হস্ত শিল্প ব্যবসায়ৰ ৫০টা শীৰ্ষ দৰ্শণ।
হস্ত শিল্প ইংৰাজীত যাক হেন্দিক্সাৰ্ফত বোলা হয়,অসমত এই শিল্প বিধক কূটিৰ শিল্প কোৱা যায়। ঘৰতে বহি সুন্দৰ স্ৰষ্টি কৰা
বিধকে হস্ত শিল্প বুলি কোৱা যায়। আজিৰ সময়ত ইয়াৰ ডিমান্দ বহুত বেছি।
অসমৰ বিষেশকৈ গাওঁৰ প্ৰতিজন মানুহেই একো একো জন শিল্পী। কাৰন তেওলোকে নিজে নিজৰ লাগতিয়াল বস্তু সা সামগ্ৰী তৈয়াৰ কৰি লয়।যেনে নাঙল জুৱলী জোৰা, পাছি,খৰাহি, দলা ইত্যদি।মৰনা ফুৰাওতে ধান নাখাবৰ বাবে গৰুৰ মুখত বান্দ্বি দিয়া মোখোৰাটো আৰু ৰদৰ পৰা বাচিবলৈ মুৰত লোৱা জাপিটো প্ৰৰ্য্যন্ত ঘৰত বহি ঘৰৰ বাহ বেটেৰে সাজি লয়। ইও এক সুন্দৰ হস্ত শিল্প।
অসমত হস্ত শিল্প ব্যবসায়ৰ বাবে সা সামগ্ৰী অভাব নাই। গাওঁ’ত সকলো মানোহৰ ঘৰতে এখন বাহ বেতৰ বাৰি থাকে। সেই বাহ বেত হস্ত
শিল্প ব্যবসায়ৰ বাবে ব্যবহাৰ হয়। হস্ত শিল্প ব্যবসায় বিভিন্ন প্ৰকাৰ’ৰ
সামগ্ৰী দাৰা নিৰ্মাণ কৰিব পাৰি।
আজিকালি বাহ বেতৰ চাকি মেজ, চোফা পালেং ইত্যাদি মানুহে আগ্ৰহেৰে আদৰি লৈছে।অসম কুটিৰ শিল্পত তৈয়াৰ কৰা হোৱা বাহ -বেত , কাঠৰ ফাৰ্নিছাৰ দেশত সকলো মানুহে মৰমেৰে আদৰি লৈছে। অকল দেশত নহয় বিদেশি মানুহেও হস্ত শিল্প বস্থ পছন্দ কৰে।ইয়াৰ ফলত
আজি আন্তৰূাৰ্ছক্ৰিয় বজাৰত হস্ত শিল্প ব্যবসায়ৰ ডিমান্দৰ ব্ৰিদ্ধি হৈছে।
হস্ত শিল্প ব্যবসায়ৰ বহু ৰকমৰ সামগ্ৰী ৰে উৎপাদন কৰিব পাৰি । শিল্পিয়ে মাটিৰে বনোৱা পাত্ৰ যেনে: কলহ,চৰিয়া, ঘটি, টেকেলি,ঘট, মাটি চাকি ইত্যাদৰ পৰা হস্ত শিল্প ব্যবসায়
কৰিব পাৰে। ডেৱালীৰ সময়ত আমি সকলোৱে মাটিৰে বনোৱা চাকি বা অন্য সজোৱা বস্তু বিচাৰো।এই সময়ত হস্ত শিল্প ব্যবসায় ব্ৰিদ্ধি হয়। এইবোৰ সাজিবৰ বাবে শিল্পিয়ে এখন ঘুৰনীয়া শাল বনায় লয়।
অসমত কেচা অালতিয়া মাটিৰ অভাব নাই। সেই বাবে শিল্পি সকলে সুন্দৰ কৈ হস্ত শিল্প ব্যবসায়
চলায় যাব পাৰিছে।
ইয়াৰ উপৰিও আৰু এবিধ হস্ত শিল্পৰ ব্যবসায় আছে
নাম মৃন্ময় হস্ত শিল্প অৰ্থাৎ মাটিৰ শিল্প। এই হস্ত শিল্পত বিশেষকৈ মাটিৰ পাএ মাটিৰ চাকি, নানা বিধ পূতলা আদি তৈয়াৰ হয়। মাটি কলহত সুন্দৰ সুন্দৰ আকৃতি দিব পৰা যাই। পুতলাৰ ভিতৰত পৌৰানিক আকৃতিৰ ঘোৰা, হাতি, মৰা চৰাই, যুদ্ধৰ সৈনিক, নানান দেৱ দেৱীৰ ৰ্মুতি, দেৱ দেৱীৰ আসন
ইত্যাদি তৈয়াৰ কৰা হয়। এই পূতলা বোৰৰ চাহিদা অকল অসমতে নহয় দেশৰ বিভিন্ন প্ৰান্তটো ইয়াৰ চাহিদা খুব বেছি। অসমত বহুত
পৰিয়ালে এই হস্ত শিল্প ব্যবসায় কৰি অাৰ্থিক দিশত স্বাৱলমি হৱ পাৰিছে। মৃন্ময় হস্ত শিল্পৰ ভিতৰত আন এক উল্লেক্ষনীয় সামগ্ৰী হ’ল টেৰাকোতা শিল্প। অমমৰ গোৱালপাৰা জিলাত এই শিল্পৰ আদৰ আৰু এই হস্ত শিল্প ব্যবসায় বেছি চলে।
অসমৰ আতাইটকৈ জনপ্ৰিয় হস্ত শিল্প হল সুটাৰে বনোৱা কাপোৰ। এই হস্ত শিল্পত মূগা, পাট, এৰি, তছ ইত্যাদি সুটা ব্যৱহাৰ কৰা হয়। অসমৰ মুগা কাপোৰ গ্লোবেলী জনপ্ৰিয়। অসমত প্ৰাই কাপোৰ এই হস্ত শিল্পৰ উৎপাদন। আজিকালি অসমৰ বহু গৰাকি ডিজাইনাৰে মূগা, পাট
কাপোৰৰ ডিজাইন কৰি দেশ বাখি লৈ গৌৰৱ কঢ়িয়াই আনিছে। এই হস্ত শিল্পৰ ব্যবসায় দাৰা বহু তাট ব’ব জনা মানুহক চাকৰি দিব পাৰি আৰু আৰ্থিক লাভ কৰাত সহজ হয়।
অসমৰ বাহ বেতেৰে তৈয়াৰ কৰা অন্য এবিধ সামগ্ৰী হৈছে জাপি। অসমৰ বাহ আৰু টকৌ পাতেৰে বনোৱা জাপি ঘৰতে হস্ত শিল্পত তৈয়াৰ কৰা হয়। জাপি অসমৰ গৌৰবৰ প্ৰতিক।
ইয়াক বিভিন্ন কামৰ বাবে ব্যবহাৰ কৰা হয়।
আজিকালি বহুত হস্ত শিল্পীয়ে সুন্দৰ সুন্দৰ বাহৰ গিলাছ, কাপ প্লেত আৰু ফুল থোৱা টাব আদি তৈয়াৰ কৰিছে আৰু এই সামগ্ৰী বোৰ সকলো শ্ৰেনীৰ মানুহে আদৰ সাদৰেৰে গ্ৰহন কৰিছে।
এয়া হস্ত শিল্পৰ ব্যবসায়ৰ বাবে এতি সুখবৰ।
সময়ৰ লগে লগে এই শিল্প বোৰত নতুনত্ত্বৰ ৰং লাগিছে। তথাপিও অসমতে নহয় ইয়াৰ বাহিৰতো হস্ত শিল্পৰ বস্তুৰ দাবি বাঢ়িয়ে আছে।
আজিকালি অনলাইনৰ জৰিয়তে হস্ত শিল্পৰ ব্যবসায় কৰিব পৰা যাই। ইয়াৰ দাৰা অতি কম সময়ত কোণো দোকান নোহোৱা কৈও হস্ত শিল্পৰ ব্যবসায় কৰিব পাৰিব। ৰ্বতমান সময়ত চৰকাৰে হস্ত শিল্প ব্যবসায়ৰ বাবে বহু আচনি প্ৰদান কৰি আছে সেই হে চৰকাৰৰ সহায়ত এই
ব্যবসায় কৰিবলৈ সহজ হব।
- হস্ত শিল্পৰ ব্যবসায়ৰ বহুতো গুনাগুন আৰু দৰ্শন আছে।
- যেনে দেশ বিদেশৰ মানুহে ইয়াক পছন্দ কৰে।
- হস্ত শিল্পৰ ব্যবসায় কৰাৰ বহুতো লাভ আছে।
- হস্ত শিল্পৰ ব্যবসায়ৰ খৰছ আন ব্যবসায়ৰ তোলনাট কম।
- হস্ত শিল্পৰ ব্যবসায় কৰিব লৈ আপুনি লকেল হস্ত শিল্প সামগ্ৰী ব্যবহাৰ কৰিব পাৰিব।
- যিহেতু হস্ত শিল্পৰ ব্যবসায় কৰিব লৈ আপুনি লকেল সামগ্ৰী ব্যবহাৰ কৰিব সেই বাবে ইয়াৰ উৎপাদনৰ খৰছ অতি কম।
- হস্ত শিল্পৰ ব্যবসায় শ্ৰমিক কম লাগে সেই হে ইয়াৰ মেনেজমেন্ত অতি সহজ।
যিহেতো এতিয়া ভকেল ৰ্ফৰ লকেল প্ৰদাক্টৰ প্ৰতি মানুহৰ
আকৰ্শন ইয়ছে। সেই বাবে জিকোনো হস্ত শিল্পৰ ব্যবসায় কৰাটো এতিয়া উচিত সময়।
হস্ত শিল্পৰ ব্যবসায়ৰ দাৰা নিজৰ আৰু নিজৰ দেশৰ অৰ্থিক
স্তিথি ভাল কৰিব পাৰিব।
হস্ত শিল্প ব্যবসায় মহিলে, পূৰুষ অথবা যিকোনো শিল্প আৰ্কিতি কৰিব জনা মানুহে এই কাম কৰিব পাৰিব।সেইয়ে ইয়াৰ বাবে স্ৰমিক সহজ তে পোৱা যাই। এই ব্যবসায় দাৰা ভাৰতে বহু সুনাম কঢ়িয়াই আছে। ভাৰতৰ প্ৰায় হস্ত শিল্প বস্তু বিদেশৰ লৈ ব্যবসায়ৰ বাবে পথোৱা হয়।আমৰ দেশত ক্ৰিষি বিভাগৰ পিচেত হস্ত শিল্প ব্যবসায় দৃতিয় স্থানত। এই ব্যবসায় য়ে পক্ৰিতিক কাৰণে ধৰনৰ হানি নকৰে। সেই কাৰণে হস্ত শিল্প ব্যবসায় বা উদ্যপন জিকোনো ঠাইতে কৰিব পাৰি।হস্ত শিল্প ব্যবসায় শেত্ৰত ভাৰত আতাইতকৈ উৎক্ৰিত স্থানত অাছে। বিভিন্ন দেশে
জেনে আমেৰিকা, জাৰ্মনি , জাপান আমাৰ দেশত বনোৱা হস্তু শিল্প কাপোৰ, ফাৰ্ণিছাৰ, গহনা, বাচন বৰ্তন বা ঘৰ সজোৱা হস্তু শিল্প ইত্যাদি
হস্ত শিল্প ব্যবসায় কৰিবলৈ
কিনি নিয়ে। ইউৰপিয়ান দেশ বোৰত ভাৰতিয়া হস্তু _শিল্প_ কাঠৰ ফাৰ্ণিছাৰৰ দাবি সৰ্বাধিক।আমেৰিকাৰ দৰে দেশে ভাৰতিয়া হস্তু শিল্প
গহনা আৰু হস্তু শিল্প সাৰি, স্বল ইত্যাদি হস্ত শিল্প ব্যবসায়ৰ বাবে নিয়ে।
অামাৰ দেশত গাওঁ বা চহৰ সকলোতে বিভিন্ন ধৰনৰ শিল্পী ভৰি আছে।হস্ত শিল্প কাৰখানা বা ব্যবসায়ৰ দাৰা বহু এনেকোৱা শিল্পী বোৰক উপাৰ্জন কৰাৰ এটা সুযোগ দিব পাৰি।
সকলো মানুহকে দৈনিক জিবনত বহুটো হস্ত শিল্প সা-সামগ্ৰীৰ দৰকাৰ হয়।সেইয়ে আমি এনেকোৱা এটি সৰু সুৰা হস্ত শিল্প ব্যবসায় কৰি নিজৰ অৰ্থনিতি ভাল কৰিব পাৰে। হস্ত শিল্প প্ৰদাক্ট তৈয়াৰ কৰিব লৈ বিণিয়োগ বহু কম মাত্ৰাৰ্ত কৰিও ভাল লাভ পৰিমানত ধন লাভ কৰিব পাৰি। যিকোনো শিল্পীয়ে নিজৰ শিল্প গুণৰ দাৰা অাত্ম নিৰ্ভৰ হব পাৰে।বৰ্তমান
সময়ত চৰকাৰে
অাত্ম নিৰ্ভৰ আচনিৰ জৰিয়তে সকলো সৰু বা দাঙৰ ব্যবসায়ীক সহায়ৰ হাত অাগোয়াই দিছে।
অহা ৫ বছৰত হয়টো আমি হস্ত শিল্প ব্যবসায়ৰ বহু অৰ্গ্ৰ গতি দেখিব লৈ পাম।
বৰ্তমান সময়চোৱাত মহামাৰিয়ে আমাৰ দেশত অৰ্থনৈটিক সংকত কঢ়িয়ালে।দেশৰ আৰ্থিক অৱস্থা ভাল কৰিব লৈ আমাৰ প্ৰধান মনত্ৰি ডাঙৰিয়াই মেক ইন ইনদিয়া বস্তু কিনিব লৈ অনুৰোধ জনাইছে। সেই কাৰনে এতিয়া হস্ত শিল্প ব্যবসায় কৰিব লৈ অতি সুন্দৰ সময়। হস্ত শিল্প ব্যবসায় সহজ আৰু ভাল দৰে চলি থাকিবলৈ চৰকাৰে বহুত সাহাজ্যৰো হাত আগ বঢ়ায়ছে। এই সময়ত যি হেটো বাহিৰৰ ৰাজ্যত থকা বহু
পৰ্হী থকা লৰা ছোৱালী বা চাকৰিয়াল মানুহ বোৰ ওভতি আহিছে সেইয়ে চৰকাৰে দিয়া আচনি বোৰৰ দাৰা বহুটো এনেকোৱা শিল্প গুণ থকা মানুহ বোৰে হহস্ত শিল্প ব্যবসায় কৰি নিজৰ লগতে নিজৰ দেশ খনৰো সহায় কিৰিব পাৰিব।