written by khatabook | October 19, 2020

কম ইনভেষ্টমেন্টত ভাৰতত গ্ৰচেৰী ষ্টোৰ আৰম্ভ কৰাৰ প্ৰভাৱশালী পৰ্যায়সমূহ

×

Table of Content

গ্ৰচেৰী ষ্টোৰ কি হয়?

এক সাধৰণ গ্ৰচেৰী ষ্টোৰ এখন ৰিটেইল ষ্টোৰ ঘৰুৱা পাকঘৰৰ প্ৰয়োজনীয় সামগ্ৰী যেনে চাউল, ঘেহু,মছলা ইত্যাদি, ঘৰুৱা প্লাষ্টিক মগ,ব্ৰাছ,বাল্টিং আদি। আন ঘৰুৱা প্ৰয়োজনীয় সামগ্ৰী যেনে ডিটাৰজেন্ট,চেনিটাইজিং লিকুইড চাবোন, টুথপেষ্ট,বাথৰুম ক্লিনাৰ ইত্যাদি। এখন সফল গ্ৰ'ছেৰীৰ দোকান খুলিবলৈ আপোনাৰ ওচৰত যথেষ্ট সামগ্ৰী থাকিব লাগিব যাতে আপুনি বিক্ৰী কৰিব পাৰে।

ভাৰতত গ্ৰচেৰী ষ্টোৰৰ লাভৰ মাৰ্জিন

ভাৰতত গ্ৰচেৰী ষ্টোৰৰ লাভৰ মাৰ্জিন হৈছে ২% ৰ পৰা ২০%। ভাৰতত গ্ৰচেৰী ব্যৱসায় ৰ লোভনীয় বজাৰ আছে,বহু বিদেশী,ভাৰতীয় আৰু স্থানীয় ব্ৰেণ্ডে ইয়াত প্ৰতিদন্দ্বীতা কৰে আৰু সুনিশ্চিত কৰে যে

গ্ৰচেৰী ষ্টোৰত তেওলোকৰ যথেষ্ট সামগ্ৰী আছে। ভাৰতৰ নগৰ আৰু চহৰসমূহ দ্ৰুত গতিত বৃদ্ধি হৈছে আৰু ইয়ে ভাৰতক তিনিটা বিশ্বায়ন অৰ্থনীতিৰ এটা হোৱাত সহায় কৰিব। সৰু,মজলীয়া আৰু মেট্ৰ চহৰসমূহত গ্ৰচেৰী ষ্টোৰসমূহ বৃদ্ধি পোৱাৰ বহুত সম্ভাৱনা আছে। বহু মানুহ ডাঙৰ চহৰসমূহলৈ নিজৰ উন্নতিৰ বাবে গৈ আছে,এইবাবে ভাৰতৰ সকলো অঞ্চলতে লোকসকলৰ কিনাৰ ক্ষমতা বৃদ্ধি হৈছে। সেই grocery items আইটেমৰ ওপৰত নিৰ্ভৰ কৰি লাভৰ ৰেঞ্জ বহু কম টকাৰ পৰা হাজাৰ টকালৈ হৈছে। সেইবাবে এইসমূহত ইনভেষ্ট কৰিলে বহুত টকা দীঘলীয়া সময়লৈ লাভ পোৱাৰ সম্ভাৱনা আছে।

ভাৰতত গ্ৰচেৰী দোকান খুলিবৰ বাবে কিমান টকাৰ প্ৰয়োজন?

গ্ৰচেৰী ষ্টোৰ আৰম্ভ কৰিবলৈ ১০ লাখ টকাৰ পৰা ২ কোটি টকালৈ প্ৰয়োজন। এইটো আকাৰ,কেপাচিটি আৰু অন্তগাঠনিৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি স্থিৰ আৰু অস্থায়ী ইনভেষ্টসমূহ চাব লাগিব। ভাৰতত গ্ৰচেৰী ষ্টোৰৰ মুল্যসমূহ এনেধৰণৰ:  

ষ্টোৰৰ আন্তগাঠনি যেনে আলামাৰী,ফাৰ্ণিচাৰ,ডিচপ্লে ৰেকছ ইত্যাদি</li

  • সামগ্ৰী যেনে কম্পিউটাৰ,কেচ ৰেজিষ্টাৰ,চিকিউৰিত কেমেৰা আৰু সময়ৰ ঘড়ী, etc
  • ইনভেন্টৰী বস্তু আৰু সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে
  • কৰ্মচাৰীসকলৰ বাবে দৰ্মহা
  • কৰ, মাছুল আৰু পাৰ্মিট, etc
  • দোকান আৰু কৰ্মচাৰীৰ বাবে ইন্সুৰেন্স
  • মাৰ্কেটিং আৰু এডভাৰ্টাইজিংৰ মুল্য
  • সামগ্ৰীৰ লগত দোকানৰ দৈনিক পৰিষ্কাৰৰ বাবে সামগ্ৰী
  • বিদ্যুত আৰু বাকী সৰঞ্জাম যেনে এচি,ফেন আৰু লাইট ইত্যাদি আৰু
  • ভাড়াৰ মুল্য

কেনেকৈ গ্ৰচেৰী ষ্টোৰ আৰম্ভ কৰিব?

স্থাপন কৰিবলৈ এক প্ৰভাৱশালী ব্যৱসায়ক পৰিকল্পনালাভ হোৱা গ্ৰচেৰী ব্যৱসায়এইকেইটা পৰ্যায়ৰ প্ৰয়োজন :

  1. প্ৰথমতে GST ৰেজিষ্ট্ৰেচন - If your annual turnover is less than Rs. 20 Lakhs then must get your 15 digit GST registration number
  2. লাইচেন্স আপোনাৰ খাদ্য,দোকান,স্থাপনৰ লাইচেন্স আৰু সংস্থাৰ লাইচেন্স পাওক। এইটো কৰিবলৈ লাইচেন্স কতৃপক্ষৰ কাৰ্যালয়লৈ যাওক
  3. লকেচন - আপোনাৰ দোকানৰ বাবে সঠিক লকেচন নিৰ্বাচন কৰক।
  4. ষ্টৰৰ আন্তগাঠনিত ইনভেষ্টমেন্ট - ঠাই নিৰ্বাচন কৰাৰ পিছত আপুনি আপোনাৰ ষ্টোৰক আকৰ্ষক কৰিবলৈ আৰু মজুত থকা সামগ্ৰীবোৰ দেখুৱাৰ প্ৰয়োজন আছে।
  5. গ্ৰাহক - আপুনি আপোনাৰ গ্ৰাহকৰ পছন্দ,কেনেকৈ থাকে আৰু বজাৰৰ আকাৰৰ ওপৰত এটা সৰু অধ্যয়ন কৰিব লাগিব।
  6. আপোনাৰ প্ৰতিযোগীসকলৰ ওপৰত অধ্যয়ন কৰক -আপুনি আপোনাৰ ষ্টোৰৰ আশে পাশে থকা প্ৰতিযোগীক বুজিবলৈ আৰু সেই সমূহ উৎপাদনৰ বিষয়ে ভাবিব লাগিব যিবোৰ আপোনাৰ পৰা গ্ৰাহকে কিনে
  7. ভেন্দৰ -ষ্টোৰত যিবোৰ সামগ্ৰী আপুনি বিক্ৰী কৰিব বিচাৰে সেইবোৰ পঠিয়াবৰ বাবে কিছু বিক্ৰেতাৰ সৈতে টাই আপ কৰক।
  8. সামগ্ৰীৰ দাম - ষ্টোৰৰ সামগ্ৰীৰ বাবে উচিত আৰু প্ৰতিযোগীমুলক দাম নিৰ্ধাৰণ কৰক। ২৫% ৰ পৰা ৪০% মাৰ্জিন ৰাখক ,কিন্তু সকলো বস্তুৰ বাবে ই প্ৰযোজ্য নহয়।
  9. আপোনাৰ ষ্টোৰৰ বাবে কৰ্মচাৰী - ষ্টোৰৰ সহায়ৰ বাবে ওচৰ পাজৰৰ কিছু লোকক নিয়োজিত কৰক।
  10. অনলাইন উপস্থিতী ৰাখক -আপোনাৰ ষ্টোৰৰ বাবে অনলাইন উপস্থিতী ৰখা প্ৰয়োজনীয় যাতে আপোনাৰ লোকসকলে অনলাইন অৰ্ডাৰ কৰিব পাৰে।
  11. বিজ্ঞাপন - ষ্টোৰৰ উপস্থিতী দুৰ দুৰণিলৈ বিয়পাবলৈ আপুনি পামফলেত,নোটিশ আদি বনাব লাগিব।
  12. <strongডিজিটেল ৰেডি -সামগ্ৰীৰ ওজন জুখিবলৈ ইলেক্ট্ৰনিক জোখা যন্ত্ৰ আৰু বিলিংৰ বাবে কম্পিউটাৰ সহ আন সজুলিবোৰ ৰাখক ডিজিটেল পেইমেন্ট মেথড যেনে ক্ৰেডিট/ডেবিট কাৰ্ড, Phone Pe, PayTM, Google Pay ইত্যদি পেইমেন্ট মেথডৰ বাবে

ফ্ৰেন্সাইজী গ্ৰচেৰীদোকানৰ লাভসমূহ হ'ল

ফ্ৰেন্সাইজী ব্যৱসায়ৰ বহুতো লাভ আছে যিবোৰ হ'ল:

  • ব্ৰেণ্ড নামে বিক্ৰীৰ ক্ষমতা বৃদ্ধি কৰিব পাৰেl
  • সফলতাৰ হাৰ বেছি
  • চোৱাৰ সময় কম আৰু সোনকালে আৰম্ভ কৰিব পাৰিব
  • বিনামুলীয়াকৈ চাপৰ্ট আৰু ট্ৰেইনিং দিয়া হ'ব
  • এটা প্ৰতিষ্ঠিত ব্যৱসায়ৰ মডেল
  • শেষৰ পৰা শেষলৈ সহায়তা দিয়া হ'ব
  • ফাণ্ডিং বিকল্পটো সুৰক্ষীত
  • ভলিউমত কিনাৰ বাবে কিনা মুল্য হ্ৰাস পাইছে
  • সহকৰ্মীসকলৰ লগত নেটৱৰ্কিংয়ে আপোনাক স্বাস্থ্যকৰ প্ৰতিযোগীতাৰ লগত সন্মুখীন হোৱাত সহায় কৰিব

সমাপ্ত

গ্ৰচেৰী দোকান ভাৰতত অৰম্ভ কৰাত বহুতো লাভ আছে আৰু ই এটা লোভনীয় ব্যৱসায়। ট্ৰেণ্ডে দেখুৱায় যে ভাৰত বছৰি ১০% কৈ বৃদ্ধি হ'ব। লোকসকলৰ বস্তু কিনাৰ ক্ষমতা সাংঘাটিক ভাৱে বৃদ্ধি পাইছে শেষৰ দহ বছৰত। এইটোৱে ভাল সময় ইনভেষ্টৰসকলৰ বাবে আৰু ব্যৱসায়ীসকলৰ বাবে ভাৰতত গ্ৰচেৰী দোকান আৰম্ভ কৰা আৰু ইয়াৰ বিভিন্ন লাভসমূহ বুজি গ্ৰচেৰীৰ ষ্টাৰ্ট আপ আৰম্ভ কৰা।  

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।