written by | October 11, 2021

ৰঙৰ ব্যৱসায়

×

Table of Content


চিত্ৰ  কলা ব্যৱসায় আৰম্ভ কৰি সফল হোৱা ৰ পথ 

আমি ইয়াত কিছুমান বিশেষ কথা উল্লেখ কৰিছোঁ যাৰ দ্বাৰা আপুনি নিজৰ চিত্ৰ ব্যৱসায় কম মূলধনেৰে আৰম্ভ কৰিব পাৰিব। এই লিখনি আপোনাক নিশ্চয় সুবিধা কৰিব । 

আৰম্ভণিতে লব লগ বিশেষ পৰ্যায় বোৰ

আপুনি এটা উত্তম ব্যৱসায় বাছি লৈছে এতিয়া আপুনি দ্বিতীয় স্তৰত গলে হল । এটা ব্যৱসায় আৰম্ভ কৰিবলৈ হলে বহুত নীতি নিয়ম মানিব লগা হয়। আমি ইয়াত বেশেষ উপদেশ কিছুমান দিছোঁ যাৰ দ্বাৰা আপুনি আপোনাৰ ঘৰত চিত্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এই পৰ্য় বোৰে আপোনাৰ ব্যৱসায় যে আনুষ্ঠানিক ভাৱে কোনো সমস্যানোহোৱা কৈ আগবাঢ়ে তাক নিশ্চিত কৰিব । 

সফল ব্যৱসায় কৰিবলৈ এটা উপয্যক্ট পৰিকালপানৰ দৰকাৰ। ইয়ে ব্যৱসায় সফল দিশত চলোৱাৰ লগতে নাজানা কথা জানিবলৈ দিব। কেইটামান গুৰুত্ব পূৰ্ণ বিষয় হল :

  • বৰ্তমান সময়ত ব্যৱসায়িক মূল্য কিমান? 
  • কেনে বজাৰ আপোনাৰ মূল লক্ষ্য?
  • অপপুনি গ্ৰাহক ক কিমান শুল্ক বিচাৰিব?
  • আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামে?
  • সভাগ্যভাৱে আমি আপোনাৰ বাবে এই বোৰ কৰি থৈছো। 
  • ঘৰ ৰং ব্যৱসায় কৰিবলৈ কিমান পইচাৰ দৰকাৰ?

আপোনাৰ থলুৱা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিস্থানৰ কর্তৃপক্ষ ই আপোনাক লাগতীয়া বাতৰি  যেনে লাইচেঞ্চ , ইঞ্চুৰ আদিৰ লগত খৰচ কিমান হব তাক কব পাৰিব । নূন্যতম আপুনি তলত উল্লেখ কৰা বস্তু বোৰ দৰকাৰ হব :

  • ৮’- ১২ ‘ লাদ্দেৰ 
  • ৰোলাৰ , ট্রে , ব্ৰাচ 
  • ক্ৰেক নোহোৱা কৰিবলৈ সামগ্ৰী 
  • ৱাইৰ ব্রাছ 
  • চান্দপাপেৰ কাগজ 
  • আৰু বৰ্তমান প্ৰচাৰিত ঘৰৰ ৰঙৰ বাবে দৰকাৰী সামগ্ৰী 

ইয়াৰ লগতে লাইচেঞ্চ , ইন্সুৰ আদিৰ খৰছ সংযক্ট কৰিলে হল । ইয়াৰ লগতে অন্য খৰচ যেনে ৰঙৰ সামগ্ৰী , যাতায়ত খৰচ , বিজ্ঞাপন আদি । 

কোনটো বজাৰ আপোনাৰ লক্ষ 

এনেকুৱা গ্ৰাহক নিশ্চিত কৰা যোনে আপোনাক পর্যায়প্ত পইচা দিব পাৰে । ইয়াৰ লগতে আপুনি কংট্ৰেক্ট কৰাৰ আগতে তাৰ বিষয় এ ভালদৰে বিচাৰ কৰি লব লাগে । যদিহে আপুনি উপয্যক্ট পৰিকল্পনাঃ কৰি ব্যবসায়ত বৃদ্ধি কৰিব বিচাৰে উপয্যক্ট গ্ৰাহক নিৰ্ধাৰণ কৰা তো দৰকাৰ । 

ঘৰ ৰং কৰা ব্যৱসায় ত কেনেদৰে পইচা সংগ্ৰহ কৰা হয় 

গ্ৰাহক সকলক  কামৰ আকাৰ ,প্ৰয়োইজন হোৱা সামগ্ৰী লগতে কায্যৰ কাঠিনতাৰ ওপৰত নিৰ্ভৰ কৰি পইছা বিচৰা হয়। যিহেতু বাহ্যিক ৰং ৰ কাৰ্য কেতিয়াবা হে কৰিব লগীয়া হয় গতিকে সময় সাপেক্ষ ঘৰৰ ভিতৰত ৰং কৰা কাৰ্য্য কৰি থকাটো দৰকাৰ ।

আপুনি গ্ৰাহক ৰ পৰা  কিমান ধন বিচাৰিব 

আপুনি আপোনাৰ কামৰ মূল্য বিভিন্ন মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰি বিচাৰিব লাগিব। মূল্য নিশ্চিত কৰাৰ সময়ত ৰং ৰ দাম, যাতায়ত ৰ খৰচ, ৰং কৰা স্থানৰ পৰিমাণ আদিৰ ওপৰত ভিত্তি কৰা হয়।  

কেনেদৰে আপুনি আপোনাৰ ব্যৱসায় অধিক লাভাম্বিত কৰিব পাৰে 

শক্তিশালী ৱাছ ৰ , স্প্ৰে আদিত আপুনি পইচা খৰচ কৰি আধুনিক ভাবে কাম কৰিব পাৰে যাতে অধিক গ্ৰাহক আপোনাৰ ওচৰলৈ আহে । আপুনি এটা সপ্তাহত কিমান কাম কৰিব তাৰ ওপৰত ও আপোনাৰ লাভ নিৰ্ধাৰণ হব । 

আপোনাৰ ব্যৱসায়ৰ নামকৰণ 

সঠিক নাম নিৰ্ধাৰণ কৰা তো অতি দৰকাৰী । যদিহে আপোনাৰ নাম এটা আপোনাৰ বিচাৰালৈ অহা নাই তেনেহলে অনলাইন মাধ্যমৰ সহায় লব পাৰে। 

লগতে এইটো নাম যাতে বেলেগে নামাকৰণ কৰা নাই তাক নিশ্চিত কৰা। 

টেক্স ৰ বাবে নামকৰণ কৰা 

আপুনি ভিন্ন ধৰণৰ টেক্সৰ বাবে নাম সন্নিবিষ্ট কৰিব লাগিব  ব্যৱসায় আৰম্ভ কৰাৰ আগতে। তাৰ বাবে তিন(tin) ৰ বাবে আবেদন কৰিব লাগিব । 

ব্যৱসায়িক কাৰ্ড আৰু বেংক একাওন্ত খোলা 

উপয্যক্ট বাবে আপোনাৰ পৈচাৰ হিচাপ ৰাখিবলৈ হলে এই ব্যৱস্থা কৰা তো অতি দৰকাৰী । ইয়াৰ উপৰিও ই আপোনাৰ বাৰ্ষিক টেক্স ৰ ও হিচাপ ৰাখিব 

দৰকাৰী অনুমোদন লোৱা

 দৰাকী অনুমোদন নহলে আপুনি ফাইন দিয়াৰ লগতে আপোনাৰ ব্যৱসায় বন্ধ ও হব পাৰে । 

ব্যৱসায়িক ইনছোৰেন্স গ্ৰহণ কৰা 

ব্যৱসায়িক ইনছোৰেন্স ইমান এ দৰকাৰ যিমান লাইচেঞ্চ আদি দৰকাৰ। ইনছোৰেন্স আপোনাৰ ব্যৱসায়ৰ বেয়া দিনত সহায়ৰ হাত আগবঢ়াব । 

বহুতো ধৰণৰ ইনছোৰেন্সৰ প্ৰতিষ্ঠান আছে ভিন ভিন ধৰণৰ ব্যৱসায়ৰ বাবে । যদি হে আপুনি কেনেকুৱা ধৰণৰ দিশ আপোনাৰ ব্যৱসায় লৈ তাক লৈ নিশ্চিত নহয় তেনেহলে ইনছোৰেন্স এজেণ্টৰ পৰা বিনামূলীয়া ভাবে উপদেশ গ্ৰহণ কৰিব পাৰে। অথবা কম মূলধনেৰে আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে । এইটো আপোনাৰ বাবে যিহেতু এক উপযুক্ত ব্যৱসায় l

 মানব সমাজৰ সকলো সামগ্ৰী বা সম্পদ একেলগে বা একে ঠাইতে পোৱা সম্ভৱ নহয়‌।

বেহা -বেপাৰ বা ব্যৱসায় বাণিজ্যই ইয়াৰ বিভিন্ন প্ৰক্ৰিয়া তথা কাম-কাজৰ যোগেদি কিছু প্ৰতিদানৰ বিনিময়ত এই প্ৰয়োজনীয় সামগ্ৰীসমূহ মানৱ সমাজে সংগ্ৰহ কৰোঁতে সংগ্ৰহ কৰি দিয়ে।

*সফল ব্যৱসায়ীৰ বাবে কিছুমান প্ৰয়োজনীয় গুণৰ প্ৰয়োজন*

১/ব্যৱসায়ীজনৰ ব্যৱসায়টোৰ প্ৰতি আন্তৰিকতা তথা আস্থা থকা প্ৰয়োজন।তেতিয়াহে তেওঁ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ব্যৱসায়টোত মনোনিবেশ কৰিব পাৰি।

২/ চিত্ৰকলাব্যৱসায়ীজনে তেওঁৰ আকৰ্ষণীয়  ব্যক্তিত্ব তথা

আচৰণৰ দ্বাৰা সংগঠনটোৰ কৰ্মচাৰী তথা গ্ৰাহক সকলৰ লগত সু-সম্পৰ্ক বজাই ৰখাৰ বাবে তেওঁ ব্যৱসায়টোৰ লগত সংগতি ৰাখি উপস্থিত বুদ্ধি তথা কৌশল প্ৰয়োগ কৰিব পাৰি।

৩/ব্যৱসায়ীজন সৎ আৰু নিষ্ঠাবান হোৱা দৰকাৰ।

৪/একেধৰণৰ প্ৰতিযোগী ব্যৱসায়ীৰ  কাৰ্যকলাপৰ ওপৰত সদায় নজৰ  দিব লাগে।তদুপৰি কেঁচামালৰ উৎস,উৎপাদন, ক্ষমতা,ব্যৱসায়ৰ পৰিসৰ,ভৱিষ্যত বিক্ৰীৰ সম্ভাৱনা,অনিশ্চিত বিপদৰ সম্ভাৱনা ইত্যাদিৰ বিষয়ে দুৰদৃষ্টি  জ্ঞান থকাৰ প্ৰয়োজন।

৫/ইয়াৰ উপৰি প্ৰচলিত আইনগত বিধি ব্যৱস্থা সমূহৰ বিষয়ে সম্যক জ্ঞান  থকা প্ৰয়োজন।

   চিত্ৰকলাৰদোকানখন ক’ত খুলিব সেই সম্পৰ্কে প্ৰথমতে সিদ্ধান্ত ল’ব লাগিব।এটা যদি ৪০০ ৰ পৰা ৫০০ স্কুইয়াৰ ফুটৰ কোঠা লোৱা হয়,তেতিয়াহ’লে তাত ৫–১০ জন মানুহ বহিব পাৰিব।

 শ্বপিংম’লৰ ভিতৰত ,স্কুল কলেজৰ বজাৰৰ ঠাইত পচ এৰিয়া বিলাকত খুলিলে বেছি লাভবান হয়।    

কাক আপুনি কামৰ বাবে ল’ব

 ব্যৱসায় এটা অকলে কেতিয়াওঁ উৰ্দ্ধগামী ৰাষ্টাত নিব নোৱাৰি।কাৰণ ব্যৱসায়ত অকলে দৌৰি ফুৰা অসম্ভৱ কথা। সেয়েহে সুদক্ষ পৰিচালক আৰু বিক্ৰীৰ বাবে সহায়ক নিয়োগ কৰিব লাগে।গৃহযোগান ব্যৱস্থাত আপুনি যাতায়তৰ খৰছো অন্ত ৰ্ভূক্ত কৰিব লাগিব।যিয়ে আপোনাৰ বিশ্বাসী,অৰ্থাত স্বাৰ্থ বিহীন ভাৱে আপোনাৰ বাবে কাম কৰিব তেনে ব্যক্তিক মকৰল কৰিব লাগিব।

*আপুনি দাম কেনেকৈ নিৰ্ধাৰণ  কৰিব‌*   

গ্ৰাম্যঞ্চলত সামগ্ৰীৰ  বজাৰবোৰৰ লাভাজনক সুবিধা নাথাকে‌।বজাৰত দ’ৰ যোগান আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে।প্ৰথমে বিক্ৰেতাৰ হাতত অতি কম পৰিমাণৰ লাভ থাকে। 

*ব্যক্তিগত ব্যৱসায়ৰ কিছুমান বিশেষ সুবিধা*    

১/এনে ধৰণৰ ব্যৱসায় আৰম্ভ কৰা তুলনামূলক ভাবে অইন ব্যৱসায়তকৈ সহজ। আইনগত বাধ্যবাধকত নোহোৱা বাবে অতি সহজে ব্যক্তিগত ব্যৱসায় আৰম্ভ কৰিব পাৰি।অতি কম মূলধনেৰে কম পৰিসৰত ব্যক্তিগত ব্যৱসায় হ’ল সহজ ব্যৱসায় সংগঠন।

২/ যিহেতু  ব্যৱসায়টোত হোৱা লাভ -লোকচানৰ পৰিমাণ মালিকৰ নিজৰ,গতিকে ব্যৱসায়ীজনে সৰ্ব্বোচ্চ লাভৰ বাবে নিষ্ঠা সহকাৰে কঠোৰৰ পৰিশ্ৰম কৰাৰ বাবে প্ৰেৰণা পায়।

৩//মালিকে নিজে ব্যৱসায়টো নিয়ন্ত্ৰণ কৰে।। বব্যৱসায়ীজনে নিজৰ বিচাৰ-বুদ্ধি ব্যৱসায়টোত খটুৱাব পাৰে,এই ক্ষেত্ৰত কোনেও তেওঁক হস্তক্ষেপ কৰিব নোৱাৰে।তদুপৰি ব্যৱসায়ৰ গোপনীয় কথাবোৰ মালিকৰ মাজতে সীমাৱদ্ধ থাকে।

৪/পৰৱৰ্ত্তিত পৰিস্থিতিৰ লগত সঙ্গতি ৰাখি অতি কম সময়তে ব্যৱসায়িক সিদ্ধান্ত ল’ব পাৰে।

৫/স্বাধীন চিতীয়া মনৰ মানুহৰ বাবে ব্যক্তিগত ব্য়ৱসায় অতি উপযুক্ত ব্যৱসায়।।

*কিছুমান অসুবিধা*      

১/বৃহৎ মুলধনেৰে বৃহৎ পৰিসৰত ব্যক্তিগগত ব্যৱসায় আৰম্ভ কঠিন।

২/কিছুমান। ক্ষেত্ৰত মালিকৰ দক্ষতা আৰু অভিজ্ঞতাৰ অভাৱৰ ফলতো ব্যকক্তিগত ব্যৱসায়ত অসুবিধাৰ সৃষ্টি হয়।

৩/এনে ধৰনৰ ব্যৱসায়ত অসীমিত দেনা থকা হেতুকে ব্যৱসায়টোত হ’ব পৰা সম্পূৰ্ণ লোকচানৰ পৰিমাণ ব্যৱসায়ীজনে নিজেই বহন কৰিব লগা হয়।

৪/স্থায়িত্বৰ অনিশ্চয়তা

এই ব্যৱসায়ৰ আন এটা অসুবিধা।ব্যৱসায়ী জনৰ অসুস্থতা তথা মৃত্যুয়ে ব্যৱসায়টোৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিব পাৰে।

সেয়েহে আইচক্ৰিম ব্যৱসায়টো আৰম্ভ কৰাৰ লগে লগে সকলো কথা চালি জাৰি চাইহে আৰমম্ভ কৰিব লাগে।

*উদ্যোগীজনে সততে*

 *মন কৰিবলগীয়া কিছুমান বিষয়*  

  এজন সফল উদ্যোগীৰ বাবে সততে তলত উল্লেখ কৰা বিষয়সমূহলৈ মন কৰিব লাগে,যেনে–/

১/ গোটটিৰ হিচাপৰক্ষণ সঘনে পৰীক্ষা কৰক।এজন হিচাপৰক্ষকে লিপিৱদ্ধ

কৰা হিচাপবোৰ অইন এজনে নিয়মিত ভাৱে পৰীক্ষা কৰাৰ ব্যৱস্থা থাকিব লাগে।হিচাপ কৰবাত ভুল হ’লে,এইবোৰ অতিই সোনকালে সংশোধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।।

২/ উদ্যোগ গোটটিত এজন বিশ্বাসী। সহযোগী লোক থাকিলে ভাল। গতিকে উদ্যোগীজনে। এজন সুদক্ষ কাৰিকৰী লোকক বন্ধু ,কৰ্মী বাঅংশীদাৰ হিচাপে ল’ব পাৰে।

৩/উদ্যোগীজনে উদ্যোগটো গঠন কৰোঁতে নিজৰ। মূল সম্পদ কিই সেইটো বিচাৰ কৰি চাব লাগে।এই মূল সম্পদ। টকা সময়। বা তেওঁৰ দৈহিক শক্তিয়ো হ’ব পাআৰে।এইবোৰ অপৰিসীম নহয়।আইইচক্ৰিম উউদ্যোগটোৰ জীৱনকাল অক্ষুন্ন ৰাখিবৰ বাবে উৎপাদন ,বিক্ৰী আৰু লাভৰ লক্ষ্য সমানুপাতিক হোৱা ভাল‌

৪/উদ্যোগীজনে সামৰ্থ অনুসৰি উদ্যোগটো নিৰ্বাচন কৰিব লাগে।  বেছি বিনিয়োগ কৰিব নালাগে।

  ।চিত্ৰকলা আধুনিক ব্যৱসায় পৰিচালনাত ব্যৱসায়ৰ কাৰিকৰী দিশকে ধৰি অন্যান্য বিসষয়সমূহ নিয়ন্ত্ৰণ হোৱা স্বত্বেও মানৱ সম্পদ

উৎপাদন ব্যৱস্থাটো এক গুৰুত্ব পুৰ্ণ উপাদান হৈ আছে।শিল্প বাণিজ্যত যন্ত্ৰপাতি, কেচাঁমাল ,বিত্ত আৰু বজাৰ–এই সকলোবিলাক সুদক্ষ কৰ্মচাৰী আৰু পৰিচালকে পৰিচালনা নকৰিলে মূল্যহীন হৈ পৰে‌ ।শৃঙ্খলাৱদ্ধ আৰু নিয়মানুবৰ্ত্তিতাৰ মাজেৰে কাৰ্য সম্পাদন কৰিবলৈ ব্যৱস্থা হাতত ল’ব লাগে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।