written by | October 11, 2021

ৰসায়নিক ব্যৱসায়

×

Table of Content


ৰাসায়নিক দ্ৰব্যৰ ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব 

ভাৰতৰ দৰে প্ৰগতিশীল দেশত স্টাৰ্ট আপ ব্যৱসায়বোৰ দ্ৰুত গতিত আগবাঢ়িছে। প্ৰায় সংখ্যাক লোকেই তেনে ব্যৱসায় আৰম্ভ কৰিছে। 

বৰ্তমান বহু ধৰণৰ স্টাৰ্ট আপ ব্যৱসায় আছে। আমাৰ চৌদিশে সকলো সামগ্ৰীতে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ হয়। ঘৰৰ ৰঙৰ পৰা আমাৰ দাত ঘহা সামগ্ৰীলৈকে সকলোতে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ হয়। ৰাসায়নিক কাৰখানা দ্ৰব্যবোৰ তেল, প্ৰাকৃতিক গেছ, বতাহ, পানী আৰু ভিন্ন সূত্ৰৰ পৰা আহৰণ কৰে। যাৰ সংখ্যা ৭০হেজাৰ। কোম্পানীবোৰ যেনে বি এ এছ এফ বা দৌ কেমিকেল কোম্পানীৰ বছেৰেকীয়া আয় ৫০ বিলিয়ন ডলাৰতকৈত অধিক।  প্লাষ্টিক আৰু ৰাসায়নিক কোম্পানীয়ে এটাই আনটোক চেৰ পেলাইছে। প্লাষ্টিক আৰু ৰাসায়নিক কোম্পানীবোৰ ব্যৱসায় সমান গতিত আগবাঢ়ি আছে। আমি বহু এনে ক্ষেত্ৰ দেখিবলৈ পাও য‘ত কেমিকেলৰ সহায়ত নানা সামগ্ৰী বনোৱা হয়। এনে সামগ্ৰীৰ ভিতৰত  জীৱন ৰক্ষা কৰিবপৰা সামগ্ৰী, দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা সামগ্ৰী আৰু কিছুমান বিশেষ কেমিকেল। জীৱন ৰক্ষা কৰিব পৰা সামগ্ৰীৰ ভিতৰত জীৱবিজ্ঞান প্ৰডাক্ট,ফাৰ্মাচিটিকেল, ডায়গনাষ্টিক,জন্তুৰ স্বাস্থ্য সম্বন্ধীয় প্ৰডাক্ট,ভিটামিন আৰু পেচটিচাইজ। বিশেষভাৱে নিৰ্মিত ৰাসায়নিক সামগ্ৰীৰ ভিতৰত ইলেক্ট্ৰনিক কেমিকেল, উদ্যোগিক গেছ, এডিচিচ যেনে ফেবিকল, ড্ৰেনডাইট লগতে ৰঙ কৰা উদ্যোগখণ্ড ত আৰু চাফা কৰা দ্ৰব্য পৰে।  

দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য যেনে কছমেটিকছ (ঘঁহা পিহা সামগ্ৰী )ৰঙ কৰা সামগ্ৰী, গাড়ীত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য বোৰ আৰু বহুত। যিবোৰে আমাক প্ৰত্যক্ষ বা পৰোক্ষভাৱে আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলাই আছে। কেমিকেল উদ্যোগটো অহা কিছু বছৰৰ ভিতৰত ৯শতাংশ হাৰত বৃদ্ধি পাব। যিহেতু আমাৰ দেশত ৭০ হেজাৰতকৈ  বেছি ৰাসায়নিক দ্ৰব্য উৎপাদন কৰা সৰু বা ডাঙৰ উদ্যোগ আছে সেয়ে এই ব্যৱসায়টোৰ এটা ভৱিষ্যত আছে। যদিহে আপুনি সৰুকৈ হ‘লেও কেমিকেল উদ্যোগ খুলিব বিচাৰে তেন্তে এয়াই আপোনাক লাভান্বিত কৰিব। 

জানো আহক এই ব্যৱসায় কেনেদৰে আৰম্ভণি কৰিব 

এটা সঠিক পৰিকল্পনা কৰক 

এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।এই ব্যৱসায়টো কেনেধৰণৰ হব জানি লোৱাটো উচিত। আপুনি  খুচুৰা ব্যৱসায় কৰিব নে  বনোৱা ব্যৱসায় কৰিব?এটা উদ্যোগ বা ব্যৱসায় এটা আৰম্ভ কৰাৰ আগেয়ে কেতবোৰ গুৰুত্বপূৰ্ণ কথা জানি লোৱাটো অতি দৰকাৰী।  এই ব্যৱসায় আৰম্ভ কৰাৰ আগেয়ে আপুনি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান আহৰণ কৰিব লাগিব। তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত। আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ।আপুনি অনলাইন নে অফলাইন ষ্ট‘ৰ কৰিব?যদি অফলাইন তেন্তে বঢ়িব পৰাকৈ নে কেৱল বিক্ৰী কৰাৰ চিন্তা আৰু যদি অনলাইন তেন্তে আপোনাৰ সামগ্ৰী বোৰ ক‘ত ৰাখিব আৰু কিমান পৰিধিৰ ভিতৰত আবদ্ধ কৰিব। সদায়েই মনত ৰাখিব যাতে এই ব্যৱসায় ৰ বাবে আপোনাৰ এটা সঠিক পৰিকল্পনা থাকে।তদুপৰি ক্ষেত্ৰভিত্তিক অধ্যয়ন, ব্যৱসায়টোৰ যোগাত্মক দিশ, দুৰ্বলতা, সৃষ্টি হ’ব পৰা সুযোগ তথা ভাবুকি আদিৰ বিষয়ে সঠিকভাৱে জানি লোৱা উচিত।

ব্যৱসায় এটা সফল কৰাৰ বাবে আটাইতকৈ দৰকাৰী কথাটো হৈছে পেছাদাৰী মনোভাৱ আৰু ব্যৱসায়িক দৃষ্টিভঙ্গী। ভৱিষ্যত পৰিকল্পনা হৈছে আন এটা প্ৰয়োজনীয় দিশ।  এই ব্যৱসায়ত বিনিয়োগ  আৰু সময় দিব পাৰিব লাগিব। সদায়েই বেয়া দিনৰ বাবেও সাজু থাকিব। কিমান সামগ্ৰীৰ উৎপাদন ও খৰচ হৈ আছে সকলোৰে  এটা নিয়ন্ত্ৰণ ৰাখিব।

বজাৰৰ পৰ্যবেক্ষণ কৰক 

ৰাসায়নিক  সামগ্ৰীৰ ব্যৱসায় কৰাতো খুউব এটা সহজ কথা নহয়। আপোনাৰ বজাৰ, চাহিদা, যোগান সকলোবোৰ কেনেকুৱা হব জানি লোৱাটো উচিত।   সেয়ে আপুনি ভালদৰে পৰ্যবেক্ষণ কৰক। নজৰ দিব যাতে আপোনাৰ সামগ্ৰী নষ্ট হৈ নাযায়।  চৰকাৰে সুৰক্ষাৰ বাবে  যিবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে সেই সকলোবোৰ মানি চলিব। ৰাসায়নিক   সামগ্ৰী ৰাখিবৰ বাবে ডাঙৰ ঠাইৰ প্ৰয়োজন হয়। আপোনাৰ যদি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান তেন্তে সেয়া আপোনাৰ ব্যৱসায়ৰ বাবে ভাল।

লাইসেন্স আৰু অনুমতি পত্ৰ 

আপোনাৰ ৰাসায়নিক দ্ৰব্যৰ ব্যৱসায়ৰ বাবে লাইচেঞ্চ লোৱাতো খুবেই জৰুৰী। এখন  সামগ্ৰীৰ ব্যৱসায়  খুলিবলৈ চৰকাৰৰ পৰা বহু ধৰণৰ  অনুমতি লব লাগে। সকলোধৰণৰ প্ৰমাণ পত্ৰ হাতত ৰাখিব যাতে চৰকাৰী কোনো বিষয়াই আপোনাৰ ব্যৱসায়ৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ আহে আপুনি  তেওঁক সঠিক তথ্য ও কাগজ পত্ৰ দেখুওৱা পাৰে। এই ব্যৱসায়ৰ বাবে আপোনাক প্ৰয়োজন জি এছ টি পঞ্জীকৰণ আৰু বহুতো। এইবোৰ লাভ কৰাৰ পাছতহে ব্যৱসায় আৰম্ভ কৰিব পাৰিব।

এডোখৰ ভাল ঠাই বাচনি 

এডোখৰ ভাল ঠাই বাচনি কৰি লোৱাটো খুবেই জৰুৰী। বহু ৰাসায়নিক দ্ৰব্যৰ ব্যৱসায় প্ৰতিষ্ঠান থকা ঠাইৰ পৰা কিছু নিলগত আপুনি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান টো আৰম্ভ কৰক। অথাৎ বাচনি কৰক।জন সমাগম হোৱা ঠাইডোখৰ পাৰিলে বাচনি কৰিব।   প্ৰতিদ্বন্দী থাকিলেও যদিহে এলেকাটোত জনবহুল হয় তেন্তে তেনে স্হান বাচনি কৰিব পাৰে।ঠাইডোখৰ  ভাড়ালৈ ও লব পাৰে ।মাত্ৰ ভাড়ালৈ লওঁতে আপুনি মন কৰিব যাতে আপোনাৰ  সামগ্ৰীবোৰ ভালদৰে ৰাখিব পাৰি।

মাৰ্কেটিঙত গুৰুত্ব আৰোপ কৰক

যিকোনো ব্যৱসায় আৰম্ভ কৰিলে তাৰ মাৰ্কেটিং টো ভালদৰে জনা উচিত ।যিহেতু এটা ব্যৱসায়ৰ বাবে মাৰ্কেটিং গুৰুত্বপূৰ্ণ । এনে ব্যৱসায় আৰম্ভ কৰাৰ সময়ত এনে মানুহৰ সৈতে চিনাকী ৰখা ভাল যি আপোনাক গ্ৰাহক দিয়াত সহায় কৰে ।এনে সামগ্ৰী ভাল পোৱা মানুহৰ সহায়েৰে আপোনাৰ মাৰ্কেটিং হব পাৰে ।আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ উপৰিও ভিন্ন চছিয়েল মিডিয়াৰ মাধ্যমেৰে আপুনি আপোনাৰ মাৰ্কেটিং কৰিব পাৰে।বনাব। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰক। এটা ৱেবছাইট, ছচিয়েল মিডিয়াত প্ৰচাৰ খুউব জৰুৰী।আজিকালি ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলোৱা সহজ। আপোনাৰ ব্যৱসায়ৰ উন্নতিৰ বাবে ছচিয়েল মিডিয়া মাৰ্কেটিং খুবেই জৰুৰী। গ্ৰাহকক আকৰ্ষিত কৰিব পৰাকৈ ফেচবুক,টুইটাৰ আদিকে ছচিয়েল মিডিয়াৰ মাধ্যমৰে প্ৰচাৰ চলাওক।মাজে মাজে ৰেহাই মূল্যত আপোনাৰ প্ৰডাক্টবোৰ দিব যাতে সেয়াই গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে । গ্ৰাহকৰ প্ৰতিক্ৰিয়াও জানিবলৈ চেষ্টা কৰিব ।পাৰিলে হোৱাটছ এপ প্ৰফাইল বনাব আৰু তাত মাজে মাজে গ্ৰাহকক তেওঁলোকৰ প্ৰয়োজন অনুযায়ী অফাৰ দিব পাৰিব । তদুপৰি বিজ্ঞাপন দিয়াৰ ব্যৱস্হা কৰিব।

আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

—-শুভকামনাৰে

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।