written by | October 11, 2021

অনলাইন ব্যৱসায়ৰ সুবিধা আৰু অসুবিধাসমূহ

×

Table of Content

অনলাইন শ্বপিঙৰ ইতিবাচক আৰু নেতিবাচক দিশ

অনলাইন শ্বপিং আজিৰ যুগত সকলোৰে বাবে এটি পৰিচিত বজাৰ ব্যৱস্থা। অনলাইন শ্বপিং কি আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে নতুনকৈ এতিয়া ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই আধুনিক ব্যৱস্থাটোৰ বিষয়ে জ্ঞাত।সম্প্ৰতি ভাৰতৰ এই অনলাইন শ্বপিং উদ্যোগটোৱে এনে এক গতি লাভ কৰিছে যে বহু বিদেশী প্ৰতিষ্ঠানেও ভাৰতত বিনিয়োগৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। অনলাইন শ্বপিং হৈছে ইলেক্ট্ৰনিক কমাৰ্চৰ এটা ভাগ। ইয়াক ই-কমাৰ্চৰ ভিতৰতে সামৰি লোৱা হয়।কিন্তু এইখিনিতে চিন্তনীয় বিষয়টো হৈছে অনলাইন শ্বপিং কিমান নিৰাপদ। সময় ৰাহি কৰিবলৈ সক্ষম বুলি দাবী কৰা এই ব্যৱস্থাই প্ৰকৃততে আমাৰ সময় ৰাহি কৰিছেনে! ই আমাক ভৱিষ্যতৰ সম্ভাৱ্য বিপদৰ গৰাহলৈ ঠেলি দিছে নেকি! নিতৌ উদ্ভাৱন হৈ থকা প্ৰযুক্তিৰ ইতিবাচক আৰু নেতিবাচক দিশৰ দৰে অনলাইন শ্বপিঙৰো এই দুয়োটা দিশেই আমি দেখিবলৈ পাঁও।সম্প্ৰতি কৰ্মব্যস্ততাৰ বাবে পৰম্পৰাগত খুচুৰা বিপণীলৈ গৈ পছন্দৰ সামগ্ৰীবিধ ক্ৰয় কৰাতো বহুতৰ পক্ষে সম্ভৱ নহয়। সময়ৰ যিহেতু নাটনি, গতিকে সদায় ব্যৱহাৰ কৰি থকা স্মাৰ্টফোনটোৰ স্ক্ৰীণত পছন্দৰ এপ্লিকেশ্যন খুলি এটা ক্লিক কৰিয়েই ঘৰৰ দুৱাৰডলিতে আমাৰ অৰ্ডাৰকৃত সামগ্ৰী লাভ কৰিব পাৰো। অনলাইন শ্বপিং ব্যৱস্থাই কম সময়তে ভাৰতত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে যদিও এই ব্যৱস্থাৰ সুৰক্ষাৰ ক্ষেত্ৰত এতিয়াও কিছু আশংকা পৰিলক্ষিত হয়। আৰম্ভণিতে এই ব্যৱস্থাই গ্ৰাহকৰ বিশ্বাস জয় কৰিছিল যদিও উপভোক্তাৰ আদালতত বিভিন্ন প্ৰতিষ্ঠানৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত অনলাইন শ্বপিঙৰ প্ৰতি আস্থা হেৰুৱাইছে গ্ৰাহকে।

এই ব্যৱস্থা সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰেও বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিন্তু ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ স্বাৰ্থত বিক্ৰেতাৰ সবিশেষ তথ্য ভালদৰে নিৰীক্ষণ নকৰাকৈয়ে অনলাইন প্ৰতিষ্ঠানৰ প্লেটফৰ্মৰ জৰিয়তে সামগ্ৰী বিক্ৰীৰ অনুমতি দিয়াত বহু প্ৰবঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে, যিবোৰ সময়ে সময়ে বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ পাই আহিছে।

ইয়াৰ লগতে অনলাইন শ্বপিঙৰ আন কেইটামান ইতিবাচক দিশ হ’ল-

কৰ্মচাৰী বেচি প্ৰয়োজন নহয় 

যেতিয়া আপুনি পোনপটীয়াকৈ সামগ্ৰী বিক্ৰী কৰিব অনলাইনত তেতিয়া আপোনাৰ কৰ্মচাৰীৰ সংখ্যা বেছি হোৱাটো প্ৰয়োজনীয় নহয়। মানুহৰ প্ৰয়োজন নোহোৱাকৈ আপুনি আপোনাৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাব পাৰে

কম খৰচী 

ঘৰতে বহি আপুনি আপোনাৰ ব্যৱসায় পৰিচালনা কৰিব পাৰে ,গ্ৰাহকৰ সন্মুখলৈ নগৈ আৰামত আপুনি আপোনাৰ ব্যৱসায় আগবঢ়াব পাৰে ।পোনপটীয়াকৈ আপুনি আপোনাৰ ব্যৱসায় চলাব পাৰে। পৰিচালনা কৰিবৰ বাবে বেছি মূলধনৰ আৱশ্যক নহয়। বেছি খৰছৰো প্ৰয়োজন নহয়। আপোনাৰ অফিচৰ বাবে ভাৰাতীয়া ঘৰৰো প্ৰয়োজন নহয়। মুঠতে অফিচ পৰিচালনা কৰাৰ বাবে আপোনাক বেছি বিনিয়োগৰ আৱশ্যক নহয় পৰিচালনা কৰাত সহজ ঘৰতে বহি আপুনি আপোনাৰ ব্যৱসায় পৰিচালনা কৰিব পাৰে

পোনপটীয়াকৈ আপুনি আপোনাৰ ব্যৱসায় চলাব পাৰে। যিহেতু গ্ৰাহক আৰু আপোনাৰ মাজত কোনো তৃতীয় পক্ষ নাই। লগতে অফলাইনতহে গ্ৰাহকক সাক্ষাৎ কৰিব লগীয়া হয় অনলাইন ত সেয়া নহয় সেয়ে কোনো অসুবিধাৰো সৃষ্টি নহয়।

লাভজনক 

অনলাইনত আপোনাৰ লাভ বেছি যিহেতু পোনপটীয়াকৈ আপুনি আপোনাৰ ব্যৱসায় চলাব পাৰে। যিহেতু গ্ৰাহক আৰু আপোনাৰ মাজত কোনো তৃতীয় পক্ষ নাই। সেয়ে লাভ খিনি আপোনাৰেই থাকে।

গ্লোবাল বজাৰ 

আপোনাৰ অনলাইন ব্যৱসায়ত আপোনাৰ বজাৰ খন গ্লোবেল। সমগ্ৰ বিশ্ব আপোনাৰ ব্যৱসায়ৰ পৰিধি। আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে ।নিৰ্বাচন কৰি ইয়াৰ মাচুল অনলাইনযোগে আদায় দি আপোনজনৰ ঠিকনা দিলেই কাম সমাধা হৈ যায়।

সহজ আৰু বেগী 

পোনপটীয়াকৈ আপুনি আপোনাৰ ব্যৱসায় চলাব পাৰে। যিহেতু গ্ৰাহক আৰু আপোনাৰ মাজত কোনো তৃতীয় পক্ষ নাই। লগতে অফলাইনতহে গ্ৰাহকক সাক্ষাৎ কৰিব লগীয়া হয় অনলাইন ত সেয়া নহয় সেয়ে কোনো অসুবিধাৰো সৃষ্টি নহয়।

কম মেৰামতি 

পোনপটীয়াকৈ আপুনি আপোনাৰ ব্যৱসায় চলাব পাৰে। যিহেতু গ্ৰাহক আৰু আপোনাৰ মাজত কোনো তৃতীয় পক্ষ নাই। লগতে অফলাইনতহে গ্ৰাহকক সাক্ষাৎ কৰিব লগীয়া হয় অনলাইন ত সেয়া নহয় সেয়ে কোনো অসুবিধাৰো সৃষ্টি নহয় আৰু মেৰামতিৰো প্ৰয়োজন নহয় ।

ডিজিটেল

অনলাইন প্ৰতিষ্ঠানসমূহৰ ব্যৱসায় ডিজিটেল ।বিভিন্ন সামগ্ৰীৰ ক্ষেত্ৰত আগবঢ়োৱা প্ৰকাৰ সদায়ে অতুলনীয়। কেৱল এটা এপ্লিকেশ্যনতে দেশী-বিদেশী বহু জনপ্ৰিয় ব্ৰেণ্ডৰ বিভিন্ন প্ৰকাৰৰ সামগ্ৰী ক্ৰয়ৰ সুবিধা । আপোনাৰ অনলাইন ব্যৱসায়ত আপোনাৰ বজাৰ খন গ্লোবেল। সমগ্ৰ বিশ্ব আপোনাৰ ব্যৱসায়ৰ পৰিধি। আপোনাৰ ইচ্ছা অনুসৰি আপোনাৰ সামগ্ৰী বিক্ৰী কৰিব পাৰে  

অনলাইন শ্বপিং ব্যৱস্থাৰ কেইটামান নেতিবাচক দিশ আগবঢ়োৱা হল-

ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ সম্পৰ্ক 

অনলাইন ব্যৱসায়ত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ সম্পৰ্কটো নাথাকে। সেয়ে অনলাইন ব্যৱসায়তকৈ অফলাইন ব্যৱসায় গ্ৰাহকৰ সৈতে সু সম্পৰ্ক বজাই ৰাখিবলৈ ভাল ।

টেকনলজি 

ইন্টাৰনেট এটা নতুন টেকনলজি। বহু লোকৰ ইন্টাৰনেটৰ লগত পৰিচয় ঘটিছে যদিও এনে বহু লোক আছে যি এতিয়াও অজ্ঞ।

প্ৰতিযোগিতা 

অনলাইন ব্যৱসায় ত ডিজিটেলাইজেশ্যন বেছি হোৱাৰ বাবে প্ৰতিদ্বন্দীৰ সংখ্যা আকস্মিকভাবে বৃদ্ধি পাইছে

বিশ্বাসযোগ্যতা 

অনলাইন ব্যৱসায়ত ক্ৰেতা আৰু বিক্ৰেতাৰ মাজৰ সম্পৰ্ক নাথাকে। সেয়ে অনলাইন ব্যৱসায়ত বিশ্বাসযোগ্য সহজতে হৈ উঠাতো সহজসাধ্য নহয়

প্ৰডাক্টিভিটি 

যেতিয়া আপুনি আপোনাৰ সুবিধাজনক ঠাইত ব্যৱসায় কৰে তেতিয়া আপুনি ব্যৱসায়ৰ টাৰ্গেটটো পাহৰি আৰামক বেছি প্ৰাধান্য দিলে আপোনাৰ ব্যৱসায়ৰ ক্ষতি হোৱাৰ সম্ভাৱনাই দেখা দিয়ে।

গ্ৰাহক সেৱা

যিহেতু গ্ৰাহক আৰু আপোনাৰ মাজত কোনো তৃতীয় পক্ষ নাই। লগতে অফলাইনতহে গ্ৰাহকক সাক্ষাৎ কৰিব লগীয়া হয় অনলাইন ত সেয়া নহয় সেয়ে কোনো গ্ৰাহকৰ সেৱা ভালদৰে সুচাৰুৰূপে পালন কৰিব  ।গ্ৰাহকৰ ৰেটিং ভাল পাবলৈ উন্নত মানৰ সেৱা আগবঢ়াব।

বজাৰ

যিহেতু একেটা সামগ্ৰীকেই বহুজনে অনলাইনত বিক্ৰী কৰে। গতিকে আপোনাৰ সামগ্ৰী টো গ্ৰাহক জনে বাচনি কৰিবৰ বাবে আপোনাক প্ৰয়োজন হব আপোনাৰ সামগ্ৰী সুন্দৰ ভাবে সজাই অনলাইনত  উপলদ্ধ কৰোৱা।

ইন্টাৰনেট যোগাযোগ 

অনলাইন ব্যৱসায় ইন্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। সেয়ে ইন্টাৰনেট সুবিধা ভাল হ‘লেহে আপোনাৰ ব্যৱসায় ভাল হব। যিহেতু ঘন্টা ধৰি কেতিয়াবা ইন্টাৰনেট ডাউন হোৱা ও পৰিলক্ষিত হয়।

তদুপৰি অনলাইন শ্বপিং ব্যৱস্থাত সামগ্ৰীৰ সত্যতা প্ৰতিপন্ন কৰাটোও সহজ নহয়। অৰ্ডাৰকৃত সামগ্ৰীৰ যোগান লাভ কৰাৰ পিছতে ইয়াৰ সত্যতা প্ৰমাণিত হয়। শেহতীয়াকৈ গ্ৰাহকৰ অৰ্ডাৰকৃত সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত বহু আসোঁৱাহ দেখিবলৈ পোৱা গৈছে। সামগ্ৰীৰ যোগানৰ সময়তে পেকেজিং খুলি নিৰ্দিষ্ট সামগ্ৰীবিধৰ সাল-সলনি কৰাৰো বহু ঘটনা পোহৰলৈ আহিছে। ব্যৱসায়িক লাভৰ উদ্দেশ্যেৰে প্ৰসাৰিত এই অনলাইন শ্বপিং ব্যৱস্থাৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহৰ বিষয়ে সবিশেষ জানি এই বৈপ্লৱিক ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰিলে সম্ভাৱ্য লোকচানৰ পৰা হাত সাৰিব পাৰিব গ্ৰাহকসকলে।আগতীয়া পৰিকল্পনাৰ অবিহনে এটা ব্যৱসায় সফল কৰি তোলাটো অতি দুৰূহ। এই ব্যৱসায়টো আপোনাৰ বাবে নতুন,সেয়ে  বেয়া দিনৰ বাবেও সাজু থাকিব । সঠিক পৰিকল্পনা আৰু মাৰ্কেটিং কৰাৰ পাছতো কেতিয়াবা ব্যৱসায়ত উন্নতি নহয় তেতিয়া আপুনি ভালদৰে পৰ্যবেক্ষণ আৰু দৃঢ়প্ৰতিজ্ঞ হব। যিকোনো ব্যৱসায়ত ভাল বেয়া সকলো দিন আহে। আপুনি সংকল্প লৈ আগবাঢ়িব। যদিহে আপুনি এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো এটা সঠিক সময়।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।