written by | October 11, 2021

সামগ্ৰী ভাৰালৈ দিয়া ব্যৱসায়

×

Table of Content


ভাড়াত দিয়া ব্যৱসায় কেনেদৰে আৰম্ভ কৰিব

আপুনি সামগ্ৰী ভাড়ালৈ দিয়া ব্যৱসায়ৰ কথা ভাবিছে নেকি?আৰম্ভণি কৰিউওৈ এইসমূহ টিপচ গ্ৰহণ কৰক

১. বজাৰ অধ্যয়ন

একেটি ব্যৱসায় দুটা বেলেগ বেলেগ ঠাইত লাগিলে মাইলৰ দূৰত্বই নাথাকক কিয় তাত আৰম্ভ কৰিলে ব্যৱসায়ৰ পৰিণতিও বেলেগ হব পাৰে। এখন বাইক ভাড়ালৈ দিয়া দোকান বীচৰ ওচৰত খুলিলে আৰু আনখন আন ঠাইত খুলিলে বেলেগ বেলেগ ধৰণৰ গ্ৰাহক হোৱাটো নিশ্চিত। গতিকে, আৰম্ভ কৰাৰ আগত গ্ৰাহকে কেনেকুৱা ধৰণৰ সেৱা বিচাৰে সেই বিষয়ে নিশ্চিত হোৱা প্ৰয়োজন।

উত্তম উপায়টো হল অতি সহজ- তেওঁলোকৰ লগত কথা পাতক। যদি আপুনি নিৰ্মাণকাৰ্যৰ সামগ্ৰী ভাড়াৰৈ দিব বিচাৰে, তেনেহলে থলুৱা নিৰ্মাণকাৰ্য কোম্পানীসমূহৰ লগত কথা পাতক। কায়াক আৰু কেন’চ, পৰ্য্যটকৰ লগত কথা পাতক । কিছুমান প্ৰশ্ন সুধিব পাৰে যেনে—-

কেনেকুৱা ধৰণৰ সামগ্ৰী আপোনালোকে বিচাৰি আছে? প্ৰাথমিক নে উন্নত প্ৰযুক্তি? কোনটো ব্ৰেণ্ড বা বিশেষ কোনোবা ব্ৰেণ্ড অতিকৈ বেছি বা অতিকৈ কম জনপ্ৰিয়?

কিমান আপুনি খৰচ কৰিব বিচাৰে? যিকোনো এটা নম্বৰ আপুনি নিৰ্বাচন কৰাৰ সলনি এটা মোটামুটি মূল্যায়নৰ ওপৰত গুৰুত্ব দিয়ক যিটো গ্ৰাহকে পৰিশোধ কৰিব বিচাৰে।

ভাড়াতকৈও অধিক আপুনি কিবা বিচাৰে নেকি? এখন “ওৱান-ষ্টপ-ষ্ট’ৰ” হিচাপে অন্য কিবা সেৱা আগবঢ়াব বিচাৰে নেকি?

পেছাদাৰী মাৰ্কেট বিশেষজ্ঞসকল মহঙা হয়, কিন্তু আপুনি নিজেই এইখিনি কৰিব পাৰে।

নতুন কৰ্মৰ আৰম্ভণি

অকল বেছিকৈ ক্ৰয় নকৰিব,তাৰ সলনি চতুৰভাৱে কাম কৰক।

২. বেছিকৈ নিকিনিব,বুধিয়কভাৱে কিনক

গ্ৰাহকসকল আৰু তেওঁলোকৰ প্ৰয়োজনসমূহ গম পোৱাৰ পিছত আপুনি স্মাৰ্ট সিদ্ধান্ত লব পাৰিব যে কি কি সজুলি কিনিব লাগিব। এটি নিষ্ক্ৰিয় বস্তু সংৰক্ষণ কৰা ঠাইৰ পৰা বিৰত থাকক- সেইটোৱে অকল আপোনাৰ ধন আৰু ঠাইহে দখল কৰিব যিখিনিৰে আপুনি নিজৰ ব্যৱসায় বৃদ্ধি কৰিব পাৰিব।

আৰম্ভণিতে সজুলি কিনাত ঢেৰ পইচা খৰচ নকৰিব, বজাৰ  গৱেষণাৰ ওপৰত ভিত্ত কৰি অকল অতি প্ৰয়োজনীয়খিনিহে কিনক। এবাৰ আৰম্ভ কৰাৰ পিছত লাহে লাহে আটাইতকৈ জনপ্ৰিয় আৰু লাভজনক সামগ্ৰীসমূহ কিনক।

অত্যাধিক নলগা সামগ্ৰীসমূহৰ ক্ৰয় কৰাতকৈ পিছত বেছি সজুলি কমতে আৰু সহজতে কিনাই উচিত।

উচিত ক্ৰয় আৰু আৱণ্টনৰ সঠিক সিদ্ধান্তই অধিক ফলপ্ৰসু  ফলাফল দিব।

৩. সামগ্ৰীৰ কাৰণে উত্তম ঠিকা বিচাৰ

আপুনি যদিহে  ব’ৰ হৈ আৰু লটাৰীত পইচা পাই ভাৰাৰ ব্যৱসায় খুলিব খোজা নাই,তেনেহলে আপুনি এটি এটি পইচাৰ সদ ব্যৱহাৰ কৰিব বিচাৰিব।

আপোনাৰ সামগ্ৰীসমূহ আটাইতকৈ ডাঙৰ বিনিয়োগ যাতে আপোনাৰ বিনিয়োগখিনি অতি সতৰ্কতাৰে খৰচ কৰে। আটাইবোৰ পইচা নতুন আৰু উত্তম সজুলিত খৰচ কৰাতকৈ, তাৰ বিকল্প বিচাৰক।

আপোনাৰ গ্ৰাহকে কি বিচাৰে?আপুনি যদি দুগুণ খৰচ কৰে  তেওঁলোকেও দুগুণ সুখী হবনে? তেওঁলোকৰ যদি এটা নিৰ্দিষ্ট বাজেট আছে তেনেহলে  বেছি দামী সামগ্ৰী নিকিনাই ভাল।

আগতে ব্যৱহাৰ হোৱা সামগ্ৰী কিনিব পাৰেনেথ আপোনাৰ বহুখিনি ধন ৰাহি হব পাৰে, যিয়ে আপোনাক অন্য বস্তু কিনাত সহায় কৰিব।

সজুলি কিনিবলৈ আৰু পৰামৰ্শৰ বাবে আগ্ৰহী নেকি? আমাৰ আগৰ প্ৰবন্ধ সজুলি কিনা আৰু আৱণ্টন অথবা আমাৰ  শাখা কৌশলযুক্ত ক্ৰয়ৰ সিদ্ধান্ত চাব পাৰে।

ভালে ৰাখিবলৈ আৰু পুনস্থাপন কৰিবলৈ বিনিয়োগ কৰক।

৪.আপোনাৰ সজুলিখিনি ভালদৰে ব্যৱহাৰ কৰক

আপোনাৰ ব্যৱসায় সজুলিৰ ওপৰত নিৰ্ভৰশীল- সজুলি নাথাকিলে ভাড়াও নাথাকিব।

সেইকাৰণে ভালদৰে যত্ম লোৱাটো প্ৰয়োজনীয়।

প্ৰতিদিনে ভালে ৰখা – গ্ৰাহকে পোৱাৰ আগতে তৎক্ষাণাৎ আৰু সম্ভাৱ্য সমস্যা ঠিক কৰা।

বাহ্যিকভাৱে আৰু খৰচি মাৰি  কৰা পুনস্থাপন- ভৱিষ্যতে যাতে কোনো সমস্যাৰ সৃষ্টি নকৰে তাৰ বাবে এনেকৈ পুনস্থাপন কৰা জৰুৰী।

প্ৰসাধনীয় সংস্থাপন- আপোনাৰ সজুলিবোৰ অকল নতুনৰ ঝৰে কাম কৰাই নহয় দেখাতো নতুন হব লাগিব। এইটোৱে যাতে গ্ৰাহকৰ মনত এটি ভাল প্ৰভাৱ পেলাৱ পাৰে সেইটো মন কৰিব।

আপুনি সজুলিৰ যত্ন ললে সিহতেও আপোনাৰ যত্ন লব।

দৃশ্যমান্যতা ভাল হবলৈ এটা ৱেবছাইট বনাওক

৫. দাবীসমূহ অনলাইন জমা কৰক

ভাল খবৰটো প্ৰথমে- ৱেৱছাইট বনাবলৈ বহুত বেছি পইছা, সময় বা কষ্ট নালাগে।

এইখিনি যথেষ্ট যে আপোনাৰ এটা অনলাইন উপস্থিতি আছে আৰু যেতিয়া মানুহে আপোনাৰ ৱেৱছাইটো চায় তেতিয়া মনত এটা ভাল ভাব আনে। সম্ভাব্য গ্ৰাহকবোৰে তথ্যবোৰ অনলাইন বিচাৰিব। আপোনাৰ কৰিবলগীয়াসমূহ হল—

এটা পেছাদাৰী ৱেৱছাইট বনাওক যিয়ে আনক বিশ্বাস দিয়ে।

গ্ৰাহকে বিচৰা তথ্য–কি আৰু কেনেকৈ তেওলোকে ভাড়াত লব পাৰে।

সহজতে অনলাইন বিচাৰিব পাৰা-দৰ্শনাৰ্থীৰ অবিহনে ভাল ৱেৱছাইটৰো কাম নাই।

ৱেৱছাইট এটা বনাবলৈ আৰু তথ্যৰ প্ৰয়োজন? এই প্ৰৱন্ধটোৱে এটি সাৰাংশ দিব।

 চছিয়েল মিডিয়াত উপস্থিতি অতি দৰকাৰী। আপুনি যদি আন ব্যৱসায় ভাড়ালৈ দিব বিচাৰে তেওঁওোকে ফেচবুকত কমকৈ বিচাৰি  লিংকদিনত বিচাৰিব। ইয়াত কিছু উপদেশ দিয়া হৈছে কিদৰে সৰু ব্যৱসায়ৰ বাবে চছিয়েল মিডিয়া ব্যৱহাৰ কৰিব পাৰি।

চছিয়েল মিডিয়াৰ সৈতে আপোনাৰ ৱেৱছাইটটো অনলাইনত এটা ডাঙৰ সম্পত্তি। এয়া আপোনাৰ অনলাইন ঘৰ যিটো আপোনাৰ নিয়ন্ত্ৰণত। গতিকে মন কৰক যাতে আপোনাৰ তথ্যবোৰ ভালদৰে প্ৰকাশ হয়।

অংশীদাৰীৰ পৰা এটি বিজয়ী মূহুৰ্তলৈ

৬.অংশীদাৰীত্ব গঢ়ি তোলক

নিজক সোধক- আৰু কি সামগ্ৰী গ্ৰাহকে বিচাৰিব পাৰে?

আপুনি বাইকৰ ব্যৱসায় আৰম্ভ কৰিলে গ্ৰাহকক লগা আন বস্তুবোৰ হব-

থকা ঠাই- হোটেল,বিচনা,ব্ৰেকফাষ্ট

চোৱা আৰু ফুৰা ঠাই-আঋোদ-প্ৰমোদৰ পাৰ্ক,শ্বপিং মল,ৰেষ্টুৰেণ্ট

এনেকুৱা কোম্পানীসমূহক যোগাযোগ কৰি অংশীদাৰী ব্যৱসায়ৰ বাবে ইচ্ছুক হয়নে সুধিব পাৰে।  যদি কোনোবাই বাইক ভাড়াত বিচাৰে তেনেহলে থকা আৰু খোৱাৰ  বাবে  তালৈ প্ৰেৰণ কৰিব পাৰে আৰু ঠিক তেনেদৰে তেওলোকেও আপোনালৈ অংশীদাৰী ব্যৱসায়ী হিচাপে পঠিয়াব।

গ্ৰাহকে ইজনে-সিজনক প্ৰেৰণ কৰাটোত আপোনাৰ বিজয়ী অৱস্থিতি

আপুনি আৰু অংশীদাৰীয়ে বেছি গ্ৰাহক পাব

আপোনাৰ গ্ৰাহকে সহজে আৰু ক্ষীপ্ৰতাৰে সেৱাসমূহ পাব।

আপুনি যাক প্ৰেৰণ কৰিব সেইয়া আপোনালৈকে ঘূৰি আহিব- গতিকে এনেকুৱা পৰামৰ্শহে দিব যত আপোনাৰ বিশ্বাস থাকে। শেষত গ্ৰাহকৰ অভিযোগ থাকিব পাৰে আপুনি দিয়া পৰামৰ্শৰ বাবে।

এই উপদেশ আন ব্যৱসায়ৰ বাবেও প্ৰযোজ্য- আপুনি যদি এ ভি অথবা পাৰ্টী ভাড়াৰ ব্যৱসায় কৰে তেতিয়া গ্ৰাহকে স্থান আৰু বিলনীয়া মানুহ বিচাৰিব পাৰে।

আপোনাৰ ব্যৱসায় চলাবলৈ সঠিক সেৱাৰ ব্যৱহাৰ কৰক

৭.আপোনাৰ ব্যৱসায়ৰ বাবে সঠিক সেৱা বিচাৰি লওক

এজআ ক্ষুদ ব্যৱসায়ী হিচাপে ভাৰালৈ দিয়া সজুলিৰ বাহিৰেও বহুত বস্তুৰ তদাৰক কৰিব লগা হয়। হাচাপ-নিকাচ, গ্ৰাহকৰ সৈতে বাৰ্তালাপ, কৰ্মচাৰী পৰিচালন ইত্যাদি।

ভাগ্যত থকা হলে আমি এখন ব্যৱসায়িক প্ৰয়োগৰ তালিকা প্ৰস্তুত কৰিলো হেতেন।

 সেই তালিকাত থকা প্ৰতিটো প্ৰয়োগে সৰু ব্যৱসায়ক সহায় কৰাৰ মানসেৰে বনোৱা হলহেতেন।

 নিশ্চিত হওক যে সকলো নথিপত্ৰ আৰু বীমাৰ কাগজবোৰ যাতে ঠিকে আছে।

৮. নথিপত্ৰসমূহ ভালদৰে থওক

এটি দৰকাৰী কথা। আপোনাৰ স্থিতিৰ ওইৰত নিৰ্ভৰ কৰিয়েই আপোআাৰ ব্যৱসায়টো। যিকোনো ব্যৱসায়  আৰম্ভ কৰাৰ নিয়মৰ বাহিৰেও, ভাড়াৰ ব্যৱসায়ৰ কাৰণে বীমাৰ আৱশ্যক।সমগ্ৰ ব্যৱসায়টো সজুলিসমূহৰ লগত কেনেদৰে কাম বিনিময় কৰিছে তাৰ ওপৰত কথা।

গতিকে সজুলিৰ বীমা নকৰোৱা মানে গ্ৰাহক বিপদপন্ন। নিশ্চিত কৰক সঠিক বীমাৰ বাবে। আপোনাৰ ব্যৱসায়ৰ জহত হস্পিতালৰ ডাঙৰ বিল এখন নিশ্চয় নিবিচাৰিব।

আপোনাৰ গ্ৰাহকক সুখী কৰক যাতে পুনৰ ঘুৰি আহে।

৯. গ্ৰাহকক সঠিকভাৱে ব্যৱহাৰ কৰক

ভাৰাৰ ব্যৱসায়টো এটা পুনৰাবৃত্তিৰ ব্যৱসায়।গতিকে গ্ৰাহকৰ প্ৰয়োজন হলে তেওলোকে আকৌ বিচাৰিব। নিশ্চিত কৰক যাতে তেওলোকে পুনৰ আপোনাৰ তালৈ ঘূৰি আহে।

অকল ভাড়া দিয়াৰ ঠাই হিচাপে নহয়- নিশ্চিত কৰক গ্ৰাহকসকলে  নিজে এটা ভাল অনুভৱ কৰে আৰু বন্ধুত্বপূৰ্ণ উপদেশ দিয়াৰ উপৰিও  তেওলোকক প্ৰকৃত তথ্য জনাওক।

এটা কষ্টবিহীন অভিজ্ঞতা গঠন কৰক-গ্ৰাহকক কাগজৰ কাম আৰু বেছি নিৰ্দেশনাৱলীৰে ব্যতিব্যস্ত নকৰিব

প্ৰতিটো শেষ পইচালৈ সংকোচ নকৰিব- আপুনি আকৌ ১০০০ টকা অৰ্জন কৰিব বিচাৰে নে গ্ৰাহকে খৰচ কৰি থকাটো বিচাৰে?

একেসময়তে সাধাৰণ গ্ৰাহক সেৱাক প্ৰত্যাখ্যান নকৰিব। এক ভাল গ্ৰাহক সেৱাৰ অভিজ্ঞতাৰ কিছুমান টিপচ ইয়াত দিয়া হৈছে।

১০.পানীনসৰকা চৰ্তাৱলী

আপুনি ভাৱে নেকি যে গ্ৰাহকে কাজিয়া কৰি ভাল পায় ? নে আপুনি কাজিয়া কৰি ভাল পায়?দুয়োটাৰে উত্তৰ ‘নহয়’। কিন্তু কাজিয়া বাদ দিয়াৰ কিবা উপায় আছে  জানো?

নিশ্চিত কৰক গ্ৰাহক আৰু আপুনি একেখন পৃষ্ঠাতেই।

ভাড়াৰ চৰ্তাৱলী কেনেকৈ লোৱা উচিত- কিমানখিনি ক্ষতি গ্ৰহণযোগ্য?

কেতিয়া আৰু কত ভাড়া আৰম্ভ আৰু শেষ?

কিবা ক্ষতি হলে গ্ৰাহকৰ কৰণীয় কি?

ক্ষতি,হেৰুৱা,চুৰি,দেৰীকৈ ওভটোৱা আদিৰ ক্ষতিপূৰণ কি?

এইবোৰৰ উত্তৰ অতি পৰিষ্কাৰভাৱে থাকিব লাগে যাতে পিছত খেলিমেলি নহয়

লিখিতভাৱে ৰাখি দুয়োপাৰ্টীয়ে চহী কৰিব লাগে। কোনো পইণ্ট সৰুকৈ লিখি লুকাই ৰাখিব নালাগে 

অন্তিম পদক্ষেপ–আটাইখিনি একেলগে আনক

আটাইখিনি নিয়ম যদি আপুনি ভালদৰে পঢ়িছে তেনেহওে নিশ্চয় ভাড়াৰ ব্যৱসায়ৰ সফলতাৰ বিষয়ে গম পাব পাৰিছে।

অকল ভাৱধাৰাতে সীমাবদ্ধ নাৰাখি ব্যৱসায়িক পৰিকল্পনা কৰক- ভাড়াৰ ব্যৱসায়।

সফল হবলৈ ব্যৱসায়িক পৰিকল্পনা অতি জৰুৰী। পুৰণি প্ৰবচন মনত কৰক- পৰিকল্পনাত 

বিফল মানে পৰিকল্পনাই বিফল। 

এটি ভাড়াৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে এইখিনি আমাৰ টিপচ। আমি আশা কৰো এইখিনি আপোনাৰ সহায় হব।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।