written by | October 11, 2021

লঘু আহাৰৰ ব্যৱসায়

×

Table of Content


অনলাইন   চ্ঞেক   (জলপান) ব্যৱসায়

যদিহে আপুনি নিজৰ ব্যৱসায়ৰ নিজে প্ৰমুখ বিচাৰে তেনেহলে এই ব্যৱসায় আপোনাৰ বাবে এক উপযুক্ত ব্যৱসায় আপুনি অনলাইন মাধ্যমেৰে অতি সহজে এক সফল ব্যৱসায় গঢ় দিব পাৰে যিহেতু বৰ্তমান সময়ত প্ৰতিযোগীতা অতি বেছি সেয়ে চ্ঞেক ব্যৱসায়ত ভিন্নতা আনি প্ৰতিন যুক্ত আৰু সুষ্ঠ আহাৰ সন্নিবিষ্ট কৰি অধিক গ্ৰাহক আকৰ্ষণ কৰিব পৰা যায় আৰু ইয়াৰ লগতে থলুৱা খাদ্য সন্নিবিষ্ট কৰি অধিক গ্ৰাহক আকৰ্ষণ কৰিব পৰা যায় ইয়াৰ লগতে ষ্ঠানীয় কতৃপক্ষৰ পৰা প্ৰমানপত্ৰ গ্ৰহন কৰি উচিত মানদ্বন্দৰ খাদ্য প্ৰস্তুত কৰনৰ বিশ্বাস দি চ্ঞেক ব্যৱসায়ৰ বিক্ৰীৰ পৰিমান বঢ়াব পৰা যায় যিহেতু আকৰ্ষণীয় বস্তুৱে ব্যক্ৰিক আকৰ্ষিত কৰে সেয়েহে খাদ্য প্ৰস্তুতকৰনৰ সময়ত ইয়াৰ ওপৰত গূৰুত্ব দিব লাগে খাদ্য এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে দেখিবলৈ আকৰ্ষিত হয় আৰু লগতে স্বাষ্ঠৰও কোনো অবনতি নঘতে

ইয়াৰ ওপৰিও অনলাইন চ্ঞেক ব্যৱসায়ত ৱেবচাইত তো এনেদৰে কৰিব লাগে যাতে দেখিবলৈ আকৰ্ষিত হয় ! ইয়াৰ লগতে আন এক কথাত গুৰত্ব দিব লাগে আৰু সেয়া ৰন্ধন পদ্ধতি যিহেতু অনলাইন খাদ্ৰ ক্ৰয় কৰা মানুহ যনে এটা খোৱাদ প্ৰত্যেক বাৰে বিচাৰিব সেয়ে ৰন্ধন পব্ধতিৰ ওপৰত গুৰুত্ব দিয়াতো অতি প্ৰয়োজন। ইয়াৰ লগতে অনলাইন খাদ্য গ্ৰাহকৰ ওচৰত সঠিক  সময়ত পঠিয়াৱৰ বাবে উপযুক্ত মানুহ ৰাখিব লাগে যাতে চ্ঞেক গৰম আৰু সতেজ হৈ থাকে আৰু তেতিয়া গ্ৰাহকে ইয়াক গ্ৰহন কৰি বেছি আনন্দ পাব ।আৰু ব্যৱসায় বৃদ্বি কৰিব আপুনি আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ আগতে আপোনাৰ অনলাইন চ্ঞেক ব্যৱসায় বিভিন্ন মাধ্যমেৰে প্ৰচাৰ কৰিব লাগে তেতিয়া হে অধিক মানুহ আকৰ্ষন কৰিব ! ইয়াৰ লগতে আপুনি নিজৰ ৱেবচাইত আকৰ্ষিত কৰি গঢ় দিব লাগে যিহেতু অনলাইন যোগে ব্যৱসায় কৰা যদিহে আপুনি অনলাইন যোগে পইছা সংগ্ৰহ কৰে তেনেহলে নিশ্চয়ে অনলাইন চ্ঞেক ব্যৱসায় আগুৱাই যাব।

বৰ্তমান সময় হৈছে এনে এক বিশেষ সময় যত অনলাইন ব্যৱসায় বেশেষ বজাৰ সংগ্ৰহ কৰিছে। গতিকে এনে সময়ত অনলাইন ব্যৱসায় আৰম্ভ কৰাৰ আগতে বেশেষ কেছুমান কথাৰ ওপৰত ভিত্তি কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰিব লাগে উদাহৰণ স্বৰূপে বজাৰত বৰ্তমান কোনটো বস্তু বেছি চলি আছে তাক নেভাবি কোনটো বস্তুৰ বেছি প্ৰয়োইজন সেইটো ভাবিলেই বেছি প্ৰভাৱিত হোৱাৰ আশা থাকে তাৰ বাবে প্ৰথমে বজাৰত গৈ মানুহৰ এনে কেছুমান গোট লগ কৰিব লাগিব যাৰ পৰা কোনটো স্নেক প্ৰয়োইজন তেওঁলোকএ বেচাৰে তাৰ বেশয়ে গম পোৱা যায়। ইয়াৰ লগতে অন্য দোকানী ব্যৱহাৰ কৰা একে স্নেক পৰা কেনেকৈ বেছি ভাল ভাবে নিজৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰি তাৰ ওপৰত বেশেষ গুৰুত্ব দিব লাগে। তেতিয়া হে বজাৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা যায়।  লগতে স্নেক গ্ৰহণ কৰা মানুহৰ লগত এক ভাল সম্পৰ্ক গঠন কৰাটো অতি গুৰুত্বপূৰ্ণ দিশ। ক্রেতাৰ লগত কথা পাটি কেনেদৰে আপোনাৰ স্নেক আৰু বেছি ভাল কৰিব পৰা যায় তাৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিয়া প্ৰয়োইজন। আৰু লগতে ক্রেতাই অন্য কেনেকুৱা ধৰণৰ স্নেক উপলব্ধ হোৱাটো বেচাৰে তাৰ বেশয়ে গুৰুত্ব আৰোপ কৰিব লাগে। 

যেতিয়া আপুনি অনলাইন স্নেক ব্যৱসায় আৰম্ভ কৰিব বেচাৰে তাৰ বাবে আপোনাৰ ৱেবছাইট তো বেশেষ ভূমিকা গ্ৰহণ কৰে। যিহেতু এইটো অনলাইন ব্যৱসায় সেয়ে ৱেবচাঈদ টো সাধাৰণ হব লাগে যাতে সহজে ব্যৱহাৰ কৰিব পৰা যায় আৰু অলাগতিয়াল সময় নষ্ট নহয়  

যেতিয়া আপুনি স্নেক বিক্ৰী কৰিব তাৰ লগত অধিক পৰিমানে গ্ৰাহক আকৰ্ষিত কৰিব বাবে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতি অধীক মানুহ আকৰ্ষণ কৰিবলৈ সক্ষম হব। এনে ধৰণৰ কাম কৰি লগতে উপহাৰ দি আপোনাৰ অনলাইন ব্যৱসায় অধিক উন্নয়ন কৰিব পৰা যায়। 

আন এক অন্যতম প্ৰধান কাম হল আপোনাৰ স্নেক ব্যৱসায় প্ৰচাৰ কৰা যাতে অধীক লোকৰ মাজত সোমাই পৰে ব্যভিন্ন ধৰণৰ ফটো আৰু ভিদেও বনাই ছোচিল মেডিয়াত সেইবোৰ প্ৰচাৰ কৰা লগতে ছোচিল মেডিয়াত অধিক সময় চৰ্চা কৰি এক আকৰ্ষণীয় ৱেব পেজ বনাই মানুহক অকৰখন কৰা।

যিহেতু থাই সাপেক্ষে নীতি নিয়ম বেলেগ বেলেগ হয় সেইবাবে কোনোবা এটা ঠাইট ব্যৱসায় কৰাৰ আগত তাৰ লোকেল কৰ্তৃপক্ষ পৰা অনুমতি লোৱাটো  দৰকাৰী আৰু লগতে সেইটো অঞ্চলৰ নীতি নিয়ম জ্ঞান আহৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ যাতে আগন্তুক দিনত কোনো বিপদৰ সৃষ্টি নহয়  

স্নেক প্ৰস্তুষ্ট কৰাৰ লগতে তাৰ পৰিমাণ আৰু কোনটো পৰিমাণত কিমান শুল্ক গ্ৰহণ কৰাটো  সম্ভৱ তাক সঠিক ভাবে নিৰ্ধাৰণ কৰাটো অতি দৰকাৰী ইয়াৰ লগতে গ্রহকে যাতে সম্পূর্ণ মূল্যৰ লাভ পায় তাৰ প্ৰতি গুৰুত্ব দিব লাগে। স্নেক  ভালকৈ বনোৱাৰ লগতে তাৰ পেকেজিংৰ ওপৰত গুৰুত্ব দিব লাগে যিহেতু বৰ্তমান সময় হৈছে প্রত্যেযোগেটৰ সময় সেয়ে স্নেক বোৰ কেনেকৈ সময়ৰ লগে লগে এক নতুন ৰূপ দিব পাৰি তাৰ উপৰত গুৰুত্ব দিব লাগে। যিহতো প্ৰতীটো স্নেক ব্যৱসায় গ্ৰাহকৰ পছন্দ নহয় সেই বাবে স্নেক ৰন্ধন ওপৰত বেশেষ গুৰুত্ব দিব লাগে যাতে এক ভাল ব্যৱসায়ত পৰিণত হয়। ইয়াৰ উপৰিও কেঁচা সামগ্ৰী আৰু অনলাইন যোগে প্ৰদান কৰা সামগ্ৰী যাতে উন্যতা মানৰ হয় তাৰ ওপৰত গুৰুত্ব দিব লাগে।  যেহেতু বৰ্তমান সময়ত অনলাইন যোগে সকলো বেচা কিনা কৰা হয় সেই বাবে অনলাইন স্নেক ব্যৱসায় কৰি তাৰ পৰা লাভাম্বিত হোৱাৰ সম্ভাৱনা অতি বেছি। 

যাদিহে আপুনি উন্নত। মানদণ্ড স্নেক ব্যৱসায় কৰিব বিচাৰে তেনেহোলি মূলধন বেছিকৈ সন্নিবিষ্ট কৰি আপুনি কেফে তৈয়াৰ কৰিব পাৰে। বৰ্তমান সময়ত কেফে অতি জনপ্ৰিয় যত বহুতো যুৱক যুৱতী নিজৰ সময় অতিবাহিত কৰিব অহা দেখিবলৈ পোৱা যায় এনে ধাৰণ কেফে বোৰত আপুনি অকৰ্ষনৰ ব্যৱস্থা কৰিব লাগিব যাতে অন্য কেফে তুলনাত আপোনাৰ স্কেফেট অধিক মানুহ আহে। 

অনলাইন স্নেক অধিক পৰিমানে বেকৰী কৰিব বাবে আপোনাৰ সামগ্ৰী বোৰ এনেডৰে বনাব লাগিব যাতে নৱ প্ৰজন্মৰ মানুহ অধিক আকৰ্ষিত হয়। ইয়াৰ উপৰিও থলুৱা সামগ্ৰী বোৰৰ পৰা তথা থলুৱা স্নেক বোৰক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিব পাৰি যাৰ দ্বাৰা আপোনাৰ স্নেক অধিক পৰিমানে জানসাধাৰনৰ মাজত জনাজাত কৰিব পৰা যায় এনে ধৰণৰ ব্যৱস্থাৰ দ্বাৰা সাধাৰণ মানুহ আপুনি নিজৰ আকৰ্ষণৰ কেন্দ্ৰলৈ আনিবলৈ সক্ষম হব। এনেদৰে কৰিলে নিজৰ থলুৱা সামগ্ৰী জনপ্ৰিয় কৰাৰ লগতে আপোনাৰ ব্যৱসায় অধিক পৰিমানে লাভাম্বিত কৰিবলৈ সক্ষম হব। বৰ্তমান সময়ত যিহেতু বাহিৰা ঠাই খাদ্য জানসাধৰনৰ মাজত জনপ্ৰিয় হব ধৰিছে গতিকে এনে খাদ্য আপোনাৰ স্নেক তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিলে ভাল ফলাফল পোৱাৰ আশংকা পোৱা যায়  

অনলাইন যোগে আপোনাৰ স্নেক জনপ্ৰিয় কৰিবলৈ হলে আপুনি নিজৰ ৱেবছাইদ এনেডৰে প্ৰস্তুত কৰিব লাগিব যাতে অতি সাধাৰণ হোৱাৰ লগত্য আকৰ্ষিত হয়। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ বেজ্ঞাপণ জৰিয়তে আপোনাৰ ব্যৱসায় তো প্ৰচাৰ কৰাটো অতি প্ৰয়োইজন শিক্ষা প্ৰতিষ্ঠান লগতে বিভিন্ন কৰ্মক্ষেত্ৰ থকা অঞ্চলত আপোনাৰ স্নেক ব্যৱসায়ৰ পোষ্টাৰ আদি প্ৰচাৰ কৰি আপুনি নিজৰ স্নেক ব্যৱসায় আৰম্ভ কৰাটো অতি গুৰুত্বপূৰ্ণ  

প্ৰচাৰ অবিহনে আপুনি নিজৰ ব্যৱসায় জানসাধাৰনৰ মাজত পঠিয়াব লগিয়া হলে ব্ভিন্ন সমস্যা সন্মুখিন হব লগা হব পাৰে। গতিকে যিমান পাৰে আপুনি নিকুৰ স্নেক ব্যৱসায় প্ৰচাৰ কৰাটো অতি প্ৰয়োইজন টিভি, ৰেডিও আদিৰ জৰিয়তেও আপুনি নিজৰ অনলাইন স্নেক ব্যৱসায় প্ৰচাৰ কৰি আপোনাৰ ব্যৱসায় প্ৰচাৰ কৰিব পাৰে।এনেদৰে আপুনি নিজৰ স্নেক ব্যৱসায় আৰম্ভ কৰিলে নিশ্চয় লাভাম্বি হব পাৰিব

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।