written by | October 11, 2021

শৈক্ষিক প্ৰতিষ্ঠানৰ ব্যৱসায়

কেনেদৰে আপুনি নিজৰ শিক্ষা প্ৰতিষ্ঠান ৰ আৰম্ভনি কৰিব 

গোলকীয় উদ্যোগৰ অন্বেষণ অনুযায়ী বৰ্তমান সময়ত  ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ পৰিমাণ অধিক বেছি পাইছে এই ব্যৱসায় প্ৰতিষ্ঠান ইমান বেছি বেগত আগুৱাই গৈ আছে যে  ২০২২পৰ্যন্ত ইয়াৰ অৰ্থনৈতিক মূল্য ২২৭.২ বিলিয়ন হোৱাৰ সম্ভাৱনা কৰা হৈছে শিক্ষা মানুহৰ জীৱন ত অতি গুৰুত্বপূৰ্ণ শিক্ষা অবিহনে মানুহৰ প্ৰকৃত জ্ঞানৰ বিকাশ সাধন হব নোৱাৰে বৰ্তমান সময়ত নতুন বিষয় তথা ক্ষেত্ৰ লৈ মানুহৰ শিক্ষাৰ প্ৰতি আগ্ৰহ তো বৃদ্ধি পায় গৈ আছেগতিকে এনে সময়ত শিক্ষা ক্ষেত্ৰ খনত বিভিন্ন ধৰণৰ ব্যৱসায়িক মাধ্যম মাজেৰে লাভাম্বিত হব পাৰিব চি এ জি আৰ (CAGR) বাতৰি অমুযায়ী বৰ্তমান সময়ত ও ভাৰতত  শিক্ষা ক্ষেত্ৰত বিকাশ কৰিবলৈ যথেষ্ট সম্ভাৱনা আছে   ভাৰতে গোলকীয় শিক্ষা ক্ষেত্ৰ খনত এক বিশেষ স্থান অধিকাৰ কৰি আহিছে ৰাষ্ট্ৰঃ খনৰ মূলতঃ . মিলীয়ন শিক্ষা প্ৰতিষ্ঠান আৰু তাত মূলতঃ ২২৭ মিলীয়ন শিক্ষাৰ্থী আছে আৰু লগতে ৩৬,০০০ কৈ বেছি উচ্চ শিক্ষা প্ৰতিষ্ঠান আছেভাৰত পৃথিৱীৰ ভিতৰতে বেছি উচ্চ শিক্ষাৰ স্থান ভিতৰত অন্যতম

 শৈক্ষিক প্ৰতিষ্ঠানৰ আৰম্ভণি কৰি আপুনি ব্যৱসায় আৰম্ভ কৰিব বিচাৰালে ই আপোনাক এক সঠিক দিশত অগ্ৰসৰ হোৱাত সহায় কৰিব ইয়াৰ লগতে এনে ব্যৱসায়ৰ দ্বাৰা আপুনি লৰা ছোৱালী বোৰৰ ভবিশ্বত ভাল কৰাত ও সহায় কৰিব  

 এনেদৰে শিক্ষা প্ৰতিষ্ঠান আৰম্ভ কৰাৰ আগতে বহুতো ক্ষেত্ৰত গুৰুত্ব দিব লাগে তাৰ ভিতৰত অন্যতম কিছুমান তলত উল্লেখ কৰা হল – 

প্ৰথমে আপোনাক এক উপয্যক্ট পৰিকল্পনাৰ দৰকাৰ হব এক সফল ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ হলে আপোনাক উপয্যক্ট পৰিকালপানৰ আৱশ্যক সঠিক পৰিকল্পনাঃ কৰি আগ বাঢ়িলে হে আপুনি এক সফল শৈক্ষিক প্ৰতিষ্ঠান তৈয়াৰ কৰিব পাৰিব আপুনি এটা সঠিক পৰিকাপ্লনা নকৰাকৈ নিজৰ ব্যৱসায় আৰম্ভ কৰা কথা তো ভবা উচিত নহয় এটা উপয্যক্ট পৰিকল্পনা কৰি  লে আপুনি সঠিক দিশে নিজৰ ব্যৱসায় আগুৱাই নিব পাৰিব সৰু ডাঙৰ লক্ষ্য কিছুমান ৰাখি সেইবোৰ লক্ষ্যত উপস্থাপন হবলৈ চেষ্টা কৰিব লাগে আৰু এনেডৰে পৰিকাপ্লনা কৰি আগুৱাই গলে সফল হোৱাৰ পৰিমাণ অতি বেছি  

 আপুনি প্ৰথমে আপোনাৰ প্ৰতিষ্ঠানৰ বাবে উপয্যক্ট স্থান নিৰ্ধাৰণ কৰাৰ আগতে বিশেষ কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগে যেনে  আপোনাৰ অঞ্চল তোত আপোনাৰ প্ৰতিযোগী কিমান আছে ,যিমান কম আপোনাৰ প্ৰতিযোগী হব সিমান বেছি আপোনাৰ ব্যৱসায় ভাল হব আপোনাৰ কিতাপৰ দোকানৰ বাবে এক এপযুক্ত ঠাই ভাড়া লোৱা পাৰে , ইয়াৰ মূল্য হয়তো ৫০০০ ৰ পৰা ৫০০০০ হাজাৰ পৰ্যন্ত ঠাই সাপেক্ষ ভিন ভিন হব পাৰে   এই ভাড়া আপোনাৰ প্ৰতিষ্ঠানৰ আকাৰ ওপৰত ও নিৰ্ভৰ কৰে   প্ৰতিষ্ঠান  দিয়াৰ বাবে পৰিজনীয়া অনুমোদন পত্ৰ  সংগ্ৰহ কৰিব লাগে   শৈক্ষিক প্ৰতিষ্ঠান খোলাৰ আগতে এনে বহু ধৰনৰ  নীতি নিয়ম আছে যিবোৰ কৰিলে হে আপোনাৰ প্ৰতিষ্ঠা ন আনুষ্ঠানিক ভাৱে নামান্তৰন কৰিব লাগে গতিকে তাৰ বাবে দৰকাৰী অনুমোদন লাভ কৰাত অতি গুৰুত্বপূৰ্ণ যাতে পিছলৈ কোনোধৰণৰ সমস্যাৰ সন্মূখীন হব লগা নহয়  

শৈক্ষিক প্ৰতিষ্ঠান শুলাৰ আগতে আপুনি যিমান পাৰে আপোনাৰ দোকানৰ প্ৰচাৰ কৰাটো অতি গুৰুত্বপূৰ্ণঅধিক পৰিমানে প্ৰচাৰ কৰিলে হে অধিক মানুহ আপোনাৰ প্ৰতিষ্ঠানৰ  প্ৰতি অৱগত হব , আৰু তেনেডৰে আপোনাৰ প্ৰতিষ্ঠানৰ  গ্ৰাহক বৃদ্ধি পাবস্থানীয় বাতৰি কাকত তথা টিভি আদিৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰ কৰিব পাৰেএনেডৰে সাহযে অধিক মানুহৰ মাজত  আপুনি শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰচাৰ কৰিব পাৰিবএইবোৰ কথাৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ ব্যৱসায় কৰিলে লাভাম্বিত হোৱাৰ আশা দেখা যায় । 

আপোনাৰ ব্যৱসায় অধিক সফল ভাবে আগুৱাই নিবলৈ এক সক্ষম ব্যৱসায়িক পৰিকাপ্লনাৰ অতি দৰকাৰ।  ব্যৱসায়িক পৰিকল্পনা কৰি ব্যৱসায়ী এক স্পষ্ট দিশত আগবাঢ়িব পাৰে শৈক্ষিক প্ৰতিষ্ঠান আৰম্ভ কৰাৰ আগতে উপয্যক্ট পৰিকাপ্লনা কৰি আপুনি কোনটো দিশে অগ্ৰসৰ হব বিচাৰে তাক স্পষ্ট ভাবে নিৰ্ধাৰণ কৰিব পাৰেআৰু আপোনাৰ ব্যৱসায় আৰম্ভ কৰাৰ পাছত এনেদৰে কৰা পৰিকাপ্লনাৰ ফলত ব্যৱসায়ী নিজৰ লক্ষ পৰা বিৰত নহওঁ আৰু সঠিক ভাবে নিজৰ লক্ষ্যৰ দিশত আগবাঢ়িব পাৰেবএক উপয্যক্ট ব্যৱসায়িক পৰিকাপ্লনা কৰিলে হব লাগিয়া ভুলৰ পৰিমাণ কম থাকে যিহতো আপোনাৰ ওচৰত এক সফল পৰিকল্পনা থাকেইয়াৰ উপৰিও বেংকৰ পৰা ঋণ লৈ আপুনি শৈক্ষিক প্ৰতিষ্ঠান ব্যৱসায় বিস্তৰ কৰিব বিচাৰিলি উপয্যক্ট পৰিকল্পনা দেখুৱাই বেংকৰ পৰা ঋণ লবলৈ সহজ হবযদি হে আপুনি সভাগ্যবান নহয় যে আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ মূলধন নাই তেনেহলে আপুনি বেংকৰ পৰা ঋণ লোৱাটো অতি প্ৰয়োইজন বেংকত এনেকুৱা বহুতো আঁচনি আছে যত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ বহুতো ধৰনৰ ঋণ দিয়া হয় আৰু লগতে ব্যৱসায়িক বিশেষজ্ঞ সকলৰ পৰা পৰামৰ্শ লব পাৰে   আপুনি বেংকত গৈ ঋণ লোৱাৰ আগতে নিজৰ প্ৰতিষ্ঠানক  লৈ পর্যায়প্ত পৰিকপ্লনা কৰি  দেখুৱা তো অতি গুৰুত্বপূৰ্ণ ভাল পৰিকাপ্লনা নহলে আপোনাক ঋণ দিবলৈ বেংকে কুণ্ঠাবোধ কৰিব পাৰে

আপোনাৰ ব্যৱসায়ত প্ৰতিযোগিতা থকাটো এক অতি সাধাৰণ কথা গতিকে আপোনি অন্য ব্যৱসায়ী সকলৰ কোনটো দুৰ্বলতা আৰু কোনটো সাবলতা তাক বিচাৰ কৰি নিজৰ শৈক্ষিক প্ৰতিষ্ঠানৰ  ব্যৱসায়ৰ আৰম্ভণি কৰাটো উচিত আপুনি ভাল  পোৱা কামটো আগুৱাই নিবলৈ হলে এইবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়া তো অতি দৰকাৰ

ইয়াৰ লগতে দৰকাৰ হোৱা আচবাব আদি সংগ্ৰহ কৰাদৰকাৰী সামগ্ৰী যেনে কিতাপ, ডেস্ক, বেঞ্চ ,কম্পিউটাৰ আদি ।  ইয়াৰ লগতে আপোনাৰ প্ৰতিষ্ঠানৰ বাবে দৰকাৰ হোৱা সকলো সামগ্ৰী ক্ৰয় কৰাটো দৰকাৰ । 

শিক্ষক ব্যৱস্থা কৰাআপোনাৰ শৈক্ষিক প্ৰতিষ্ঠানৰ বাবে গুৰুত্বপূৰ্ণ দিশ তো হল সঠিক শিক্ষক নিয্যক্ট কৰাতেনে কৰিলে হে আপোনাৰ প্ৰতিষ্ঠানত থকা ছাত্ৰ ছাত্ৰী ভালদৰে লাভাম্বিত হবপ্ৰতিষ্ঠানৰ বিকাশ আৰু উন্নতি আপোনাৰ প্ৰতিষ্ঠানত কাম কৰা শিক্ষকৰ ওপৰত বাৰুকৈ নিৰ্ভৰ কৰেগতিকে শিক্ষক নিয্যক্ট কৰণৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগেআন এক গুৰুত্বপূৰ্ণ কথা হল যে আপুনি  দৰাকী আনুষ্ঠানিক যিবোৰ দিশ থাকে ব্যৱসায়ৰ সাইবোৰ সম্পূৰ্ণ ভাবে পূৰণ কৰিব লাগে যেনে চৰকাৰক পর্যায়প্ত শুল্ক প্ৰদান কৰা আপুনি কিছু পইচা বচাবলৈ চৰকাৰৰ ৰোষত নপৰা অ ভাল   আপুনি নিশ্চয় প্ৰতিষ্ঠানৰ আৰম্ভনিতে আৰক্ষীৰ লাগত অপৰাধত লিপ্ত হব নিবিচাৰে , গতিকে আৰম্ভণিৰ পৰাই আপুনি এক সঠিক পথেৰে আপোনাৰ ব্যৱসায় আগুৱাই নিব লাগে যাতে পিচলে কোনো ধৰণৰ সমস্যা সন্মুখীন হব লগা নহয় গতিকে আপুনি চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম অনুসৰি নিজৰ শৈক্ষিক প্ৰতিষ্ঠান চলায় নিব লাগে 

আৰম্ভণিতে আপুনি প্ৰতিষ্ঠানৰ শুল্ক যিমান পাৰে কম ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু সময়ৰ লগে লগে উপয্যক্ট মানদণ্ডৰ শিক্ষা প্ৰদান কৰি তাৰ লগত শুল্কৰ পৰিমাণ ও বৃদ্ধি কৰাই নিলে লাভাম্বিত তথা সফল হোৱা ৰ পৰিমাণ অতি বেছি ওপৰত উল্লেখ কৰা কথাবোৰৰ পৰা আপুনি লাভাম্বিত হব বুলি আশা থাকিল

Related Posts

None

বেটাৰী ব্যৱসায়


None

গেলামাল দোকানৰ ওপৰত জি এচ টিৰ প্ৰভাৱ


None

গাখীৰ বিতৰণ কৰাৰ ব্যৱসায়।


None

গহনা ব্যৱসায়


None

প্ৰিণ্টিং তথা জেৰক্সৰ ব্যৱসায়


None

ট্ৰেভেল এজেঞ্জীৰ ব্যৱসায়


None

চামৰাৰ ব্যৱসায়


None

ফলৰ ৰসৰ ব্যৱসায়


None

ডিজিটেল মাৰ্কেটিং এজেঞ্চী