written by khatabook | October 17, 2020

কেনেকৈ ম'বাইলৰ সামগ্ৰীসমূহৰ দোকান অনলাইন চেট আপ কৰিব আৰু বিক্ৰী বৃদ্ধি কৰিব?

×

Table of Content

বিগত কিছু বছৰৰ পৰা ম'বাইল ফোনসমূহ প্ৰাথমিক প্ৰয়োজন হৈ পৰিছে। এইতো এতিয়া বিলাসিতাৰ সামগ্ৰী হৈ থকা নাই আৰু। এইটো কয়েই,ম'বাইলৰ সামগ্ৰীৰ দোকান এখন আৰম্ভ কৰক এটা সাংঘাতিক আইডিয়া কম খৰছী কিন্তু লাভ হয়। যদি আপুনি সদায় ব্যৱসায়ী হ'ম বুলি ভাবিছে , তেন্তে অনলাইন মবাইলৰ ব্যৱসায় কৰাৰ এই সুযোগ নেহেৰুৱাব।

আমি আপোনাৰ চিন্তা বুজি পাও আৰু মান্তি যে ম'বাইল সামগ্ৰীৰ দোকান এটা প্ৰচলিত ব্যৱসায় যাৰ নিজৰ চেলেঞ্জ আছে। কিন্তু আপুনি নিশ্চিত থাকক যে এই ব্লগে আপোনাক পথ দেখুৱাব আৰু এই মবাইল সামগ্ৰীৰ দোকানে আপোনাৰ লাভ কৰিব।

কিয় এখন ম'বাইলৰ সামগ্ৰীৰ অনলাইন দোকান আৰম্ভ কৰিব লাগে

এইটো বুজক ফেন্সী ব্যৱসায়সমূহৰ ওপৰিও, মবাইলৰ ব্যৱসায়ৰো চাহিদা আছে। ব্যৱসায়ৰ মুল্য যিটোৰ ২০১৬ চনত $1.42  মুল্য আছিল সেইটো পৰৱৰ্তী ৫ বছৰত $3.54  বৃদ্ধি হোৱাৰ আশা কৰা হৈছে। ভাৰতীয় বজাৰত এই ব্যৱসায়ৰ অৱদান অনবদ্য।

ৰেংকিং সকলো মবাইল সামগ্ৰীৰ researchnester.com কৰিছিলে যিবোৰ হৈছে এনেধৰণৰ তালিকাৰ শীৰ্ষত ৭ বিধ সামগ্ৰী আছিল যিয়ে নিশ্চিত কৰে যে আপুনি বিফল হোৱাৰ কোনো ভয় নাইমবাইল সামগ্ৰীৰ দোকান business. বেটাৰি4প্ৰটেকটিভ কেছ1

সামগ্ৰী স্থান
চাৰ্জাৰ 2
হেডছেট 3
মেমৰি কাৰ্ড 5
পৰ্টেবেল স্পীকাৰ 7
পাৱাৰ বেংক 6

কেইটমান মাৰ্কেটিং নীতি যিকেইটা আপুনি অনুসৰণ কৰিব লাগে ব্যৱসায় সফল কৰিবলৈ

কেনেকৈ অনলাইন মবাইলৰ সামগ্ৰীৰ দোকান খুলিব

এখন অনলাইন ষ্টোৰতকৈ এখন শাৰিৰীক ষ্টোৰ বা শ্বৰুমত বেছি টকাৰ প্ৰয়োজন। আনহাতে, অনললাইন দোকানসমূহ শেহতীয়াভাৱে বেছি জনপ্ৰিয় হৈ পৰিছে বিশেষকৈ COVID মহামাৰীৰ সময়ত। এইটোৱে উচিত সময় ডিজিটাইজেছন কৰা যিটোৱে অনগত সময়ত জীৱনৰ অংশ হৈ পৰিব।

#1. তথ্য সংগ্ৰহ

তালিকা বনাওক সকলো মবাইল সামগ্ৰী আৰু মেনুফেকচাৰাৰ আৰু ৰিচাৰ্চ কৰক সামগ্ৰীসমূহৰ মুল্য বুজিবলৈ। এইতোৱে আপোনাক এটা ধাৰণা দিব কিমান মবাইল সামগ্ৰীৰ ফটো আপুনি আপোনাৰ ৱেবচাইটত কেপচাৰ আৰু পোষ্ট কৰিব। সামগ্ৰীৰ লগত জড়িত সকলো ডিটেইলছ সংগ্ৰহ কৰক যিকোনো ৱেৱচাইট ডিজাইনৰৰ ওচৰত যোৱাৰ আগতে.

#2. ৱেবচাইট ডিজাইন আৰু হোষ্টিং

এটা ভাল ৱেবচাইট বনোৱা এটা অনলাইন ব্যৱসায়ৰ প্ৰথম পৰ্যায়। s. মনত ৰাখিব যে অলপ বেছি টকা দিয়ক আৰু ভাল ৱেবচাইট পাওক ।যদি আপোনা ৰ চাইট শ্ল হয় আৰু ফটোবোৰ ভালকৈ নেদেখুৱায় তেন্তে মানুহে ভাল অনুভৱ নকৰিব। আপোনাৰ ৱেবচাইটে আপোনাৰ ব্যৱায়ৰ বিষয়ে ক'ব সেইবাবে এইটো নিশ্চিত কৰক যে সকলো ডিভাইছৰ পৰা এইটো চলাব পাৰি। গ্ৰাহকে আপোনাৰ চাইটত যাবলৈ সদায় কম্পিউটাৰ ব্যৱহাৰ নকৰিব পাৰে। তেওঁলোকে টেবলেট বা স্মাৰ্টফোনো ব্যৱহাৰ কৰিব পাৰে। ব্যৱসায়ত জিকিবলৈ আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে এটা ৱেবচাইট ডিজাইন কৰা

#3. এখন অনলাইন ষ্টোৰ অফাৰৰ সৈতে সামগ্ৰীৰ তালিকা কৰাs

পৰৱৰ্তী, সকলো মবাইল সামগ্ৰীৰ তালিকা এনেকৈ সজাব লাগে যাতে গ্ৰাহকে ব্ৰেণ্ড, মুল্য, উপলব্ধততাৰ ইত্যাদি ওপৰত বিচাৰিব পাৰে প্ৰত্যেক সামগ্ৰীৰ লগত দিয়া অফাৰে আপোনাৰ গ্ৰাহকক দীঘলীয়া সময়ৰ বাবে চাইটত থাকিবলৈ উৎসাহ প্ৰদান কৰিব। তেওঁলোকক আপোনাৰ ৱেবাচাইট এৰিবলৈ সিযোগ নিদিব। যিকোনো অফাৰ মুকলি কৰাৰ আগত হোমৱৰ্ক কৰি আহক। আৰু সকলো সামগ্ৰী ডেস্ক্ৰিপিছনৰ লগত তালিকাভুক্ত কৰক। ইয়ে গ্ৰাহকক সবিষেষ জনাত সহায় কৰিব।

#4. আপোনাৰ ম'বাইলৰ সামগ্ৰীৰ দোকান চ'চিয়েল মিডিয়াত প্ৰচাৰ কৰক

কেৱল এটা প্ৰফেচনেল ৱেবচাইট বনোৱা আৰু লোভনীয় অফাৰ দিয়াই যথেষ্ট নহয়। আপুনি চ'চিয়েল মিডিয়াটো থাকিব লাগিব যেনে ইউটিউব,ফেচবুক,ইনষ্টাগ্ৰাম ইত্যাদি আৰু লোকসকলক আপোনাৰ অনলাইন ষ্টোৰৰ বিষয়ে জানিব দিয়ক. মানুহক সোধক যে চ'চিয়েল মিডিয়াত আপোনাক আগবঢ়াই দিবলৈ কোনে আপোনাৰ চাইট ভিজিত কৰিছে আৰি এইটোৱে আপোনাক আপোনাৰ ৱেবচাঈতৰ ট্ৰেফিক জনাত সহায় কৰিব। আপুনি সামগ্ৰীসমূহৰ ফটো পোষ্ট কৰিব পাৰে আৰু বৰ্তমান থকা গ্ৰাহকসকলৰ পৰা ৰিভিউ ল'ব পাৰে। চ'চিয়েল মিডিয়াৰ প্ৰচাৰ কম খৰচত হয় আৰু শ্ৰেষ্ঠ ব্যৱসায় নীতি।

#5. কন্টেন্ট মাৰ্কেটিং

চ'চিয়েল মিডিয়া পোষ্টিংৰ দৰে আপুনি ৱেৱচাইটতো পোষ্ট কৰিব লাগিব। প্ৰত্যেক সামগ্ৰীৰ তথ্য সংগ্ৰহ কৰক যেনে সমগ্ৰ জীৱনৰ বাবে কেনেকৈ সেইবোৰ ব্যৱহাৰ কৰিব লাগে। এইটোৱে আপোনাৰ অনলাইন দোকানৰ মুল্য বৃদ্ধি কৰিব আৰু বিক্ৰীও বাঢ়িব। বহুত মানুহে সামগ্ৰী কিনে একো নজনাকৈ। এইটো তেওঁলোকৰ বাবে বনাচ ৰ দ্বৰে হ'ব যিয়ে আপোনাৰ দোকানৰ পৰা সামগ্ৰী কিনে।

#6. স্থানীয় ব্যৱসায়

আপোনাৰ অনলাইন ভিজিতৰসকলক উৎসাহিত কৰক বিচাৰিবলৈ আপোনাৰ ম'বাইলৰ সামগ্ৰীৰ দোকান লকেচনৰ ওপৰত নিৰ্ভৰ কৰা সেৱা। এইটোৱে আপোনাৰ অনলাইন ষ্টোৰক আৰু অধিক দেখাত সহায় কৰিব

#7.অতিথিসকলক আদৰাৰ টেকনিক

এইটো আন এটা উপায় আপোনাৰ ব্যৱসায় অনলাইনত কম টকাৰে প্ৰচাৰ কৰা: তথ্যপুৰ্ণ ব্লগ সৃষ্টি কৰক আৰু বিভিন্ন ব্ৰেণ্ডেড চাইটত পোষ্ট কৰক যিবোৰ চাইটে আলহী হিচাপে বেছি ট্ৰেফিক লাভ কৰে। এইটোৱে পঢ়ুৱৈৰ আকৰ্ষণ লাভ কৰিব আৰু আপুনি সেই লোকসকলক আপোনাৰ মবাইলৰ সামগ্ৰীৰ দোকানলৈ আনিব পাৰিব

#8.আপোনাৰ অনলাইন মবাইল সামগ্ৰীৰ দোকানত এটা ব্যক্তিগত স্পৰ্শ দিয়ক

আটাইতকৈ শেষ আৰু গুৰুত্বপুৰ্ণ ষ্টেপটো হৈছে আপোনাৰ অনলাইন ষ্টোখন সক্ৰীয় কৰি ৰাখা যাতে গ্ৰাহকৰ সৈতে সংযোজিত হৈ থাকিব পাৰে তেওঁলোকে এবাৰে কিনক বা দুবাৰ সেইটো প্ৰয়োজনীয় নহয়।আপুনি তেওঁলোকক আপোনাৰ শেহতীয়া অফাৰ বিষয়ে ই মেইল কৰক,বিভিন্ন উৎসৱত শুভেচ্ছা জনাওক যেনে নতুন বৰ্ষত,তেওঁলোকক এইঠো জানিব দিয়ক যে তেওঁলোক আপোনাৰ বাবে মুল্যবান। আপুনি তেওঁৰ কিনাৰ হিষ্ট্ৰী চাই তেওঁলোকক তেনে সামগ্ৰীৰ আপডেটো দিব পাৰে। যেতিয়া তেওঁলোকে কিবা সামগ্ৰী বিচাৰে আৰু সেই সময়ত সেই সামগ্ৰী নাথাকে আপুনি নিশ্চিত কৰক যে আপুনি অৰ্ডাৰ দিয়ক আৰু যেতিয়া সেই সামগ্ৰী আাহে তেওলোকক নটিফিকেচন পঠিয়াওক। এইটো সৰু সহাৰিয়ে পৃথক হৈ পৰিব আৰু আপুনি নিষ্ঠাবান গ্ৰাহক লাভ কৰিব

 অন্তিম পথ

আপুনি এইবোৰ এবাৰ অনুসৰণ কৰক আৰু অনলাইন গঠন কৰক মবাইলৰ সামগ্ৰীৰ দোকান গৌৰৱ অনুভৱ কৰিছো আপুনি শুদ্ধ পথত আছে। আপুনি আপোনাৰ প্ৰতিযোগীসকলৰ ওপৰতো চকু ৰাখিব লাগিব। আৰু এইটো চাওকthe শুদ্ধ পেইমেন্ট মেথড যিয়ে আপোনাৰ গ্ৰাহকসকলৰ পেইমেন্টৰ যাত্ৰা সুচল হোৱাত সহায় কৰিব। আপুনি ৱেবচাইট ডিজাইন, সামগ্ৰীৰ তালিকা,প্ৰম'চনেল অফাৰ ,কন্টেন্ট মাৰ্কেটিং আৰু চ'চিয়েল মিডিয়াৰ উপস্থিতীয়ে বিক্ৰী বৃদ্ধি হোৱাত সহায় কৰিব।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।