written by khatabook | October 20, 2020

বিলিং চফটৱেৰ কি?- ক্ষুদ্ৰ ব্যৱসায়বোৰৰ বিত্তীয়ত ই কেনেকৈ সহায় কৰে?

×

Table of Content

বিলিং ছফটৱেৰ কি??

এই বিলখনত অন্তৰ্গত হ'বলগীয়া ডিটেইলছ বোৰ হৈছে বিক্ৰেতা আৰু কিনোতাৰ নাম,ঠিকনা,কন্টেক্টৰ সবিশেষ। সহজ ট্ৰেকিঙৰ বাবে বিল নম্বৰ,প্ৰডাক্ট কিনা বা সেৱাৰ ডিটেইলছ যেনে মুল্য,কৰৰ বিৱৰণ আৰু পেইমেন্ট নিৰ্দেশ।

অফাৰ দিয়া ফিচাৰসমূহবিলিং চফটৱেৰ

The অনলাইন বিলিং চফটৱেৰ বজাৰত উপলব্ধ বিভিন্ন ফিচাৰ যিয়ে ব্যৱসায়ীসকলৰ জীৱন সহজ কৰি তোলে। আপুনি কেৱল এবাৰ চফটৱেৰ ইনষ্টল কৰক আৰু ভৱিষত্যেও বিল সৃষ্টি কৰক।

  • Invoice generation - এইটো মুখ্য ফিচাৰ প্ৰত্যেক ভাৰতত বিলিং চফটৱেৰ যিয়ে প্ৰকল্প,সময় আৰু গ্ৰাহকৰ সবিশেষৰ এখন পেশাদাৰী চালান সৃষ্টি কৰে।. 
  • গ্ৰাহকৰ ৰেকৰ্ড সৃষ্টি – কিছুমান আগতীয়া বিলিং চফটৱেৰ গ্ৰাহকৰ সবিশেষ আৰু কিনা বেচাৰ তথ্য সক্ষীপ্ত কৰাত সহায় কৰে। এই স্মাৰ্ট চিষ্টেমে পুনাৰাদ্ধাৰ আৰু ৰেফাৰেন্সৰ বাবে প্ৰত্যেকজন গ্ৰাহকৰ বিশদ বেলেগকৈ ৰাখে। 
  • ক্ৰেডিত কাৰ্ডৰ প্ৰক্ৰিয়া –
  • বিশেষ টেমপ্লেট – এই ফিচাৰে ব্যৱসায়ীক গ্ৰাহকৰ প্ৰয়োজন আৰু বিশেষত্বৰ ওপৰত নিৰ্ভৰ কৰি ইনভইচ প্ৰস্তুত কৰাত সহায় কৰে। এনেকৈ এবাৰ কৰিলে ভৱিষত্যেও বিলিং সোনকালে আৰু সঠিক কৰে।
  • কৰৰ ৰিপোৰ্ট প্ৰস্তুত – আটাইতকৈ শ্ৰেষ্ঠ অনলাইন চফটৱেৰে কৰ ৰিপোৰ্ট সৃষ্টি কৰিব। কৰৰ ৰিপোৰ্ট সৃষ্টি কৰিবলৈ যিকোনো বাহিৰৰ চিষ্টেমৰ ওপৰত নিৰ্ভৰ কৰাতো এই ফিচাৰৰ সহায়ত নোহোৱা কৰিব পাৰি।

জি এছ টি বিলিং চফটৱেৰ 

এইতো ৩ বছৰ হ'লGoods and Service Tax (GST)ভাৰতৰ চৰকাৰে আৰম্ভ কৰিছিল ক্ষুদ্ৰ ব্যৱসায়সকলে তেওঁলোকৰ কৰ পৰিচালনা কৰিব বিচাৰিছিল। জি এছ টিয়ে এটা মুদ্ৰাস্ফীতি বিৰোধী হিচাপে পৰিণত কৰে খুব নিম্নতম কৰক কেছকেড নিশ্চিত কৰাৰ বাবে। জি এছ টিৰ সহায়ৰ বাবে ব্যৱসায় পৰিচালনাৰ বাবে ব্যয় হ্ৰাস পায়।  

এই বিনামুলীয়া জি এছ টি বিলিং চফটৱেৰে aব্যৱহাৰকাৰীক যিকোনো সময়তে জি এছ টি আৰু কৰ ফাইল কৰাৰ হিচাপ কৰাত সন্মতি দিয়ে। সময় আহিলে সকলো ব্যৱসায়ীয়ে জি এছ টি ইনভইছ দেখুৱাব লাগিব প্ৰত্যেক লেনদেনৰ বাবে। 

শুদ্ধ  বিনামূলীয়া বিলিং চফটৱেৰ কেনেকৈ নিৰ্বাচন কৰিব ? 

  1. এইতো নিশ্চিত কৰক যে softwareটো সুৰক্ষিত আৰু ই আপোনাৰ সকলো তথ্য গোপনকৈ ৰাখে।.
  2. ইয়াৰ পিছত এইটো সুনিশ্চিত কৰিব লাগিব যে billing software বিভিন্ন প্লেটফৰ্মৰ লগত সামাঞ্জস্য ৰাখিব লাগিব আৰু লেপটপ,কম্পিউটাৰ, যিকোনো অপাৰেটিং চিষ্টেমৰ স্মাৰ্টফোনৰ পৰা ব্যৱহাৰ কৰিব পৰা যাব।
  3. তাৰ পিছত বিলিং চফটৱেৰৰ ক্ষমতা হাতত থকা ERP আৰু আন চফটৱেৰৰ লগত মিলোৱা হয় ব্যৱসায় চলাই যাবলৈ । 
  4. ই কৰ সম্পৰ্কীয় সকলো বিৱৰণ প্ৰাপ্ত কৰিব পাৰিব লাগিব আৰু একাউন্টিঙত সময় বচাব লাগিব। এটা স্মাৰ্ট চিষ্টেম প্ৰয়োজনীয়। 
  5. শেষত চাওক যে এইতো পাতল আৰু সোনকালে উত্তৰ দিব পৰা হয় যাতে এজন সাধাৰণ বা একেবাৰে সৰল লোকেও সোনকালে এইটো শিকিব পাৰে। 

সৰু ব্যৱসায়ৰ বাবে বিলিং চফটৱেৰৰ উপকাৰসমূহ

বিলিং চফটৱেৰে কেৱল অটোমেটিক বিলিংৰ সুবিধা দিয়াই নহয় ই বিভিন্ন প্ৰকাৰে সহায় কৰিব পাৰে। যেনে বিত্তীয় দিশটো অধিক ভালকৈ চোৱা আৰু প্ৰত্যেকটো সৰু ব্যৱসায় লাভজনক কৰা। 

কম মুল্যৰ

বহুতো বিনামুলীয়া অনলাইন বিলিং চফটৱেৰ t কিন্তু ইয়াৰ বাহিৰেও এইবোৰে মেনুৱেল এন্ট্ৰিৰ সময় ৰক্ষা কৰে, আৰু এনেকৈ আপুনি কেৱল এইটো কামৰ বাবে কোনো লোকক নিয়োগ নকৰিলেও হয়। এনেকৈ, আপুনি এজন লোকৰ ওপৰত হ'বলগীয়া খৰচো বচাই আছে Generating an accurate bill at the cost of nothing is a ব্যৱসায় মালিকৰ বাবে বৰদান

ইন্টালিজেনেন্ট মেনেজমেন্ট প্ৰক্ৰিয়া 

এইতোৱে ব্যৱসায়ীসকল কিছু সৰু বিৱৰণ যেনে গ্ৰাহকৰ ঠিকনা এন্টাৰ কৰা, আৰু আন ব্যক্তিগত সবিশেষ প্ৰত্যেক বাৰে মেনুৱেলি এন্ট্ৰি কৰাত গুৰুত্ব দিয়াত বাধা দিব। এইটোৱে আপোনাৰ সময় বচাব আৰু আপুনি ইমান প্ৰয়াস নকৰিলেও হ'ব,যিয়ে এটা প্ৰভাৱশালী মেনেজমেন্ট চিষ্টেম বনাব।

কোনো ভুল নাই 

চিষ্টেম কেলকুলেচন ভুল মুক্ত হয় এই অনলাইন চফটৱৰত। কেৱল এটাই ভুল হ'ব পাৰে যেতিয়া ডেটাবোৰ চিষ্টেমত এন্টাৰ কৰা হয়। কিন্ত বিলিং চফটৱেৰৰ স্মাৰ্ট ফিচাৰে অনলাইনতে গ্ৰাহকৰ ফাইলৰ পৰা ডেটা লৈ আনে। সেইবাবে কেলকুলেচন বা হিচাপত কোনো ভুল নহয় আৰ ই চিন্তবিহীন প্ৰক্ৰিয়া।

সুৰক্ষিত আৰু নিৰাপদ

অনলাইন চিষ্টেম সুৰক্ষিত আৰু এই চফটৱেৰসমূহ এনেদৰে সুৰক্ষিত কৰা হয় যে আপোনাৰ কোনো গোপনীয় বিৱৰণ বাহিৰলৈ যাব নিদিয়ে।ব্যৱসায়ী আৰু গ্ৰাহক দুয়ো পক্ষই ডেটা সুৰক্ষাৰ বাবে নিচিন্ত হ'ব পাৰিব। 

সম্মতি আনুগত্য 

চফটৱেৰে যেতিয়া GST বিল সৃষ্টি কৰে,তেতিয়া চৰকাৰী বিধিসমূহ অমান্য কৰাৰ কোনো ভয় নাথাকে। এইটোৱে আপোনাক ব্যৱসায়ত খৰচ কৰাত আত্মবিশ্বাসী কৰিব কোনো ভয় নোহোৱাকৈ আৰু আপোনাক চৰকাৰী লোন লোৱাৰ বাবে আবেদন কৰাৰো সক্ষম কৰিব। ব্যৱসায় এটাৰ আৰম্ভনীতে বস্তুবোৰ সঠিককৈ কৰা এটা সফল ব্যৱসায় যাত্ৰাৰ বাবে প্ৰয়োজনীয়। 

সন্মান অৰ্জন কৰক 

এইটোৱ কয় বিলিং চফটৱেৰ অফাৰ টকাৰ সুব্যৱহাৰ,সঠিক আৰু দ্ৰুত বিল,আপুনি গ্ৰাহকৰ পৰা শুভকামনা লাভ কৰিব পাৰে। সুখী গ্ৰাহকসকল আপোনাৰ ব্ৰেণ্ড এম্বেচাদৰ যিয়ে আপোনাক ৰেফাৰ কৰিব বেছি ব্যৱসায়ীক সুযোগৰ বাবে । ৰেফাৰেন্সৰ জড়িয়তে আপুনি এতিয়াৰ গ্ৰাহকক ধৰি ৰাখিব পাৰিব আৰু বেছি গ্ৰাহক লাভ কৰিব পাৰিব। billing software,এনেকৈ ব্যৱসায়ৰ বিত্তীয় অৱস্থা পোনপটীয়াকৈ আৰু পৰোক্ষ ভাৱে ভাল হ'ব।

চূড়ান্ত পৰামৰ্শ

আৰম্ভ কৰিবলৈ, কোনো এজনে ব্যৱহাৰ কৰিব পাৰে GST বিলিং চফটৱেৰৰ বিনামুলীয়া ভাৰ্ছন আৰু এইটোৱে এটা ধাৰণা দিব কেনেকৈ ব্যৱহাৰ কৰিব লাগে পিছলৈ, ওপৰত দিয়া সকলো সুবিধা তেওঁ উপভোগ কৰিব পাৰে আৰু আপোনাকে শ্ৰেষ্ঠ বিলিং চফটৱেৰ ব্যৱহাৰত বিশ্বাস দিয়াব পাৰে য'ত কোনো সীমা নোহোৱাকৈ বহুতো ফিচাৰৰ অফাৰ পোৱা যায়। চুটিকৈ ক'ব গ'লে আপুনি চিন্তামুক্ত,সঠিক আৰু খৰটকীয়া বিলিং পাব পাৰে অনলাইন বিলিং চফটৱেৰৰ জৰিয়তে।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।