written by khatabook | September 26, 2020

টকাৰ লগত সময়ৰ মূল্য কেনেকৈ জড়িত জ‍ানো আহক-Khatabook

×

Table of Content

এইটো সকলোৱে জানে যে সময় বহুত মূল্যৱান। সকলো ব্যৱসায় লাভ কৰিবলৈ আৰম্ভ কৰা হয়। আজি উপলব্ধ থকা অলপ টকা ভৱিষ্যতৰ একচেতিয়া পাওনাতকৈ বহুত জৰুৰী। এইটোৱে নিৰ্ণয় কৰে যে সময় টকাৰ মূল্য নিৰ্ধাৰণ কৰে।

সময়ে কেনেকৈ টকাৰ মূল্য নিৰ্ধাৰণ কৰে? - ইয়াতে এটা উদাহৰণ

"উদাহৰণস্বৰূপে,আপুনি ২ বছৰ আগতে ১ কেজি ৰূপৰ বাৰ কিনিলে যাৰ দাম আছিল প্ৰতি কেজিত ৬০ টকা। আজি ৰূপৰ বজাৰ মুল্য হৈছে ৪০ টকা।ইয়াৰ অৰ্থ এইতোৱে যে আপুনি কিনা ৰূপৰ মূল্য আপুনি হেৰুৱালে। এইটো বেলেগো হ'ব পাৰে।

কিন্তু সাধৰণতে ব্যৱসায়ত ভৱিষত্যতকৈ বৰ্তমানৰ বজাৰত বেছি গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়।"

"সেইবাবে টকাৰ সময়ৰ মূল্য সেইটোকে বুজোৱা হয় যে যিকোনো ব্যক্তিৰ লগত বৰ্তমান থকা টকা। সেই টকাই ব্যৱসায়ীজনক ব্যৱসায় বৃদ্ধি কৰিবলৈ ইনভেষ্ট কৰা, কৰ্মচাৰীসকলক দৰ্মহা দিয়া তথা যিকোনো কেচা সামগ্ৰী কিনাত সহায় কৰিব।

ভৱিষ্যতে পাব লগীয়া টকা কাগজত থাকিৱ আৰু বৰ্তমানে ইয়াৰ কোনো মূল্য নাই।"

টকাৰ সময়ৰ মূল্যক ফাইনেন্সৰ লোকসকলে TVM বুলি কয়। ইয়াক বৰ্তমানৰ ডিচকাউন্টেড ভেলু বুলিও কোৱা হয়।

টি ভি এমৰ তিনিটা পেৰামিটাৰ

  1. মূল্যস্ফিটী- ই টকাৰ কিনাৰ শক্তি কমাই কাৰণ সামগ্ৰীসমূহ
  2. সুবিধাৰ মুল্য - ই এটা লোকচান যিটো ইনভেষ্টমেন্টৰ সৈতে জড়িত হৈ থাকে আৰু লাভ তেওঁলোকৰ সৈতে লিংক হৈ থাকে কাৰণ টকাৰ বাধ্যবাধকতা আন ইনভেষ্টসমূহত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত থাকে।
  3. ৰিস্ক- ৰিস্ক জড়িত থাকে যেতিয়া প্ৰত্যেকজন ইনভেষ্টৰে ইনভেষ্ট কৰে

টকাৰ সময়ৰ মূল্যৰ প্ৰয়োজনীয়তা

  1. হাতত থকা টকাই ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব।grow the business. কথাতে কয়"তেতিয়াই খেতি কৰি লওঁক যেতিয়া সুৰ্যৰ পোহৰ থাকে" তেতিয়াই টকাৰ প্ৰয়োজন হ'ব যেতিয়া প্ৰয়োজন আৰু সুযোগ থাকিব
  2. টকাৰ সময়ৰ মূল্য ব্যৱসায়ত হোৱা ঋণৰ মূল্য মূল্যায়ন কৰাত সহায় কৰিব
  3. ভৱিষ্যত অনিশ্চিত সেইবাবে  বিত্তীয় মেনেজমেন্টত আৰু ব্যৱসায়ৰ লাভ হোৱাত টকাৰ সময়ৰ মূল্যই এক গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহন কৰে

টকাৰ ফৰ্মুলাৰ সৈতে সময়ৰ মূল্য:

টকাৰ ফৰ্মুলাৰ সৈতে সময়ৰ মূল্য ফৰ্মুলাটো তলত দিয়া হৈছে -

Future Value (FV) = Present value (PV) + T

FV = PV (1 + (I/N)) NT

  • N হৈছে বাৰ্ষিক অবধিৰ সংখ্যা
  • T বছৰৰ সংখ্যা
  • I –বৃদ্ধিৰ ৰেট
  1. PV – এই এমাউন্টতো বৰ্তমান উপলব্ধ
  2. FV –এইটো সেইটো মুল্য যিটো আপুনি ভৱিষ্যত পোৱা যাব। এইটো আপুনি আশা কৰা ব্যৱসায়ৰ লাভো হ'ব পাৰে। ইনভেষ্টমেন্টৰ ৰিটাৰ্ণ কেৱল সেইটো যিটো দিব আছে।
  3. N হৈছে আপুনি কিমান বছৰৰ বাবে ইনভেষ্ট কৰিছে বা ঋনদাতাৰ পৰা টকা প্ৰাপ্ত কৰিবলৈ আপোনাক আৰু কিমান সময়ৰ প্ৰয়োজন
  4. I- সমগ্ৰ জীৱনৰ বাবে কৰা ইনভেছমেন্টৰ বৃদ্ধিৰ হাৰ

টকাৰ সময়ৰ মূল্যৰ ধাৰণাসমূহ

টকাৰ সময়ৰ মুল্যৰ দুটা ধাৰণা তলত বিৱৰণ কৰা হৈছে:

#1 ওৱান টাইম পেইমেন্টৰ বাবে ধনৰ সময় মূল্য

আপুনি বেংকত ৫ বছৰৰ বাবে ১০০০ টকা ইনভেষ্ট কৰিছে যিটোৱে ১০% সূতদিয়ে। আপুনি ইয়াক সঞ্চয়ী ৰূপত বৃদ্ধি কৰিব পাৰে।

এই ক্ষেত্ৰত ৫ বছৰৰ পিছত ভৱিষ্যতৰ মুল্যত মুল সৰল সূতেৰে PNR / 100 ৰে উপযোগ কৰি সোনকালে হিচাপ উলিয়াব পাৰি। পৰৱৰ্তী সূতসমূহৰ বাবে সাধৰণ সূত বিচাৰিবলৈ সূতৰ দৰ যোগ কৰক আৰু এনেদৰে সঞ্চয়ী সূতৰ হিচাপ কৰিব পাৰি"

এনে কৰিলে ৫ বছৰৰ অন্তত আপুনি 14641 টকা লাভ কৰিব

এতিয়া প্ৰশ্ন হৈছে 10000 মুল্যবান নে 14641? এইটো মুদ্ৰাস্ফীতিৰ দৰ,সূতৰ দৰ আৰু আন বহুতো কাৰণৰ ওপৰত নিৰ্ভৰ কৰে। দাম বাঢ়িলে লোকচান হোৱাৰ সম্ভাৱনা থাকে। যদি সূতৰ হাৰ কমি যায় তেতিয়াও লোকচান হ'ব পাৰে। এনেকৈ ৫ বছৰ পিছত 14641 পোৱাৰ কোনো নিশ্চয়তা নাই। সেইবাবে আজি হাতত 10000 লৈ ব্যৱসায় কৰাটো বজাৰৰ বিষয়ে নজনাকৈ অপেক্ষা কৰাতকৈ বেছি বুদ্ধিমান সিদ্ধান্ত হ'ব।

#2. সময় দুগুন হোৱা-ধনৰ সময় মূল্য

"আমি এইটোক বুজাবলৈ আৰু এট‍া উদাহৰণ ল'ব লাগিব যে টকাৰ সময়ৰ মুল্য কেতিয়া দুগুন হ'ব? RULE OF 72  আমি ওপৰৰ উদাহৰণ ল'ব পাৰো ৮ বছৰত সুতৰ সৈতে ৫ বছৰৰ বাবে ১০০০ টকা ইনভেষ্টৰ উদাহৰণ,মুদ্ৰাৰ বৰ্তমানৰ মুল্য দুগুন কৰিবলৈ ৯ বছৰ লাগিব।

টকাৰ সময়ৰ মূল্যৰ উদাহৰণ

  • ডিভিডেন্ট ডিচকাউন্ট মডেল (DDM)

কম্পেনীৰ নগদ কেছ ফ্লোৰ ভৱিষ্যত  আৰু বৰ্তমানৰ মূল্য হিচাপ কৰা যায়। এই মডেলত,কোম্পানীৰ শ্বেয়াৰৰ মূল্য বৰ্তমানৰ বজাৰ মূল্য হিচাপত কৰা হয়। সেইবাবে যদি DDMৰ মূল্য বৰ্তমানৰ মূল্যতকৈ অধিক হয় তেন্তে কোম্পানীৰ শ্বেয়াৰৰ মুল্যাংকন কৰা নহয়। এনেকৈ ধনৰ এতিয়াৰ মূল্য আটাইতকৈ মূল্যবান

  • ল'নৰ ই এম আই কেলকুলেটৰ

এইতো টকাৰ সময়ৰ মূল্যৰ আন এটা উদাহৰণ। ই বিশেষ সূতৰ সৈতে টকা ধাৰ ল'ব। ই স্থায়ী বা অস্থায়ী হ'ব পাৰে। সেইটো দৰ্কাৰ হ'লে যিকোনো ব্যৱসায়য়ে ঋণৰ বাবে সূত পেই কৰক বৰ্তমানৰ এমাউন্টে ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিব।

মূখ্য পইন্টসমূহ

      • এইটো এটা ধাৰণা যে ব্যৱসায়ীসকলে ভৱিষত্যে তেওঁলোকৰ হাতত আহিবলগীয়া টকাতকৈ বৰ্তমান তেওঁৰ হাতত টকা ধনৰ বিষয়ে বেছি চিন্তা কৰিব। বৰ্তমান হাতত থকা টকা ভৱিষত্যে আহিবলগীয়া টকাতকৈ কম হ'লেও একো পাৰ্থক্য নহয় কিয়নো বৰ্তমানৰ ধনেই বৰ্তমান ব্যৱসায় বৃদ্ধিৰ মুল চাবি কাঠি
      • টকাই নিশ্চিত ৰুপত চক্ৰবৃদ্ধি সূত লাভ কৰিব সেইবাবে ই লাইনৰ বছৰবোৰৰ তুলনাতকৈ আজি বেছি মূল্য যোগ কৰিব
      • TVM ফৰ্মুলাই বৰ্তমানৰ পেইমেন্ট, ভৱিষ্যতৰ মুল্য ,সময় আৰু সূতৰ হাৰত ধ্যান ৰাখে
      • প্ৰত্যেকটো সময় শ্লটৰ কম্প‍াইডিং পিৰিয়ডছৰ মুঠ সংখ্যাই সময়ৰ মূল্য নিৰ্ধাৰণ কৰাত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহন কৰে
  •  
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।