written by | October 11, 2021

মছলাৰ ব্যৱসায়

×

Table of Content


ভাৰতবৰ্ষত মছলা ব্যৱসায় আৰম্ভণি কৰাৰ পৰিকল্পনা

ভাৰতবৰ্ষ  হল এনে এখন ৰাষ্ট্ৰ যত মানুহ খোৱা বস্তু ৰ লগত অতি মাত্ৰ জড়িত। ভাৰতীয় মানুহৰ দিনৰ আৰম্ভণিৰ পৰাই দিনৰ শেষ মুহূৰ্ত লৈ উপভোগ কৰা প্ৰতিটো খাদ্যত অ মছলা ব্যৱহাৰ কৰা হয় । ভাৰতবৰ্ষ  খন যদিও ব্ভিন্ন ৰাজ্য ৰে ভাগ কৰা আছে তথা পিও মচলাৰ মাজেৰে সমগ্ৰ দেশ একেলগ হৈ আছে বুলি কব পাৰি । ভাৰতবৰ্ষ ক সমগ্ৰ বিশ্বতে মছলা ৰ ঘৰ বুলি কোৱা হয় আৰু আমাৰ ৰাষ্ট্ৰঃ হৈছে এনে একমাত্ৰ দেশ যিয়ে সমগ্ৰ বিশ্ব ত সবাতোকৈ বেছি পৰিমানে মছলা তৈয়াৰ কৰে লগতে গ্ৰহণ কৰে আৰু সমগ্ৰ বিশ্বতে সৰবৰাহ কৰে । আন্তৰ্জাতিক ভাবে নামাকৰণ কৰা মছলা বোৰৰ  ১০৯ তাৰ ৭৫ তাই আমাৰ ৰাষ্ট্ৰই সমগ্ৰ বিশ্বতে পঠিয়াই। ভাৰতীয় মছলা বিশ্বতে ইয়াৰ উন্যতা মানৰ বাবে অতিকে জনপ্ৰিয় । 

বৰ্তমান সময়ত মছলা পোৱাটো যদিও অতি সহজ হৈ পৰিছে কিন্তু এনে এটা সময় আছিল যেতিয়া মানুহে মছলা বোৰ সংগ্ৰহ কৰিব বাবে যথেষ্ট পৰিমাণে কষ্ট কৰিব লগা হৈছিল ।  ২০১৯বৰ্ষত ভৰত ৰ পৰা সৰবৰাহ কৰা মচলাৰ অৰ্থনৈতিক মূল্য  ২৩১ বিলিয়ন তকৈ ও বেছি আছিল । ইয়াৰ ভিতৰত অন্যতম দেশ বোৰ যেনে ইউ এছ , ভিয়েটনাম , চিন, হংকং , ইউ কে , বাংলাদেশ , শ্ৰীলংকা আদি প্ৰধান । ভাৰতৰ পৰা সৰ্বৰহ কৰা মচলাৰ ভিতৰত আদা, নহৰু , ধনীয়া গুটি , জিৰা  আদি দেখিবলৈ পুৱা যায় । 

বৰ্তমান সময়ত পকেটত পোৱা ৰেডিমেণ্ট খাদ্য অতি জনপ্ৰিয় । এনে খাদ্যৰ লগত তে পেকেটত পোৱা তথা গুৰি হিচাপে পোৱা মছলা সমূহ যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ।  বৰ্তমান সময়ত যিহেতু গুৰি মছলা অতি জনপ্ৰিয় গতিকে এই মচলাৰ ব্যৱসায় কৰি অতি সাহজে কম মূলধনৰ জৰিয়তে এই ব্যৱসায় আৰম্ভ কৰিব পৰা যায় ।  যিহেটো গুৰি মছলা ব্যৱহাৰ কৰিবলৈ অতি সহজ সেইবাবে ইয়াৰ চাহিদা অতি বেছি পৰিমানে দেখিবলৈ পোৱা যায় । 

মছলা ৰ ব্যৱসায় আৰম্ভ কৰিবলৈ হলে বেশেষ নামাকৰণ কৰাটো অতি প্ৰয়োইজন । নিজৰ ৰাজ্যিক প্ৰতিষ্ঠানত আপোনাৰ কোম্পেনীৰ নামকৰণ কৰিব লাগিব । আপুনি ব্যক্তিগত ভাবে অথবা গোটিয় ভাবে আৰম্ভ কৰে যদি তাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ মছলা ব্যৱসায়ৰ নাম পঞ্জীত কৰা হয় । ইয়াৰ লগতে জি এছ টি নামাকৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ । 

আপুনি মছলা ব্যৱসায় কৰিবলৈ হলে অতি দৰকাৰী সামগ্ৰী হল  কেঁচা সামগ্ৰী । কেঁচা সামগ্ৰী অবিহনে আপুনি মছলা ব্যৱসায় আৰম্ভ কৰাটো সম্ভৱ নহয় । ইয়াৰ লগতে এই ব্যৱসায় আৰম্ভ কৰিবলৈ হলে এক সঠিক স্থানৰ অতি দৰকাৰ । যদিও মচলাৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাক বহুত বেছি ঠাইৰ প্ৰয়োইজন নাহয় তথাপিও ঠাই খন এনেকুৱা হব লাগে যাতে আপোনাৰ মছলা থব, পেকেজিং কৰিবলৈ আৰু লগতে হিচাপ নিকাছ কৰিবলৈ পর্যপ্ত পৰিমাণৰ স্থান থাকে। ঠাই খন এনে এটা অৱস্থানত থাকিব লাগে যাতে ই আপোনাৰ ঘৰৰ লগত সংযোগণ্য নাহয় কিয়নো চৰকাৰে ঘৰত সদ্য সামগ্ৰীৰ প্ৰতিষ্ঠান স্থাপন কৰাট প্ৰতিৰোধ কৰিছে । আপুনি ঠাই খন মূল বজাৰৰ লগত খংযোজন কৰিবলৈ যাতে অসুবিধা নহয় তেনে ক্ষেত্ৰ বাছি লব লাগে । 

মছলা ব্যৱসায় আৰম্ভ কৰিবলৈ হলে তাৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ পাতি যোগাৰ কৰিব লাগে উদাহৰণ স্বৰূপে গুৰি কৰা যন্ত্ৰ , পেকেজিং কৰা যন্ত্ৰ  আদি । গতিকে এই যন্ত্ৰ পাতিবোৰৰ জ্ঞান থকাটো অতি দৰকাৰী । বেশেষ ভাবে শিক্ষা গ্ৰহণ কৰি নায়বা সক্ষম লোকক ন্যযুক্তি কৰি আপুনি এই ব্যৱসায় আৰম্ভ কৰিব পাৰে । মচলাৰ ব্ব্যৱসায় কৰিবলৈ হলে বিভিন্ন পৰ্যায়ৰ ওপৰত গুৰুত্ব দিব লাগে উদাহৰণস্বৰূপে ভালদৰে চাফা কৰি তাকো শুকাই তোলা ,তাৰ পিছত ইয়াক ৰোষ্ট্ কৰা হয় যাৰ ফলত মছলা বোৰত এক বিশেষ ধৰণৰ অৰুমা আহে আৰু লগতে সুগন্ধি আহে । ইয়াৰ পিছত মাছলাবোৰক গুৰি কৰা হয় আৰু সমান আকৃতি দিয়া হয় আৰু তাৰ পিছত ইয়াক পেকেজিং কৰা হয় । এনেদৰে বিভিন্ন পৰ্যায় ব্যৱহাৰ কৰা হয় মছলা প্ৰস্তুত কৰিবলৈ । 

মছলা ব্যৱসায়ত বহুত ধৰণৰ সমস্যাৰ ও সন্মুখিন হব লাগিয়া হয় । তাৰ ভিটৰত অন্যতম হল কৰ্মাচিৰিৰ সমস্যা । যিহেতু মছলাৰ গোন্ধ আৰু ইয়াৰ গুণ অতি শক্তিশালী সেইবাবে এনে ব্যৱসায়ত কাম কৰা কৰ্মচাৰীৰ স্বাস্থ্য ৰ ক্ষতি হোৱাৰ আশংকা থাকে । আৰু সঘনে এনেকুৱা ঘটনা ভাৰতৰ বিভিন্ন ক্ষেত্ৰত শুনিব পোৱা গৈ থাকে ।  ইয়াৰ উপৰিও ভাৰতত এনে বহুত মছলা ব্যৱসায় আছে যত মূলধন কম হোৱা বাবে পেকেজিং কৰোঁতে যন্ত্ৰ ব্যৱহাৰ নকৰি হাতেৰে কৰা হয় আৰু তাৰ পৰিণতি স্বৰূপে পেকেজিং বিন্ধ সৃষ্টি হোৱাৰ লগতে  ব্ভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে । পইচাৰ অভাৱত এনে ধৰনৰ সমস্যা ৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় । যদিহে উৎকৃষ্ট মানৰ মেচিন ব্যৱহাৰ কৰিব বিচৰা হয় তেনেহলে মচলাৰ মূল্য ও অধিক হৈ পৰে । 

যিহেতু প্ৰত্যেক দিনাই নতুন নতুন বস্তুৰ আবিৰ্ভাৱ হোৱা দেখা যায় সেই বাবে বৰ্তমান সময়ৰ লগত মেলি চলি এনে ধৰনৰ ব্যৱসায় কৰিবলৈ সমস্যাৰ সৃষ্টি হব পাৰে । সময়ৰ লগত আগুৱাই যাবলৈ হলে আধুনিক যন্ত্ৰ পাতিৰ ব্যৱহাৰ কৰাটো অতি প্ৰয়োজন ।এনেধৰণ ৰ কথা বোৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰাটো অতি প্ৰয়োইজন । 

ইয়াৰ উপৰি আপুনি নিজৰ মছলা ব্যৱসায় আৰম্ভ কৰিবলৈ হলে নতুন নামৰ এটা চিনাক্ত কৰি তাৰ লগত মেলিব পৰাকৈ এক উণাযুক্ত চিহ্ন ও ব্যৱহাৰ কৰিব লাগে।এনেডৰে কৰি অধিক আকৰ্ষিত ব্যৱসায় কৰিব পৰা যায় । আপোনাৰ মছলা ব্যৱখায় অধিক পৰিমানে প্ৰচলিত কৰিবলৈ হকে আপুনি  ইয়াৰ পেকেজিং ৰ ওপৰত ও গুৰুত্ব দিব লাগিব । ভাল পেকেজিং কৰিলে অধিক মানুহ আপোনাৰ ব্যৱসায় ৰ প্ৰতি আকৰ্ষিত হব , যিয়ে ইয়াৰ বেকৰী ক্ষেত্ৰত ও অৰিহণা যোগাব ।  আপুনি আপোনাৰ মছলা ব্যৱসায় অধিক পৰিমানে আগুৱাই নিবৰ বাবে ভালদৰে মানুহৰ মাজত প্ৰচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণ । আপুনি বিভিন্ন ক্ষেত্ৰৰ মাধ্যমৰ জৰিয়তে আপোনাৰ ব্যৱসায় প্ৰচাৰ কৰিব পাৰে । উদাহৰণস্বৰূপে পোষ্টাৰ বনাই বিভিন্ন ঠাইত জনাজাত কৰোৱা , ইয়াৰ উপৰিও টিভি আৰু ৰেডিও বিজ্ঞাপন প্ৰচাৰ কৰি অধিক মানুহৰ মাজত জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰিব লাগে । যিহতো মছলা ব্যৱসায়ত প্ৰতিযোগিতা অধিক পৰিমানে বেছি সেইবাবে আপুনি যিমান পাৰে অন্য ব্যৱসায়ৰ তুলনাত আগবাঢ়ি থাকিবলৈ হলে এনে বিভিন্ন ধৰণৰ আঁচনি অৱলম্বন কৰাটো পৰিজনীয়া । 

এইবোৰ কথা গুৰুত্ব সহকাৰে গ্ৰহণ কৰি আপুনি মছলা ব্যৱসায় আৰম্ভ কৰিলে নিশ্চয় এ আপুনি লাভাম্বিত হব পাৰিব ।

অনলাইন বস্ত্ৰ দোকান ৰ ব্যৱসায় 

যদিহে আপুনি এটা সফল অনলাইন বস্ত্ৰ দোকানৰ ব্যৱসায় কৰিব বিচাৰে তেনেহোলে এযোৰ কাপোৰ তৈয়াৰ কৰা ৰ নিচিনাকৈ যেনেকৈ ব্ভিন্ন ষ্টেপ ত আগবাঢ়িব লাগে ঠিক তেনেদৰে ব্যৱসায় কৰিবলৈ হলেও আপুনি বিভিন্ন ষ্টেপ অনুসৰণ কৰিব লাগে । এনেডৰে দৰকাৰী পৰ্যায় সমূহৰ মাজেৰে আপুনি আপোনাৰ অনলাইন কাপোৰৰ দোকান আৰম্ভ কৰিব লাগিব। 

প্ৰত্যেক খন কাপোৰ দোকান অ আন এখনত কৈ ভিন্ন হোৱা দেখা যায়।গতিকে অনলাইন বস্ত্ৰ দোকান শুলিবলৈ হুলে আপোনাৰ প্ৰথমতে এক উপয্যক্ত আৰ্হিৰ প্ৰয়োইজন হব। কেনেদৰে এক উপয্যক্ট দিশত আপোনাৰ কাপোৰ দোকান আৰম্ভ কৰিব পাৰি তাৰবাবে আপুনি নিযে অথবা আপোনাৰ বন্ধু নাইবা এনে ব্যক্তি গোটৰ লগত আলোচনা কৰিব পাৰে যাৰ এইটো দিশত কিছু পৰিমানে জ্ঞান আছে।  এনেদৰে প্ৰথমে এক উনায্যক্ট সিদ্ধান্ত লৈ আপুনি অনলাইন কাপোৰ দোকানৰ আৰম্ভণি কৰিব পাৰে।

আপুনি অনলাইন বস্ত্ৰ ৰ দোকান আৰম্ভ কৰাৰ আগতে ধাৰণা এটা নিশ্চিত কৰা উচিত যে কোনে আপোনাৰ বস্ত্ৰ গ্ৰহণ কৰিব আৰু কেনেকুৱা ধৰণৰ মানুহৰ গোটক আপুনি আকৰ্ষণ কৰিব বিচাৰে । যিহেতু কাপোৰৰ ব্যৱসায় হৈছে এনে এক সামগ্ৰী যিটো বয়স সাপেক্ষ বেলেগ বেলেগ হোৱা দেখা যায় । গীতিকে যিহেতু আৰম্ভনি তে আপুনি এক বিশেষ বয়সৰ মানুহৰ গোটক হে আকর্ষণ কৰিব সক্ষম হব গতিকে আপুনি কোনটো বয়সৰ মানুহৰ শমুহক আপোনাৰ বস্ত্ৰ দোকানৰ প্রতি গ্ৰাহক হিচাপে বিচাৰে তাক নিশ্চিত কৰিব লাগিব ।

ইয়াৰ উপৰিও অপুনি বস্ত্ৰ দোকানত এনে এক সাংস্কৃতিক গোটৰ বিশেষ সাজ পাৰক ও চিনাক্ত কৰিব পাৰে যিয়ে সেইটো পৰ্যায়ৰ সকলো মানুহক অ অন্তৰ্ভুক্ত কৰিব পাৰে । তেনেধৰণে আপুনি এক বিশেষ গোটৰ মানুহৰ সৰুৰ পৰা বয়সস্থ সকলো পৰ্যায়ৰ মানুহক অন্তৰ্ভুক্ত কৰিব পাৰিব। 

কাপোৰ দোকান অনলাইন যোগে খোলাৰ আগতে কেনেধৰণৰ বজাৰ চলি আছে তাৰ বিষয় জ্ঞান আহৰণ কৰিব পাৰে।আৰু এনে মানুহ যিবোৰ এইটো ব্যৱসায়ত জড়িত তেওঁলোকৰ লগত আলোচনা বিলোচনা কৰিব পাৰে আৰু প্ৰত্যক্ষ ভাবে মামূহ ৰ লগত সংযোগ হৈ কেনেধৰনৰ কাপোৰৰ চাহিদা বেছি তাৰ ওপৰত গৱেষণা কৰিব লাগে। অনলাইন মাধ্যমেৰে কেনেদৰে আপুনি এই ব্যৱসায় আৰম্ভ কৰিবা পাৰে তাৰ গবেষণা কৰিলে সফল হোৱাৰ পৰিমাণ অধিক বেছি হোৱা দেখা যায়। 

ব্ভিন্ন ধৰণৰ ব্ৰেণ্ড বোৰ গৱেষণা কৰি সেইবোৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি তাৰ অনুমান লগাই নিজৰ ক্ষেত্ৰত পাৰিলে অৱলম্বন কৰিব চেষ্টা কৰিব লাগে । ইয়াৰ উপৰিও বৰ্তমান সময়ত কোনটো ধৰণৰ কাপোৰৰ চাহিদা বেছি আৰু লগতে কেনে ধৰণৰ কাপোৰ বেছি বিক্ৰী হৈ আছে তাৰ ওপৰত ও গুৰুত্ব আৰোপ কৰিব লাগে । গতিকে আপুনি কোনটো সামগ্ৰী বেছি জনপ্ৰিয় হৈ আছে তাৰ বিষয়ে জানিলে নিশ্চয় ই আপোন ৰ ব্যৱসায় ত সহায় কৰিব ।

আপুনি কেনেধৰন  ৰুচি আছে তাৰ পৰা ও পাৰিলে অনুপ্ৰাণিত হৈ কাপোৰ তৈয়াৰ কৰিব পাৰি কিন্তু লগতে আপুনি অন্য ধৰণ ৰ ক্ষেত্ৰৰ পৰা তো অনুপ্ৰাণিত হব পাৰে ,যেনে বিভিন্য ধৰণৰ চিত্ৰ কলা , লোক সংস্কৃতি আদি ।  আপুনি আপোনাৰ কাপোৰ দোকান সাধৰণ ভাবে আৰম্ভ কৰিব পাৰে কিয়নো আৰম্ভ নিতে আপোনাৰ মূল উদ্দেশ্য হৈছে আপোনাৰ অনলাইন কাপোৰ দোকান খোলা গতিকে সাধাৰণ ভাবে আপুনি এই ব্যৱসায় আৰম্ভ কৰি সময় ৰ লগে লগে ইয়াক আগুৱাই লৈ যাব পাৰে । 

ইয়াৰ লগতে আপুনি কোন এক বিশেষ ধৰণৰ কাপোৰ তৈয়াৰ কৰিব বিচাৰে তাক নিশ্চিত কৰিব লাগে কিন্তু সঁচা কব গলে যিমানে আপোনাৰ কাপোৰৰ মাজত ভিন্নতা থাকিব সিমানে আপুনি বেছি মানুহ আকৰ্ষণ কৰিবলৈ সক্ষম হব । গতিকে যিমান পাৰে   আপোনাৰ কাপোৰৰ ভিন্ন তা তথা ভিন্ন ধৰণৰ সাজ পোছাক ৰাখিবলৈ চেষ্টা কৰিব লাগে ।  যিহেতু কাপোৰৰ ধৰণ সময় সাপেক্ষে সলনি হৈ থাকে গতিকে তেনে ধৰণৰ প্ৰতিযোগিতাৰ লগত মিলাবলৈ আপুনি নিজকে প্ৰস্তুত কৰিব লাগিব । এনে কৰিলে হে আপুনি আপোনাৰ অনলাইন কাপোৰ দোকান অধিক দিনলৈ জনপ্ৰিয় কৰি ৰাখিব পাৰিব। অধীক দিনলৈ আপোনাৰ দোকান চলাই নিব হলে আপুনি সময়ৰ লগত সলনি হোৱা কাপোৰ ৰ ধৰণ আৰু মানুহৰ চাহিদা ৰ ওপৰত নজৰ ৰাখি সলনি হব পাৰিব লাগিব । 

আপোনাৰ যদি হে বেশেষ শিক্ষা আছে কাপোৰৰ ব্যৱসায় ক লৈ তেনেহলে ই আপোনাক বেশেষ ভাবে সহায় কৰিব , উদাহৰণ স্বৰূপে যদি আপুনি চিলাই বুনী ভাল পাই তেনেহলে সেইবোৰ আপোনাৰ কাপোৰৰ বেশেষ ৰূপ দিবলৈ প্ৰয়োগ কৰিব পাৰে । আৰু লগতে পুৰণা তথা সাংস্কৃতিক কাপোৰৰ ওপৰত গৱেষণা কৰি নতুন ৰূপ দিবলৈ চেষ্টা কৰিলে ভাল ফল পাব । 

দোকানৰ ভাল বিক্ৰীৰ বাবে আপুনি কেনেধৰণে কাপুৰ তৈয়াৰ কৰিব লাগিব যাতে সকলো  আকাৰৰ মানুহৰ বাবে এই কাপোৰ উপলব্ধ হয় ।  ইয়াৰ লগতে আপুনি আপোনাৰ ৱেবছাইট এনেদৰে বনাব লাগে যাতে ই মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হয় আৰু লগতে কাপোৰৰ স্পষ্ট ফটো আপোনাৰ অনলাইন ৱেবছাইট ত দিব লাগে যাতে গ্রহকে ভালকৈ পৰিলক্ষণ কৰিব পাৰে । 

 

আপুনি যেতিয়া অনলাইন কাপোৰ দোকান খুলিব তেতিয়া প্ৰত্যেক কাপোৰৰ বিষয়ে পৰ্যাপ্ত পৰিমাণৰ কথা লিখিব লাগিব যাতে গ্রহকে তাৰ বিষয়ে অধিক পৰিমানে জ্ঞান আহৰণ কৰিব পাৰে আৰু তেনে কৰিলে আপোনাৰ গ্ৰাহকৰ আপোনাৰ কাপোৰ তথা বৌনাৰ অনলাইন দোকানৰ প্ৰতি বিশ্বাসৰ সৃষ্টি হব আৰু যিয়ে আপোনাৰ ব্যবসায়  আগুৱাই নিয়াত সহায় কৰিব ।  

আপুনি আৰম্ভণিতে কিছু সমস্যাৰ সন্মুখীন হব পাৰে ,কিন্তু তেনে ক্ষেত্ৰত আপুনি ভাঙি নপৰি আগুৱাই যাব লাগিব , যিহতো ব্যৱশয়ত আৰম্ভ নি ত সমস্যা পোৱাটো এক স্বাভাৱিক কথা । আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখি  আপোনি  পৰিকল্পনাঃ কৰা ধৰণে আগুৱাই যাব লাগিব । গতিকে এইবোৰ কথাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আপোনাৰ অনলাইন কাপোৰৰ দোকানৰ ব্যৱসায় আৰম্ভ কৰিলে নিশ্চয় লাভাম্বিত হব

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।