written by | October 11, 2021

পশুখাদ্য ব্যৱসায়

কেনেদৰে  কুকুৰা আৰু পশু  আহাৰৰ ব্যৱসায়ৰ ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰিব 

পশুপালনৰ লগত জড়িত বাণীজ্যিক উদ্যোগ সমূহৰ সফলতাৰ মূল কাৰণ হৈছে  দৈনিক ভাবে সঠিক তথা উপয্যক্ট সামগ্ৰীৰ যোগান ধৰা ভাৰতবৰ্ষত , মূলতঃ প্ৰাণীকেন্ন্দ্ৰীক উদ্যোগ সমূহে কুকৰা আৰু পশু ফাৰ্ম সমূহত খাদ্য যোগান ধৰে গতিকে কুকুৰা আৰু পশু ৰ খাদ্য প্ৰস্তুত কৰা উদ্যোগ সমূহৰ   ব্যৱসায় সাফলতাপূৰ্ণ ব্যৱসায় এইটো লিখনিত আমি কেনেদৰে পশু আৰু কুকুৰাৰ খাদ্য প্ৰস্তুত কাৰণৰ উদ্যোগ স্থাপন কৰিব পাৰি তাৰ এক থুল মূল আলোচনা কৰা হৈছে

যিকোনো ব্যক্তিয়ে অকলশৰীয়া ভাবে  সুদ্ৰ আকাৰে নিজৰ কুকৰা আৰু পশু খাদ্য প্ৰস্তুত কৰন উদ্যোগ ৰ আৰম্ভ কৰিব পাৰে আৰম্ভণিতে আপুনি কেৱল মাত্ৰ কুকৰা অথবা  কেৱল মাত্ৰ পশু ৰ খাদ্য প্ৰস্তুত কৰি আপোনাৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে কিন্তু আপুনি যদি দুটা ক্ষেত্ৰৰ খাদ্য প্ৰস্তুত কৰণ একেলগে কৰে তেনেহলে তাৰ পৰা লাভাম্বিত হোৱাৰ আশা বেছি আৰম্ভণিতে আপুনি কম মূলধন প্ৰয়োগ কৰি এই ব্যৱসায় আৰম্ভ কৰিব পাৰে আপোনাক ইয়াৰ বাবে প্ৰয়োইজন হব লাগীতিয়লা যন্ত্ৰপাতি এই উদ্যোগীকৰণনৰ প্ৰক্ৰিয়া বোৰ সহজ সৰল শেষত আপুনি বজাৰৰ পৰা কেঁচা সামগ্ৰী ক্ৰয় কৰিব পাৰে  

কুকৰা আৰু পশু খাদ্য প্ৰস্তুত কৰণ উদ্যোগৰ বাণীজ্যিক সমৰ্থতা 

ভাৰতত পশু খাদ্য কৰণ উদ্যোগৰ বাণী জ্যিক সম্ভাৱনা অধিক আছে এই ব্যৱসায় মুলতঃ উপস্থিত ফাৰ্ম বোৰৰ লগত জড়িতভাৰতৰ দক্ষিণ অঞ্চল বৰ্তমান সময়ত মূলতঃ অধিক পৰিমানে পশু খাদ্য প্ৰস্তু কৰণ আৰু লগতে পৰিগ্ৰহন কৰেবাণীজ্যিক গবেশকৰ অনুযায়ী পশু খাদ্য প্ৰস্তুত কৰাৰ উদ্যোগ চি যি আৰ (CAGR) ২০১২১৩ পৰা ২০১৬১৭ লৈ % বৃদ্ধি পাইছে । 

ভৱিষ্যতত সময়ত পেকেটত বিক্ৰী কৰা খাদ্য সামগ্ৰী পৰম্পৰা গত ভাবে বিক্ৰী কৰা সমগ্ৰীত কৈ অধিক পৰিমানে সফল হব বুলি ধাৰণা কৰা হৈছেযেনেদৰে গাখীৰ, কণী, মাংস আদিৰ গ্ৰহণ কৰা পৰিমাণ বাঢ়ি গৈ আছেযিহেতু আমাৰ ৰাষ্ট্ৰঃ খাদ্য প্ৰস্তুত কৰা উদ্যোগৰ পৰিমাণ বাঢ়ি গৈ আছে গতিকে আমিও পশু খাদ্য প্ৰস্তুত কৰণৰ উদ্যোগৰ বিকাশ হব বুলি ধাৰণা কৰিব পাৰো । 

কুকুৰা আৰু পশু খাদ্য প্ৰস্তুত কৰা উদ্যগত মূলধনৰ প্ৰয়োগ 

এনেধৰণৰ উদ্যোগ বোৰত সাধাৰণতে দুই ধৰণৰ মূলধন থাকে এটা আছে স্থিৰ আৰু আনটো হৈছে অস্থিৰ অস্থিৰ মূলধন বুলি কলে সেইটো পইচা যিটো দৈনিক ভাবে খৰছ কৰি যেনে যাতায়ত আদিত ব্যৱহাৰ কৰিব লগা হয় আৰু স্থিৰ মূলধন আপুনি প্ৰয়োজনীয় যন্ত্ৰ পাতি আদি কেনিবলৈ ব্যৱহাৰ কৰিব লাগে । 

নাবাৰ্ড (NABARD) হৈছে এনে এক প্ৰতিষ্ঠান যিয়ে এনেধৰণৰ পশু ব্যৱসায়ৰ  ক্ষেত্ৰত আগবাঢ়িব পৰাকৈ ব্যভিন্ন ধৰণৰ জ্ঞান তথা লাগটিয়াল প্ৰসিক্ষণ দিয়ে গতিকে আপুনি প্ৰৰজনীয়া অৰ্থনৈতিক সমস্যাৰ বাবে ইয়াৰ লগত যোগাযোগ কৰিব পাৰেকিন্তু ইয়াৰ বাবে আপোনাক এক উপয্যক্ট ব্যৱসায়িক পৰিকপ্লনাৰ প্ৰয়োইজন হব

কুকৰা আৰু পশু খাদ্য উদ্যোগৰ নৈতিক সন্মতি 

এই ব্যৱসায় আৰম্ভ কৰিবলৈ হলে আপোনাক চৰকাৰৰ পৰা বেশেষ লাইচেঞ্চ তথা অনুমতি প্ৰয়োইজন হৈতলত লাগতিয়াল কথা কিছুমান উল্লেশ কৰা হৈছে যদিও আপুনি নিজৰ ৰাজ্যিক নীতি নীয়ম বোৰ চোৱাটো গুৰুত্ব পূৰ্ণ

  *প্ৰথমতে আপোনাৰ ব্যৱসায়ৰ নামকৰণ 

  * ব্যৱসায়িক লাইচেঞ্চ সংগ্ৰহ কৰা

  *এম এছ এম (MSME) উদ্যোগ আধাৰৰ বাবে অনলাইন যোগে অনুমোদন কৰা

  *ৰাজিক প্ৰদূষণ কেন্দ্ৰৰ পৰা এন চি (NOC) সংগ্ৰহ কৰা 

  *বি আই এছ (BIS) কাৰনে অনুমোদন কৰা আই এছ আই (ISI) চিহ্ন পাবলৈ 

  *বাতৰিয় VAT লাগতিয়াল নে বিচাৰ কৰা 

  *শেষত আপুনি আপোনাৰ ব্ৰেণ্ড নাম সংৰক্ষণ কৰিব পাৰে 

পশু খাদ্য প্ৰস্তুত কৰণ উদ্যোগৰ বাবে দৰকাৰী পৰিকল্পনা আৰু যন্ত্ৰ পাতি 

আপুনি এই ব্যৱসায় ৬০০ স্কুৱেৰ ফিট মাটিৰে আৰম্ভ কৰিব পাৰেসাধাৰণ লাগতিযাল বস্তু যেনে বিদ্যুৎ, পানী আদিৰ যোগান ধৰা বাঞ্ছানিয়লাগতিয়াল যন্ত্ৰ পাটী হল

  *মতৰ , ষ্টার্টৰ , ভি বেল্ট ইত্যাদি 

  *ৰিবন বলেণ্ডৰ , ৰেদোকচান গীয়েৰ , গীয়েৰ বক্স আদি 

  *ওজন জোখা মেচিন 

  *টেষ্ট কৰা মেচিন আদি । 

কুকুৰা আৰু পশু খাদ্য প্ৰস্তুত কৰণ উদ্যোগৰ পৰ্য্যায়

পশু খাদ্য প্ৰস্তুত কৰণ উদ্যগ তুলনামূলক ভাৱে সাহজইয়াত সামগ্ৰী বোৰ গুৰি কৰি প্ৰয়োইজন অনুযায়ী খাদ্য তৈয়াৰ কৰা হয় । 

 কুকৰা সাদ্য 

কুকৰা খাদ্য প্ৰস্তুত কৰিবলৈ আপুনি দৰকাৰী সামগ্ৰী বোৰ সংগ্ৰহ কৰি সেইবোৰ ফৰ্মূলা অনুযায়ী লাগীতিয়লা ধৰণে গুৰি কৰিব লাগেসমগ্ৰীবোৰ এনে এক আকাৰৰ লৈ যাব লাগে যত সি পৰ্যাপ্ত খাদ্যৰ এক আকাৰ পায় ।  ইয়াৰ লগত লাগতিয়াল ভিটামিন ,মিনাৰেল আদি সংযোগ কৰিব লাগে । 

সাধাৰণতে বজাৰত ৫প্ৰকাৰৰ কুকৰা খাদ্য পোৱা যায় যেনে ব্ৰইলাৰ ষ্টার্টৰ মাচ , ব্ৰইলাৰ ফিনিচাৰ মাছ আদিগতিকে আপুনি বেলেগ বেলেগ ফৰ্মূলা বোৰ সঠিক ভাবে মানি চলা তো অতিকৈ দৰকাৰী । 

পশু খাদ্য 

পশু খাদ্য বোৰ সাধাৰণতে পশু তথা গাখীৰ আৰু গাখীৰৰ পৰিমাণ আদি বিভিন্ন কাঠৰ লগত জড়িত হৈ থাকেআপুনি পশু খাদ্য প্ৰস্তুত কৰোঁতে কেঁচা সামগ্ৰীৰ দামৰ ওপৰত গুৰুত্ব দি ফৰ্মূলা বনাব লাগে । 

পশু আৰু কুকুৰা খাদ্য প্ৰস্তুত কৰাৰ বাবে কেঁচা সামগ্ৰী 

পশু খাদ্যৰ বাবে 

কেলচিয়াম কাৰ্বনেট , গেহু তথা কতন গুটি , ভিটামিনৰ মিশ্ৰণ , মিনাৰেল মিশ্ৰণ আদি । 

কুকুৰা খাদ্য প্ৰস্তুত কৰণ বাবে 

মেইজ , ধানৰ জাৰ্মচধানৰ পলিচ , চোনফ্লুৱাৰ কে , ভিটামিনৰ মিশ্ৰণমিনাৰেলৰ মিশ্ৰণ আদি । 

প্ৰত্যেক ধৰণৰ পশু খাদ্য প্ৰস্তুত কৰিব বাবে ভিন ভিন ধৰণৰ ফৰ্মূলা ব্যৱহাৰ কৰা হয়মূল কথা তো হল যে আপুনি খাদ্যৰ মানদণ্ড সদায় বজাই ৰাখিব লাগিব তেতিয়াহে আপোনাৰ ব্যৱসায়ৰ বৃদ্ধি হব । 

পখু খাদ্য বিক্ৰীকৰণ 

পশু খাদ্য প্ৰস্তুত কৰা উদ্যোগ সমূহে তাৰ সামগ্ৰী ব্যভিন্ন ধৰণৰ গাখীৰ ব্যৱসায়ী, মুৰ্গী ব্যৱসায়ী , ফাৰ্মৰ গৰাকী অধীৰ ওচৰত নাইবা ৰেটেইল ভাৱেও বিক্ৰী কৰা দেখা যায়ৰেটেইল  ভাবে বিক্ৰী কৰিলে ব্যৱসায়ৰ খৰচ বেছি হয় যিহেতু অধিক পৰিমানে পাকেজিংৰ কাম কৰিব লগা হয়

ইয়াত উল্লেখ কৰা উপদেশ বোৰৰ পৰা আপুনি লাভাম্বিত হব বুলি আশা থাকিল । 

Related Posts

None

বেটাৰী ব্যৱসায়


None

গেলামাল দোকানৰ ওপৰত জি এচ টিৰ প্ৰভাৱ


None

গাখীৰ বিতৰণ কৰাৰ ব্যৱসায়।


None

গহনা ব্যৱসায়


None

প্ৰিণ্টিং তথা জেৰক্সৰ ব্যৱসায়


None

ট্ৰেভেল এজেঞ্জীৰ ব্যৱসায়


None

চামৰাৰ ব্যৱসায়


None

ফলৰ ৰসৰ ব্যৱসায়


None

ডিজিটেল মাৰ্কেটিং এজেঞ্চী