যাতে , চাহৰ দাম অধিক নহয় আৰু গ্রহকে সাহজে গ্ৰহণ কৰিব পাৰে আৰু আপোনাৰ ও ব্যৱসায় ত লোকচান নহয়। গতিকে চাহৰ দোকানৰ ব্যৱসায় আৰম্ভ কৰিবলৈ হলে এনে কিছুমান কঠৰ ওপৰত গুৰুত্ব দিলে ব্যৱসায়ত নিশ্চয় লাভাম্বিত হব পাৰিব।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।