written by | October 11, 2021

ইভেণ্ট ডেকোৰেচনৰ ব্যৱসায়

×

Table of Content


কেনেদৰে আপুনি কম সময়ত ইভেণ্ট শাখয্যৰ ব্যৱসায় আৰম্ভ কৰিব 

আপুনি বাৰু ইভেণ্ট শাখয্যৰ ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত নেকি  ? তেনেহলে এইটো লিখনি আপোনাৰ বাবে উপয্যক্ট , ইয়াত কেনেদৰে আপুনি ইভেণ্ট শাখয্যৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে তাৰ স্তৰ বোৰ উল্লেখ কৰা হৈছে । 

কেনেদৰে ইভেণ্ট শাখয্যৰ ব্যৱসায় আৰম্ভ কৰিব 

ইভেণ্ট শাখয্যৰ ব্যৱসায় সদায় এ এক আকৰ্ষিত আৰু অধিক প্ৰচাৰিত ব্যৱসায় হিচাপে জনাজাত । কিন্তু ইয়াত অধিক পৰিমানে পৰিশ্ৰম আৰু লাগতিয়াল কাৰ্যকলাপৰ অভাৱ হোৱা দেখিবলৈ পোৱা যায় । গতিকে ইভেণ্ট শাখয্যৰ ব্যৱসায় আৰম্ভ কৰিবলৈ উপয্যস্ত পৰিকালপানৰ অতি প্ৰয়োজন । এক নতুন ব্যৱসায়িক হিছাপে ইভেণ্ট শাখয্যৰ ব্যৱসায় আপোণৰ বাবে উপয্যক্ট কাৰণ ইয়াত আপুনি এতা ইভেণ্ট ৰ এটা ক্ষেত্ৰত কাৰ্য কৰি নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব । 

ইভেণ্ট শাখয্যৰ ব্যৱসায়ত লাভ কৰিব পৰা সুবিধা 

ব্যৱসায় আৰম্ভ কৰিবলৈ ইয়াত মূলতঃ দুটা প্ৰধান বিষয় আছে ।  এটা হল আপুনি অন্য ইভেণ্ট পৰিচালনা কৰা মানুহৰ  লগত সহযোগী হিচাপে কাম কৰিব পাৰে আৰু আন এটা হল আপুনি ব্যক্তিগত ভাৱে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে ।প্ৰতিটো ইভেণ্ট কিন্তু ইভেণ্ট পৰিচালনা কৰা মানুহে চলাচল নকৰে । গ্রহকে নিজে তেওঁৰ ইভেণ্ট ৰ  শাখয্যৰ  পৰিকপ্লনা কৰিব পাৰে । এনেকুৱা ক্ষেত্ৰত আপুনি নিজে ইভেণ্ট শাখয্য কৰিবলৈ আগবাঢ়িব পাৰে । আপোনাৰ ইভেণ্ট শাখয্যৰ ব্যৱসায় কেৱল মাত্ৰ গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰিব । যিমানে আপুনি ভাল কাম কৰিব পাৰিব সিমানে আপোনাৰ ব্যৱসায় আগবাঢ়িব ।

বহুতো ক্ষেত্ৰত আপুনি সুবিধা পাব যেনে বিয়া , জন্মদিনৰ অনুষ্ঠান , ব্যৱসায়িক অনুষ্ঠান আদি ।

ইভেণ্ট শাখয্যৰ ব্যৱসায়ৰ পৰিকপ্লনা 

১. মূলধন 

ইইয়াত গভীৰ  গৱেষণাৰৰ প্ৰয়োজন কিয়নো ই আপোনাৰ ব্যৱসায়ৰ অগ্ৰগতিৰ দিশ নিৰ্ধাৰণ কৰিব ।আপোনাৰ ব্যৱসায়ৰ আকাৰ নিৰ্ধাৰণ কৰি আপুনি কি কৰিব বিচাৰে তাৰে এক উচিত সিদ্ধান্ত লোৱা উচিত ।ইয়াত অপুনি আৰম্ভণিতে কোনো ধৰণৰ সামগ্ৰী ক্ৰয় কৰিব নেলাগে এভেণ্টৰ বাবে প্ৰয়োজন অনুযায়ী আপুনি বিভিন্ন সামগ্ৰী যোগান ধৰা দোকানৰ লগত সম্পৰ্ক বনাই ৰাখিব লাগে । অতি কম মূলধনেৰে অপুনি ইভেণ্ট শাখয্যৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে । 

যিহেতু ইভেণ্টৰ বাবে দৰকাৰী সামগ্ৰী প্ৰত্যক্ষ ভাবে গ্ৰা হকৰ  স্থানত পঠিয়াব গতিকে অলাগতিয়াল খৰচ অতি কম হয় । 

২.ঘৰৰ পৰা সৰু কৰ্ম স্থানৰ আৰম্ভণি 

ইভেণ্ট শাখয্যৰ ব্যৱসায়ৰ বাবে অতি কম স্থানৰ আবচ্যক । যদি আপুনি ইভেণ্ট শাখয্যৰ ব্যৱসায়ৰ বিষয়ে জানে তেনেহলে নিশ্চয় জানে যে এই ব্যৱশ্যয় ত অধিক স্থানৰ দৰকাৰ নাই । আপোনাৰ ব্যৱসায়ৰ ডেসুৱাবলৈ আপোনাক মাত্ৰ এটা মাধ্যম স্থানৰ প্ৰয়োইজন । কিন্তু আপোনাক আপোনাৰ সামগ্ৰী সংগ্ৰহ কৰিবলৈ এটা স্থানৰ দৰকাৰ হব । এনেকুৱা স্থানৰ ভাড়া অতি কম হলে ভাল হব যিহেতু আপোনাক মাত্ৰ সামগ্ৰী থব ৰ বাবে হে এই স্থানৰ ব্যৱহাৰ হব । 

৩.উপয্যক্ট কৰ্মচাৰী 

আপোনাক এই ব্যৱসায়ত উপয্যক্ট কৰ্মচাৰীৰ দৰকাৰ হব । যিহেতু ইভেণ্ট বোৰ পৰিছলানা কৰিবলৈ পৰ্যাপ্ত জ্ঞান থকা কৰ্মচাৰীৰ দৰকাৰ হব ,কাৰণ বিয়া অনুষ্ঠান আদি নিয়োজিত কৰিবলৈ সঠিক সময়ৰ ভিতৰতে আপুনি কাম শেষ কৰিব লাগিব । গতিকে যিমান বেছি কৰ্মচাৰী হব সিমান ভাল ।

পাৰিলে আপোনি এনে কৰ্মচাৰী নিয়োজিত কৰিব লাগে যিয়ে প্ৰচলিত সাশয্যা ৰ লগত সাপ খুৱাই আপোনাৰ ব্যৱসায় চলাই নিব পাৰে ।

.দৰকাৰী সামগ্ৰী 

এটা সফল  ইভেণ্ট শাখয্য একো অসুবিধা নোহোৱাকৈ কৰিবলৈ হলে পূৰ্য্যাপ্ত খাৰু ডাঙৰ সকলো সামগ্ৰী যোগান কৰি ৰাখিব লাগে। কম দামৰ সামগ্ৰী বোৰ কিনি আৰু বেছি দামৰ সামগ্ৰী বোৰ ৰেণ্ট কৰি আপুনি ব্যৱশ্যয় কৰিলি আপোনাৰ মূলধনৰ ৰেহাই হব। 

আমি আপোনাক অনুৰোধ কাৰো যে এনেকুৱা সামগ্ৰী যিবোৰ আপোনাৰ পইচা বজাই ৰাখে তেনেকুৱা বস্তু নীকিনাই ভাল ।কিছুমান সামগ্ৰী যেনে পিন, লাইট আদি সকলো ইভেণ্ট ত ব্যৱহাৰ কৰিব পাৰিব যদি অন্য সামগ্ৰী বোৰ ইভেণ্ট অনুযায়ী সলনি হব পাৰে । 

. ইভেণ্ট শাখয্যৰ সামগ্ৰী বোৰৰ সংৰক্ষণ 

শেষত আপুনি ইভেণ্ট শাখয্যৰ বাবে ব্যৱহাৰ কৰ সামগ্ৰী বোৰ সংৰক্ষণ কৰাতো দৰকাৰ ।যিমানে আপুনি এইবোৰ সামগ্ৰী ব্যৱহাৰ নকৰক কিয় তাৰ গুনামান সলনি হব নেলাগে ।আপুনি আপোনাৰ পইচাৰ কিছু অংশ সামগ্ৰী বোৰ সংৰক্ষণ কৰা ত ব্যৱহাৰ কৰিব লাগে । যিহেতু আপুনি ব্যৱহাৰ কৰা সামগ্ৰী বোৰ অ আপোনাৰ ব্যৱসায়ৰ মানদণ্ড নিশ্চিত কৰে । 

৬.এটা ইভেণ্ট ৰ বাবে কিমান পইচা  নিশ্চিত কৰিব 

আপোনাৰ কাৰ্যৰ পইচা নিৰ্ধাৰণ কৰাটো এক কঠিন কাম যিহেতু ই আপোণৰ ব্যৱসায়ৰ মানদণ্ড নিৰ্ভৰ কৰে। আপুনি ব্যৱসায়ত সাহসে আৰম্ভণি কৰিবলৈ কম পইচা বিচাৰিব পাৰে যাতে গ্ৰাহক সাহযে আপোনাৰ ওচৰলৈ আহে । লাহে লাহে আপুনি আপোনাৰ কাৰ্য অনুযায়ী আপোনাৰ ব্যৱসায়িক মূল্য বঢ়াব পাৰে । 

৭. অ’ৰদাৰ লোৱাৰ পিছৰ পৰ্যায় 

এটা অ’ৰ দাৰ লোৱাৰ পিছত কিছুমান বস্তু চোৱাটো গুৰুত্বপূৰ্ণ । উধাৰণস্বৰূপে 

  • প্ৰথমে আপুনি ইভেণ্ট ৰ সময় আৰু ঠাই নিশ্চিত কৰিব লাগে ।এনেদৰে আপুনি উচিত পৰিকল্পনাঃ কৰি আগবাঢ়িব পাৰিব । 
  • Eএইয়াৰ পিছত আপোনি দৰকাৰী সামগ্ৰী ক্ৰয় কৰা । কিয়নো এনে কিছুমান ইভেণ্ট থাকিব পাৰে যাৰ বাবে আপোনাৰ ওচৰত পর্যপ্ত সামগ্ৰী নাথাকিব পাৰে । যেৱে কিসুমন ইভেণ্ট প্ৰকৃত ফুলৰ যোগান ধৰিব লাগে যিটো আপোনি শেষ মূহৰতত কিনিব লাগিব।
  • শেষত সকলো যোগাৰ কৰা যত কৰ্ম চাৰি নেছীট কৰাটো অতি গুৰুত্বপূৰ্ণ।

৮.ব্যৱসায় প্ৰচাই কৰিব বাবে ছোচিয়েল মেডিয়া ব্যৱহাৰ কৰা 

নিজকে জনাজাত কৰিবলৈ যিমান পাৰে ছোচি য়েল মিডিয়া ত আপোনাৰ বস্তু প্ৰচাৰ কাৰক ।বহুতো মানুহ আজিকালি নিজৰ লাগতিয়াল বস্তুৰ বাবে ছোচিয়েল মেডী য়ৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি নিজৰ ব্যৱসায়ৰ বাবে এইটো ক্ষেত্ৰ ব্যৱহাৰ কৰিব পাৰে। 

আপুনি নিজৰ উপলব্ধ ইভেণ্ট ৰ আভাস বোৰৰ লগতে তাৰ দাম সন্নিবিষ্ট কৰিলে আপোনাৰ গ্ৰাহকৰ বাবে ই অধিক সৰল হৈ পৰিব ।আমি আপোনাক বিজ্ঞাপন কৰাটো উপদেশ দিওঁ যাতে অপূণ্য অধিক মানুহ আকৰ্ষণ কৰে। 

ইয়াৰ লগতে আপুনি উপয্যক্ট ঠাইত ব্যৱসায়ৰ প্ৰচাৰ কৰাটো দৰকাৰ । যেনে যিমান পাৰে  নৱ প্ৰজন্মৰ লগত সংযোগ কৰা কাৰণ অধিক ইভেণ্ট ৰ কামত নৱ প্ৰজন্মৰ মানুহ জড়িত হৈ থাকে।

৯.প্ৰযৌক্তিৰ ব্যৱহাৰ 

আপোনি প্ৰয্যকটিৰ ব্যৱহাৰ কৰি আপোনাৰ ব্যৱসায় এক বেলেগ স্তৰ লৈ যাব পাৰিব । লগতে ইয়াৰ জৰিয়তে অধিক মানুহৰ মাজত সংগ্ৰহ কৰিব পাৰিব । 

আপুনি এপ প্ৰস্তুত কৰিব পাৰে আপোনাৰ ইভেণ্ট শাখয্যৰ ব্যৱসায়ৰবাবে । আপুনি এপ ত আপোনাৰ কাৰ্য কালাপৰ আভাস দিয়াৰ লগতে পুৰণা কামৰ ভিদেও উপলব্ধ কৰাব লাগে ।ইয়াৰ জৰিয়তে অধিক গ্ৰাহক আপোনাৰ ব্যাসায়ৰ প্ৰতি আকৰ্ষিত হব। আপোমী প্ৰয্যকটি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ লগতে কাম কাজ কৰিবলৈ ও ব্যৱহাৰ কৰা উচিত । 

সামৰণি 

আপুনি প্ৰদান কৰা কাৰ্য্য আপোনাৰ ব্যৱসায়ৰ মানদণ্ড নিৰ্ধাৰণ কৰিব। আপোনি পাৰিলেই আপোনাৰ গ্ৰাহক সকলক এনেকুৱা সেৱা দিব লাগে যিটো তেওঁলোকে  আশা কৰাতকৈ বেছি হয়। 

উপয্যক্ত পৰিকপ্লনা কৰি আপুনি আপোনাৰ ব্যৱসায় সঠিক দিশত আগুৱাই নিব পাৰিব লগতে ই আপোনাৰ মূলধনৰ ও হাৰ কমাব ।আপুনি নিশিত কৰিব লাগিব যে আপুনি আপোনাৰ গ্ৰাহকক যিটো প্ৰতিশ্ৰুতি দিছিল তাৰ সম্পূৰ্ণ প্ৰতিপালান আপুনি কৰিছে তেনে কৰি হে আপোমী আপোনাৰ ব্যৱসয় সঠিক ভাবে আগুৱাই নিব পাৰিব । 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।