Home টকা-পইচা পৰিচালনা ধনৰ সময়ৰ মুল্য কি? ইয়াৰ ধাৰণা, সংজ্ঞা আৰু উদাহৰণ
Time Value of Money - Khatabook

ধনৰ সময়ৰ মুল্য কি? ইয়াৰ ধাৰণা, সংজ্ঞা আৰু উদাহৰণ

by Khatabook

এইটো সকলোৱে জানে যে সময় বহুত মুল্যৱান। সকলো ব্যৱসায়য়ে লাভ কৰিবলৈ আৰম্ভ কৰা হয়। আজি উপলব্ধ থকা অলপ টকা ভৱিষ্যতৰ একচেতিয়া পাওনাতকৈ বহুত জৰুৰী। এইটোৱে নিৰ্ণয় কৰে যে সময় টকাৰ মুল্য নিৰ্ধাৰণ কৰে।

সময়ে কেনেকৈ টকাৰ মুল্য নিৰ্ধাৰণ কৰে? ইয়াতে এটা উদাহৰণ

“উদাহৰণস্বৰূপে,আপুনি ২ বছৰ আগতে ১ কেজি ৰূপৰ বাৰ কিনিলে যাৰ দাম আছিল প্ৰতি কেজিত ৬০ টকা। আজি ৰূপৰ বজাৰ মুল্য হৈছে ৪০ টকা।ইয়াৰ অৰ্থ এইতোৱে যে আপুনি কিনা ৰূপৰ মুল্য আপুনি হেৰুৱালে। এইটো বেলেগো হ’ব পাৰে।

কিন্তু সাধৰণতে ব্যৱসায়ত ভৱিষত্যতকৈ বৰ্তমানৰ বজাৰত বেছি গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়।”

“সেইবাবে টকাৰ সময়ৰ মুল্য সেইটোকে বুজোৱা হয় যে যিকোনো ব্যক্তিৰ লগত বৰ্তমান থকা টকা। সেই টকাই ব্যৱসায়ীজনক ব্যৱসায় বৃদ্ধি কৰিবলৈ ইনভেষ্ট কৰা, কৰ্মচাৰীসকলক দৰ্মহা দিয়া তথা যিকোনো কেচা সামগ্ৰী কিনাত সহায় কৰিব।

ভৱিষ্যতে পাব লগীয়া টকা কৱেল কাগজত থাকিৱ আৰু বৰ্তমানে ইয়াৰ কোনো মুল্য নাই।”

টকাৰ সময়ৰ মুল্যক ফাইনেন্সৰ লোকসকলে TVM বুলি কয়। ইয়াক বৰ্তমানৰ ডিচকাউন্টেড ভেলু বুলিও কোৱা হয়।

টি ভি এমৰ তিনিটা পেৰামিটাৰ

  1. মূল্যস্ফিটী- ই টকাৰ কিনাৰ শক্তি কমাই কাৰণ সামগ্ৰীসমূ
  2. সুবিধাৰ মুল্য – ই এটা লোকচান যিটো ইনভেষ্টমেন্টৰ সৈতে জড়িত হৈ থাকে আৰু লাভ তেওঁলোকৰ সৈতে লিংক হৈ থাকে কাৰণ টকাৰ বাধ্যবাধকতা আন ইনভেষ্টসমূহত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত থাকে।
  3. Risk – Iৰিস্ক- ৰিস্ক জড়িত থাকে যেতিয়া প্ৰত্যেকজন ইনভেষ্টৰে ইনভেষ্ট কৰে

টকাৰ সময়ৰ মুল্যৰ প্ৰয়োজনীয়তা

  1. হাতত থকা টকাই ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব।grow the business. কথাতে কয়”তেতিয়াই খেতি কৰি লওঁক যেতিয়া সুৰ্যৰ পোহৰ থাকে” তেতিয়াই টকাৰ প্ৰয়োজন হ’ব যেতিয়া প্ৰয়োজন আৰু সুযোগ থাকিব
  2. Tটকাৰ সময়ৰ মুল্যই ব্যৱসায়ত হোৱা ঋণৰ মুল্য মূল্যায়ন কৰাত সহায় কৰিব
  3. Tভৱিষ্যত অনিশ্চিত সেইবাবে t বিত্তীয় মেনেজমেন্টত আৰু ব্যৱসায়ৰ লাভ হোৱাত টকাৰ সময়ৰ মুল্যই এক গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহন কৰে

টকাৰ ফৰ্মুলাৰ সৈতে সময়ৰ মুল্য:

টকাৰ ফৰ্মুলাৰ সৈতে সময়ৰ মুল্য ফৰ্মুলাটো তলত দিয়া হৈছে –

Future Value (FV) = Present value (PV) + T

FV = PV (1 + (I/N)) NT

  • N হৈছে বাৰ্ষিক অবধিৰ সংখ্যা
  • T বছৰৰ সংখ্যা
  • I –বৃদ্ধিৰ ৰেট
  1. PV – এই এমাউন্টতো বৰ্তমান উপলব্ধ
  2. FV –এইটো সেইটো মুল্য যিটো আপুনি ভৱিষ্যত পোৱা যাব। এইটো আপুনি আশা কৰা ব্যৱসায়ৰ লাভো হ’ব পাৰে। ইনভেষ্টমেন্টৰ ৰিটাৰ্ণ কেৱল সেইটো যিটো দিব আছে।
  3. N হৈছে আপুনি কিমান বছৰৰ বাবে ইনভেষ্ট কৰিছে বা ঋনদাতাৰ পৰা টকা প্ৰাপ্ত কৰিবলৈ আপোনাক আৰু কিমান সময়ৰ প্ৰয়োজন
  4. I– সমগ্ৰ জীৱনৰ বাবে কৰা ইনভেছমেন্টৰ বৃদ্ধিৰ হাৰ

টকাৰ সময়ৰ মুল্যৰ ধাৰণাসমূহ

Tটকাৰ সময়ৰ মুল্যৰ দুটা ধাৰণা তলত বিৱৰণ কৰা হৈছে:

#1 ওৱান টাইম পেইমেন্টৰ বাবে ধনৰ সময় মুল্য

আপুনি বেংকত ৫ বছৰৰ বাবে ১০০০ টকা ইনভেষ্ট কৰিছে যিটোৱে ১০% সুত দিয়ে। আপুনি ইয়াক সঞ্চয়ী ৰূপত বৃদ্ধি কৰিব পাৰে।

এই ক্ষেত্ৰত ৫ বছৰৰ পিছত ভৱিষ্যতৰ মুল্যত মুল সৰল সুতেৰে PNR / 100 ৰে উপযোগ কৰি সোনকালে হিচাপ উলিয়াব পাৰি। পৰৱৰ্তী সুতসমূহৰ বাবে সাধৰণ সুত বিচাৰিবলৈ সুতৰ দৰ যোগ কৰক আৰু এনেদৰে সঞ্চয়ী সুতৰ হিচাপ কৰিব পাৰি”

এনে কৰিলে ৫ বছৰৰ অন্তত আপুনি 14641 টকা লাভ কৰিব

এতিয়া প্ৰশ্ন হৈছে 10000 মুল্যবান নে 14641? এইটো মুদ্ৰাস্ফীতিৰ দৰ,সুতৰ দৰ আৰু আন বহুতো কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। দাম বাঢ়িলে লোকচান হোৱাৰ সম্ভাৱনা থাকে। যদি সুতৰ হাৰ কমি যায় তেতিয়াও লোকচান হ’ব পাৰে। এনেকৈ ৫ বছৰ পিছত 14641 পোৱাৰ কোনো নিশ্চয়তা নাই। সেইবাবে আজি হাতত 10000 লৈ ব্যৱসায় কৰাটো বজাৰৰ বিষয়ে নজনাকৈ অপেক্ষা কৰাতকৈ বেছি বুদ্ধিমান সিদ্ধান্ত হ’ব।

#2. সময় দুগুন হোৱা-ধনৰ সময় মুল্য

“আমি এইটোক বুজাবলৈ আৰু এট‍া উদাহৰণ ল’ব লাগিব যে টকাৰ সময়ৰ মুল্য কেতিয়া দুগুন হ’ব?
RULE OF 72  আমি ওপৰৰ উদাহৰণ ল’ব পাৰো ৮ বছৰত সুতৰ সৈতে ৫ বছৰৰ বাবে ১০০০ টকা ইনভেষ্টৰ উদাহৰণ,মুদ্ৰাৰ বৰ্তমানৰ মুল্য দুগুন কৰিবলৈ ৯ বছৰ লাগিব।

টকাৰ সময়ৰ মুল্যৰ উদাহৰণ

  • ডিভিডেন্ট ডিচকাউন্ট মডেল (DDM)

কম্পেনীৰ নগদ কেছ ফ্লোৰ ভৱিষ্যত মুল্য আৰু বৰ্তমানৰ মুল্য হিচাপ কৰা যায়। এই মডেলত,কোম্পানীৰ শ্বেয়াৰৰ মুল্য বৰ্তমানৰ বজাৰ মু্ল্য হিচাপত কৰা হয়। সেইবাবে যদি DDMৰ মুল্য বৰ্তমানৰ মুল্যতকৈ অধিন হয় তেন্তে কোম্পানীৰ শ্বেয়াৰৰ মুল্যাংকন কৰা নহয়। এনেকৈ ধনৰ এতিয়াৰ মুল্য আটাইতকৈ মুল্যবান

  • ল’নৰ ই এম আই কেলকুলেটৰ

এইতো টকাৰ সময়ৰ মুল্যৰ আন এটা উদাহৰণ। ই বিশেষ সুতৰ সৈতে টকা ধাৰ ল’ব। ই স্থায়ী বা অস্থায়ী হ’ব পাৰে। সেইটো দৰ্কাৰ হ’লে যিকোনো ব্যৱসায়য়ে ঋণৰ বাবে সুত পেই কৰক বৰ্তমানৰ এমাউন্টে ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব।

নিবলৈ মুখ্য পইন্টসমূহ

      • এইটো এটা ধাৰণা যে ব্যৱসায়ীসকলে ভৱিষত্যে তেওঁলোকৰ হাতত আহিবলগীয়া টকাতকৈ বৰ্তমান তেওঁৰ হাতত টকা ধনৰ বিষয়ে বেছি চিন্তা
        কৰিব। বৰ্তমান হাতত থকা টকা ভৱিষত্যে আহিবলগীয়া টকাতকৈ কম হ’লেও একো পাৰ্থক্য নহয় কিয়নো বৰ্তমানৰ ধনেই বৰ্তমান ব্যৱসায়
        বৃদ্ধিৰ মুল চাবি কাঠি
      • টকাই নিশ্চিত ৰুপত চক্ৰবৃদ্ধি সুত লাভ কৰিব সেইবাবে ই লাইনৰ বছৰবোৰৰ তুলনাতকৈ আজি বেছি মুল্য যোগ কৰিব
      • TVM ফৰ্মুলাই বৰ্তমানৰ পেইমেন্ট, ভৱিষ্যতৰ মুল্য ,সময় আৰু সুদৰ হাৰত ধ্যান ৰাখে
      • প্ৰত্যেকটো সময় শ্লটৰ কম্প‍াইডিং পিৰিয়ডছৰ মুঠ সংখ্যাই সময়ৰ মুল্য নিৰ্ধাৰণ কৰাত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহন কৰে

Leave a Comment