written by | October 11, 2021

টিফিন সেৱা ব্যৱসায়

×

Table of Content


মধ্যান্ন ভোজনৰ  ব্যৱসায় হল এনে ব্যৱসায় যিয়ে ভোজন যোগান ধৰা ব্যৱসায়ৰ লগত জড়িত । এই ব্যৱসায়ৰ বিকাশ আৰু বৃদ্ধি হোৱাৰ পৰিমাণ বহুত আছে কিয়নো এই ব্যৱসায় অতি লাভদায়ক ।আপুনি টিফিন ব্যবসায়ত সফলতা পাবলৈ হলে , আপোনাক কেৱল মাত্ৰ ৰান্ধোন ৰ প্ৰতি থকা ইটচাৰ দ্বাৰা নহব । আপোনাক এক উচিত পৰিকল্পনাৰ দৰকাৰ হব যাতে গ্রহকে শেষ মুহূৰ্তত গ্ৰহণ কৰা সিদ্ধান্ত বোৰৰ সন্মুখিন হব পাৰে। গতিকে তাৰ বাবে আপোনাক উপযোগী পৰিকল্পনাঃ আৰু তাৰ লগতে সিধান্ত লব পৰা ক্ষমতা লাগিব । 

এই ব্যবসায়ত আপুনি সফলতা লাভ কৰিবলৈ হলে আপুনি আপোনাৰ ব্যৱসায়ৰ ভাল নাম এটা বজায় ৰখা তো অতি দৰকাৰী । গতিকে আপুনি টিফিন ব্যবসায়ত সাফল্য লাভ কৰিবলৈ হলে আপোনাৰ গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা হব লাগিব আৰু লগতে সংকেটপূৰ্ণ পৰিস্থিতিৰ স্বম্ভালিব পৰা হব লাগিব ।

কেনেদৰে টিফিনৰ ব্যৱসায় আৰম্ভ কৰিব 

অন্য ব্যৱসায় বোৰৰ দৰে টিফিনৰ ব্যবসায়ও কেনেকৈ কৰে তাক আপুনি জনাটো অতি গুৰুত্বপূৰ্ণ তেতিয়াহে আপুনি সফলতা অৰ্জন কৰিব পাৰিব । 

এই ব্যৱসায় আৰম্ভ কৰিবলৈ দৰকাৰ হোৱা সামগ্ৰী বোৰ হল 

  • টেবুল 
  • পৰ্যাপ্ত টিফিন 
  • পাকঘৰৰ ব্যৱস্থা
  • সেৱা কৰাৰ বাবে উপকৰণ 
  • দৰকাৰী বাচন বর্তন ইত্যাদি 

উপয্যক্ট ক্ষেত্ৰ এটা চিনাক্ত কৰিব ৰ  কাৰণে ভালদৰে গৱেষণা কৰক 

আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে বিভিন্ন ক্ষেত্ৰ যেনে জন্মদিন , উদ্যোগৰ পাৰ্টি ,  আৰু অন্য বিশেষ পাৰ্টি ৰ লগতে বিয়া সভা আদিত খাদ্য যোগান ধৰিব পাৰে । ইয়াৰ উপৰিও আপুনি ক্ষেত্ৰ খনত ক্ষন্তেকীয়া ভাবে নে সম্পূৰ্ণ ভাবে আপোনাৰ ব্যৱসায় কৰিব বিচাৰে তাক এনেধৰণৰ ক্ষেত্ৰ অনুযায়ী নিশ্চিত কৰিব পাৰে । 

ব্যৱসায়ৰ নাম সন্নিবিষ্ট কৰা 

আপোনাৰ টিফিন ব্যৱসায়ৰ নাম আপোনাৰ অঞ্চলৰ কাৰ্যালয়ত নামকৰণ কৰিব পাৰে।নামকৰণ কৰাৰ পিছত আপুনি এই ব্যৱসায়ৰ বাবে দৰকাৰী লাইচেঞ্চ লাভ কৰিব পাৰিব  আপোনাৰ অঞ্চলৰ ক্লাৰ্কৰ কাৰ্য্যালয়ৰ পৰা  দি বি অ ((DBA)ফৰ্ম ঘ গ্ৰহণ কৰি কাৰ্যালয়ত আপোনাৰ টিফিন ব্যৱসায়ৰ নাম কৰণ কৰিব লাগে । ইয়াৰ লগতে আপুনি সামগ্ৰী বিক্ৰী কৰা পত্ৰ গ্ৰহণ কৰিব লাগিব যিহেতু এই ব্যৱসায়  খাদ্য যোগান ধৰা কাৰ্যৰ লগত জড়িত । 

সাদ্য যোগান ধৰা লাইচেঞ্চ সংগ্ৰহ কৰা 

আপুনি এই লাইচেঞ্চ আপোনাৰ অঞ্চলৰ স্বাস্থ বিভাগৰ পৰা গ্ৰহণ কৰিব পাৰে। এই লাইচেঞ্চ খন তেতিয়া হে দিয়া হয় যেতিয়া আপোনাৰ ব্যবসায়ত চৰকাৰী নিয়ম অনুযায়ী চাফ চিকুনাত আৰু পয্যাপ্ত খাদ্য ব্যৱস্থৰ বাবে লব লগা যতন আপোনাৰ প্ৰতিষ্ঠানত পৰ্যাপ্ত থাকিব । আৰু চৰকাৰী কৰ্তৃপক্ষে ইয়াক ভালদৰে চালি জাৰি চাই আপোনাক এই লাইচেঞ্চ প্ৰদান কৰিব । 

আপুনি আপোনাৰ ব্যৱসায়ৰ বাবে দৰকাৰী লাইচেঞ্চ বনাব লাগিব । এই লাইচেঞ্চ বোৰ ভিন ভিন ব্যৱসায় অনুযায়ী বেলেগ বেলেগ । এইটো এটা দৰকাৰী নিয়ম যাক আপুনি নাকচ কৰিব নোৱাৰে ।ইয়াৰ লগতে অন্য লাগতিয়াল নথি পত্ৰ বোৰ বনাই সাময় সাপেক্ষে সাইবোৰ ৰেনেও কৰি থাকিব লাগিব । অন্য খাদ্য বনোৱা ব্যৱসায় বোৰে যেনেদৰে স্বাস্থ জনীত বিভিন্ন কথা গুৰুত্ব দিব লগা হয়, ঠিক তেনেদৰে আপুনিও লাগতিয়াল নথি পত্ৰ সংগ্ৰহ কৰিব লাগে স্বাস্থ জনীত বিশ্বাস দিবৰ বাবে। 

ইয়াৰ লগতে  সামাজিক দায়িত্বৰ ইন্সুৰেঞ্চৰ লগতে ব্যৱসায়িক ক্ষতিপূৰণ ৰ ইঞ্চুৰেঞ্চ বনুৱা তো অতি গুৰুত্বপূৰ্ণ ।আপুনি পলিচি বোৰ কৰাৰ সময়ত ভালদৰে পঢ়ি শুনি কৰিব লাগে যাতে পিছত কোনো সমস্যাৰ সৃষ্টি নহয় । ইয়াৰ লগতে আপুনি আপোনাৰ প্ৰথম কৰ্মচাৰী লোৱাৰ লগে লগে আপুনাক কৰ্মচাৰীৰ দায়িত্বৰ ইঞ্চুৰেঞ্চ  প্ৰয়োজন হব ।

দৰকাৰী ইন্সুৰ গ্ৰহণ কৰা

আপুনি দৰকাৰী ইন্সুৰ লোৱা তো অতি দৰকাৰী । কিয়নো এনে ইঞ্চুৰেঞ্চই আপোণৰ ব্যবসায়ত লাগতিয়াল মূলধনৰ ও যোগান ধৰিব যেতিয়া কোনো সমস্যাৰ সন্মুখীন হব লাগিয়া হব । আপোনাৰ অঞ্চলৰ উপয্যক্ট ইঞ্চুৰেঞ্চ ৰ কাৰ্যালয় গৈ ইয়াৰ বিষয়ে জ্ঞান লাভ কৰক আৰু এক উপয্যক্ট ইঞ্চুৰ লব চেষ্টা কৰক ।

ব্যৱসায়ৰ আৰম্ভ কৰিবলৈ হলে বিশেষ কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগে । তাৰ ভিতৰত অন্য তম কিছুমান হল যেনে , ঋণ গ্ৰহণ কৰা । যদি হে আপুনি সভাগ্যবান নহয় যে আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ মূলধন নাই তেনেহলে আপুনি বেংকৰ পৰা ঋণ লোৱাটো অতি প্ৰয়োইজন । বেংকত এনেকুৱা বহুতো আঁচনি আছে যত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ বহুতো ধৰনৰ ঋণ দিয়া হয় । আৰু লগতে ব্যৱসায়িক বিশেষজ্ঞ সকলৰ পৰা পৰামৰ্শ লব পাৰে ।  আপুনি বেংকত গৈ ঋণ লোৱাৰ আগতে নিজৰ ব্যৱসায়ক লৈ পর্যায়প্ত পৰিকপ্লনা কৰি  দেখুৱা তো অতি গুৰুত্বপূৰ্ণ। ভাল পৰিকাপ্লনা নহলে আপোনাক ঋণ দিবলৈ বেংকে কুণ্ঠাবোধ কৰিব পাৰে । 

ইয়াৰ পিছত আপুনি উপয্যক্ট স্থানত আপোণৰ পইচা প্ৰয়াগ কৰাটো অতি গুৰুত্বপূৰ্ণ । উধাৰণস্বৰূপে দৰকাৰী যন্ত্ৰ পাতি সংগ্ৰহ কৰা। যদিহে আপোনাৰ আগৰ পৰা যন্ত্ৰ পাতি নাই তেনেহলে আপুনি উপয্যক্ট যন্ত্ৰ কিনা দৰকাৰ ।যন্ত্ৰপাতি কিনাৰ ক্ষেত্ৰত আপুনি বিশেষ কথা যেনে যন্ত্ৰৰ মানদণ্ড উন্নত হব লাগে যাতে অধিক দিনলৈ আপুনি ইয়াক ব্যৱহাৰ  কৰিব পাৰে । কম দামত পালে যন্ত্ৰ কিনা ত গুৰুত্ব নিদি তাৰ দক্ষতাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া উচিত । কাৰণ কম দামী যন্ত্ৰপাতি সহজে বেয়া হব পাৰে । 

আন এক গুৰুত্বপূৰ্ণ কথা হল যে আপুনি  দৰাকী আনুষ্ঠানিক যিবোৰ দিশ থাকে ব্যৱসায়ৰ সাইবোৰ সম্পূৰ্ণ ভাবে পূৰণ কৰিব লাগে । যেনে চৰকাৰক পর্যায়প্ত শুল্ক প্ৰদান কৰা । আপুনি কিছু পইচা বচাবলৈ চৰকাৰৰ ৰোষত নপৰা অ ভাল ।  

দৰকাৰী আচবাব 

টিফিন ব্যৱসায় আৰম্ভ কৰিবলৈ আপুনি দৰকাৰ হোৱা আচবাব বোৰ লব লাগিব।আপুনি দৰকাৰ হোৱা আহিলা পাটি ভাড়া ত লব পাৰে অথবা  ক্ৰয় কৰিব পাৰে । এনে ব্যবসায়ত ভাড়া লৈ কাম আৰম্ভ কৰিলে অধিক লাভদায়ক হোৱা দেখা যায়। 

উপয্যক্ট মেনু 

আপোনাৰ গ্ৰাহকৰ প্ৰয়োজন তথা ইভেণ্ট অনুযায়ী তথা কিমান মানুহ ৰ বাবে আপুনি খাদ্য যোগান ধৰি আছে সেই অনুযায়ী খাদ্য প্ৰস্তুত কৰিব লাগে । খাদ্য প্ৰস্তুত কৰোঁতে যিমান পাৰে ভিন ভিন ধৰণৰ খাদ্য লগতে যিমান পাৰে সৰু সৰু খাদ্য ৰ সম্ভাৰ সংযক্ট কৰিব লাগে । 

আপুনি ব্যৱসায়ত খাদ্য ৰ মূল্য নিৰ্ধাৰণ কৰাৰ আগতে বজাৰত কি দাম দৰ চলি আছে তাক জনাটো অতি গুৰুত্বপূৰ্ণ । সেই অনুযায়ী আপুনি মূল্য নিৰ্ধাৰন কৰিব লাগে । 

কেনেদৰেএই ব্যবসায়ত অধিক লাভবান হব 

. গ্ৰাহ্কৰ পৰা গুৰুত্ব পূৰ্ণ উপদেশ গ্ৰহণ কৰা ।যিহেতো গ্ৰাহক হল আপোনাৰ ব্যৱসায়ৰ মূল , গতিকে পাৰিলে প্ৰত্যেক সপ্তাহ গ্ৰাহকৰ পৰা লাগতিয়াল উপদেশ গ্ৰহণ কৰিব । 

.স্বাস্থকৰ খাদ্য প্ৰত্যুস্ত কৰি আপুনি অধিক লাভ পাব পাৰিব । যিহেতু প্ৰত্যেক মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰত্বদীয় গতিকে ক্ষুসস্থাকৰ খাদ্য প্ৰস্তুত কৰি অধিক গ্ৰাহক ৰ পৰা ভাল ফল লাভ কৰিব পাৰিব ।

.যিমান পাৰে সময় সাপেক্ষ আপুনি মেনু সলনি কৰি থাকিলে ভাল। যিহেতু মানুহে ভিন ভিন সোৱাদ লৈ ভাল পায়, গতিকে যিমান পাৰে সময় সাপেক্ষ আপোনাৰ খাদ্যৰ মেনু সলনি কৰি থাকিব লাগে । 

এনেদৰে ওপৰত উল্লেখ কৰা কথা বোৰ গুৰুত্ব দি আপুনি টিফিন ব্যব্যৱসায় আৰম্ভ কৰিলে সফল লতা লাভ কৰিব সক্ষম হব ।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।