written by | October 11, 2021

খাদ্য ব্যৱসায়

×

Table of Content

যদি হে আপুনি খাদ্য খায় আৰু বনাই ভাল পায় তেনেহলে খাদ্য ব্যৱসায় আপোনাৰ বাবে এক উপয্যক্ট ব্যৱসায়  তলত বিভিন্ন ধৰণৰ খাদ্য ব্যৱসায়ৰ কথা উল্লেখ কৰা হল । আপুনি জনা উচিত যে খাদ্য ব্যৱসায় আৰম্ভ কৰাৰ পিছত যিমান পাৰে খাদ্যৰ স্বাস্থজানিত মানদণ্ড বজায় ৰখাটো অতি দৰকাৰী । ব্যৱসায়ৰ আৰম্ভ কৰিবলৈ হলে বিশেষ কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগে । তাৰ ভিতৰত অন্য তম কিছুমান হল যেনে , ঋণ গ্ৰহণ কৰা । যদি হে আপুনি সভাগ্যবান নহয় যে আপোনাৰ তাত পৰ্যাপ্ত পৰিমাণৰ মূলধন নাই তেনেহলে আপুনি বেংকৰ পৰা ঋণ লোৱাটো অতি প্ৰয়োইজন । বেংকত এনেকুৱা বহুতো আঁচনি আছে যত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ বহুতো ধৰনৰ ঋণ দিয়া হয় । আৰু লগতে ব্যৱসায়িক বিশেষজ্ঞ সকলৰ পৰা পৰামৰ্শ লব পাৰে ।  আপুনি বেংকত গৈ ঋণ লোৱাৰ আগতে নিজৰ  ব্যৱসায়ক লৈ পর্যায়প্ত পৰিকপ্লনা কৰি  দেখুৱা তো অতি গুৰুত্বপূৰ্ণ। ভাল পৰিকাপ্লনা নহলে আপোনাক ঋণ দিবলৈ বেংকে কুণ্ঠাবোধ কৰিব পাৰে । 

ইয়াৰ পিছত আপুনি উপয্যক্ট স্থানত আপোণৰ পইচা প্ৰয়াগ কৰাটো অতি গুৰুত্বপূৰ্ণ । উধাৰণস্বৰূপে দৰকাৰী যন্ত্ৰ পাতি সংগ্ৰহ কৰা। যদিহে আপোনাৰ আগৰ পৰা যন্ত্ৰ পাতি নাই তেনেহলে আপুনি উপয্যক্ট যন্ত্ৰ কিনা দৰকাৰ ।যন্ত্ৰপাতি কিনাৰ ক্ষেত্ৰত আপুনি বিশেষ কথা যেনে যন্ত্ৰৰ মানদণ্ড উন্নত হব লাগে যাতে অধিক দিনলৈ আপুনি ইয়াক ব্যৱহাৰ  কৰিব পাৰে । কম দামত পালে যন্ত্ৰ কিনা ত গুৰুত্ব নিদি তাৰ দক্ষতাৰ ওপৰতহে অধিক গুৰুত্ব দিয়া উচিত । কাৰণ কম দামী যন্ত্ৰপাতি সহজে বেয়া হব পাৰে । 

আন এক গুৰুত্বপূৰ্ণ কথা হল যে আপুনি  দৰাকী আনুষ্ঠানিক যিবোৰ দিশ থাকে ব্যৱসায়ৰ সাইবোৰ সম্পূৰ্ণ ভাবে পূৰণ কৰিব লাগে । যেনে চৰকাৰক পর্যায়প্ত শুল্ক প্ৰদান কৰা । আপুনি কিছু পইচা বচাবলৈ চৰকাৰৰ ৰোষত নপৰা অ ভাল । 

তলত খাদ্য জনীত বিভিন্ন ব্যৱসায়ৰ বিষয়ে উল্লেখ কৰা হল –

১.ৰেষ্টুৰেণ্ট

ফাষ্টফুড ব্যৱসায় কৰিবলৈ ৰেষ্টুৰেণ্ট হল এক উপয্যক্ট অৱস্থান । এই ব্যবসায়ত পইচা খৰচ কৰা তো অতি প্ৰয়োজন । এনে ব্যবসায়ত আপোনাক ভাল ৰান্ধনী ৰ প্ৰয়োজন হয় । এই ব্যবসায়ত সফলতা লাভ কৰাৰ সময় সীমা অতি কম 

.বেকৰী 

দ্বিতীয়তে খাদ্য জনীত অন্য এক ব্যৱসায় হল বেকৰী । আপুনি এই ব্যৱসায় কৰিবলৈ হলে ব্ৰেড আৰু বিস্কুট বনুৱা ৰ জ্ঞান আৰু প্ৰতিভা আপোনাৰ থাকিব লাগিব  এই ব্যৱসায় অপনি কম মূলধন ব্যৱহাৰ কৰি ও আৰম্ভ কৰিব পাৰে অথবা ডাঙৰ ভাবে বেছি মূলধন ব্যৱহাৰ কৰিও আৰম্ভ কৰিব পাৰে, সেইটো সম্পূৰ্ণ ভাবে আপোনাৰ ওপৰত নিৰ্ভৰ কৰে । 

৩.কাটাৰিং

যদিহে আপোনি খাদ্য যোগান ধৰি তথা মানুহ ৰ লগত চলাচল কৰাত ভাল , আপুনি যদি অধিক মানুহৰ বাবে খাদ্য প্ৰস্তুত কৰিব পাৰে তেনেহলে নিশ্চয় এই ব্যৱসায় আপোনাৰ আপোনাৰ বাবে উপয্যক্ট। হয়তো আৰম্ভণিতে আপুনি কিছু কষ্টৰ সন্মুখীন হব লাগিয়া হব পাৰে কিন্তু সময় যোৱাৰ লগে লগে আপোনি এই ব্যবাসায়ৰ লগত মিলি যাব । 

৪.শকলেট বনোৱা 

যদি হে আপুনি চকলেট বনায় ভাল পায় তেনেহলে এ আপোনাৰ বাবে উপয্যক্ট ব্যৱসায় । এই ব্যৱসায় আপুনি কম  খৰছ কৰি আৰম্ভ কৰিব পাৰে। এনে ব্যৱসায়ৰ আৰম্ভণি আপুনি ঘৰৰ পৰা কৰিব পাৰে 

.ৰান্ধন কাৰ্যৰ কৰ্ম খালা 

ঘৰত থকা মহিলা সকলৰ বাবে এক উপয্যক্ট খাদ্য ব্যৱসায় হল ,ৰান্ধোন কৰ্মশালা। এনে ব্যৱসায় আপুনি কম পইচা ত ঘৰতে আৰম্ভ কৰিব পাৰে । 

৬.আইছ ক্ৰীম ৰ দোকান 

আইছ ক্ৰীমৰ দোকান আপুনি কম মূলধনেৰে আৰম্ভ কৰিব পাৰে । এনে দোকান সিৰখেয়োজ দোকান যিহেতু অধিক মানুহে ইয়াক উপভোগ কৰে ।

৭.জুইচৰ দোকান 

অন্য এক ব্যৱসায় হল জুইচৰ দোকান ।বৰ্তমান সময়ত বহুতো মানুহে স্বাস্থ ৰ প্ৰতি অধিক যতন লোৱা হৈছে গতিকে এইটো এটা1অতি গুৰুত্বপূৰ্ণ ব্যৱসায় । 

৮.মিঠাইৰ দোকান 

মিঠাইৰ দোকান হল অন্য এক গুৰুত্বপূৰ্ণ ব্যৱসায় কিয়নো প্ৰত্যেক উৎসৱ ত মানুহে অধিক পৰিমানে মিঠাই ক্ৰয় কৰে । গতিকে এনে ব্যৱসায় ৰ লাভৰ প্ৰমান অতি বেছি । এই ব্যৱসায় আৰম্ভ কৰাৰ আগতে ইয়াৰ বাজাৰ বিষয়ে ভালদৰে বুজি লোৱা তো দৰকাৰ । 

৯.গাখীৰ 

আপুনি বহুতো ডাঙৰ উদ্যোগ যেনে আমূল , মাদাৰ দেৰী আদিত ব্যৱসায় কৰিব পাৰে অথবা নিজৰ গাখীৰ উটপাদন ব্যৱসায় আৰম্ভ কৰিব পাৰে । 

১০. ফাষ্ট ফুডৰ দোকান 

এনে দোকান বোৰ  নৱ প্ৰজন্মৰ মাজত অধিক জনপ্রিয় । সৰু ৰ পৰা ডেকালৈ বহুতে এনে খাদ্য উপভোগ কৰি ভাল পায় । 

১১.চীনা খাদ্যৰ দোকান

আপুনি এনে দোকানৰ জৰিয়তে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে । আপুনি মূলতঃ বিদ্যালয়, মহাবিদ্যালয় আদিৰ ওচৰত এনে দোকান বনালে অধিক লাভ পাব । 

১২. আচাৰ বনোৱা 

আচাৰ বনুৱা ব্যৱসায় হৈছে অন্য এনে এক ব্যৱসায় যিটো আপুনি ঘৰত থাকি আৰম্ভ কৰিব পাৰে। এই ব্যবসায়ত অধিক মূলধনৰ দৰকাৰ নহয় । 

১৩.জেম জেলী বনুৱা

এনে ব্যৱসায় ৰ ও আৰম্ভণি আপুনি ঘৰৰ পৰা কৰিব পাৰে । জেম আৰু জেলী মূলতঃ ব্ৰেড আৰু কে ক আদিত লগায় খবৰ বাবে ব্যৱহাৰ কৰা হয়।ইয়াত লাভ হোৱাৰ আশা দেখা যায় ।

১৪.চ’চৰ  ব্যৱসায় 

চ’চ হল এনে এক খোৱা সামগ্ৰী যিটো ফাষ্ট ফুড আৰু ব্ৰেড ৰ লগত ও খোৱা হয়। আপোনাৰ মূলধন তথা চাহিদা অনুযায়ী বিভিন্ন চ’চ যেনে চয়া চ’চ , বিলাহীৰ চ’চ আদি বনাব পাৰে । 

১৫.গ্ৰচেৰী দোকান

খাদ্যৰ লগত জড়িত সাধাৰণ ব্যৱসায়ৰ হল গ্ৰচেৰী দোকান । ইয়াত আপুনি বিভিন্ন খোৱা সামগ্ৰী বিক্ৰি কৰি লাভাম্বিত হব পাৰে 

১৬. কফি আৰু চাহ ৰ দোকান 

কফি আৰু চাহ যিহেতু প্ৰতিজন মানুহৰে প্রিয় গতিকে এনে ব্যৱসায় কৰি আপোনি সহজে লাভাম্বিত হব পাৰে । 

১৭.খাদ্য পঠোৱা ব্যৱসায়

খাদ্য পঠোৱা ব্যৱসায় আৰম্ভ কৰি অনলাইন মাধ্যমেৰে খাদ্য সামগ্ৰী যোগান ধৰিব পাৰে । 

১৮.ফল আৰু পাচলিৰ দোকান

এনে ব্যৱসায় হৈছে অন্যতম ব্যৱসায় যিহেতু ইয়াৰ চাহিদা বজাৰত অতি বেছি  সেয়ে এনে ব্যৱসায় কৰি লাভাম্বিত হোৱাৰ পৰিমাণ অতি বেছি।

১৯.মৌ ৰ ব্যৱসায় 

মৌ ৰ ব্যৱসায় হৈছে অন্য এক ব্যৱসায় যাৰ বজাৰত চাহিদা অতি বেছি গতিকে আপুনি এই ব্যৱসায় কৰি যথেষ্ট পৰিমাণে লাভ পাব পাৰে। কিন্তু ইয়াৰ বাবে উপয্যক্ট প্ৰশিক্ষণৰ দৰকাৰ । 

২০.মাংস আৰু সাগৰীয় প্সামগ্ৰীৰ যোগান 

এনে ব্যবসায়ত লাভৰ পৰিমাণ বেছি কিয়নো ইয়াৰ চাহিদা ও বেছি বজাৰত । ইয়াৰ বাবে মূলধনৰ পৰিমাণ বেছি হয় । ওপৰত উল্লেখ কৰা খাদ্য জনীত ব্যৱসায় বোৰৰ পৰা আপুনি লাভাম্বিত হব পাৰিব বুলি আশা থাকিল ।

দাবী পৰিত্যাগ (ডিচক্লেইমাৰ) :
এই ৱেবছাইটত প্ৰদান কৰা তথ্য, সামগ্ৰী আৰু সেৱাবোৰ কোনো ৱাৰেণ্টি বা প্ৰতিনিধিত্ব, প্ৰকাশ বা অন্তৰ্নিহিত অবিহনে "যেনে আছে" আৰু "উপলব্ধ" আধাৰত প্ৰদান কৰা হয়। Khatabook ব্লগবোৰ সম্পূৰ্ণৰূপে বিত্তীয় সামগ্ৰী আৰু সেৱাৰ শৈক্ষিক আলোচনাৰ বাবে। Khatabook -এ নিশ্চিতি নিদিয়ে যে সেৱাটোৱে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব, বা ই নিৰৱচ্ছিন্ন, সময়মতে আৰু সুৰক্ষিত হ'ব, আৰু ত্ৰুটিবোৰ, যদি থাকে, সংশোধন কৰা হ'ব।ইয়াত সন্নিবিষ্ট সামগ্ৰী আৰু তথ্য কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যৰ বাবে। যিকোনো আইনী, বিত্তীয় বা ব্যৱসায়িক সিদ্ধান্ত ল'বলৈ তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ আগতে পেছাদাৰী লোকৰ পৰামৰ্শ লওঁক। ৱেবছাইটত উপস্থিত থকা যিকোনো মিছা, অশুদ্ধ বা অসম্পূৰ্ণ তথ্যৰ বাবে Khatabook দায়বদ্ধ নহ'ব। যদিও এই ৱেবছাইটত সন্নিবিষ্ট তথ্যআপডেট, প্ৰাসঙ্গিক আৰু সঠিক হোৱাটো নিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা কৰা হয়, Khatabook -এ ৱেবছাইট বা ৱেবছাইটত যিকোনো উদ্দেশ্যৰ বাবে সন্নিবিষ্ট তথ্য, সামগ্ৰী, সেৱা বা সম্পৰ্কিত গ্ৰাফিক্সৰ সন্দৰ্ভত সম্পূৰ্ণতা, নিৰ্ভৰযোগ্যতা, শুদ্ধতা, উপযুক্ততা বা উপলব্ধতাৰ বিষয়ে কোনো নিশ্চয়তা প্ৰদান নকৰে। যিকোনো কাৰিকৰী সমস্যাৰ বাবে বা অন্য থাকোতে, ইয়াৰ নিয়ন্ত্ৰণৰ বাহিৰত আৰু এই ৱেবছাইটত ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ব্যৱহাৰ বা প্ৰৱেশাধিকাৰ ৰ খাতিৰত হোৱা যিকোনো ক্ষতি বা ক্ষতিৰ বাবে Khatabookদায়ী নহ'ব।