written by khatabook | October 4, 2020

একাউন্টিংৰ 3টা সুৱৰ্ণ নিয়ম।উদাহৰণৰ সৈতে বুজোৱা হৈছে

×

Table of Content

একাউন্টিংৰ সোনোৱালী নিয়মে লেনেদেনৰ সেই প্ৰাথমিক নিয়মক প্ৰতিনিধিত্ব কৰে যিয়ে কোনো এটা ব্যৱসায়ৰ প্ৰত্যেক দিনৰ আৰ্থিক লেনদেনৰ পৰিচালনা কৰে।এইবোৰক পৰম্পৰাগত একাউন্টিং নিয়ম বুলিও কয়। সোনোৱালী নিয়ম bookkeeping, বা ক্ৰেডিট আৰু ডেবিটৰ নিয়ম একাউন্টিং ক্ষেত্ৰত ই এক গুৰুত্বপুৰ্ণ ভূমিকা পালন কৰে তেওঁলোকে এখন জাৰ্ণেল বহীত ৰেকৰ্ড এন্ট্ৰি কৰাৰ বাবে ব্যৱহাৰ কৰে যাৰ অবিহনে সম্পুৰ্ণ একাউন্টে ক্ৰতিযুক্ত হ'ব পাৰে

একাউন্টিংৰ সোনোৱালী নিয়মে কেনেকৈ কাম কৰে সেয়া বুজিবলৈ আমি প্ৰথমতে একাউন্টৰ প্ৰকাৰ বা বিভাগসমূহ জানিব লাগিব। এইটো এইবাবে যে এই নিয়মবোৰ কেনেকুৱা প্ৰকাৰ বা বিভাগৰ লেনদেনত প্ৰযোজ্য হয় সেয়া জানিবলৈ

একাউন্টৰ প্ৰকাৰ

অনুসৰি একাউন্টিংৰ সোনোৱালী নিয়ম,তিনি প্ৰকাৰৰ একাউন্ট আছে-ব্যক্তিগত,ৰিয়েল,নমিনেল .

#1.ব্যক্তিগত একাউন্ট

এইবোৰ একাউন্ট ব্যক্তিবিশেষৰ হয়। এই ব্যক্তিবিশেষ কোনো মানুহৰ বা কোনো কৃত্তিম লোকৰ হ'ব পাৰে,সাধৰণতে,এই ব্যক্তি তিনি প্ৰকাৰৰ হয়

    • ব্যক্তি: প্ৰাকৃতিক ভাৱে কোনো লোকৰ একাউন্ট ৰিপ্ৰেচেন্ট কৰা যেনে ৰামৰ একাউন্ট,জনৰ একাউন্ট ইত্যাদি

li>Artificial Persons: পাৰ্টনাৰশ্বিপ ফাৰম্ছ ,এছ'ছিয়েছন আৰু কম্পেনী যেনে ABC চেৰিটেবল ট্ৰাস্ট , XYZ Industries Ltd আৰু Tata and Sons ইত্যাদি

  • কোনো লোকক ৰিপ্ৰেচনট কৰা: কোনো লোক বা গ্ৰুপক ৰিপ্ৰেচেন্ট কৰা যেনে চেলাৰী পেইবল একাউন্ট,প্ৰিপেইড খৰচ একাউন্ট আৰু আউটষ্টেণ্ডিং দৰ্মহাৰ একাউন্ট ইত্যাদি

#2.ৰিয়েল একাউন্ট

এইবোৰ সেইবোৰ একাউন্ট যিবোৰে কোনো ব্যৱসায় প্ৰতিষ্ঠানৰ সকলো সম্পত্তিক ৰিপ্ৰেছেন্ট কৰে। ৰিয়েল একাউন্ট দুই প্ৰকাৰৰ-স্পষ্ট আৰু অস্পষ্ট

  • স্পষ্ট ৰিয়েল একাউন্টসমূহে সম্পত্তিসমূহ সামৰি লয়যেনে সম্পত্তিৰ একাউন্ট, ইনভেনটৰী A/c,ফাৰ্ণিচাৰA/c, ইনভেষ্টমেন্ট A/c, ইত্যাদি.
  • অস্পষ্ট ৰিয়েল একাউন্টসমূহে সেইবোৰ সামৰি লয় যিবোৰৰ শাৰিৰীক অৱস্থিতী নাইযেনে ট্ৰেডমাৰ্কএকাউন্ট, পেটেন্ট একাউন্ট,গুডউইল একাউন্ট , কপিৰাইট একাউন্ট ইত্যাদি

#3. নমিনেল একাউন্ট

এই একাউন্টে ব্যৱসয়ৰ খৰছ,ক্ষতি ,পোৱা আৰু ৰেভিনিউ ৰিপ্ৰেচেন্ট কৰে। এই নমিনেল একাউন্টে দৰমহা একাউন্ট,ভাড়াৰ একাউন্ট,ইলেক্ট্ৰিচিটি খৰছৰ একাউন্ট,দৰমহাৰ একাউন্ট আৰু কমিচন পোৱা একাউন্টসামৰি লয়

একাউন্টিংৰ সোনোৱালী একাউন্ট

" এতিয়া সকলো প্ৰকাৰৰ একাউন্টৰ বিষয়ে জনাৰ পিছত এতিয়া জানো আহক একাউন্টিংৰ নিয়ম কেনেদৰে প্ৰয়োগ হয়? তলত সেই সমূহৰ বিষয়ে আলোচনা কৰা হৈছেtypes of accounting উদাহৰণৰ সৈতে নিয়মসমূহ. "

ব্যক্তিগত একাউন্ট

"যদি এটা ব্যক্তিগত একাউন্ট কোনো এজন ব্যক্তিৰ তেওঁৰ ব্যক্তিগত প্ৰয়োজন পুৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। যদি ব্যক্তিগত/লিগেল বডী/মানুহৰ গোটে ব্যৱসায়ৰ পৰা কিবা পায় , তেন্তে তেওঁ েজন ৰিচিভাৰ আৰু ব্যৱসায়ৰ বহীত তেওঁৰ একাউন্টৰ

ডেবিটেড বুলি ৰিপ্ৰেছেন্ট হ'ব। বিপৰীতে দি ব্যক্তিগত/লিগেল বডী/মানুহৰ গোটে ব্যৱসায়ৰ বাবে কিবা এটা দিয়ে তেন্তে তেওঁৰ একাউন্টটো ক্ৰেডিটেড বুলি ৰিপ্ৰেছেন্ট হ'ব"

Example:আপুনি শ্যামৰ পৰা 1000 টকাৰ সামগ্ৰী কিনিলে

এই লেনদেনত আপুনি সামগ্ৰীৰ ৰিচিভাৰ সেইবাবে আপোনাৰ একাউন্টত বহীসমূহত আপুনি ডেবিট কৰিব আৰু শ্যামক ক্ৰেডিত কৰিব যিহেতু শ্যামে সামগ্ৰী দিব,তেওঁৰ একাউন্ট ক্ৰেডিট হ'ব।

তাৰিখ একাউন্ট ডেবিট ক্ৰেডিট
XX/XX/XXXX কিনা একাউন্ট টকা 10,000/-  
  Account Payable   Rs. 10,000/-

ৰিয়েল একাউন্ট:

ৰিয়েল একাইন্টৰ নিয়ম মতে, যদি ব্যৱসায়ে কিবা ( সম্পত্তি বা সামগ্ৰী) লাভ কৰে,তেন্তে একাউন্টিং এন্ট্ৰিত এইটো ডেবিটেড দেখুৱায়।আৰু যদি ব্যৱসায়ৰ পৰা কিবা ওলাই যায় তেন্তে একাউন্টিং এন্ট্ৰিত এইটো ক্ৰেডিটেড দেখুৱায়.

উদাহৰণ: যদি আপুনি 10,000 টকাৰ ফাৰ্ণিচাৰ কেছ দি কিনে

এইটো লেনেদেনত ক্ষতিগ্ৰস্ত একাউন্টসমূহ হ'ল ফাৰ্ণিচাৰ A/c আৰু কেছ A/c.ফাৰ্ণিচাৰ ব্যৱসায়ত আহিব,ডেবিট ফাৰ্ণিচাৰ একাউন্ট। কেচ ব্যৱসায়ৰ পৰা বাহিৰলৈ গুচি যায়,সেইবাবে ,ক্ৰেডিত কেছ একাউন্ট.

তাৰিখ একাউন্ট ডেবিট ক্ৰেডিত
XX/XX/XXXX ফাৰ্ণিচাৰ একাউন্ট Rs.10,000/-  
  কেছ একাউন্ট   Rs. 10,000/-

:নমিনেল একাউন্ট

নমিনেল একাউন্টৰ নিয়ম অনুসৰি যদি কোনো ব্যৱসায়য়ে খৰছ বা ক্ষতি ব্যয় কৰে তেন্তে ব্যৱসায়ৰ বহীসমূহত ইয়াক ডেবিটেড বুলি এন্ট্ৰি কৰা হয়। আনহাতে যদি ব্যৱসায়ে কোনো সেৱা প্ৰদান কৰি আয় বা লাভ পায় সেয়া ক্ৰেডিট বুলি এন্ট্ৰি কৰা হয়।.

Example: যদি আপুনি অফিচৰ ভাড়া টকা 1,000পেই কৰে.

ইয়াতে,ঘৰ ভাড়া ব্যৱসায়ৰ বাবে খৰছ বুলি ধৰা হয়, সেইবাবে আপোনাৰ বহীত ই ডেবিটেড হ'ব.

তাৰিখ একাউন্ট ডেবিট ক্ৰেডিত
XX/XX/XXXX ভাড়া একাউন্ট Rs. 1,000/-  
  কেছ একাউন্ট   Rs. 1,000/-

একাউন্টিংৰ সোনালী নিয়মসমূহৰ পৰা লৈ যাওক

একাউন্টিংৰ সোনোৱালী নিয়মসমূহে সম্পুৰ্ণ একাউন্টিং প্ৰচেচৰ আধাৰশিলা হয়। লেনদেনৰ ৰেকৰ্ডিং ৰ প্ৰাথমিকসমূহ দি এই নিয়মসমূহে ফাইনেন্সীয়েল ষ্টেটমেন্টৰ এটা চিষ্টেমত চলাত সহায় কৰে। এইবোৰ ব্যৱহাৰ কৰি অতি সহজতে খৰচ আৰু আয়ৰ ৰেকৰ্ডসমূহ ৰাখিব পাৰে । বিজনেছ একাউন্ট বহীৰ ভালকৈ মেনেজ কৰিব পাৰে। এই নিয়মসমূহ এপ্লাই কৰিবলৈ:

  • একেবাৰে প্ৰথমতে, লেনদেত জড়িত একাউন্টৰ প্ৰকাৰ উলিয়াওক
  •  
  • এবাৰ হোৱাৰ পিছতডেবিট আৰু ক্ৰেডিতৰ সোনোৱালী নিয়মসমূহ এপ্লাই কৰক

যদি আপুনি আপোনাৰ ব্যৱসায়ৰ একাউন্টৰ বহী আপ টু ডেট আৰু শুদ্ধ কৰি ৰাখিব বিচাৰিছে এই সিনোৱালী নিয়মবোৰ ব্যৱহাৰ কৰিব

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।