written by | October 11, 2021

পাচলিৰ ব্যৱসায়

×

Table of Content

কেনেদৰে ঘৰে ঘৰে পাচলিৰ ব্যৱসায় আৰম্ভ কৰিব 

মানুহৰ জীৱন নিৰ্বাহ কৰিবৰ বাবে আটাইতকৈ দৰকাৰী বস্তু হৈছে খাদ্য । খাদ্য অবিহনে জীৱন নিৰ্বাহ কৰা সম্ভৱ নহয় । গতিকে যিসকলে খাদ্য প্ৰস্তুত কৰা ব্যৱস্থাৰ লগত জড়িত তেওলাকক বিশেষ ভাবে চোৱা হয় আৰু সন্মান কৰা হয় । সেইবাবে খেতিয়ক সকলক ভাৰতত “অন্ন্যাদাতা “  বুলি কোৱা হয় । কিন্তু এই খাদ্য প্ৰস্তুত কৰা খেতিয়ক সকলক যথেষ্ট পৰিমাণে সন্মান পালেও এওঁ লোকে মূলতঃ খাদ্য প্ৰস্তুত কৰা কাৰ্য্য ৰ লগত হে জড়িত হৈ থাকে । এই খাদ্য বোৰ প্ৰত্যক্ষ হিছাপে গ্ৰাহকলৈ খেতিয়কে নপঠীয়া ই । এনে এক শ্ৰেণীৰ মানুহ আছে যিবোৰে খেতিয়ক ৰ পৰা খাদ্য সংগ্ৰহ কৰি তাক সাধাৰণ মানুহৰ মাজত পঠিয়াই , গতিকে যিহেতু এই শ্ৰেণীৰ মানুহৰ বাবে হে খাদ্য প্ৰকৃতঅৰ্থত খাদ্য মানুহে পায় সেয়ে এওঁলোকক ও “অন্ন্যদাতা বুলি কব পাৰি । এওঁলোকৰ বাবে কৃষকৰ কষ্ট খিনি অথলে নেযায় । পাচলিৰ ব্যৱসায়ীৰ সমাজত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে । যদি আপুনি ঘৰে ঘৰে পাচলিৰ যোগান ধৰে তেনেহলে আপুনি উপয্যক্ট তথা সুস্থ আহাৰ যোগান ধৰা অতি দৰকাৰী । পাচলিৰ ব্যৱসায়ত এতি দৰকাৰী কথা হল যে আপুনি এইটো কথাত গুৰুত্ব দিব লাগে যে খেতিয়কে নিজৰ পাচলিৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধন লাভ কৰে আৰু কষ্টৰ সঠিক ফল পায় 

পাচলিৰ ব্যৱসায় এক দৰকাৰী ব্যৱসায় যিহেতু ই মানুহৰ জীৱনৰ যাপনৰ লগত জড়িত  । আৰু লগতে যিহেতু বৰ্তমান সময়ত সঠিক তথা পুষ্টিকৰ খাদ্য খোৱাৰ প্ৰসাৰ জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় হব ধৰিছে । 

পাচলিৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে আপুনি দুটা মূল দিশৰ ওপৰত লক্ষ্য দিব লাগে সেই দুটা হল যে , আপুনি নিজে পাচলি প্ৰস্তুত কৰি গ্ৰাহকৰ ওচৰত বিক্ৰী কৰিব বিচাৰে নাইবা খেতিয়কৰ পৰা সংগ্ৰহ কৰি গ্ৰাহকক পাচলিযোগান ধৰিব । পাচলি ব্যৱসায়ী এজনে আৰম্ভণিতে নিজে পথাৰত নাইবা ঘৰৰ চৌহদত অথবা অট্টালিকা চাটত খাদ্য প্ৰস্তুষ্ট কৰি গ্ৰাহকৰ ওচৰত বিক্ৰী কৰিব পাৰে । ইয়াৰ উপৰিও আপুনি এনে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ খেতি কৰা মানুহৰ গোটা সংযোগ কৰি তেওঁলোকে প্ৰস্তুত কৰা পাচলি গ্ৰাহকৰ মাজলৈ যোগান ধৰিব পাৰে । ইয়াৰ পিছৰ দৰকাৰী পৰ্যায় তো হৈছে যে যাতায়াত ব্যৱস্থা । পাচলি বোৰ খেতিয়কৰ পৰা গ্ৰাহকৰ ঘৰলৈ পথাওতে তে যাতে পাচলিৰ কোনো অৱনতি নঘতে  আৰু সতেজ হৈ থাকে তাৰ ওপৰত গুৰুত্ব দিব লাগে । 

পাচলিৰ ব্যৱসায় হৈছে এনে এক ব্যৱসায় যাৰ চাহিদা কেতিয়াও মানুহৰ মাজত নোহোৱা নহয় , যিহেতু মানুহক সতেজ পাচলি সদায় দৈনিক ভাবে প্ৰয়োইজন হব । পাচলিৰ ব্যৱসায় কোনো এক নতুন ব্যৱসায় নহয় যদিও বৰ্তমান সময়ত এই ব্যৱসায়ক নতুন ধৰণে কৰাটো অতি প্ৰয়োইজন । যিহেতু বজাৰত পাৰম্পৰিক ভাবে এই ব্যৱসায় কৰা মানুহৰ সংখ্যা অধিক বেছি , গতিকে আধুনিক ভাবে এই ব্যৱসায় কৰি প্ৰতিযোগীৰ পৰা ভিন্ন হব পাৰি ।আধুনিক প্ৰয্যকটি বিদ্যাৰ প্ৰয়োগ কৰি লগতে আপোনাৰ ব্যৱসায় বিজ্ঞাপন যোগে প্ৰচাৰ কৰি বিভিন্ন বয়সৰ মানুহ ৰ মাজত আপোনাৰ পাঁচলিৰ ব্যৱশ্যয় অধিক সফল পাব ।

আপোনাৰ ব্যৱসায় অধিক সফল ভাবে আগুৱাই নিবলৈ এক সক্ষম ব্যৱসায়িক পৰিকাপ্লনাৰ অতি দৰকাৰ।  ব্যৱসায়িক পৰিকল্পনা কৰি ব্যৱসায়ী এক স্পষ্ট দিশত আগবাঢ়িব পাৰে । পাচলিৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে উপয্যক্ট পৰিকাপ্লনা কৰি আপুনি কোনটো দিশে অগ্ৰসৰ হব বিচাৰে তাক স্পষ্ট ভাবে নিৰ্ধাৰণ কৰিব পাৰে । আৰু আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ পাছত এনেদৰে কৰা পৰিকাপ্লনাৰ ফলত ব্যৱসায়ী নিজৰ লক্ষ ৰ পৰা বিৰত নহওঁ আৰু সঠিক ভাবে নিজৰ লক্ষ্যৰ দিশত আগবাঢ়িব পাৰে। বএক উপয্যক্ট ব্যৱসায়িক পৰিকাপ্লনা কৰিলে হব লাগিয়া ভুলৰ পৰিমাণ ও কম থাকে যিহতো আপোনাৰ ওচৰত এক সফল পৰিকল্পনা থাকে । ইয়াৰ উপৰিও বেংকৰ পৰা ঋণ লৈ আপুনি পাচলিৰ ব্যৱসায় বিস্তৰ কৰিব বিচাৰিলি উপয্যক্ট পৰিকল্পনা দেখুৱাই বেংকৰ পৰা ঋণ লবলৈ সহজ হব । 

বৰ্তমান সময়ত সকলোৱে ব্যৱসায় কৰিবলৈ আগবাঢ়ি আহে যদিও পৰ্যাপ্ত পৰিমাণৰ জ্ঞান নোহোৱাৰ বাবে সমস্যাৰ সন্মুখীন হব লাগিয়া হৈ। গতিকে ঘৰে ঘৰে পাচলিৰ যোগান ধৰা ব্যৱসায় কৰাৰ আগতে আপুনি এই বিষয়ে ভালদৰে জ্ঞান আহৰণ কৰি ব্যৱসায় কৰাৰ দিশে আগবাঢ়িলে অধিক সুফল পাব । আপুনি পাঁচালী কৰ পৰা কেনেদৰে সংগ্ৰহ কৰিব আৰু তাক কেনেদৰে ঘৰে ঘৰে পঠিয়াব আদি কথা বোৰ কাম আৰম্ভ কৰাৰ আগতে  তাক নিশ্চিত কৰিব লাগিব । 

বৰ্তমান সময় হৈছে অনলাইন ব্যৱসায়ৰ সময়। আপুনি অনলাইন যোগে ঘৰে ঘৰে পাঁচালী ৰ যোগান ধৰিব পাৰে । বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ উদ্যোগ বোৰে এনেদৰে মানুহৰ ঘৰে ঘৰে পাচলিৰ যোগান ধৰে দেখিবলৈ পোৱা যায় যেনে অমাজন , ৰেলিয়েন্স আদি প্ৰধান । এনেদৰে অনলাইন যোগে ঘৰে ঘৰে পাচলিৰ যোগান ধৰি আপুনি পাচলিৰ ব্যৱসায় আৰম্ভ কৰিলে ইয়াৰ পৰা লাভাম্বিত হোৱাৰ পৰিমাণ অতি বেছি । বৰ্তমান সময় হৈছে এনে এক বিশেষ সময় যত অনলাইন ব্যৱসায় বেশেষ বজাৰ সংগ্ৰহ কৰিছে। গতিকে এনে সময়ত অনলাইন ব্যৱসায় আৰম্ভ কৰাৰ আগতে বেশেষ কেছুমান কথাৰ ওপৰত ভিত্তি কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰিব লাগে । যেতিয়া আপুনি অনলাইন পাঁচালী  ব্যৱসায় আৰম্ভ কৰিব বেচাৰে তাৰ বাবে আপোনাৰ ৱেবছাইট তো বেশেষ ভূমিকা গ্ৰহণ কৰে। যিহেতু এইটো অনলাইন ব্যৱসায় সেয়ে ৱেবচাঈদ টো সাধাৰণ হব লাগে যাতে সহজে ব্যৱহাৰ কৰিব পৰা যায় আৰু অলাগতিয়াল সময় নষ্ট নহয় । আপুনি ৱেবছাইদ তো এনেদৰে গঠন কৰিব লাগে যাতে ই অধিক মানুহ আকৰ্ষণ কৰিব পাৰে ।গতিকে ৱেবছাইদ তো এনেদৰে তৈয়াৰ কৰিব যাতে এ অধিক আকৰ্ষণীয় আৰু লগতে ব্যৱহাৰ কৰিবলৈ সহজ হয় । আপুনি অনলাইন মাধ্যমেৰে পাচলি বেকৰী কৰাৰ সময়ত ইয়াৰ উপয্যক্ট দাম সংযোগ কৰাটো অতি দৰকাৰী । খেতিয়কৰ যাতে কষ্টৰ ফল পায় অৰু লগতে আপোনাৰ ব্যৱসায়ত যাতে কোনোধৰণৰ লোকচান নহয় ,যাতায়াত আদিৰ খৰচ যাতে পর্যায়প্ত ভাবে সংযোগ কৰে আৰু লগতে বিক্ৰেতাৰ বাবে যাতে ইয়াৰ মূল্য অধিক বেছি নহয় আদি কথা বোৰৰ ওপৰত গুৰুত্ব দি আপোনাৰ পাচলিৰ দাম নিশ্চিত কৰাটো অতি প্ৰয়োজন ।  অনলাইন ভাবে ঘৰে ঘৰে পাচলিৰ যোগান ধৰোতে যাতে পাচলিৰ গ্ৰাহকৰ মাজলৈ সতেজ ভাবে উপলব্ধ হয় তাৰ ওপৰত আপোনাৰ গুৰুত্ব দিব লাগে । এনেদৰে ভাল পাচলিৰ যোগান ধৰিলে আপোনাৰ আৰু গ্ৰাহকৰ মাজত এক বিশ্বাস সৃষ্টি হব আৰু এ আপোনাৰ ব্যৱসায়ত বৃদ্ধি কৰিব। গতিকে আমি উল্লেখ কৰা কথা বোৰ আপুনি গুৰুত্ব দি পাচলিৰ ব্যৱসায় আৰম্ভ কৰিলে সফলতা পাব বুলি আশা থাকিল ।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।