written by | October 11, 2021

স্কুল

×

Table of Content


পাইকাৰী বিতৰণ ব্যৱসায় কেনেকৈ আৰম্ভ  কৰিব

ব্যৱসায় কেনেদৰে আৰম্ভণি কৰে তাৰ বিষয়ে জনাৰ আগতে আহক আমি সেই বিষয়টোৰ গভীৰতাৰ বিষয়ে জানো।  যাক পাইকাৰী বিতৰণ ব্যৱসায় বুলি জনা যায়। একো একোটা ব্যৱসায় ত মুখ্য বিষয় টো হ’ল সামগ্ৰী এটা উৎপাদন কৰা আৰু সেই সামগ্ৰী গ্ৰাহক ক বিক্ৰী কৰা। সেই মাধ্যমৰ যোগেদি সামগ্ৰী উৎপাদন কৰিব পৰা সামগ্ৰী উঠাই আৰু গ্ৰাহকক বিক্ৰী কৰি দিয়া হয়, য’ত পাইকাৰী বিতৰণ ব্যৱসায় ৰ ছবি দেখিবলৈ পোৱা যায়। 

উৎপাদিত সামগ্ৰী নিৰ্মাতা আৰু ক্ষুদ্ৰ বিক্ৰেতাৰ মাজত আশা কৰাতো এক কঠিন কামৰ দৰে লাগে। কিন্তু ই বাস্তৱ ত ইমান কঠিন নহয়। 

যদি আপুনি কিছুমান কাৰক বোৰক বান্ধি ৰাখে। 

ইয়াত কিছুমান সংলগ্ন কৰা তথ্য আছে  যাক অনুসৰণ কৰি পাইকাৰী বিতৰণ ব্যৱসায় কৰিব পাৰে।  

সঠিক প্ৰডাক্টটো বাচনি কৰা:

বৰ্তমান  বহু উৎপাদকে বিভিন্ন ধৰণৰ উৎপাদিত সামগ্ৰী বজাৰত মুকলি কৰি দিছে। কিন্তু এইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে কোনটো আমি বাচনি কৰো। বজাৰত ভিন্ন ধৰণৰ উৎপাদিত সামগ্ৰী আছে যেনে কাপোৰ, গেলামালৰ সামগ্ৰী ,খাদ্য সামগ্ৰী,কে আদি কৰি বহুতো।আমাৰ দায়িত্ব হ’ব এনে সামগ্ৰী বাচনি কৰা যাক সহজে ৰক্ষণাবেক্ষণ দিব পাৰি, নষ্ট হৈ ও যাতে নাযায় । এই সকলো দিশ চাই বাচনি কৰা উচিত। 

উদ্ভাৱনীমূলক সামগ্ৰী:

যদি আপুনি এনে সামগ্ৰী বিচাৰিছে, তেন্তে সেয়াই লব যিবোৰে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰে। এনে সামগ্ৰী সাধাৰণতে নতুন আৰু ব্যতিক্ৰমী হয়। যাৰ বিষয়ে এটা চমু বিৱৰণ থাকে। উৎপাদিত সামগ্ৰী সদ্যহতে বেছি দামী। কিন্তু লাভৰ পৰিমাণ কম । এইয়া দুটা ৱেবছাইট  য’ত গ্ৰাহকক আকৰ্ষণ কৰা সামগ্ৰীৰ বিষয়ে উল্লেখ কৰা  হয় —

১। কিকষ্টাৰটাৰ ডট কম 

এইটো এটা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ব্ৰুকলিণ,নিউয়ৰ্কৰ গ্ৰাহকৰ বাবে মঞ্চ, য’ত সৃষ্টিশীল ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কোম্পানীটো বহু ধৰণৰ সৃষ্টিশীল প্ৰকল্প ৰ সৈতে আৰম্ভ হৈছিল । ইয়াত আপুনি মাত্ৰ সামগ্ৰী য়ে নহয় বৰঞ্চ মধুৰ সংগীত, টেকনলজি প্ৰকল্প, কাৰ্ড গেমছ আৰু বহুতো পাব। যি সদ্যহতে পাইকাৰী। 

ইন্দিগ’গ’ ডট কম 

মুখ্য কাৰ্যালয় চেনফ্ৰান্সিক’ৰ কেলিফোৰ্নিয়া। ইয়াক আমি কিকষ্টাৰটাৰতকৈও ডাঙৰ বুলি কব পাৰি। ইন্দিগ’গ’ই সদায় মানুহ ক তেওঁ লোকৰ নতুন পৰিকল্পনা বা চেৰিটি বা নতুন ব্যৱসায় ৰ বাবে ধন মুকলাই দিয়ে। ইন্দিগ’গ’ই ইয়াৰ বিনিময়ত ৫ শতাংশ লয়। যদিহে ক্ৰেডিট কাৰ্ড বা পে পলেৰে পইচা আদায় দিয়া যায় তেন্তে ৩.৫%ৰ পৰা৯% লৈকে আদায় লয়- মানে ইন্দিগ’গ’ৰ পৰা সামগ্ৰী ক্ৰয় কৰিলে আপুনি এটা পাইকাৰী হাৰত কিনা অনুভৱ কৰিব।

যেতিয়া আপুনি  খুউব দৰকাৰী, ব্যতিক্ৰমী  কিবাএটা পাব তেতিয়া আপুনি ‘এবাউট আছ’ পেজলৈ গৈ তাত বিতং ভাৱে ড্ৰিষ্ট্ৰিবিউটৰক লগ ধৰিব পাৰিব। 

কিছুমান জানিবলগীয়া কথা যেতিয়া  ড্ৰিষ্ট্ৰিবিউটৰৰ সৈতে কথোপকথন কৰিব

১। এজন সম্পূৰ্ণ  পেছাদাৰী ব্যৱসায়ী হিচাপে নিজক তেওঁৰ  সন্মুখত ৰাখক । বিতৰণ কাৰী অথাৎ ডিষ্ট্ৰিবিউটৰ বোৰে সোনকালে সিদ্ধান্ত লব পৰা লোকক গুৰুত্ব দিয়ে। কিন্তু মনত ৰাখিব যাতে আপোনাৰ লোকচান নহয়। 

২। কম পৰিমাণে উৎপাদিত সামগ্ৰী বোৰ নিয়াৰ ব্যৱস্থা কৰা ।উৎপাদিত সামগ্ৰী বোৰ মানদণ্ড নিৰ্ভৰ কৰে  সেই সামগ্ৰী ৰ চাহিদা আৰু যোগানৰ ওপৰত। সেয়ে এজন ভাল বিতৰণ কাৰী পোৱা তো খুবেই জৰুৰী। 

৩। তেওঁ লোকৰ ক্ষমতা জনাটো উচিত। কেতিয়াবা বিতৰণ কাৰীৰ তাত এটা নিদিষ্ট পৰিমাণৰ সামগ্ৰী পোৱা যায়। মনত ৰাখিব যে চাহিদা থকা সামগ্ৰী উচিত পৰিমাণে আপোনাৰ ওচৰত মজুত থাকে। 

৪। কোম্পানীটো আপোনাৰ বাবে বিশ্বাসী আৰু  সুৰক্ষিত হয় নে নহয় সেয়া জানি লোৱা উচিত।  অন্যথা আপোনাৰ টকা পইচা হেৰোৱাব লগীয়া ও হব পাৰে। 

মন কৰিব লগীয়া কথা 

মই নাভাবো যে প্ৰথমতে সৰবৰাহ কাৰীক  ব্যক্তিগত ভাৱে জনা উচিত। 

চিনাক্ত কৰক আপোনাৰ ডিলাৰ 

পাইকাৰী বিতৰণ ব্যৱসায়ত  ডিষ্ট্ৰীবিউটৰ আৰু ডিলাৰ হাত আৰু ভৰিৰ সমান। সিহঁতৰ অবিহনে এখোজো দিব নোৱাৰো।

আপোনাৰ ডিলাৰ ভালদৰে বাচি লব। তেওঁৰ প্ৰয়োজনীয় কাগজ পত্ৰ, লাইসেন্স, অনুমতি পত্ৰ সকলো, যাতে আপোনাৰ ব্যৱসায় নিৰাপদ হয়। 

এবাৰ ডিলাৰৰ সৈতে চিনাকী হোৱাৰ পাছত আপোনাৰ বহু খিনি টকা সামগ্ৰী পঠিওৱা আৰু অনাত ৰেহাই পাব। 

সদায় ডিলাৰৰ সৈতে এটা মধুৰ সম্পৰ্ক বৰ্তাই ৰাখিব যাতে আপোনাৰ সামগ্ৰী বোৰ সময় অনুসৰি আৰু নিৰাপদ ভাৱে লাভ কৰে। 

ভাল স্হান বাচনি কৰক 

আপোনাৰ উৎপাদিত সামগ্ৰী ৰ বাবে ভাল স্হান বাচনি কৰিব। এয়া ভাড়া নাইবা লিজ ত লোৱা ও হব পাৰে। মনত ৰাখিব যাতে আপোনাৰ স্হান ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান ৰ কাষত হয়। য’ত গাড়ী ভাৰা কম খৰচৰ হব। 

সেই স্হান ত চেলছ টিমটোও যাতে বহি নিজৰ কামবোৰ কৰিব পাৰে। 

ব্যৱসায়ৰ মডেল ফাংচন 

ব্যৱসায় ৰ মডেল ভিন্ন ধৰণৰ। কিন্তু জানিবলগীয়া কথা হ’ল আপোনাৰ সেই ব্যৱসায়- নিয়ন্ত্ৰণ। এটা কোম্পানীয়ে যি নিজৰ ষ্টকত মাল কিমান আছে তাৰ প্ৰতি নজৰ ৰাখে তেতিয়া হে তেওঁৰ ব্যৱসায় ত নিয়ন্ত্ৰণ থাকিব। এটা  ডুব যোৱা কোম্পানীয়ে কেতিয়াও এইবোৰত গুৰুত্ব নিদিয়ে। কোম্পানী এটাই যদি নিজৰ ষ্টক বুজি পাই আৰু উৎপাদিত সামগ্ৰী ৰ মূল্য বৃদ্ধিৰ সময়ত নিজৰ সামগ্ৰী বজাৰলৈ মোকলাই দিব পাৰে তেন্তে সেয়া এক নিয়ন্ত্ৰণ। 

উদাহৰণ স্বৰূপে যদিহে চয়াবিনৰ নাটনি হয় তেন্তে তাৰ প্ৰভাৱ শৰীৰ চৰ্চাৰ উদ্যোগ ত পৰিব কিন্তু তাৰ মাজত যদি কোনো ব্যৱসায়িক প্ৰতিষ্ঠানে নিজাকৈ চয়াবিন ষ্টক আৰু নতুন পদ্ধতি ৰে বজাৰলৈ মোকলাই দিব পাৰে তেন্তে সেই সময়ত ভাল উপাৰ্জন কৰিব পাৰে। 

এটা ডুব যোৱা কোম্পানীৰ মালিকে সদায়ে  সহজ সৰল ভাৱে সময়ৰ লগে লগে গৈ থাকে। তেওঁ লোকে ভিন্ন ধৰণৰ দৈনিক ক্ৰিয়া কৰি কোম্পানীটো বজাই ৰাখিব বিচাৰে। 

উৎপাদিত সামগ্ৰী ৰ মূল্য কিছু দিনলৈহে বাঢ়ে। মনত ৰাখিব যে আপুনি সদায় আপোনাৰ গ্ৰাহক ৰ লগত আপোনাৰ প্ৰতিশ্ৰুতি টোও ৰাখে। 

দেখা যায় যে কম দৰদাম ত উৎপাদিত সামগ্ৰী য়ে ব্যৱসায় ত প্ৰভাৱ পেলায়।

সেয়ে আপুনি আপোনাৰ উৎপাদিত সামগ্ৰীৰ কেতিয়াও লুকাই থকা দাম নিৰ্ধাৰণ নকৰিব। আৰু সেই উৎপাদিত সামগ্ৰী মুকলি কৈ বিক্ৰী কৰিব পাৰিব। 

যিহেতু আপুনি একো ষ্টক কৰা নাছিল তেন্তে আপুনি আপোনাৰ উৎপাদিত সামগ্ৰী কম দামত বিক্ৰী কৰিবলগীয়া নহয়। 

অৰ্থ 

এয়াই হ’ল সকলো ব্যৱসায়ৰ মূল। যাৰ সহায় লৈ আমি পাইকাৰী  ব্যৱসায় আৰম্ভ কৰিব পাৰো। 

মনত ৰাখিব উৎপাদিত সামগ্ৰীৰ বাবে আপুনি  উৎপাদকক কিমান টকা দিছে।কেতিয়াও উৎপাদিত সামগ্ৰী নোলোৱাকৈ তেওঁক টকা নিদিব। এটা সঠিক পৰিকল্পনাই আপোনাক সহায় কৰিব। 

কেতিয়াবা খুচুৰা ব্যৱসায়ীয়ে আপোনাক ভিন্ন কাৰণত টকা দিব নোৱাৰে। মনত ৰাখিব যে আপুনি লোকচান নোহোৱাকৈ তেওঁক এটা সীমাৰে বান্ধি ৰাখিব। 

পাইকাৰী বিতৰণ ব্যৱসায় সদায়েই এটা সুস্থ আৰু সৱল পৰিকল্পনা ৰে গঢ়িব পাৰি। যিহেতু ব্যৱসায়  সফল হবৰ বাবে হে কৰা হয়। 

 

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।
দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।