written by | October 11, 2021

ভাৰতীয় অৰ্থনীতিৰ ওপৰত জি এচ টিৰ প্ৰভাৱ।

×

Table of Content

ভাৰতীয় সমাজত জি এছ টি ৰ প্ৰভাৱ 

জি এছ টি প্ৰথমে ২০১৭চনৰ জুলাই মাহত উন্মোচন কৰা হয় ইয়াৰ উন্মোচন কৰাৰ মূল কাৰণ এইটো আছিল যে যিবোৰ সৰু সৰু  টেক্স আছে সাইবোৰ সকলো লগ লগাই এটা টেক্স বনোৱাসকলো ইন্দিৰেক্ট টেক্স লগ লগায় এটা টেক্স বনুৱাজি এছ টি জৰিয়তে বহুতো ইন্দিৰেক্ট টেক্স যেনে ভাত(vat) টেক্স , চাৰ্ভিচ টেক্স আদি একেলগ কৰি সন্নিবিষ্ট কৰা হৈছেইয়াৰ ফলত ভাৰতীয় মানুহে টেক্স দিবলৈ সহজ হৈ পৰিছেজি এছ টি হোৱাৰ পৰা মানুহ বোৰে সাহযে বেছি সমস্যাৰ সন্মুখীন নোহোৱাকৈ জি এছ টি জৰিয়তে টেক্স দিবলৈ সক্ষম হৈছে । 

জি এছ টি কি হয় বুলি প্ৰশ্ন কৰিলে আমি কব পাৰো যে ,জি এছ টি হল এনে এক প্ৰকাৰৰ টেক্স যিটো বস্তু বা সামগ্ৰী বনোৱাৰ পৰা তাৰ বিক্ৰী কৰণ পর্যায় লৈ প্ৰযোজ্যজি এছ টি হল এনে এক টেক্স যিটো সামগ্ৰী বনোৱাৰ লগতে বিক্ৰী পৰ্যন্ত দিব লাগেজি এছ টি হল এনে টেক্স যিটো গ্ৰাহক আৰু বিক্ৰেতা  দুয়ো দিব লাগে তথা দুয়ো জনৰ পৰা সংগ্ৰহ কৰা হয়।  জি এছ টিক সাধাৰণতে স্থান বিশেষ টেক্স বুলি কব পাৰিইয়াৰ অৰ্থ হল যে জি এছ টি তাত সংগ্ৰহ কৰা হয় যত সামগ্ৰী তো শোষণ কৰা হয়গতিকে যদি সামগ্ৰী তো বিহাৰ বনুৱা হৈছে কিন্তু ইয়াক ভোপালত বিক্ৰী কৰা হৈছে তেনেহলে জি এছ টি ভোপালত সংলগ্ন কৰা হব

ভিন ভিন প্ৰকাৰৰ জি এছ টি চৰকাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হৈছেতাৰ ভিতৰত অন্যতম কিছুমান হলচি জি এছ টি (central good and survive Tax) ইয়াত টেক্স প্ৰধানতঃ চেণ্ট্ৰেল চৰকাৰ সংগ্ৰহ কৰেসামগ্ৰী বেচা কিনা কৰা ক্ষেত্ৰত চেণ্ট্ৰেল চৰকাৰে এক প্ৰকাৰৰ জি এছ টি সংগ্ৰহ কৰে যাক চি জি এছ টি বুলি কোৱা হয়। 

এছ জি এছ টি (state good and service Tax ) ৰাজ্য চৰকাৰে এক প্ৰকাৰৰ টেক্স গ্ৰহণ কৰে সামগ্ৰীৰ ইন্টাৰেষ্ট অনুযায়ী ৰাজ্য চৰকাৰে সামগ্ৰী ৰ পৰা জি এছ টি সংগ্ৰহ কৰে এনেদৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা টেক্স ক চি জি এছ টি বুলি কোৱা হয়

আই জি এছ টি (integrated good and service Tax ) এনে কিছুমান টেক্স আছে যিবোৰ দুখন ৰাজ্যৰ মাজত গ্ৰহণ কৰা হয় যি এছ টি যিটো দুখন ৰাজ্যই লগ লাগি গ্ৰহণ কৰে তেনে টেক্সক আই জি এছ টি বুলি কোৱা হয় এনে জি এছ টি চেণ্ট্ৰেল চৰকাৰ আৰু  দুখন ৰাজ্যে ভগাই লয় 

জি এছ টি সংযোজন কৰাৰ পৰা ই ভাৰতীয় সমাজত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে ।এই প্ৰভাৱ বোৰ বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা যায় তাৰ ভিতৰত অন্যতম কিছুমান হল –

টেক্সৰ গঠন সাধাৰণবাবে পুনঃ নিৰ্মাণ কৰা জি এছ টি গঠন কৰাৰ পৰা অলাগতিয়াল বহুতো ঝানঝল নোহোৱা কৰি দিছে সাধাৰণ মানুহৰ বাবেকিয়নো জি এছ টি বাবে যিবোৰ ট্ৰিক্স বেলেগ বেলেগ ভাৱে সংগ্ৰহ কৰা হৈছিল সেইবোৰ একেলগে সংগ্ৰহ কৰা হৈছেযাৰ ফলত মানুহৰ নিজ পৰিশোধ কৰা টেক্সৰ হিচাপ লবলৈ সহজ হৈছে ,আৰু ভিন ভিন টেক্স বোৰ পৃথক পৃথক ভাবে পর্যবেক্ষণ কৰিব লগা হোৱা নাই আৰু ইয়াৰ লগতে অলাগতিয়াল কৰ্মচাৰী কিছুমানৰ পৰা হোৱা সমস্যাৰ পৰা বিৰত থাকিব পৰা হৈছে

ফষ্টাৰিং প্ৰডাকচন , ভাৰতীয় বিক্ৰিকাৰণ সামগ্ৰীৰ নিয়ম অনুযায়ী ৩০% টেক্স সামগ্ৰীৰ দাম হিচাপে দিব লাগেকিন্তু জি এছ টি বাবে এই টেক্সৰ পৰিমাণ কমি গৈছেএতিয়াৰ আগৰ তুক্লান্ত ৰেটাইল সমগ্ৰীত টেক্স কিছু পৰিমাণে কম হৈ গৈছেযাৰ ফলত ৰেটেইল দোকানীৰ লগতে সামগ্ৰীৰ বিকাশ হোৱা যথেষ্ট পৰিমাণে হোৱাৰ সম্ভাৱনা থাকে

এছ এম ইৰ সহযোগিতা , এতিয়া সৰু আৰু মাধ্যম শ্ৰেণীৰ ব্যৱশ্যয় প্ৰতিষ্ঠান বোৰে জি এছ তিৰ দ্বাৰা ঘোষণা কৰা পৰিকল্পনাৰ জৰিয়তে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰেএনেদৰে জি এছ তিৰ দ্বাৰা প্ৰদান কৰা সুবিধা জৰিয়তে যিবোৰ সৰু আৰু মাধ্যম শ্ৰেনিৰ ৰেটেল দোকান আছে সাইবোৰ বাৰ্ষিক আমদানি অনুযায়ী গী4এছ টি প্ৰদান কৰিব পাৰেএই প্ৰচেষ্টাৰ জৰিয়তে সৰু বৰ সকলো ৰেটেল দোকান আগুৱাই যাবলৈ কুণ্ঠাবোধ নকৰিবআৰু ভাৰতৰ আৰ্থিক দিশত সহায় কৰিবযিবোৰ ব্যবসায়ত . কোটি পৰ্যন্ত পৰিৱৰ্তন হয় সেই বোৰে % জি এছ টি আৰু যিবোৰৰ ৫০ লাখ হয় এইবোৰে % জি এছ টি দিব লাগে। 

জি এছ টি য়ে আমদানি কৰা সামগ্ৰীৰ ক্ষেত্ৰত টেক্সৰ পৰিমাণ কমায় দিছে এনে কৰাৰ বাবে বহুতো ব্যৱসায়  কৰা মানুহে নিজৰ ব্যৱসায় গোলকীয় ভাবে আগুৱাই নিবলৈ সক্ষম হব আৰু আগবাঢ়ি আহিব ইয়াৰ লগতে জি এছ টি থলুৱা যিবোৰ সামগ্ৰী ৰ বজাৰ থাকে তেনেকুৱা বজাৰত ও টেক্সৰ পৰিমাণ কমায় দিছে এনেদৰে কৰি থলুৱা বেপাৰী আদি আগুৱাই আহিবলৈ ও গী এছ টি যে অৰিহণা যোগায় আছে  

জি এছ টি আৰম্ভ কৰাৰ পৰা ই ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় যিবোৰ টেক্স থাকে সাইবোৰ একেলগ কৰাত যথেষ্ট সহায় কৰিছে আৰু এনেদৰে কৰি টেক্স সংগ্ৰহ কৰা সহায় হৈছেইয়াৰ লগতে উদ্যোগ প্ৰতিষ্ঠানবোৰ যিটো টেক্সক লৈ এক বুজা অনুভৱ হৈছিল সেইটো নোহোৱা হৈছে । 

জি এছ টি উন্মোচ হোৱাৰ পৰা কেৱল মাত্ৰ উদ্যোগ প্ৰতি স্থান বোৰৰ সহায় হোৱা নাই ইয়াৰ লগতে জি এছ টি আৰম্ভ হোৱাৰ পিছত টেক্স প্ৰদান কৰা মানুহৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছেইয়াৰ লগতে যি এছ টি য়ে চৰকাৰী অনুষ্ঠান তথা বিষয়া বৰ্গৰ ক্ষেত্ৰত টেক্স সংগ্ৰহ কৰা আৰু হিচাপ নিকাছ কৰা কাৰ্য্য সহজ কৰি তুলিছেইয়াৰ লগতে ভবিশ্বত ক্ষেত্ৰত যি এছ টি নতুন কৈ উঠি অহা ব্যৱসায়িক প্ৰতিষ্ঠান বোৰৰ গোলকীয় বজাৰত ব্যৱসায় কৰিবলৈ সহায় কৰিব বুলি অনুমান কৰা হৈছেতেনে কৰিলে যে ভাৰতীয় অৰ্থনৈতিক দিশত বেশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হবআৰু ভাৰতীয় ব্যবক্সয়িক প্ৰতিষ্ঠান বোৰ বিশ্ব দৰবাৰত উপস্থাপন হব পৰাকৈ সহায় কৰিব । 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।