written by khatabook | October 8, 2020

মূল্য মুদ্ৰাস্ফীতি সূচক গাইড মুদ্ৰাস্ফীতি সূচক গাইড

×

Table of Content

মূ্ল্য-মুদ্ৰাস্ফীতিসূচকটি কি??

"সামগ্ৰীসমূহৰ দাম সময়ৰ লগত কিয় বৃদ্ধি হয়? ইয়াৰ উত্তৰটো হৈছে এই টকাৰ ক্ৰয় শক্তিৰে আপুনি বহুত কিবা কিবি কিনিব পাৰি। কিছু বছৰ আগতে ,আপুনি ৩০০ টকাৰে ৩ ইউনিট কিনিব পাৰি। কিন্তু এতিয়া সেই একেখিনী টকাৰে এটা ইউনিটহে কিনিব পাৰে।" কথাটো এইটোৱে যে বেকড্ৰপত এই পৰিৱৰ্তন মুদ্ৰাস্ফীতি হয়। সামগ্ৰীৰ এই মূ্ল্যবৃদ্ধিgoods/services আৰু টকাৰ মুল্য কমায়েই মুদ্ৰাস্ফীতি। আৰু সেইটো উপকৰণ যিয়েই মুদ্ৰাস্ফীতিৰ বাবে সামগ্ৰীৰ দাম অনুমানিক বাৰ্ষিক বৃদ্ধি গণনাত সহায় কৰে তাকে ব্যয় মুদ্ৰাস্ফীতি সূচক হিচাপে আখ্যা দিয়া হয়।

মুদ্ৰাস্ফীতিৰ সুচাকাংকৰ মুল্য এক প্ৰয়োজনীয় পেৰামিটাৰ।ই দেশে মুদ্ৰাস্ফীতিৰ সুচাকাংকক প্ৰতিনিধিত্ব কৰে। ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেকবছৰে ৰাজপত্ৰৰ জৰিয়তে এই সুচাকাংক ঘোষণা কৰে।এই সুচকাংক মুদ্ৰাস্ফীতি মাপ কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু ধাৰা ৪৮ৰ অন্তৰ্গত। আয়কৰ এক্ট, 1961.

মূ্ল্য মুদ্ৰাস্ফীতি সূচকৰ গণনাৰ উদ্দেশ্য কি??

 মূ্ল্য মুদ্ৰাস্ফীতিৰ সুচকাংকxদিঘলীয়া সময়ৰ বাবে কেপিটেলত গণনা কৰা হয়। সহজ কথাত ক'ব লাগিলে ই সম্পত্তিৰ মুল্যৰ লগত মুদ্ৰাস্ফীতিৰ মূ্ল্য মিলি যায়। কেপিটেল লাভে সম্পত্তি বিক্ৰী কৰি পোৱা লাভ,ষ্টক, শ্বেয়াৰ,মাটি, ট্ৰেডমাৰ্ক বা পেটেন্ট বিক্ৰী কৰি পোৱা লাভক বুজায়। নিৰ্ধাৰিত কৰিবৰ বাবে capital gain index, সেইটো বছৰৰ CII যেতিয়া আপুনি কিনিছিল আৰু যেতিয়া আপুনি বিক্ৰী কৰিছিল সেইটোত ধ্যান দিয়ক

সাধৰণতে, একাউন্টিংৰ বহীত.দীঘলীয়া কেপিটেল সম্পত্তিসমূহ তেওঁলোকৰ মূ্ল্যৰে ডকুমেন্টেড কৰা হয়।. এনেকৈ, সম্পত্তিৰ মুল্য বৃদ্ধি হোৱাৰ পিছত,পুজিগত সম্পত্তি পুনৰ বাৰ জাৰি কৰিব নালাগে। সেইবাবে, এই সম্পত্তিসমূহৰ বিক্ৰী কৰাৰ সময়ত, সেইসমূহত পোৱা লাভ কিনাতকৈ বেছি হয়। সেইবাবে এই লাভৰ ওপৰত আপুনি আয়কৰ দিব লাগিব। যিহেতু মুদ্ৰাস্ফীতিৰ সুচকাংকৰ আবেদন সম্পত্তিৰ কিনা মুল্য বিক্ৰীৰ মুল্য লগত সংশোধন কৰা হয়। তেনে কৰিলে লাভ কম হোৱাৰ লগতে প্ৰযোজ্য হোৱা কৰৰ ৰাশিও কম হৈ যায়।

ব'লক এটা উদাহৰণ লও:

যদি আপুনি ২০১৪ চনত ৭০ লাখ টকাৰ সম্পত্তি কিনিছে ২০১৬ত আপুনি ইয়াক ৯০ লাখত কিনিলে। ইয়াতে আপুনি ২০ লাখ টকা কেপিটেল লাভ কৰিছে। যাতে আপুনি ভাবিব পাৰে ইয়াৰ বাবে আপুনি কিমান টকা কৰ ভৰিব লাগিব

এনেকৈ লোকসকলক বেছি টেক্স পেইমেন্টৰ পৰা ৰক্ষা কৰিবলৈ, ভাৰত চৰকাৰে CII আৰম্ভ কৰিছিল।CII ৰ ব্যৱহাৰ কৰি সম্পত্তিতসমূহৰ মুল্য বৰ্তমানৰ মুদ্ৰাস্ফীতিৰ লগত কৰা হয়। ফলস্বৰুপে এইটোৱে আপোনাৰ কেপিটেল গেইম কম কৰে আৰু সম্পত্তি বিক্ৰী কৰি পাবলগীয়া কৰৰ মূ্ল্যও হ্ৰাস কৰে।.

কেনেকৈ মুদ্ৰাস্ফীতি সুচক গণনা কৰা হয়?

যদি ইনভেষ্টৰক এৰি দিয়া হয়, তেন্তে সকলোৱে এইটো বিষয়ত এক বেলেগ ধাৰণা ল'ব। inflation meaning.এইটো চায়েই,কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ বোৰ্ডে সুচকাংক মুল্য গণনাৰ বাবে উপভোক্তা সুচকাংকৰ গণনাৰ অধাৰত এটা CII জাৰি কৰিছে।

মুদ্ৰাস্ফীতিৰ সুচকাংক = যোৱা বছৰৰ উপভোক্তাৰ মূ্ল্য সুচকাংকত এভাৰেজ বৃদ্ধি ৭৫%

উপভোক্তাৰ মুল্যই সুচকাংকৰ আধাৰ বৰ্ষত ইয়াৰ মূ্ল্যৰ সম্বন্ধৰ লগত উৎপাদকৰ মুল্যত অহা সমগ্ৰ পৰিৱৰ্তন দেখুৱায়। বাজেট ২০১৭ত ২০১৭-১৮চনৰ পৰা নতুন CII আৰম্ভ হ'ল। এই সংশোধনত ১৯৮১-৮২ৰ পৰা ২০০১-০২ ৰ পৰিৱৰ্তন অন্তৰ্গত কৰা হৈছে। ১৯৮১ চন আৰু ইয়াৰ আগলৈ কৰদাতাই সম্পত্তি কিনাৰ বাবে সন্মুখীন হোৱা সমস্যাবোৰৰ সংশোধন কৰা হৈছিল। 

মুদ্ৰাস্ফীতিৰ সুচকাংক চাৰ্ট::

তলত দিয়া সংশোধিত মুদ্ৰাস্ফীতিৰ সুচকাংক চাৰ্ট বিগত ১০ বছৰৰ ।

বিত্তীয় বছৰ মুল্যস্ফীতিৰ দাম
 2001 – 02 (আধাৰ বৰ্ষ) 100
2002 – 03 105
2003 – 04 109
2004 – 05 113
2005 – 06 117
2006 – 07 122
2007 – 08 129
2008 – 09 137
2009 – 10 148
2010 – 11 167
2011 – 12 184
2012 – 13 200
2013 – 14 220
2014 – 15 240
2015 – 16 254
2016 – 17 264
2017 – 18 272
2018 – 19 280
2019 – 20 289

CIIত বেছ বৰ্ষৰ তাৎপৰ্য্য কি??

বেছ বছৰে ফাইনেন্সীল ইনডেক্সৰ প্ৰথম বছৰতো উপস্থাপন কৰে। এই বেছ বৰ্ষটো স্থিৰ আৰু ইয়াৰ সুচক মূ্ল্য ১০০।শতাংশ মুল্যস্ফীতি বৃদ্ধিৰ মুল্যায়ন কৰিব পাৰে,পৰৱৰ্তী বছৰসমূহৰ সুচকসমূহ বেছ বছৰ অনুসৰি কৰা হয়।

তদুপৰি বেছ বৰ্ষৰ আগতে অধিগ্ৰহন কৰা সম্পত্তিৰ বাবে কৰদাতাই বেছ বৰ্ষৰ প্ৰথম দিন ভাল মাৰ্কেট ভেলু বা ইনডেক্স কষ্টআৰু ক্ষতি/লাভ প্ৰকৃত ব্যয়ক নিৰ্বাচন কৰিব পাৰে।

সুচক সুবিধা কেনেদৰে প্ৰযোজ্য?

যেতিয়া CII সুচকৰ সম্পদ ক্ৰয়ৰ মূ্ল্যত( অধিগ্ৰহনৰ খৰছ) প্ৰয়োগ কৰা হয় তেতিয়া তাক অধিগ্ৰহনৰ সুচক মূ্ল্য বুলি গণ্য কৰা হয়।  নিম্নলিখিত সমূহ সম্পত্তিৰ অধিগ্ৰহনৰ ইনডেক্স গণনাৰ সুত্ৰ :

সম্পত্তি ঠিক কৰাৰ গণনা অনুক্ৰিমত কৰিবলৈ নিম্নলিখিত সুত্ৰ ব্যৱহাৰ কৰা হয়:

ভাৰতৰ মুদ্ৰাস্ফীতিৰ বাবে আপুনি জানিবলগীয়া তথ্য

ৰ গণনাৰ বাবে এজন কৰদাতাই জানিবলগীয়া প্ৰয়োজনীয় কথাসমূহ:

  • ১ এপ্ৰিল ২০০১ৰ আগত সম্পত্তীত কৰা ব্যয় সুচকাংক লগা নাছিল
  • এখন উইলত CII সেইটো বছৰত ধৰা হ'ব যিটো বছৰত সেই সম্পত্তি লাভ কৰা হৈছে। সেই একে সময়তে প্ৰকৃততে যিটো সময়ত সম্পত্তি কিনা হৈছিল সেই সময়ক ধৰা নহ'ব।
  • RBI দ্বাৰা জাৰী কৰা বণ্ডত গোল্ড বণ্ড বা মুলধন সুচক বণ্ডক এৰি সকলো বণ্ডক CII য়ে লাভ দিয়ে

আমি আশা কৰিছো, এই নিৰ্দেশিকাই আপোনাক মুদ্ৰাস্ফীতি সুচকৰ মূ্ল্য আৰু ইয়াৰ সুবিধাসমূহৰ সমস্ত ইন আৰু আউটপুটবুজাত আৰু নেভিগেট কৰাত সহায়ক ভূমিকা পালন কৰিব।।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।