written by | October 11, 2021

আঠাৰ ব্যৱসায়

×

Table of Content

৮.আঠাৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰি বিপণন কৰিব- সম্পূৰ্ণ নিৰ্দেশনাৱলী।

আঠাৰ সামগ্ৰীসমূহ অতি গুৰুত্বপূৰ্ণ । ভালদৰে বিভিন্ন ধৰণৰ সামগ্ৰী একেলগ কৰিবলৈ অতি কম মূল্যতে আৰু সহজলভ্য বস্তুৱেই হল আঠা। চিলাই কৰা,জোৰা দিয়া অথবা জ্বালাই কৰাৰ দৰে বিভিন্ন উপায়বোৰৰ উৰ্ধত আছে আঠাৰ কাম যিহেতু আনবোৰে অকল সীমিত পৰিসৰত কাম কৰে। আঠাৰ ব্যৱহাৰ বহু যুগ আগৰ যেতিয়া মানুহে প্ৰাকৃতিক উপাদানেৰে বিভিন্ন চিকাৰ কৰিবলৈ  সজুলি বনোৱা আৰু জোৰা লগোৱাত গুৰুত্ব দিছিল। ভগৱানক ধন্যবাদ যে তেতিয়াৰ পৰা এতিয়ালৈ আমি এক দীঘলীয়া যাত্ৰা অতিক্ৰম কৰি আহি পাইছো যত আঠা এতিয়া উদ্যোগত আৰু ঘৰুৱা কামত বান্ধনী আৰু মেৰামতি কৰা কামত ব্যৱহাৰ হয়।

শোধক্ষমতা, ওজন বহন কৰিব পৰা ক্ষমতা,বিক্ৰিয়াশীল আৰু ৰাসায়নিক উপাদানৰ ওপৰত নিৰ্ভৰ কৰি বজাৰত বিভিন্ন ধৰণৰ আঠা পোৱা যায়।

তাৰে কেইবিধমান আমি চাও আহক

গঠন-সম্বন্ধীয় আঠা

তুলনামূলকভাৱে শক্তিশালী যিটো কাচ-সঞ্চৰণ উত্তাপৰ তলত ব্যৱহাৰ কৰা হয় আৰু তাক স্থিৰ অৱস্থা আৰু গোট মাৰালৈ থৈ দিয়া হয়। অৰ্ধ সঞ্চৰিত অভিযান্ত্ৰিক কামত এয়া ব্যৱহাৰ কৰা হয় আৰু ডিজাইন ইঞ্জিনিয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবোৰ দাম ফলপ্ৰসু।

ৰাবাৰ চিমেণ্ট আৰু ইপোক্সী উত্তম উদাহৰণ।

চাপ-সংবেদনশীল আঠা

ৰবৰৰ দৰে গুণযুক্ত যিয়ে কম হেচাতে সহজে নিজৰ বেলেগ ৰূপ লব পাৰে আৰু সাধাৰণতে যত প্ৰজোগ কৰা হয় সেই  ওপৰৰ ভাগটো তিতাই পেলায়। লঘূ সামগ্ৰীৰ বাবে এইয়া দীৰ্ঘস্থায়ী বান্ধোন। ইয়াৰ কোনো গঠন সম্পৰ্কীয় গুণ নাই আৰু টেপ অথবা লেবেলঐ আধাৰত উপলদ্ধ।

স্প্ৰে আঠা

এইবিধ সংস্পৰ্শত অহা আঠা যি দ্ৰৱীভূত নহজ আৰু স্প্ৰেৰ আকাৰত উপলদ্ধ। স্প্ৰে কৰাৰ পিছত ইজাক বাষ্পীভূত হব দিব লাগে আৰু তেতিয়াহে দুটা বস্তু একেলগ কৰিব পাৰি। নিশ্চিত হব যে কোণবোৰ ভালদৰে খাপ খাইছে কাৰণ পিছত ইজাক ঠিক কৰিব নোৱাৰি।

পেপাৰ,ফেব্ৰিক অথবা ফোমৰ লগত এইবিধ আঠা ব্যৱহাৰ কৰিব পাৰি।

স্প্ৰে আঠাক ফটো লগাবলৈ অথবা ফেব্ৰিক বা ফোমৰে মডেল বনোৱাত ব্যৱহাৰ হয়। 

ফেব্ৰিক আঠা

এইবিধ আঠা সাধাৰণতে বগা জুলীয়া আঠাৰ দৰে।কম ওজনৰ পৰা আৰম্ভ কৰি বেছি ওজনৰ বস্তুলৈ জোৰা লগোৱাত এইবিধ আঠা ব্যৱহাৰ হয়। ধোৱা আৰু ড্ৰাই ক্লীন কৰাৰ বাবে এই আঠা নিৰাপদ কিন্তু লেবেল চাই লব। 

চায়েন’এক্ৰাইলেট আঠা

এইবিঅ আঠা খুব শক্তিশালী আৰু সোনকালে বান্ধ খায়। আঠা লগাউ লগা পৃষ্ঠ দুখন ভালদৰে  খাপ খাব লাগে। বিভিন্ন ধৰণৰ সান্দ্ৰতাত উপলদ্ধ এইবিধ আঠাই ফাক দূৰ কৰাত সহায় কৰে।

আঠাৰ ব্যৱসায়ত উপলদ্ধ এইকেইবিধ মান আঠা ইয়াত উল্লেখ কৰা হল। অতি গুৰুত্বপূৰ্ণ যদিও আঠাৰ ব্যৱসায় জনপ্ৰিয় নহয়। ঘৰৰ লগতে আমাৰ বহুতো কামত ব্যৱহাৰ হোৱা বস্তুত আঠাৰ ব্যৱহাৰ যথেষ্ট। অনলাইনত আঠাৰ ব্যৱসায় কৰাৰ আগতে গৱেষণা আৰু সীমাবদ্ধতাৰ বিষয়ে জনাটো দৰকাৰ। যিহেতু এইবিধ সামগ্ৰী ঘৰত বহুত বেছি পৰিমাণে ব্যৱহাৰ নহয়,গতিকে আঠাৰ ব্যৱসায় খাদ্য অথবা প্ৰসাধনৰ ব্যৱসায়ৰ দৰে বহুল নহব পাৰে।

আঠাৰ ব্যৱসায়ৰ অনলাইন কিদৰে  প্ৰচাৰ কৰিব চাও আহক

ই-মেইল মাৰ্কেটিং

সম্ভাৱ্য গ্ৰাহকক আপুনি নিজৰ সামগ্ৰীৰ বিশদ বিৱৰণ সহ ই-মেইলত পঠাই এডভাৰটাইজ কৰিব পাৰে। আপোনাৰ মেইলৰ প্ৰতি যাৰ আগ্ৰহ থাকে তেওলোকে নিশ্চয় যোগাযোগ কৰিব আৰু যাৰ আগ্ৰহ নাই তেওলোকে ভৱিষ্যতৰ বাবে হলেও এই বিষয়ত গম পালে। 

ঔদ্যোগৰ বাবে ৱেবিনাৰ পাতক

বিনামূলীয়াকৈ ৱেবিনাৰ পাতি আঠাৰ ব্যৱহাৰ আৰু লাভৰ বিষয়ে জ্ঞান দিয়ক যে কেনেদৰে কম বিনিয়োগেৰে সকলো স্তৰৰ বাবে এইয়া উপযোগী। তাৰ উপৰি ফেচবুকত এই বিভিন্ন ধৰণৰ বিষয়ে এডভাৰটাইজ কৰিব পাৰে।

ই-কমাৰ্চ মঞ্চ স্থাপন কৰক

বৰ্তমান যুগত ব্যৱসায়ৰ বাবে এটা ৱেবছাইট বা ৱেব পেজ থকাটো অতি জৰুৰী। পেছাদাৰী ব্যক্তিক নিয়োগ কৰি ছাইট দাউন হোৱা, নতুন তথ্য সংযোজন কৰা  ইত্যাদি নানান টেকনিকেল সমস্যাৰ পৰা হাত সাৰিব পাৰে। আপোনাৰ আঠাৰ ব্যৱসায়ৰ ৱেবছাইটো অতি সৃজনীশীল আৰু সহজে বুজাকৈ বনাব যাতে যিকোনো ব্যক্তিয়ে অনলাইন সুবিধাবোৰ পাব পাৰে।

ছচিয়েল মিডিয়া আৰু বিপণন

বিভিন্ন সামাজিক মাধ্যমত উপস্থাপন কৰাৰ লগতে ফেচবুক আৰু ইনষ্টাগ্ৰামত আঠাৰ ব্যৱসায়ৰ পেজ খোলক যাতে গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে। চাৰ্চ ইঞ্জিন অপ্টিমাইজেচনৰ জৰিয়তে এই সামগ্ৰী বিচৰাত সহায় কৰক। এয়া এক এনেকুৱা বিনিয়োগ যি কেতিয়াও অথলে নাযায়।এটা হোৱাটচ এপ নম্বৰ ৰাখিব যাতে গ্ৰাহকৰ সংস্পৰ্শত সদায় ৰাখিব পাৰে। আপোনাৰ পৰা সামগ্ৰী কিনা গ্ৰাহকে অন্যকো এই বিষয়ে অৱগত কৰিব। কেতিয়াবা আপুনি কিছুমান অফাৰৰ জড়িয়তেও গ্ৰাহকক আকৰ্ষণ কৰিব পাৰে।

এপপ এটা বনাওক

অনলাইনত আঠাৰ ব্যৱসায় কৰাটো এটা নতুন বিষয় যদিও গ্ৰাহকৰ  মাজত জনপ্ৰিয় কৰাৰ অৰ্থে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। মোবাইল এপৰ জৰিয়তে সকলো তথ্য চাবলৈ আৰু অৰ্ডাৰ কৰিবলৈ অতি সহজ। এতিয়া লেপটপ খুলি অনলাইন শ্বপিং কৰাৰ প্ৰয়োজন নাই , ইউজাৰ-ফ্ৰেইন্দলী এপ এটাৰ জৰিয়তে এয়া সম্ভৱ।

আপোনাৰ গ্ৰাহকক বুজক

গ্ৰাহকৰ প্ৰয়োজনত গুৰুত্ব দিয়ক। কোনবিধ সামগ্ৰী গ্ৰাহকৰ বাবে বেছি প্ৰয়োজন আৰু তাৰ বিভিন্নতাৰ ওপৰত মন কৰক। গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখি ষ্টক সৰহকৈ ৰাখক। গ্ৰাহকৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু তেওলোকৰ সমস্যা আৰু প্ৰশ্নৰ উত্তৰ দিবলৈ যত্ন কৰিব।

বিভিন্ন ধৰণৰ পেমেণ্টৰ সুবিধা

আঠাৰ ব্যৱসায়ত অনলাইন পেমেণ্ট কৰিবলৈ বিভিন্ন সুবিধা যেনে ডেবিট/ক্ৰেডিট কাৰ্ড,ৰূপে, ইউ পি আই,পে টি এম আৰু অন্য ধৰণৰ ই-কমাৰ্চৰ সুবিধাবোৰ দিব। লগতে কেচ অন ডেলীভাৰীৰ সুবিধাও ৰাখিব।

আঠাৰ ব্যৱসায়ৰ বিষয়ে ইমান কোৱা নহয় যদিও কিন্তু ইয়ে সামগ্ৰীক দীৰ্ঘস্থায়ীত্ব আৰু  বিশ্বাসযোগ্যতা দিয়ে, সামগ্ৰীৰ নমনীয়তা, গুণাগত মানদণ্ড অটুত ৰখা,সৌন্দৰ্য অটুট ৰখা,সামগ্ৰিক উৎপাদন উন্নত কৰা আৰু কম খৰচত সকলোখিনি কৰে।  আমি ইয়াত উল্লেখ কৰা বিভিন্ন দিশসমূহ মনত ৰাখি অনলাইনত আঠাৰ ব্যৱসায়ৰ প্ৰচাৰ কৰিব পাৰে। আঠাৰ ব্যৱসায়ে যিমান প্ৰসাৰ পাব লাগিছিল সিমান পোৱা নাই। ব্যৱসায়িক দিশৰ প্ৰতি লক্ষ্য ৰাখি নানা ধৰণৰ এডভাৰটাইজিং আৰু বিপণনৰ ব্যৱস্থা কৰি আঠাৰ ব্যৱসায়ৰ প্ৰচলন কৰিব লাগে। কিছুমান বস্তু দৈনন্দিন জীৱনত প্ৰয়োজনীয় যদিও এডভাৰটাইজিং সঠিকভাৱে নোহোৱাৰ বাবে আমাৰ মনৰ পৰা হেৰাই যাব ধৰিছে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।