written by | October 11, 2021

আটা চাক্কি মেচিন

×

Table of Content


আটা গুৰি কৰা যন্ত্ৰইয়াৰ শ্ৰণি বিভাজন আৰু অনলাইন বিক্ৰি কৰা পদ্ধটি

উপকাৰিতাৰ উপৰত নিৰ্ভৰ কৰি আটা গুৰি কৰা যন্ত্ৰ ঘৰুৱা বা বাণিজ্যিক যন্ত্ৰ হিচাবে বিভাজন কৰা হয়। আটা গুৰি কৰা যন্ত্ৰৰ জৰিয়তে বিভিন্ন ধৰণৰ শস্য গুৰি কৰিব পাৰি যেনে–গম, ঘেহু,যৱ,মাকৈ ইত্যদি। ইয়াৰ উপৰিও আটা  গুৰি কৰা যন্ত্ৰ দাৰা বিভিন্ন প্ৰকাৰ মছলাও গুৰি  কৰিব পৰা যাই। সহজ ভাষাত কবলৈ হলে এটো যন্ত্ৰৰ এটাত কৈ বছি উপকাৰিতা আছে। আটা 

গুৰি কৰা যন্ত্ৰ দুই প্ৰকাৰ হব পাৰে-

১-মেনুৱেল ,২- স্বয়ংক্ৰিয়।

মেনুৱেল আটা গুৰি কৰা যন্ত্ৰ   প্ৰায় ঘৰুৱা কামৰ বাবে ব্যবহাৰ কৰা যাই।  স্বয়ংক্ৰিয়   আটা গুৰি কৰা যন্ত্ৰ বাণিজ্যিক কামৰ কাৰনে ব্যবহাৰ কৰা যাই। আগৰ দিনত মানুহে হাতেৰে চলোৱা আটা গুৰি কৰা যন্ত্ৰ ব্যবহাৰ কৰিছিল, কিন্তু আজিকালি প্ৰায় মানুহে বজাৰত সহজে উপলব্ধ হোৱা আটা গুৰি কৰা যন্ত্ৰ বিচাৰে কাৰন ইয়াত মেনুৱেল আটা গুৰি কৰা যন্ত্ৰৰ তূলনাত কম পৰিশ্ৰম লাগে। আজিকালি ভেজালি খাদ্যৰ কাৰণে মানুহৰ শৰিৰত বিভিন্ন প্ৰকাৰৰ বেমাৰ আজাৰ প্ৰায় দেখা দিয়ে সেইয়ে প্ৰায় ভাগ মানুহে আজিকালি শৈল্য জৈৱ  খাদ্য খাব  বিচাৰে। সেই বাবে আটা গুৰি কৰা যন্ত্ৰই আজিৰ সময়ত থলূৱা ব্যবসাইক বিশেষ আৰ্কশণ কৰিছে। কাৰণ মেনুৱেল আটা গুৰি কৰা যন্ত্ৰৰ দাৰা
মানুহে সহজতে ঘৰতে আটা গুৰি কৰিব পাৰে ।

ক্ষমতা ওপৰত নিৰ্ভৰ কৰি  আটা  গুৰি কৰা যন্ত্ৰক তিনি প্ৰকাৰত ভাগ কৰিব পাৰি যেনে সৰু স্কেল আটা গুৰি কৰা যন্ত্ৰ, মধ্যম স্কেল আটা  গুৰি কৰা যন্ত্ৰ  আৰু বৃহৎ স্কেল আটা  গুৰি কৰা যন্ত্ৰ। সৰু স্কেল আটা গুৰি কৰা যন্ত্ৰ দাৰা খেতিয়কে খুব কম সময়ত বহু মাৰ্তাত আটা বা শস্য গুৰি কৰিব পাৰিব। সাধাৰনতে আগৰ দিনত খেতিয়কে আটা গুৰি কৰিবলৈ বৃহৎ স্কেল আটা  গুৰি কৰা যন্ত্ৰৰ উপৰত নিৰ্ভৰ কৰিব লগিয়া হয়চিল। ইয়াৰ খৰছ  আৰু পদ্ধতি দিঘলিয়া হয় । কিন্তু আজিকালি সৰু স্কেল আটা  গুৰি কৰা যন্ত্ৰৰ দ্বাৰা এজন খেতিয়কে কম সময়ত একে গুনাগুনৰ আটা গুৰি কৰিব পাৰিব।

মধ্যম স্কেল আটা গুৰি কৰা যন্ত্ৰ সাধাৰনতে  বাণিজ্যিক কাৰনত ব্যবহাৰ হয়।এজন সৰু ব্যবসায়ীয়ে ক‘ম মাএাত ধন প্ৰয়োগ কৰি মধ্যম স্কেল আটা গুৰি কৰা যন্ত্ৰ জৰিয়তে এটি স্থিৰ উপাৰ্জন কায্যৰ্বিধি কৰিব পাৰিব। মধ্যম স্কেল আটা গুৰি কৰা যন্ত্ৰই গ্লবেল মাৰ্কেত বহু দাবি লাভ কৰিছে। মধ্যম স্কেল আটা গুৰি কৰা যন্ত্ৰ সৰু চহৰ বা গাৱত অৱস্থান কৰা যাই ,কাৰন ইয়াৰ বিনিয়োগ বৃহৎ স্কেল আটা  গুৰি কৰা যন্ত্ৰত কৈ কম আৰু শস্য সামগ্ৰী বোৰ সহজতে ওপল্বদ্ধি কৰিব পাৰি। তদুপৰি কম  বিদ্যুৎ ব্যবহাৰ কৰি খেতিয়ক আৰু সৰু ব্যবসায়ীয়ে  স্থানীয়  শস্য উৎপাদন কৰি  সৰু স্কেল বা  মধ্যম স্কেল আটা গুৰি কৰা যন্ত্ৰৰ দ্বাৰা ভাল উপাৰ্জন লাভ কৰিব পাৰিব।

বৃহৎ স্কেল আটা  গুৰি কৰা যন্ত্ৰ উদ্যোগত  গম,ঘেহু,যৱ,মাকৈ ইত্যদি উৎপাদন কৰিবলৈ ব্যবহাৰ হয়। বৃহৎ স্কেল আটা  গুৰি কৰা যন্ত্ৰ কাৰখানা বা উদ্যোগত ব্যবহাৰ কৰা হয়। সৰু আৰু মধ্যম স্কেল আটা গুৰি কৰা যন্ত্ৰৰ তুলনাট ইয়াৰ বিদ্যুৎ ব্যবহাৰ বেছি পৰিমানত হয়।বৃহৎ স্কেল আটা  গুৰি কৰা যন্ত্ৰৰ অপাৰেচন দ্ৰুতি সৰু বা মধ্যম স্কেল আটা গুৰি কৰা যন্ত্ৰত কৈ বেচী থাকে। ইয়াৰ চলাচলৰ বাবে  শ্ৰমিক ব্যবহাৰো কম হয় । এই যন্ত্ৰ সম্পৰ্ণ অটোমেটিক হয়। ঘৰুবা ব্যবহাৰৰ বাবে সৰু  স্কেল আটা গুৰি কৰা যন্ত্ৰ ব্যবহাৰ কৰিব পৰা যাই আৰু
বাণিজ্যিক বা ব্যৱসায় কামৰ বাবে মধ্যম বা বৃহৎ স্কেল আটা  গুৰি কৰা যন্ত্ৰ  ব্যবহাৰ কৰিব পাৰে। 

আজিকালি মাৰ্কেট প্ৰতিযোগিতামূলক সেইয়ে যিকোনো কামৰ কাৰনে ব্যবহাৰ কৰিলেও এই যন্ত্ৰ বিষয়ে গবেষনা কৰি লোৱা টো আৱশ্যক।অনলাইনত আটা  গুৰি কৰা যন্ত্ৰ বিক্ৰি কৰাৰ বাৱে বহ্নটো পদ্ধতি আছে। প্ৰথমে আপুনি আপোনাৰ ব্যৱসায়ৰ নাম ব্ৰেন্দীং কৰি ইয়াৰ তাৰ্গেট গ্ৰাহক বাচি উলিয়াব লাগিব। যিহেতু
আপোনাৰ আটা গুৰি কৰা যন্ত্ৰ ষ্টোৰ আনলাইন হব আপুনি আপোনাৰ ৱেবছাইৰ বাবে এটা সঠিক ড‘মেইন বাচি লব। আজিৰ সময়ত যেতিয়া সকলো বস্তু  ডিজিটেল ইৈছে। তেনে স্থলত আটা  গুৰি কৰা যন্ত্ৰক অটি সহজে অনলাইন বিক্ৰি কৰিব বা কিনিব  পাৰা যাই।

তলত দিয়া প্ৰনালী কেইটাৰ দ্বাৰায় আপোনি এই যন্ত্ৰ বিক্ৰি কৰিব পাৰিব। প্ৰনালী  সমূ’হ-

১– জিকোনো বস্তু অনলাইন  বেচিব

লৈ   পোন প্ৰথমে    মাৰ্কেটত প্ৰতিযোগি বোৰ‘ৰ বিষয়ে গবেষনা কৰি লোৱা উচিত। তাৰ পিচত আটা গুৰি কৰা যন্ত্ৰটোৰ এটা ভাল ব্ৰেন্দ নাম দিব জিতু সহজে আপোনাৰ গ্ৰাহক আকৰ্শণ কৰিব।

২–  ব্ৰেন্দ নাম বনুৱাৰ লগতে আপোনাৰ ব্ৰেন্দৰ এটা আকৰ্শনিয় ৱেবছাইত বনাব জাৰ জৰিয়তে গ্ৰাহকে আপোনাক আটা গুৰি কৰা যন্ত্ৰৰ সন্দ্বৰ্ভত জুগাজুগ কৰিব পাৰিব।আজিকালি ডিজিটেল মাৰ্কেটিগৰ দ্বাৰা ৱেবছাইতক শিৰ্ষ তালিকাত আনিব পাৰি। যেতিয়া কোনো গ্ৰাহকে অনলাইনত শিৰ্ষ আটা গুৰি কৰা যন্ত্ৰ তাইপ কৰিব তেতিয়া যদি  আপোনাৰ ৱেবছাইত শিৰ্ষ তালিকাত থাকে গ্ৰাহকে সহজতে আকৰ্শিত হব।
ৱেবছাইতোক আকৰ্শনিয় কৰিব লৈ আটা গুৰি কৰা যন্ত্ৰৰ শ্ৰনি বিভাগ কৰি তাৰ সুনদৰ ফটো কেইখনমান লগোৱা উচিত। ৱেবছাইতটোত আপোনাৰ ব্ৰেন্দৰ বিশেষ গুনাগুন কি সেয়া বিচ্ছলেখন কৰা জৰুৰি।

৩– অনলাইনত আটা  গুৰি কৰা যন্ত্ৰ বিক্ৰি কৰিব হলে ইয়াৰ প্ৰকৃত বিপণন আৰু প্ৰচাৰ কৰা উচিত। আজিকালি প্ৰায় মানুহে মবাইল অথবা  ছচিয়েল মিদিয়া ব্যবহাৰ কৰে। সেইহে অনলাইনত প্ৰচাৰ কৰাটো সহজ হয় পৰিচে। আজিৰ সময়ত হোৱাটচ এপ আৰু চছিয়েল মিদিয়া  ব্যৱসায় প্ৰচাৰ কৰিব লৈ  এটি উৎকৃষ্ট মাধ্যম।  সমূহীয়া ভাবে হোৱাটচ এপ আৰু চছিয়েল মিদিয়াৰ দাৰা অতি কম সময়ত বেচি মানুহৰ মাজত প্ৰচাৰ চলাব পাৰি। ইয়াৰ সহায়ত বেছি গ্ৰাহক পোৱা যাব।

৪–বৰ্তমানত অনলাইন  প্ৰদাক্ট বেছিব লৈ বহ্ন কেইটা জণপ্ৰিয় ই–কমাৰ্চ প্লেটৰ্ফম আছে যেনে এমেজন , ইন্দিয়া মাৰ্ট , আলীবাবা ডট কম ইত্যদি। এই ই–কমাৰ্চ চাইটত সমূহত ৰেজিস্ত্ৰেশ্বন কৰি   আটা গুৰি কৰা  যন্ত্ৰ বা অন্য সা সামৰ্গি বেচিব পৰিব।
৫–   আটা গুৰি কৰা যন্ত্ৰ টোৰ    অনলাইন মাৰ্কেটিং কৰা আগত আপোনাৰ তাৰ্গেট গ্ৰাহক বাচি লব।

৬–অনলাইন মাৰ্কেটিং কৰোটে সদায় নিজৰ গ্ৰাহক‘ক  বজাৰত পোৱা আটা গুৰি কৰা যন্ত্ৰট কৈ এই যন্ত্ৰ কিদৰে ভিন্ন অাৰু ইয়াৰ  বিষেশ উপকাৰিটা কি সেয়া গ্ৰাহক‘ক জনোৱা উচিত। অনলাইন মাৰ্কেটিং কৰোটে প্ৰদাক্টৰ ইউ এচ পি উল্লেখ কৰিলে তাৰ জৰিয়তে গ্ৰাহক পাবলৈ সৈশম হৱ।

৭–বজাৰত বা অনলাইন মাৰ্কেটত বিভিন্ন ধৰণৰ
আটা গুৰি কৰা যন্ত্ৰ পোৱা যাব পাৰে, সেই বাবে
গ্ৰাহক‘ক কিছুমান অনন্য অৰ্ফাৰ দি তেওঁলোকক প্ৰদাক্ট বেছিব জত‘ন কৰাতো ভাল, উদাহৰণ স্বৰুপ যেনে
এটা যন্ত্ৰ কিনিলে ইনষ্টলেচণ   ৰ্ফি অথবা প্ৰথমতো চাভিছিং ৰ্ফি। এই দৰে বেচি গ্ৰাহক পাবলৈ বা  আটা গুৰি কৰা যন্ত্ৰক অনলাইন  দাবি বৰ্হাব লৈ সফল হব।

৮– গ্ৰাহক‘ক  ই–মেল জৰিয়তে  আটা গুৰি কৰা যন্ত্ৰৰ সুবিধা  তথ্য দি থাকিলে  আৰু তথ্য সন্তুষ্টি সেৱা প্ৰদান কৰিলে গ্ৰাহকৰ মাজত ব্ৰেন্দৰ দাবি বৃদ্ধি হব।

৯–ইয়াৰ বাহিৰে আটা গুৰি কৰা যন্ত্ৰৰ এটি সফল ব্যৱসাই হিচাবে গৰহিব হলে গ্ৰাহক‘ক দিয়া প্ৰতিটো কথা ৰাখিব লাগিব।অৰদাৰ  নিশ্চিত হলে আটা গুৰি কৰা যন্ত্ৰ টোক সময়ত সাফল্য ভাবে ডেলীভাৰ কৰি গ্ৰাহকক  সন্তুষ্টি সেৱা প্ৰদান কৰলি মাৰ্কেটত এটি ভাল নাম অৰ্জন কৰি পাৰি ইয়াৰ জৰিয়তে ভবিষ্যত টো গ্ৰাহক পাব লৈ সৈশম হব পৰা যাই।

১০– অনলাইন আটা গুৰি কৰা যন্ত্ৰ  বক্ৰি কৰিবলৈ সকলো ধৰনৰ পেমেন্ত    যেনে– কেছ অ‘ন ডেলিভাৰী,দেবিট কাৰ্ড , ক্ৰেডিট কাৰ্ড  পেমেন্ত ইত্যাদি     উপলব্ধ ৰাখিলে   প্ৰচুৰ মাএাৰ্ত গ্ৰাহক পোৱা যাব।
        অনলাইন আটা গুৰি কৰা যন্ত্ব বিক্ৰি কৰিবলৈ এই প্ৰমূখ পদ্ধতি কেইটা ব্যবহাৰ কৰি অনলাইন আটা গুৰি কৰা যন্ত্ৰ বক্ৰি কৰিবলৈ সফল হব।কিন্তু যিকোনো ব্যৱসায় সফল কৰিব লৈ গ্ৰাহকৰ ইচ্ছূক দৰকাৰ‘ৰ প্ৰতি মনোযোগ দিব লাগিব ।  অনলাইন  মাৰ্কেটৰ প্ৰতিটো  স্থিতি বিশয়ে আ‘প তু ডেট থাকিলে  ব্যৱসায় লাভ দাই হব। 

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।