written by | October 11, 2021

ফাৰ্মাচীৰ ব্যৱসায়

×

Table of Content

ভাৰতবৰ্ষত সহজে  ফাৰ্মাচী  ব্যৱসায় কৰাৰ পদক্ষেপ

ফাৰ্মাচী হ’ল এনে এক ব্যৱসায় যিতো মানুহৰ স্বাষ্ঠৰ লগত জড়িত । মানুহে বেলেগত পইছা খৰছ নকৰিলেও নিজৰ স্বাষ্ঠৰ নামত নিশ্চয় খৰচ কৰিবলৈ বাধ্য হ’ব লগা হয়। গতিকে ফাৰ্মাচি ব্যৱসায়ত লোকচানৰ পৰিমাণ অতি কম । ফাৰ্মাচি ব্যৱসায় সাধাৰণতে দুই ধৰণে কৰা দেখা যায় ।যিসকলে ডাঙৰ হাৰত এই ব্যৱসায় কৰিব বিচাৰে তেওঁলোকে কোনো বিশেষ ডিগ্ৰী নোহোৱাকৈ  অন্য মানুহ যাৰ প্ৰয়োজনীয় ডিগ্ৰী আছে তেনে মানুহক কামত ৰাখি ৰ্ফামাচি ব্যৱসায় আৰম্ভ কৰে! আনহাতে যিসকলে সৰু কৈ ব্যক্তিগত ভাবে ৰ্ফামাচি শুলিব বিচাৰে তেওঁলোকৰ বিশেষ ডিগ্ৰীৰ যেনে বি ফাৰ্ম, ম ফাৰ্ম আদিৰ প্ৰয়োজন হয়। বিশেষ ডিগ্ৰী থকাৰ লগতে  তেওঁৰ নাম মূল্যাংকন কৰাতো অতি প্ৰয়োজনীয় ! এখন ৰ্ফামাচি ভালদৰে চলিবলৈ হ’লে ইয়াৰ অৱস্থান অতি প্ৰয়োজনীয় । 

এখন ৰ্ফামাচি ক’ত আছে তাৰ ওপৰত ইয়াৰ বিক্ৰীৰ পৰিমাণ নিৰ্ভৰ কৰে । সাধৰণতে চিকিৎসা কেন্দ্ৰৰ ওচৰত থকা ৰ্ফামাচিৰ বিক্ৰী হাৰ বেছি হোৱা দেখিবলৈ পোৱা যায়! ইয়াৰ উপৰিও ৰ্ফামাচিষ্ট জনৰ লাইচেন্স থকা অতি প্ৰয়োজন । লাইচেন্স অবিহনে কোনো ৰ্ফামাচিষ্টএ ঔষধ বেছিব নোৱাৰে । ইয়াৰ লগতে ঔষধ বনোৱা প্ৰতিষ্ঠানৰ ব্দাৰা প্ৰত্যক্ষ ভাবে ঔষধ ক্ৰয় কৰিলে বিশেষ ৰেহাই পোৱা যায়। ইয়াৰ লগতে ষ্ঠানীয় চিকিৎসকৰ লগত সম্পৰ্ক গঢ় দি নিজৰ ব্যৱসায় আগবঢ়াব পঢ়া যায়। যিহেতু মানুহ মিত্যবয়ী সেয়েহে নিজৰ স্বাষ্ঠৰ বাবে তথা বেমাৰৰ পৰা ৰক্ষা পাবৰ বাবে ঔষধ গ্ৰহন কৰিব লগা হয় । সেয়ে ৰ্ফামাসি ব্যৱসায় এনে এক ব্যৱসায় য’ত লাভাম্বিত হোৱাৰ পৰিমান অতি বেছি।

ফাৰ্মাচি ব্যৱসায় এনে এক।ব্যৱসায় যাক চিৰসেউজ ব্যৱসায় বুলি কব পাৰি । ফৰ্মাচি ব্যৱসায় কৰিবলৈ আপোনাৰ হাতত বি ফাৰ্ম , এম ফাৰ্ম আছেন? যদিহে আপোনাৰ তাত তেনে কোনো ধৰণৰ ডিগ্ৰী নাই তেনেহ’লে আপুনি  এনে এজন ফাৰ্মাচিষ্ট বিচাৰিব লাগিব যোনে আপোনাক সি বা তাইৰ নাম দিবলৈ সন্মতি হ’ব যাতে আপুনি ফাৰ্মাচিৰ নাম লেখিবলৈ সক্ষম হ’ব । আৰু ইয়াৰ বিনিময়ত সেই মানুহ জনক বেতন দিব লাগিব । কা ৰণ এখন ফাৰ্মাচি।শুলিবলৈ হ’লে নিদি্ষ্ট ডিগ্ৰী প্ৰয়োজন হয় । আৰু লগতে লাইএচেঞ্চ ৰ প্ৰয়োজন হয়। 

ফাৰ্মাচি এখন খুলিব হলে আপোনাক এখন ভাড়া দিয়া অথবা নিজে ক্ৰয় কৰা দোকান ৰ প্ৰয়োইজন হব । এই দোকাণ খন মূলতঃ দহ চকুৰে কেলমেটেৰ পৰা আৰম্ভ হয়। যদি ফাৰ্মাচি খন হ’লচেলাৰ হয় তেনেহলে ১৫ কিলোমিটাৰ পৰা আৰম্ভনি হয়। গতিকে আপোনাৰ মূল উদেশ্য প্ৰথমটো দোকান খোলা হয় সেইবাবে দোকান এখন ভাড়াত নাই বা ক্ৰয় কৰিব লাগিব যাৰ মূল্য ১০০০০ পৰা ৫০০০০ ও হব পাৰে । এই ভাড়া থাই সাপেক্ষে ভিন ভিন হব পাৰে । এই মূল্য মূলতঃ দোকানৰ আকাৰ আৰু তাৰ অৱস্থান ৰ ওপৰত নিৰ্ভৰ কৰে। 

যদি আপুনি ব্যক্তিগত  ভাবে নাথাকি এই ব্যৱসায় কৰিব বেচাৰে তেনেহলে এনে এজন মানহক ৰাখিব  লাগে যাৰ নেদৃষ্ট শিক্ষা যেনে  ১) এজন ৰেজিষ্টৰ ফার্মছে যাৰ নাম ৰেজিষ্টেৰ কৰা আছে । অথবা ২) এনে এজন মানুহ যাৰ  ১বর্ষৰ ওখদ ব্ৰেক্ৰী কৰাৰ  অভিগতা আছে আৰু লগটে ডিগ্ৰী আছে । অথবা ৩)   এনে এজন মানুহ যাৰ এছ এছ এল ছি  পাছ কৰাৰ লগতে ৪ বছৰ অভিজ্ঞতা আছে। 

ইয়াৰ উপৰিও দোকান খনত ফ্ৰীজ তকাটো অতি প্ৰয়োইজন , যেহেতু এনে কেঁচুমান ঔখদ থাকে যিবোৰ ফ্ৰেজত থোৱা তো  অতি গুৰুত্বপূৰ্ণ । কেছুমান মেডিচিনত বেশেখ ভাৱে লিখা থাকে যাতে সেইবোৰ মেডিচিনে ঠাণ্ডা ঠাইত থোৱা হৈ যেনে ইনচুলিন আদি। 

ইয়াৰ লগতে বেশেষ কেছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগে যেনে ফাৰ্মাচি এনে জেগাত খুলিব লাগে যত অন্য বহুত বেছি প্ৰভাৱিত দোকান নাই । যাতে আপুনি অলাগতিয়াল প্ৰতিযোগিতা পৰা দূৰত থাকে লগতে আপুনি ডাক্টৰক সঘনে লগ কৰাৰ চেষ্টা কৰি থাকিব লাগে যাতে তেওঁলোকে বিশ্বাস কৰি আপোনাক ৰোগীৰ লগত সম্পৰ্ক সৃষ্টি কৰাত সহায় কৰে।

ইয়াৰ উপৰিও আন এক গুৰুত্ব পূৰ্ণ কাম হল সকলো  দৰকাৰী নথি পত্ৰ সম্পূৰ্ণ ভাবে তৈয়াৰ কৰি থব লাগে যেনে লাইচেঞ্চ , নামকৰণ কৰা নথি পত্ৰ,  দোকানৰ প্ৰমাণপত্ৰ আদি। 

ফাৰ্মাচি ব্যৱসায় হল এনে এক ব্যৱসায় জি দিনে দিনে বাঢ়ি গৈ আছে।আৰু আমাৰ ৰাষ্ট্ৰঃ ত এনে কেচিমান  ফ্ৰান্সেছ আছে যিবোৰ এ ফাৰ্মাচি খুলিবলৈ দৰকাৰী শিক্ষা ৰ প্ৰয়োইজন হৈ তাৰ ব্যৱস্থা কৰে। এনে কিছুমান ফ্ৰান্সেছ হল  কেৰ ফাৰ্মাচি(20১৭) , সঞ্জীৱনী(২০০৬) আদি। 

এনেধৰণৰ সংস্হা কেছুমান আছে যিবোৰে বেশেষ সহায় সুবিধা প্ৰদান কৰি এনেকুৱা ব্যৱসায়  আগুৱাই নিবলৈ উত্সা জগায় আহিছে । গতিকে যদিহে আপুনি ফর্মচি ব্যৱসায় কৰিব বিচাৰে তেনেহলে  এনে ধৰণৰ কথা বোৰ গুৰুত্ব দি আৰম্ভ কৰিলে যথেষ্ঠ পৰিমানে লাভাম্বিত হব পাৰিব । 

যেহেতু ফর্মচি এনে এক ব্যৱসায় যত লাভৰ পৰিমাণ অতি বেছি , গতিকে এই ব্যৱসায় কৰি এজন ব্যক্তিৰ বিকাশ  হোৱাটো নিশ্চিত ।

ফাৰ্মাচি খোলা বৰ্তমান সময়ত অতি সহজ হৈ পৰিছে ,এজন মানুহে নিজৰ ক্ষমতা অনুযায়ী এনে ধৰণৰ ব্যৱসায় কৰিব পাৰে । যদিহে মূলধন বেছি নেথাকে তেনেহলে নিজৰ ঘৰৰ কাষত কম পইচা ইনভেষ্ট কৰি সৰুকৈ এনে ধৰণৰ ব্যৱসায় আৰম্ভ কৰিব পৰা যায় । যিহেতু ফাৰ্মাচি তথা মেডিচিনৰ প্ৰয়োইজন প্ৰত্যেক ব্যক্তিক হয়। কাৰণৰ ব্যমাৰৰ  পৰা কোনেও বাছি থাকিব নোৱাৰে আৰু এই ব্যমাৰ বোৰৰ পৰা ৰক্ষা পাবৰ বাবে মেডিচিন গ্ৰহণ কৰাটো অতি প্ৰয়োইজন। বেমাৰ ৰ লগত মানুহৰ কোনো বয়সৰ সীমা নেথাকে ।  এজন কণমানিৰ পৰা আৰম্ভ কৰি বয়সস্থ মানুহলৈ ব্যভিন্ন ধৰণৰ বেমাৰ হোৱা পৰেলক্ষীত হয় । সেয় বাবে নিজৰ অঞ্চলত এনে ধৰণৰ ফাৰ্মাচিৰ দোকান খুলি মানুষ কম পইচাৰ পৰাই আৰম্ভ কৰি এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। এনেদৰে নিজৰ অঞ্চল ত ফাৰ্মাচী খুলি নিজৰ অঞ্চল ৰ মানুহৰ সহায় কৰিব পৰা যায়। এনে ধৰণৰ ফ্ৰ্মাচীৰ লাভৰ আশা ও বেছি আছে কাৰণ মানুষ জ্বদি নিজৰ ঘৰৰ। কাষতে। মেডিচিন পাব তেনেহলে দূৰত যোৱাৰ পৰিৱৰ্তে নিজৰ। কাষৰ ফাৰ্মাচী ৰ পৰা। মেডিচিন গ্ৰহণ কৰিব। গতিকে আপুনি ফাৰ্মাচি সৰু বা ডাঙৰ কৈ স্থাপন কৰে তাৰ পৰা আপোনাৰ লাভাম্বিতত হোৱাৰ পৰিমাণ অতি বেছি । মাত্ৰ আপুনি পৰিজনীয়া ডিগ্ৰী গ্ৰহণ কৰি এনেদৰে ফাৰ্মাচি খুলি লাভাম্বিত হব পাৰে । আৰু যি সকলে  নিজৰ ডিগ্ৰী নোহোৱাকৈ ফাৰ্মাচি খুলিব বিচাৰে তেনে লোকে অন্য কোনোবা ডিগ্ৰী থকা মানুহক ৰাখি এই ব্যৱসায় আৰম্ভ কৰিব পাৰে ।এনেদৰে কৰিলে আপোনাক মূলধনৰ পৰিমাণ বেছি লাগিব যিহেতু আপুনি ৰাখিঠুৱা মানুহক মাহেলিক শুল্ক প্ৰদান কৰিব লাগিব । 

এইবোৰ কথাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি আপোনাৰ ফাৰ্মাচি খুলিব পাৰে ।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।